৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

অসমীয়া আৰু ইংৰাজী সন্ধান (Search Archive)

অন্যযুগৰ সমগ্ৰ প্ৰবন্ধ, কবিতা, গল্প আৰু ঐতিহাসিক সংগ্ৰহালয়ৰ ভিতৰত সন্ধান কৰক।

মুঠ ৩০৩৭ টা ফলাফল
পৃষ্ঠা ১০৬ / ১২৭ (প্ৰদৰ্শন: ২৪ টা)
অনুবাদ আৰ্কাইভ
২৮ জুন, ২০২১

অসময়

মূল : হুমায়ূন আহমেদ অসমীয়া অনুবাদ : জোনালী পাটোৱাৰী ঘৰৰ ভিতৰ সোমায়েই দেখিলোঁ‌— বহাকোঠাৰ ছ’ফাত হালধীয়া কাপোৰ এখন গাত লৈ কোনোবা এজন শুই...

মূল:হুমায়ূন আহমেদ পঢ়ক →
অনুবাদ আৰ্কাইভ
২৮ জুন, ২০২১

অপযশ

মূল : এণ্টন ছেখভ অনুবাদ : ড০ ৰমেশ চন্দ্ৰ গোস্বামী (এণ্টন পাভল’ভিচ ছেখভ আছিল বিশ্বৰ সৰ্বকালৰ শ্ৰেষ্ঠ চুটিগল্পকাৰসকলৰ মাজ�...

মূল:এণ্টন ছেখভ পঢ়ক →
কবিতা আৰ্কাইভ
২৮ জুন, ২০২১

বাষষ্ঠি

অনুভৱ তুলসী বাষষ্ঠিৰ মন গ’লেই পেবলো পিকাচ’ৰ ছবিৰ একাধিক মুখ আৰু চকুৰ গতিৰ স’তে চাব্বিছৰ বলুকা ওলায়গৈ৷ তাৰপৰা চাকি জ্বলোৱা সন্ধিয়াৰ...

অনুভৱ তুলসী পঢ়ক →
কবিতা আৰ্কাইভ
২৭ জুন, ২০২১

নুবুজা কথাবোৰ…

ডেইজী অনুৰঞ্জনা . যিবোৰ কথা বুজিব পৰা নাছিলোঁ সেইবোৰ এতিয়া লাহে লাহে বুজিব ধৰিছোঁ . নুবুজা কথাবোৰৰ বাবেই আমি এৰি আহোঁ আত্মীয়তা, এৰি...

ডেইজী অনুৰঞ্জনা পঢ়ক →
কবিতা আৰ্কাইভ
২৭ জুন, ২০২১

এই চহৰ

ভাস্কৰ জে নাথ আগৰ দৰেই হ’ৰ্ডিংবোৰইলেক্ট্ৰিক খুঁটাবোৰইমান শালিকী : মাতি আছে ইলেক্ট্ৰিক তাঁৰত বহিইমান কাউৰী : কা কা কৰিতেনেকৈয়ে...

ভাস্কৰ জে নাথ পঢ়ক →
কবিতা আৰ্কাইভ
২৭ জুন, ২০২১

ৰামানুজনৰ ক’লা ছাতিটো হেৰাল

নিবিড় অনুৰাগ মানস পুৱাৰ চাহকাপত চুমুক দিবৰ সময়ৰে পৰাৰামানুজনে মনত পেলাব পৰা নাইতেওঁ পাহৰিছে কি? গছ কাটি গছ ৰোৱাৰ ফুলজাৰি মৰা...

নিবিড় অনুৰাগ মানস পঢ়ক →
কবিতা আৰ্কাইভ
২৭ জুন, ২০২১

বিষয় : বুদ্ধ

মিণ্টুল হাজৰিকা ৰাতিৰ বিছনাখনত কথাবোৰ পিটিকি চাওঁবুদ্ধ শ্ৰমিক হোৱা কথাবুদ্ধই কাৰখানা গঢ়াৰ কথা গোটেই দিনটো মোৰ কামিজৰ পকেটত বুদ্ধ শুই...

মিণ্টুল হাজৰিকা পঢ়ক →
কবিতা আৰ্কাইভ
২৭ জুন, ২০২১

জিন্-জিননিৰ পদ্য

চন্দন গোস্বামী চিনে নেমোৰ শৰীৰটোৱেমোক ফুচকাৰ টেঙাপানীত ওপঙেঅকণ আকাশউহোৱা আলুপ্ৰাচীন সাঁথৰৰ মই বুলি কৈমোৰ বুলি কৈদেহটোবণিকৰমই মোৰ...

চন্দন গোস্বামী পঢ়ক →
গল্প আৰ্কাইভ
২৭ জুন, ২০২১

ভোগকচু-ভকেবুলাৰী

নীলোৎপল বৰুৱা টোকাপৰুৱাটোহে যেন… ইবাৰ গৈছে বুন্দিয়া গুটি এটা আনিছে.. সিবাৰ গৈছে বুন্দিয়া গুটি এটা আনিছে… হৰ্ষদাই ইটোৰ পাছত সিটো টোপোলা...

নীলোৎপল বৰুৱা পঢ়ক →
কবিতা আৰ্কাইভ
২৭ জুন, ২০২১

পুষ্পক ৰথৰ দৰে

হেমচন্দ্ৰ কছাৰী কালজয়ী কোনো নহয় তুমিও ক্ৰমান্বয়ে পুৰণি হৈ গৈয়ে আছাসেইবুলি হাত বাগৰিবলৈ নিদিওঁ দিয়াতুমি জানানে নাজানা নাজানোপুৰণিয়েই যে...

হেমচন্দ্ৰ কছাৰী পঢ়ক →
অনুবাদ আৰ্কাইভ
২৭ জুন, ২০২১

সম্পাদকলৈ চিঠি

‘এক আচৰিত সৌভাগ্য’ পঢ়িজুন মাহৰ ‘অন্যযুগ’-ত সঞ্জীৱ সভাপণ্ডিতৰ ‘এক আচৰিত সৌভাগ্য’ এটা অৰ্থপূৰ্ণ কবিতা, এটা প্ৰেৰণাময় গান, এক ভাবোদ্দীপক...

ড° পৰমানন্দ মহন্ত পঢ়ক →
গ্ৰন্থ আলোচনা আৰ্কাইভ
২৭ জুন, ২০২১

বিজয়িনী– মহিলা বিজ্ঞানীৰ জীৱনী সংগ্ৰহ

ড০ পৰমানন্দ মহন্ত কুৰি শতিকাৰ আগলৈকে উচ্চ শিক্ষাৰ ক্ষেত্ৰত মহিলাক কোনো দেশতেই উৎসাহ যোগোৱা হোৱা নাছিল৷ সেই কালত বিজ্ঞানৰ শিক্ষা মহিলাৰ...

ড° পৰমানন্দ মহন্ত পঢ়ক →
অনুবাদ আৰ্কাইভ
২৬ জুন, ২০২১

মোৰ নীলা কুকুৰা

মূল : এন গ্ৰেভাবানুবাদ : যশোৱন্ত নিপুণ মই মোৰ নীলা কুকুৰাজনীক এটা গান শুনাওঁ ৷ মই তাইৰ ডেউকা দুখন মোৰ গাত মেৰিয়াই লওঁ ৷ শিয়ালটোৱে তাইৰ...

মূল : এন গ্ৰে পঢ়ক →
গল্প আৰ্কাইভ
২৬ জুন, ২০২১

ছাঁ

অত্ৰেয়ী গোস্বামী দুয়োজন লগ হওঁতে তেওঁলোকৰ ভৰ যৌৱন৷ অৱশ্যে তাহানিৰ দিনবোৰত যৌৱনৰ উন্মাদনা ৰাইজৰ বৰ কম আছিল৷ আচলতে কম আছিল নে প্ৰকাশ...

অত্ৰেয়ী গোস্বামী পঢ়ক →
অনুবাদ আৰ্কাইভ
২৬ জুন, ২০২১

বিদেশত অধ্যয়নৰ বাবে আগ্ৰহী ছাত্ৰ-ছাত্ৰীসকলে কেনেদৰে প্ৰস্তুতি চলাব

ড° বুলজিৎ বুঢ়াগোহাঁই বিদেশত অধ্যয়নৰ বাবে আগ্ৰহী শিক্ষাৰ্থীজনৰ সৰ্বপ্ৰথম খোজটো হ’ব সঠিক পাঠ্যক্ৰম নিৰ্বাচন কৰা। সাধাৰণতে, ভাৰতবৰ্ষৰ সৰহ...

বিদেশত অধ্যয়নৰ বাবে আগ্ৰহী ছাত্ৰ-ছাত্ৰীসকলে কেনেদৰে প্ৰস্তুতি চলাব পঢ়ক →
প্ৰবন্ধ আৰ্কাইভ
২৬ জুন, ২০২১

শ্ৰমৰ মৰ্যাদা আৰু অসমীয়াৰ দুৰ্দশা

ইতিমধ্যে অসমৰ নতুন চৰকাৰখনৰ বয়স এমাহতকৈ বেছি হ’ল৷ এই এটা মাহত চৰকাৰখনে ৰাজ্যৰ উন্নতিৰ কাৰণে কি কি কৰিছে সেয়া স্পষ্ট হৈ উঠিবৰ সময় হোৱা...

অন্যযুগ সাহিত্য পৰিষদ পঢ়ক →
প্ৰবন্ধ আৰ্কাইভ
২৬ জুন, ২০২১

ৰং ৰং ৰং— মাথোঁ ৰং

সঞ্জীৱ সভাপণ্ডিত ৰং আহে পাখি মেলি৷ এই কথাটো যেতিয়াই শুনিছিলোঁ তেতিয়াই মোৰ মনলৈ এটা বহল বহল ভাব আহিছিল৷ সৰুতে বহল ঠাই মানে পথাৰখনকে...

সঞ্জীৱ সভাপণ্ডিত পঢ়ক →
গল্প আৰ্কাইভ
১৯ জুন, ২০২১

দেওপুখুৰীৰ দুপৰীয়া

নিৰ্মালি নয়নতৰা চতিয়নাজোপাৰ তলত দেওপুখুৰীটো৷ নহয়, নহয় দেওপুখুৰীৰ পাৰতহে চতিয়নাজোপা! অকল চতিয়নাইনে? পাৰৰ শাল, সোণাৰু, ভোমোৰা, তিতাচঁপা...

নিৰ্মালি নয়নতৰা পঢ়ক →
কবিতা আৰ্কাইভ
১৯ জুন, ২০২১

হাতী বনাম পৰুৱা

ঋষভ নাথ তুলাচনীৰ এফালে এটা হাতী আনফালে এটা পৰুৱা তুলি দি উকীলে ক’লে - চাওক এতিয়া মহাশয় হাতী মাৰিলে যিমান ডাঙৰ অপৰাধ হয় পৰুৱা মাৰিলে...

ঋষভ নাথ পঢ়ক →
কবিতা আৰ্কাইভ
১৯ জুন, ২০২১

বয়ন পৰ্ব

মদাৰজ্যোতি নেচা সূতা মেৰিওৱা চেৰেকী দ্ৰৌপদী নহয় যে দুৰ্যোধন যঁতৰৰ নিৰ্দেশনাত উঘা দুঃশাসনে টানিয়েই থাকিব উঘায়ো সপোন দেখে বোৱনীৰ চানেকীৰ...

মদাৰজ্যোতি‍ পঢ়ক →
অনুবাদ আৰ্কাইভ
১৯ জুন, ২০২১

চলাপথাৰ যাম, খাইলং খাম

লুইতজ্যোতি ১৯৭২ চনৰ বন্যপ্ৰাণী সংৰক্ষণ আইনৰ জৰিয়তে ভাৰত ৰাষ্ট্ৰই বনজ প্ৰাণী তথা উদ্ভিদ সম্পদৰ সংৰক্ষণৰ বিশেষ ব্যৱস্থা কৰিছে৷...

লুইতজ্যোতি‍ পঢ়ক →
অনুবাদ আৰ্কাইভ
১৯ জুন, ২০২১

দাৰ্জিলিঙৰ আপেলমুখীয়া ছোৱালীজনী

অংগনা চৌধুৰী একা-বেঁকা পথ, ঠাণ্ডা বতাহ, সেউজ বিৰিখ, বাটত ৰৈ লোৱা গৰম কফি আৰু ম’ম’ৰ সোৱাদ৷ দাৰ্জিলিংখনতকৈ বেছি প্ৰিয় মোৰ দাৰ্জিলিঙলৈ গৈ...

অংগনা চৌধুৰী পঢ়ক →
গল্প আৰ্কাইভ
১৯ জুন, ২০২১

সোণৰ কণীৰপৰা সোণৰ কণালৈ

পৰী পাৰবীন আদম আৰু ইভৰ বীজগণিতীয় সূত্ৰটোৰ সৈতে যুঁজ দিয়াৰ সময় এটা আহি পৰিছিল হঠাতে মোৰ জীৱনত। ধৰি লোৱা হৈছিল, আদমে ফলটো নাখাব আৰু...

পৰী পাৰবীন পঢ়ক →
উপন্যাস আৰ্কাইভ
১ জুন, ২০২১

চ্যালুইনৰ পৰা লুইতলৈ

ড০ চন্দ্ৰধৰ চমুৱা(যোৱা সংখ্যাৰ পিছৰ পৰা)ছ্যুৱে‍ দুৱাৰে দুৱাৰে ভুমুকিয়াই গৈ আছে। এঠাইত সি থমকি ৰ’ল। পঁজাৰ দুৱাৰমুখতে দুটা মানুহে...

ড˚ চন্দ্ৰধৰ চমুৱা পঢ়ক →