অনুবাদ আৰ্কাইভ ২৯ জুন, ২০২২ অপ্ট’মেট্ৰি (Optometry) ড° বুলজিৎ বুঢ়াগোহাঁই অপ্ট’মেট্ৰি (Optometry) পাঠ্যক্ৰমত মানৱ দেহৰ অন্যতম অংগ চকুৰ গঠন আৰু কাৰ্যপদ্ধতিৰ বিষয়ে অধ্যয়ন কৰা হয়... ড° বুলজিৎ বুঢ়াগোহাঁই পঢ়ক →
শিশুজগত আৰ্কাইভ ২৯ জুন, ২০২২ চৰাই চিনো আহক – ৩ হেমন্ত গগৈ অসমীয়া নাম : ম’ৰা চৰাই ইংৰাজী নাম : Indian Peafowl/Common Peafowl বৈজ্ঞানিক নাম : Nycticebus bengalensis সংৰক্ষণ স্থিতি :... হেমন্ত কুমাৰ গগৈ পঢ়ক →
উপন্যাস আৰ্কাইভ ২৮ জুন, ২০২২ দাহালথুংগ্ৰি: এখন মননশীল উপন্যাস ড° পোনা মহন্ত ‘দাহালথুংগ্ৰি’ – অসমৰ অন্যতম ভূমিপুত্ৰ বড়োসকলৰ মাজত অতীজৰে পৰা চলি অহা এক বিশেষ লোকনৃত্য৷ খেৰাই পূজাত জনগোষ্ঠীটোৰ প্ৰধান... ড° পোনা মহন্ত পঢ়ক →
প্ৰবন্ধ আৰ্কাইভ ২৮ জুন, ২০২২ বানপানীৰ দিনৰ ভাবৰ বুৰবুৰণি বানপানীৰ দিনৰ ভাবৰ বুৰবুৰণিএইবাৰ শেষ বহাগতে বানপানীৰ বতৰ আৰম্ভ হ’ল আৰু জেঠ মাহত বানে অসমৰ বহুখিনি অঞ্চল প্লাৱিত কৰিলে (এতিয়াও ন ন ঠাই�... অন্যযুগ সাহিত্য পৰিষদ পঢ়ক →
গল্প আৰ্কাইভ ২৮ জুন, ২০২২ কাল-অকাল মিনাৰা হুছেইন বৰষুণৰ টোপালবোৰ মোৰ চকু-মুখত পৰিছে। হাতৰ ক’লা ছাতিটো খুলি ল’লোঁ। এই ক’লা ৰংটো মোৰ খুব পছন্দৰ। এই যে বৰ্ষাময়ী আবেলিটো... মিনাৰা হুছেইন পঢ়ক →
গল্প আৰ্কাইভ ২৮ জুন, ২০২২ এটা ভৰুণ দুপৰৰ ‘ৰাইটাৰ্লি’ কথকতা ভাস্কৰ জ্যোতি নাথ কপৌৱে ৰুণ দিয়া এটা ভৰুণ দুপৰীয়া৷ ৰদে জলমল পৃথিৱী৷ গল্পটো লিখিবলৈ লৈ মোৰ হঠাতে ষ্টক হাউচেইনলৈ মনত পৰি গ’ল৷ কেনেকুৱা... ভাস্কৰ জ্যোতি নাথ পঢ়ক →
অনুবাদ আৰ্কাইভ ২৭ জুন, ২০২২ ৰঘুবংশ মূল : মহাকবি কালিদাস অনুবাদ : কৌস্তুভমণি শইকীয়া দত্ত দ্বিতীয় অধ্যায় প্ৰহাৰ কৰিবলৈ উদ্যত সোঁহাতৰ আঙুলিয়ে স্পৰ্শ কৰাতকাঁড়ৰ পাখি ৰঞ্জি�... মূল: মহাকবি কালিদাস পঢ়ক →
গল্প আৰ্কাইভ ২৭ জুন, ২০২২ জাহ্নৱীৰ এটা গল্প পুলিন কলিতা … আৰু তাৰ পাছত ভগীৰথ গৈ গৈ হিমগিৰি পৰ্বত পালেগৈ৷ হিমগিৰিৰ বুকু খান্দি কল্কলাই বৈ আছে জাহ্নৱী নৈ৷ জাহ্নৱী নৈৰ পাৰত, এটা... পুলিন কলিতা পঢ়ক →
কবিতা আৰ্কাইভ ২৫ জুন, ২০২২ পাবলো নেৰুডাৰ ছনেট-৮১ অনুবাদ : ড° দীপমণি দাসতেওঁ আন কোনো নহয়তেওঁ প্ৰেয়সী মোৰনিদ্ৰাত ডুবি ৰোৱা সপোন মোৰতুমি গুচি যাবা, আমি গুচি যাম একেলগেইসময়ৰ সাগৰ... (পাবলো নেৰুদাৰ কবিতা) পঢ়ক →
মুক্ত বীক্ষণ আৰ্কাইভ ২৫ জুন, ২০২২ হিতে বিপৰীত সঞ্জীৱ সভাপণ্ডিত এইবাৰৰ বিশ্ব পৰিৱেশ দিৱসৰ দিনাখন (৫/৬/২০২২) গুৱাহাটীৰ পৰা প্ৰায় ৭০ কিলোমিটাৰ দূৰৈৰ এখন ঠাইত অনুস্থিত এটা অনুষ্ঠানলৈ... সঞ্জীৱ সভাপণ্ডিত পঢ়ক →
অনুবাদ আৰ্কাইভ ২৫ জুন, ২০২২ ঈশ্বৰ আৰু পুৰুষৰ বিৰুদ্ধে প্ৰথমগৰাকী বিদ্ৰোহিনী : লিলিথ মূল : উত্তম দত্ত অনুবাদ : ময়ূৰী শৰ্মা বৰুৱা(লেখক পৰিচিতি : উত্তৰ বঙ্গ বিশ্ববিদ্যালয়ৰ কোচবিহাৰ কেম্পাছত বাংলা ভাষা-সাহিত্যৰ... মূল: উত্তম দত্ত পঢ়ক →
কবিতা আৰ্কাইভ ২৫ জুন, ২০২২ নৰেন মজুমদাৰৰ তিনিটা কবিতা নৰেন মজুমদাৰ (জন্ম ১৯৪৮) এটি বহল পৰিপ্ৰেক্ষিতত কবিয়ে জীৱন আৰু জগতক নিৰীক্ষণ কৰিব পাৰিছে বুলিয়েই ব্যক্তিগত হৈও নৰেন মজুমদাৰৰ কবিতা... নৰেন মজুমদাৰ পঢ়ক →
অনুবাদ আৰ্কাইভ ২৪ জুন, ২০২২ মাংস খাব? কোনো প্ৰাণীক নমৰাকৈ! অভিজিত শৰ্মা বৰুৱামাংস কি?মাংস হ’ল কোনো প্ৰাণীদেহৰ পৰা পাব পৰা এবিধ উচ্চ প্ৰটিনযুক্ত খাদ্য। সেই হিচাপে চাবলৈ গ’লে ‘মাছো’ আচলতে মাংসই... অভিজিত শৰ্মা বৰুৱা পঢ়ক →
অনুবাদ আৰ্কাইভ ২৪ জুন, ২০২২ ধৃতৰাষ্ট্ৰৰ সঞ্জয় আৰু অক্ষমৰ জালুক কিংবা বৃদ্ধাৱস্থাৰ যন্ত্ৰমানৱ ড০ ভাৰত বৰুৱামহৰ্ষি বেদব্যাস দেৱৰ ৰচিত মহাকাব্য মহাভাৰতৰ এক অনৱদ্য চৰিত্ৰ হৈছে সঞ্জয়। সঞ্জয় হস্তিনাপুৰৰ কুৰুবংশী অন্ধ ৰজা ধৃতৰাষ্ট্ৰৰ... ড° ভাৰত বৰুৱা পঢ়ক →
কবিতা আৰ্কাইভ ২৪ জুন, ২০২২ বিষয় বিষধৰ ধন দাসহতচকিত ঈশ্বৰআচৰিত কি তৈয়াৰ কৰিলেদুখন হাত দুখন ভৰি দুটা চকু সকলোৰে ওপৰত এটা জৈৱিক কম্পিউটাৰ ইমান ভয়ংকৰ যেমাত মাতিব জানে খোজ কাঢ়িব... ধন দাস পঢ়ক →
অনুবাদ আৰ্কাইভ ২৪ জুন, ২০২২ বৰ্ণাশুদ্ধিৰ তিতা-কেঁহা কিছুমান গীতাৰ্থী গোস্বামী‘এই মানুহজনীয়ে অলপ বেছি কৰে। তেওঁহে যেন সকলো বানান জানে! ইমান কষ্ট কৰি এসোপা লিখিলোঁ, এওঁ আক’ বানানত ভুল ধৰে!’ মই... গীতাৰ্থী গোস্বামী পঢ়ক →
অনুবাদ আৰ্কাইভ ২৪ জুন, ২০২২ নামঘৰত যজ্ঞ : শাক্তৰ বৈষ্ণৱ ধৰ্মৰ আগ্ৰাসন নে বহি:শক্তিৰ অসমীয়াত্ব নিৰ্মূল? ৰিপুঞ্জয় গগৈ(১) “নামঘৰ” মানেই যাগ-যজ্ঞৰ প্ৰতিমুখে থিয় দিয়া, গতি কৰা, কেৱল হৰিনাম চৰ্চা কৰা, নাম-কীৰ্তনপ্ৰধান এটা সুসংহত আনুষ্ঠানিক... ৰিপুঞ্জয় গগৈ পঢ়ক →
উপন্যাস আৰ্কাইভ ১৯ জুন, ২০২২ বচা বকুল ৰমানন্দন বৰাএঘাৰ পুৱাতে খবৰটো বকুল চাপৰিত ৰজন্জনাই গ’ল৷ বোপাৰাম বিষয়াৰ চোতালত মানুহে জুম বান্ধিলে৷ নিশাটো কাৰো চকুত চকু নালাগিল৷... ৰমানন্দন বৰা পঢ়ক →
কবিতা আৰ্কাইভ ১৪ জুন, ২০২২ সাহসেৰে কৌশিক বাস্যসছায়াৰ দৰে ঘূৰি থাকে মনতেজটুপিকে দিয়াঁমাৰ কৰঙন ফালি বৈ আহিছেবন্ধুহঁতে গা উজান দি চাইছেআলৰ কাউৰীয়ে ৰমলিওৱাযদিও কৰি থাকোঁ... কৌশিক বাস্যস পঢ়ক →
অনুবাদ আৰ্কাইভ ১১ জুন, ২০২২ অনুপ কুমাৰ শৰ্মাৰ শিল্পকৰ্ম : ব্যক্তিগত বিন্যাসৰ পৰা সামূহিক সংযুতিলৈ জ্যোতি খাটনিয়াৰ ‘মানুহৰ অৱয়বক (Human Figure) বাদ দি যেন একোৱেই ভাবিব নোৱাৰোঁ৷ আকৌ সেইবোৰৰ মাজলৈ ঘূৰি আহোঁ৷’ শিল্পৰ ৰসাস্বাদনত শিল্পীৰ... জ্যোতি খাটনিয়াৰ পঢ়ক →
মুক্ত বীক্ষণ আৰ্কাইভ ১ জুন, ২০২২ শংকৰদেৱৰ ৰাজনৈতিক বিচক্ষণতা আৰু ইয়াৰ সুদূৰপ্ৰ্সাৰী প্ৰভাৱ পংকজ প্ৰতিম বৰদলৈ অসমীয়া জাতি বহুধাবিভক্ত হৈ সমাজ আৰু জাতীয় জীৱনৰ শৃংখলাৰ বিভাজনৰ সম্মুখীন হোৱা এছোৱা সংকটময় সময়তে, অসমীয়া সমাজ জীৱনৰ... পঙ্কজ প্ৰতিম বৰদলৈ পঢ়ক →
অনুবাদ আৰ্কাইভ ১ জুন, ২০২২ ফুটৱেৰ ডিজাইনিং (Footwear Designing) ড° বুলজিৎ বুঢ়াগোহাঁই ফুটৱেৰ ডিজাইনিং (Footwear designing) পঢ়ি ছাত্ৰ-ছাত্ৰীসকলে কেৰিয়াৰ গঢ়িব পাৰে৷ ইয়াৰ বাবে ছাত্ৰ-ছাত্ৰীসকলে সাধাৰণতে... ড° বুলজিৎ বুঢ়াগোহাঁই পঢ়ক →
মুক্ত বীক্ষণ আৰ্কাইভ ৩১ মে’, ২০২২ নায়ক-চিন্তানায়কৰ লেখ-আলেখলেখ সঞ্জীৱ সভাপণ্ডিত ‘জাংফাই জোনাক’ চিনেমাখনত মই প্ৰথমতেই এখন মঞ্চত উষা-চিত্ৰলেখাৰ এটা ৰূপকাত্মক মৌন দৃশ্যৰ অৱতাৰণা কৰিছিলোঁ৷ সংমিশ্ৰি�... সঞ্জীৱ সভাপণ্ডিত পঢ়ক →
শিশুজগত আৰ্কাইভ ৩১ মে’, ২০২২ মৰমৰ পদ্য স্মৃতিৰেখা দেৱীমনোৰম হাজৰিকা ল’ৰাটিৰ নাম,কম্পিউটাৰ গে’ম খেলে, নাই আন কাম ৷পঢ়াৰ কথা ক’লে তাৰ পেটটো বিষায়,আৰু লৰালৰি কৰি কেনিবা লুকায়... স্মৃতিৰেখা দেৱী পঢ়ক →