কবিতা আৰ্কাইভ ১০ জুলাই, ২০২২ সপোন নীলাক্ষী চলিহা গগৈ গাৰুটো ওলোটাই দিলোঁ। সপোন তই মংগলময় হ। বগেনভিলিয়া ফুল বচা ব’ম্বে ডায়িঙৰ ক’ভাৰ। ধুনীয়া। দুৰ্দিনৰ সপোনেৰে সাৰ পাই... নীলাক্ষী চলিহা গগৈ পঢ়ক →
শিশুজগত আৰ্কাইভ ১০ জুলাই, ২০২২ ওমলা পদ্য অৰুণ গগৈ ভেকুলী গৈছিল ভাওনা চাবলৈ বাটতে ওলালে সাপ সাপ দেখি জাপ দিলে মস্ত এটা ঢাপ ৷ বান্দৰী পেহীয়ে সুন্দৰী হৈ পিন্ধি ল’লে চাদৰ ডিঙিটো... অৰুণ গগৈ পঢ়ক →
কবিতা আৰ্কাইভ ১০ জুলাই, ২০২২ অবিনাশী সত্তা ৰাজেন দাস (হিমাক্ষী ডেকালৈ শ্ৰদ্ধাৰে) বয়স হ’লে ভয় লাগে জন্মদিনে যে এবছৰকৈ বুঢ়া কৰি যায় ডেকা কৰাৰ মনো বছৰি উকলি থাকে উভতি নাহে... ৰাজেন দাস পঢ়ক →
শিশুজগত আৰ্কাইভ ৮ জুলাই, ২০২২ সময় অংকুৰিতা ফুকন‘স’য়ে বোলে কাণ সুৰসুৰালে বৰষুণ সৰে বাট-পথ বোকা হ’লে মানুহ পিছলি পৰে… ‘ম’য়ে বোলে মঘাই হালোৱাৰ বোকালৈ বৰ ঘিণ পিছে পথাৰ�... অংকুৰিতা ফুকন পঢ়ক →
প্ৰবন্ধ আৰ্কাইভ ৮ জুলাই, ২০২২ সৰ্প-দংশন মূল : কেশৱ শংকৰ পিল্লাইৰ “স্নে’ক-বাইট” অনুবাদ : বিদিশা দত্ত এদিন ঘৰৰ চোতালত মই সৰু সাপ এটা দেখা পালোঁ। সাপটো লাহে লাহে বগাই আহি আছিল... অন্যযুগ সাহিত্য পৰিষদ পঢ়ক →
গল্প আৰ্কাইভ ৮ জুলাই, ২০২২ ৰঘু বাচফৰ শিল্পীকা ৰাজগুৰুৰঘু বাচফৰক শঙ্খলীনাই লগ পাইছিল এক অগতানুগতিক পৰিস্থিতিত। তাইৰ দৈনন্দিন জীৱনটো আচলতে অতিশয় ব্যস্ততাময়, মহানগৰীৰ এখন... শিল্পীকা ৰাজগুৰু পঢ়ক →
কবিতা আৰ্কাইভ ৮ জুলাই, ২০২২ কবিতাৰ শাও লাগি নাৰীবোৰ নষ্ট হ’ল পুলেন ৰাজ ডেকাউৰু উলিয়াই বহি থকা নাৰীবোৰ একোটা কবিতা ৷ কবিতা পুৰুষবোৰো এনেকি কাগজ কলম চিঞাহী দোৱাতবোৰো কবিতা নোকোৱা কথাবোৰ অদেখা অজানা... পুলেন ৰাজ ডেকা পঢ়ক →
কবিতা আৰ্কাইভ ৮ জুলাই, ২০২২ কলি যুগৰ গান কেশৱ চাউ অলপ আগতে তিনিজন মানুহ মোৰ ভাড়াঘৰৰ কাষেদি যোৱা দেখিছিলোঁ মুখত মৌনতা হাতত সময়ৰ নিচা-নগ্নতা কপালত ৰঙা বেলিৰ ছাঁ তেওঁলোক বাৰু... কেশৱ চাউ পঢ়ক →
কবিতা আৰ্কাইভ ৮ জুলাই, ২০২২ এতেকে তেওঁ মোৰ নীলাভ সৌৰভ এদিন এজন সাধুবাবাই বাটতে মোৰ দেউতাক লগ পাই ক'লে—তোমাক মই এপদ সামগ্ৰী দিমতুমি তিনিমাহ তাক কঢ়িয়াই লৈ ফুৰিব লাগিবযদিহে তুমি... নীলাভ সৌৰভ পঢ়ক →
প্ৰবন্ধ আৰ্কাইভ ৮ জুলাই, ২০২২ জলসংকট আৰু আমাৰ পৃথিৱী পঙ্কজ বৰুৱা আমি সৰুতে পঢ়িবলৈ পাইছিলোঁ যে পৃথিৱীৰ চাৰিভাগৰ তিনিভাগেই পানীয়ে আগুৰি আছে৷ আমাৰ মনলৈ এই চিন্তা আহে পৃথিৱীত ইমান বেছিকৈ পানী... পঙ্কজ বৰুৱা পঢ়ক →
প্ৰবন্ধ আৰ্কাইভ ৩০ জুন, ২০২২ শিল্পকলা শিল্পকলা শিতানত এইবাৰ আগ বঢ়াইছোঁ “অনুপ কুমাৰ শৰ্মাৰ শিল্পকৰ্ম : ব্যক্তিগত বিন্যাসৰ পৰা সামূহিক সংযুতিলৈ” শীৰ্ষক প্ৰবন্ধৰে সম্পৰ্কি�... জ্যোতি খাটনিয়াৰ পঢ়ক →
শিশুজগত আৰ্কাইভ ৩০ জুন, ২০২২ অকণিয়ে অঁকা ছবি ‘অকণিয়ে অঁকা ছবি’ শিতানত এইবাৰ আগবঢ়াইছোঁ দিল্লী পাব্লিক স্কুলৰ পঞ্চম শ্ৰেণীৰ ছাত্ৰ কুন্দনিভ দত্তই অঁকা ছবি... কুন্দনিভ দত্ত পঢ়ক →
মুক্ত বীক্ষণ আৰ্কাইভ ৩০ জুন, ২০২২ অসম আৰু বিদ্যালয়-শিক্ষা : কিছু ব্যক্তিগত অনুভৱ পঙ্কজ প্ৰতিম বৰদলৈসমগ্ৰ বিশ্বৰ ভিতৰতে ফিনলেণ্ডৰ শিক্ষাব্যৱস্থাক এক প্ৰকাৰে সমীহৰ চকুৰে চোৱা হয়৷ ফিনলেণ্ডত শিক্ষাব্যৱস্থাই... পঙ্কজ প্ৰতিম বৰদলৈ পঢ়ক →
গল্প আৰ্কাইভ ৩০ জুন, ২০২২ প্ৰাৰ্থনা নীলোৎপল বৰুৱা পাত্ৰাছ মুণ্ডা পাপী নহয়।আনমনা। অন্যমনস্ক। তাকো মাত্ৰ প্ৰাৰ্থনাৰ সময়তহে। বাকী-তেওঁ চিকাৰী ঢোৰাসাপ এটাৰ দৰেই প্ৰখৰ আৰু... নীলোৎপল বৰুৱা পঢ়ক →
উপন্যাস আৰ্কাইভ ৩০ জুন, ২০২২ মিণ্টুল হাজৰিকাৰ হালধিহাট ফাৰহান জাৱেদ কবিতাক কোনোৱে বৌদ্ধিক কছৰৎৰ সংক্ষিপ্তি বুলি কয় আৰু কোনোৱে সৰ্বসাধাৰণৰ হৃদয়ৰ আকূতি বুলিও ক’ব খোজে৷ আমাৰ বাবে কবিতা কেৱল... ফাৰহান জাৱেদ পঢ়ক →
উপন্যাস আৰ্কাইভ ৩০ জুন, ২০২২ হেৰাই যোৱা মন্দিৰৰ যাদু মূল: সুধা মূৰ্তি অনুবাদ: স্ৰোতস্বিনী তামুলী নুনি এজনী বাৰ বছৰীয়া ছোৱালী। তাই দৌৰি-ঢাপৰি, গছত উঠি বৰ ভাল পায়। তাই খায়ো ভাল পায়... মূল: সুধা মূৰ্তি পঢ়ক →
কবিতা আৰ্কাইভ ২৯ জুন, ২০২২ হোৱাটছ গয়িং অন ৰিপুঞ্জয় বৰুৱা ঋমন হোৱাটছ গয়িং অন ? ঢেৰ কিবাকিবি । দ্যা কাশ্মীৰ ফাইলছ-গংগুবাই কুঠিয়াবাড়ী ৰিলায়েঞ্চ বনাম চৰ-কাৰী চা-কৰি গৰু গা-হৰি... ৰিপুঞ্জয় বৰুৱা ঋমন পঢ়ক →
অনুবাদ আৰ্কাইভ ২৯ জুন, ২০২২ গুগল অনুবাদকত অসমীয়া ভাৰ্চুৱেল কী-ব’ৰ্ড : এক চিন্তনীয় দিশ ড॰ ভাস্কৰজ্যোতি শৰ্মা ড॰ গুণদীপ চেতিয়া ভাষা-প্ৰযুক্তিৰ জগতখনত প্ৰতিটো দিশেই অতি সূক্ষ্মভাৱে বিচাৰ-বিশ্লেষণ কৰি নাচালে বহু সময়ত আমাৰ... ড° ভাস্কৰজ্যোতি শৰ্মা আৰু ড° গুণদীপ চেতিয়া পঢ়ক →
কবিতা আৰ্কাইভ ২৯ জুন, ২০২২ ছাঁ তেজৰ দৰে বৰ্ণালী বড়া ছাঁটোৱে কথা নকয়ছাঁটোৱে উশাহ নলয়ছাঁটোৱে গানো নাগায়মাথোঁ মোক অনুকৰণ কৰে প্ৰতিটো ক্ষণতেছাঁটোৱে মোৰ পিছ নেৰেমই য’লৈকে... বৰ্ণালী বড়া পঢ়ক →
কবিতা আৰ্কাইভ ২৯ জুন, ২০২২ শিপা উদয় কুমাৰ বৰুৱা খিৰিকীৰ সিপাৰৰ গোলাপজোপাৰ লগত মোৰ প্ৰথম প্ৰেম মোৰ পৰা গোলাপজোপালৈ এটা অদৃশ্য বাট গোলাপজোপাৰ মনত এটা সপোনে শিপায় এদিন... উদয় কুমাৰ বৰুৱা পঢ়ক →
কবিতা আৰ্কাইভ ২৯ জুন, ২০২২ হাত জয়ন্ত দত্ত পানীত থাকিও পানীলৈ পানী ছটিয়াইছিলে হাতখনে আৰু দহৰ ঘেকেটনিত ডিঙিলৈকে পোত খাইছিল এদিন হাতখন নোহোৱা হ'ল একো উৱাদিহ নাই... আৰু... জয়ন্ত দত্ত পঢ়ক →
গল্প আৰ্কাইভ ২৯ জুন, ২০২২ শ্মশানত গজি উঠা তপোবন পৰিস্মিতা বৰদলৈ ‘মৃত সপোনবোৰৰ মৰিশালি এখন বুকুত কঢ়িয়ায়ো মানুহে জীয়া বাস্তৱ এটা সহি যাব পাৰে৷ দগ্ধ সপোনৰ ছাইবোৰেৰে অৱশিষ্ট জীৱনটোক মাজি... পৰিস্মিতা বৰদলৈ পঢ়ক →
অনুবাদ আৰ্কাইভ ২৯ জুন, ২০২২ কেটেপা লৈ ঘূৰি ফুৰা ল’ৰাটো মূল: ভীষ্ম চাহনীৰ “The boy with a catapult” অনুবাদ : বিদিশা দত্ত আমাৰ শ্ৰেণীত ভাল-বেয়া অসংখ্য ল’ৰা আছিল। তাৰ মাজত বোধৰাজ আটাইতকৈ... মূল: ভীষ্ম চাহনী পঢ়ক →
কবিতা আৰ্কাইভ ২৯ জুন, ২০২২ কণ-কবিতা অনসূয়া বৰঠাকুৰ (১) জালুকবাৰীৰ তালুকদাৰে পিন্ধি মিবু-গালুক, শেলুক বুটলি থাকোঁতেই ওলালহি এটা ভালুক। &n... অনসূয়া বৰঠাকুৰ পঢ়ক →