৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

অসমীয়া আৰু ইংৰাজী সন্ধান (Search Archive)

অন্যযুগৰ সমগ্ৰ প্ৰবন্ধ, কবিতা, গল্প আৰু ঐতিহাসিক সংগ্ৰহালয়ৰ ভিতৰত সন্ধান কৰক।

মুঠ ৩০৩৭ টা ফলাফল
পৃষ্ঠা ১১২ / ১২৭ (প্ৰদৰ্শন: ২৪ টা)
গল্প আৰ্কাইভ
২৬ ফেব্ৰুৱাৰী, ২০২১

অহৈতুকী

চন্দনা পাঠক ছেফ্‌টি পিনৰ প্ৰেমত একেলগে পৰিল ক্লথ ক্লিপ্‌ আৰু ফাইল পিন্৷ নপৰিবনো কিয়? ছেফ্‌টি পিনৰ যিহে লাৱনী শৰীৰ! চিক্‌চিকীয়া৷ তাতে...

চন্দনা পাঠক পঢ়ক →
কাৰ্টুন আৰ্কাইভ
২৬ ফেব্ৰুৱাৰী, ২০২১

বেহুৱা

চিৰঞ্জীৱ দত্ত ...

চিৰঞ্জীৱ দত্ত পঢ়ক →
কবিতা আৰ্কাইভ
২৬ ফেব্ৰুৱাৰী, ২০২১

খিট ধেই খিট টাও

লুইত কিৰণ দাস ঢোলে গুমেগুমায় অ’ সোণপখিলী,এই যৌৱনতে ক’লৈ পলালি?(পলাল নে বান?)টেটৌ মাহীয়ে নাতিনীয়েকৰ বিয়াত কঁপাই দিছিল চোতালবানে-গানে...

লুইত কিৰণ দাস পঢ়ক →
কবিতা আৰ্কাইভ
২৬ ফেব্ৰুৱাৰী, ২০২১

প্ৰাণ কপোঁৱা আন্ধাৰ, হঠাৎ স্ফুলিংগ... ইত্যাদি

দেৱাশিস বুঢ়াগোহাঁই এজন কবি আহিছিল, হাতত আধালিখা কবিতা এটা কবিতাটোৰ দুটামান শাৰীত আছিল বাল্মীকিৰ আখৰ দুটামানত হ’মাৰৰ দুটামানত বাইৰনৰ...

দেৱাশিস বুঢ়াগোহাঁই পঢ়ক →
কবিতা আৰ্কাইভ
২৬ ফেব্ৰুৱাৰী, ২০২১

মিতালি-কল্যাণ

উচ্চজিৎ দশগিৰি তাহানি এদিন শ্ৰাৱস্তীৰ অৰণ্যত সৌম্য প্ৰশান্তিৰে বুদ্ধই ক’লে, ‘‘বন্ধু হোৱা, শান্তি পাবা!’’ অঙ্গুলিমালৰ হাতৰপৰা উদ্য�...

উচ্চজিৎ দশগিৰি‍ পঢ়ক →
কবিতা আৰ্কাইভ
২৬ ফেব্ৰুৱাৰী, ২০২১

শীতকথা

শিখা গোস্বামী মহন্ত গালত শীতল চুমা যাচি এয়া জাৰৰ আৰু এটি দোকমোকালি… কুঁৱলী ফালি ফালি গৈ থাকোঁ ইথাৰৰ ইপাৰৰ ডাঠ কহুঁৱা অত কুঁৱলীতো মই...

শিখা মহন্ত গোস্বামী পঢ়ক →
কবিতা আৰ্কাইভ
২৬ ফেব্ৰুৱাৰী, ২০২১

অথবা প্ৰেম

কৌশিক জ্যোতি বৰা একে নহয় যদিও ৰণ আৰু ৰণাংগন,একেই ভাগৰ যুদ্ধ আৰু প্ৰেমত।এইবুলি কৈ মোৰ নিচেই কাষতে বহিলহি নেপোলিয়ন...। যুদ্ধত শত্ৰুক...

কৌশিকজ্যোতি বৰা পঢ়ক →
কবিতা আৰ্কাইভ
২৬ ফেব্ৰুৱাৰী, ২০২১

নিৰ্মাণ

লক্ষ্যজিৎ বৰা কবিতাৰ নিৰ্মাণ পানীকথা৷ লুটিয়াই দিওঁ৷ শিশুৰ বাবে থিঅ’ৰিৰ গুৰিবোৰ চিকুণাই দিওঁ৷আত্মপঠন জৰুৰী বাবে কেঁচা তামোলৰ ভৰুণ থোকলৈ...

লক্ষ্যজিৎ বৰা পঢ়ক →
উপন্যাস আৰ্কাইভ
২৫ ফেব্ৰুৱাৰী, ২০২১

চ্যালুইনৰ পৰা লুইতলৈ

ড° চন্দ্ৰধৰ চমুৱা(তেৰ) নাম্‌কিউ উপত্যকাৰ পূব পাৰত তিনিও ৰাজ্যৰ সন্মিলিত শক্তিয়ে ছ্যু-খান্‌-‌ফাৰ আগ্ৰাসী কাহিনীক তিনি ফালৰ পৰা বাধা...

ড˚ চন্দ্ৰধৰ চমুৱা পঢ়ক →
শিশুজগত আৰ্কাইভ
২৪ ফেব্ৰুৱাৰী, ২০২১

সেউজপুৰৰ সাধু

স্মৃতিৰেখা দেৱী (যোৱা সংখ্যাৰ পাছৰ অংশ) কেৱল সিদ্ধান্ত লোৱাই নহয়, কামবোৰো লৰালৰিকৈ কৰোৱা হ’ল৷ কাউৰীয়ে কা কৰাৰ আগতেই মহাৰাজে মলুৱাৰ...

স্মৃতিৰেখা দেৱী পঢ়ক →
অনুবাদ আৰ্কাইভ
২৩ ফেব্ৰুৱাৰী, ২০২১

মন-বিষণ্ণতা-কৰ্ম

ইপ্সিতা কন্দলী শৰ্মা মানুহ আন প্ৰাণীতকৈ পৃথক এই কাৰণেই যে মানুহৰ এটি মন আছে, মানুহে চিন্তা কৰিব পাৰে, শুদ্ধ-অশুদ্ধৰ বিচাৰেৰে নিজ...

ইপ্সিতা কন্দলী শৰ্মা পঢ়ক →
প্ৰবন্ধ আৰ্কাইভ
২২ ফেব্ৰুৱাৰী, ২০২১

ভূপেন মহন্ত সম্পাদিত ‘প্ৰান্তিক’ (১৯৬১,১৯৬২) -ৰ মেটমৰা সম্ভাৰ আৰু সুধাকণ্ঠৰ এটা গীতৰ অন্যতম ৰূপ

টিকেন্দ্ৰজিৎ গগৈ‍০১. ধৰা হওক এনে ধৰণৰ এটা প্ৰশ্নৰ অৱতাৰণা হৈছে— পাৰ্বতি প্ৰসাদ বৰুৱাৰ ‘কণ্ঠহীন : উদং পিয়লা’ আৰু নিৰ্মলপ্ৰভা বৰদলৈৰ...

টিকেন্দ্ৰজিৎ গগৈ পঢ়ক →
প্ৰবন্ধ আৰ্কাইভ
২২ ফেব্ৰুৱাৰী, ২০২১

সম্পাদকীয়

(প্ৰকৃতি আৰু শিক্ষা)অহা বাইছ মে’ তাৰিখে সমগ্ৰ বিশ্বতে জৈৱ বৈচিত্ৰ্য দিৱস, পাঁচ জুন তাৰিখে বিশ্ব পৰিৱেশ দিৱস, ষোল ছেপ্টেম্বৰৰ দিনা অ’যন...

অন্যযুগ সাহিত্য পৰিষদ পঢ়ক →
গল্প আৰ্কাইভ
২২ ফেব্ৰুৱাৰী, ২০২১

লালন ফকিৰ : হিন্দু নে যৱন?

আহমদ ছফা বাংলা মূলৰ পৰা অসমীয়ালৈ অনুবাদ: বাসুদেব দাস গভীৰ পৰিচয় উদ্‌ঘাটনৰ ক্ষমতা আমাৰ নাই। আমি আটায়ে লালন ফকিৰৰ সম্পৰ্কে যিখিনি জানো...

বাসুদেব দাস পঢ়ক →
কবিতা আৰ্কাইভ
১৭ ফেব্ৰুৱাৰী, ২০২১

চাৰি মাহৰ মালিতা

প্ৰশান্ত মিশ্ৰ ১। মেঘৰ অশ্ৰুত গজালি মেলা সপোন শাওণৰ দুপৰীয়া ডোং এটাৰ পাৰতভেকুলী এটাই পোক এটা ধৰিছিলসৰু ঢৌ তড়িৎ বেগেৰে এডাল সাপপথাৰৰ...

প্ৰশান্ত মিশ্ৰ পঢ়ক →
অনুবাদ আৰ্কাইভ
১৬ ফেব্ৰুৱাৰী, ২০২১

পাঠাগাৰ

উশাহৰ মাজতড° অমৰজ্যোতি চৌধুৰী৷ পাঞ্চজন্য৷ গুৱাহাটী, ২০২০ লেখক আৰু প্ৰকাশকে কোৱামতে এইখন এখন উপন্যাস৷ কিন্তু আমাৰ পঠন অভিজ্ঞতাই কৈছে...

অন্যযুগ পঢ়ক →
অনুবাদ আৰ্কাইভ
১৬ ফেব্ৰুৱাৰী, ২০২১

নৱীন কবিলৈ চিঠি

Letters to a Young Poetমূল (জাৰ্মান): ৰেইনাৰ মাৰিয়া ৰিল্কেএম্ জি হাৰ্টাৰ নৰ্টনে কৰা ইংৰাজী পাঠৰ পৰা অনুবাদ : ৰমানন্দন বৰানৱম পত্ৰ...

অনুবাদ: ৰমানন্দন বৰা পঢ়ক →
গল্প আৰ্কাইভ
১৬ ফেব্ৰুৱাৰী, ২০২১

পাহাৰৰ গাৰে নামি অহা সপোন

অজিত ছিংনাৰ গাঁওখনৰ পৰা কিছু নিলগত থকা জুৰিটোৰ পানী লংচৰেৰে পাহাৰৰ গাৰে অকাই-পকাই আনি ঠিক এইখিনিতে পেলোৱা হৈছে৷ ঠাইখিনিত এটা সৰু জুৰি...

অজিত ছিংনাৰ পঢ়ক →
গল্প আৰ্কাইভ
১৫ ফেব্ৰুৱাৰী, ২০২১

প্ৰসংগ : নাটক

মূল : গিৰিশ কাৰ্নাড ভাষান্তৰ : বাব্‌লু প্ৰসাদ বৰুৱাআলোচ্য বিষয়ৰ সম্পৰ্কে আলোচনা কৰিবলৈ লোৱাৰ আগতে আমি নিশ্চিত হ’ব লাগিব যে নাটক কি?...

বাব্‌লু প্ৰসাদ বৰুৱা পঢ়ক →
প্ৰবন্ধ আৰ্কাইভ
১৩ ফেব্ৰুৱাৰী, ২০২১

আপোনাৰ মূৰ!

অভিজিত শৰ্মা বৰুৱা আমাৰ মূৰৰ ভিতৰত থকা মূল বস্তু মগজুটো সঁচাকৈয়ে বৰ আচৰিত বস্তু দেই! ই হ’ল আমাৰ লাওখোলাৰ ভিতৰত থকা অলেখ স্নায়ুকোষৰ এক...

অভিজিৎশৰ্মাবৰুৱা পঢ়ক →
শিশুজগত আৰ্কাইভ
১৩ ফেব্ৰুৱাৰী, ২০২১

এন্ধাৰ-পোহৰ

জ্যোতিস্মিতা শৰ্মা পাহাৰবোৰৰ প্ৰেমত পৰিছিলোঁ হয়তো। প্ৰতিদিনে আবেলি দেউতাই নতুনকৈ লোৱা বাজাজ ছুপাৰ স্কুটাৰখনত উঠি পাহাৰ কাটি সজা ৰঙা...

জ্যোতিস্মিতা শৰ্মা পঢ়ক →
গল্প আৰ্কাইভ
১৩ ফেব্ৰুৱাৰী, ২০২১

চাউলকঠা, নাটকথা

লোপামুদ্ৰা ভট্টাচাৰ্য প্লেটফৰ্মখন জনশূন্য। নিশা ন বাজিছে। সি আৰু তাৰ লগৰ দুজন গাড়ীৰ ভিতৰতে আছে। ট্ৰেইনখন হয়তো দহমান বজাতহে পাবহি...

লোপামুদ্ৰা ভট্টাচাৰ্য পঢ়ক →
অনুবাদ আৰ্কাইভ
১২ ফেব্ৰুৱাৰী, ২০২১

বকচ্ছপৰ ঠিকনা

মূল বাংলা : কান্তাৰভূষণ নন্দী অসমীয়া অনুবাদ : কুমুদ ঘোষ (কান্তাৰভূষণ নন্দীৰ জন্ম ১৯৬৯ চনত অসমৰ নগাঁও জিলাত৷ ডাঙৰ-দীঘল আৰু পঢ়া-শুনা...

অনুবাদ :কুমুদ ঘোষ পঢ়ক →
অনুবাদ আৰ্কাইভ
১২ ফেব্ৰুৱাৰী, ২০২১

বাঘৰাণী খইৰী

বাঘিনীৰ সত্য জীৱন কাহিনী‘বাঘৰাণী খইৰী’মূল : অখিল মোহন পট্টনায়কঅনুবাদ : ড° ৰত্নোত্তমা দাস বিক্ৰমকিছু দিনৰ পাছত কুকুৰপোৱলিটোৰ চকু মেল...

অনুবাদ:ড˚ পঢ়ক →