৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

অসমীয়া আৰু ইংৰাজী সন্ধান (Search Archive)

অন্যযুগৰ সমগ্ৰ প্ৰবন্ধ, কবিতা, গল্প আৰু ঐতিহাসিক সংগ্ৰহালয়ৰ ভিতৰত সন্ধান কৰক।

মুঠ ৩০৩৭ টা ফলাফল
পৃষ্ঠা ১১৫ / ১২৭ (প্ৰদৰ্শন: ২৪ টা)
কবিতা আৰ্কাইভ
২৯ ডিচেম্বৰ, ২০২০

মিৰি নাও-ফিৰি নাও

দিলীপ ফুকন বগীবিল দলংপূৰ্ব কথামালাত লিপিত খাই লাগি আছিল মিৰি নাও-ফিৰি নাও৷ চৰ্যাপদৰ নাৱৰ দৰে বোধিচিত্তস্বৰূপ নহয় এই নাও নাইবা নৈৰাত্মা...

দিলীপ ফুকন পঢ়ক →
কবিতা আৰ্কাইভ
২৯ ডিচেম্বৰ, ২০২০

উলাহেৰে উভতি চাওঁ-১০

কি নাম দি মাতিম তোমাকড০ পোনা মহন্ত মহাকবিয়ে তাহানিখনেই কৈ গৈছে নামতনো কি আছে? গোলাপক গোলাপ নুবুলি আন নামেৰে মাতিলেও একেই সুগন্ধি পোৱা...

ড˚ পোনা মহন্ত পঢ়ক →
গল্প আৰ্কাইভ
২৮ ডিচেম্বৰ, ২০২০

স্পৰ্টছমেন

মূল বাংলা: সাৰস্বত চক্ৰবৰ্তী অসমীয়া অনুবাদ: বৰ্ণালী ফুকন ‘‘দ্ৰোণাচাৰ্য হ’ল পৃথ্বীশ অধিকাৰী।’’ পুৱাৰ পৰাই মানুহজনে বাৰে বাৰে সেই একেটা...

অনুবাদ: বৰ্ণালী ফুকন পঢ়ক →
উপন্যাস আৰ্কাইভ
২৬ ডিচেম্বৰ, ২০২০

চ্যালুইনৰ পৰা লুইতলৈ‍

ড° চন্দ্ৰধৰ চমুৱা(বাৰ) কিন্তু তাৰ জীৱনৰ যিটো পঞ্চম গভীৰ আঘাত, সেইটো কিছু বেলেগ ধৰণৰ; সেয়া প্ৰকৃতিৰ দ্বাৰা বা জীৱন-প্ৰক্ৰিয়াৰ দ্বাৰা...

ড˚ চন্দ্ৰধৰ চমুৱা পঢ়ক →
কবিতা আৰ্কাইভ
২৬ ডিচেম্বৰ, ২০২০

ধৰ্ম , বিশ্বাস আৰু মানৱ সত্তা

কৰৱী বৰ্মন কলিতা ধৰ্ম হৈছে এক অলৌকিক বা অতিপ্ৰাকৃতিক সত্তাত বিশ্বাস, যি বিশ্বাসে মানুহৰ জীৱনৰ অনুভূতি আৰু ক্ৰিয়াক নিয়ন্ত্ৰণ কৰে...

নগা টেঙা আৰু নগা ঘা পঢ়ক →
প্ৰবন্ধ আৰ্কাইভ
২৬ ডিচেম্বৰ, ২০২০

অসমৰ জনজাতি : হুলস্থূলৰ পৰা প্ৰশান্তিলৈ

সঞ্জীৱ সভাপণ্ডিত জীৱনত কিছুমান শব্দ নিজে কোৱা যায় আৰু বহুত শব্দ আনে কয়, আমি শুনো৷কিছুমান শব্দ প্ৰয়োজনত সৃষ্টি হয়, কিছুমান এনেয়ে সৃষ্টি...

সঞ্জীৱ সভাপণ্ডিত পঢ়ক →
কবিতা আৰ্কাইভ
২৫ ডিচেম্বৰ, ২০২০

পাঠাগাৰ

আহুতিনগেন গোস্বামীবাণী মন্দিৰ, গুৱাহাটী, ২০১৩পৌৰাণিক বিষয়বস্তুক লৈ উপন্যাস লিখাটো বৰ সহজ নহয়৷ বিশেষকৈ বিষয়বস্তু যদি প্ৰাক মহাকাব্য...

অন্যযুগ পঢ়ক →
কবিতা আৰ্কাইভ
২৫ ডিচেম্বৰ, ২০২০

সদায় কোৱা কথাবোৰৰ পুনৰাবৃত্তি আৰু নহয়

No More Clichesমূল: অক্টাভিঅ’ পাজভাবানুবাদ: যশোৱন্ত নিপুণ ধুনীয়া মুখযি ডেইজীৰ দৰে পাহিবোৰ সূৰ্যলৈ মেলি দিয়েঠিক তেনেকৈয়েতুমি পৃষ্ঠাটো...

অসমীয়ালৈ ভাবানুবাদ: যশোৱন্ত নিপুণ পঢ়ক →
প্ৰবন্ধ আৰ্কাইভ
২৩ ডিচেম্বৰ, ২০২০

দিখৌপৰীয়া কবি হৰেন গগৈৰ কাব্যগ্ৰন্থ— ‘জাৰসন্ধ্যাৰ জুই’

ৰুদ্ৰ সিংহ মটক ..কাব্যভাষাই হৈছে কাব্যিক উৎকৰ্ষৰ মানদণ্ড (ৰবাৰ্ট ফ্ৰষ্ট)। হৰেন গগৈ অসমীয়া কাব্য জগতৰ এজন প্ৰতিষ্ঠিত কবি। কবিৰ...

ৰুদ্ৰ সিংহ মটক পঢ়ক →
শিশুজগত আৰ্কাইভ
২২ ডিচেম্বৰ, ২০২০

সেউজপুৰৰ সাধু

স্মৃতিৰেখা দেৱীঅংকন: বৰ্ণিল মহন্ত(যোৱা সংখ্যাৰ পাছৰ অংশ)প্ৰায় প্ৰতিদিনেই গধূলি হোৱাৰ লগে লগে গাহৰিসকলক দুই-তিনিটা দলত ভাগ হৈ...

স্মৃতিৰেখা দেৱী পঢ়ক →
প্ৰবন্ধ আৰ্কাইভ
২২ ডিচেম্বৰ, ২০২০

নগা টেঙা আৰু নগা ঘা

তাজহাৰুল হক প্ৰথমে সৰু গল্প এটা কৈ লওঁ। গল্প বুলিও ক’ব পাৰে বা সত্য ঘটনা হিচাপেও ধৰিব পাৰে। এয়া ১৯৫৮/৫৯ চনমানৰ ঘটনা। নগাসকল যোৰহাটলৈ...

অন্যযুগ সাহিত্য পৰিষদ পঢ়ক →
অনুবাদ আৰ্কাইভ
২১ ডিচেম্বৰ, ২০২০

বাঘৰাণী খইৰী

ড০ ৰত্নোত্তমা দাস বিক্ৰমবাঘৰাণী খইৰী : পটৰ আঁৰৰ কিছু কথা এক৷ বাঘ, আমি আৰু কিছু সাৰ্বজনীন ব্যক্তিগত অসমীয়া সমাজৰ আন যিকোনো এটা শিশুৰ...

অনুবাদ: পঢ়ক →
কবিতা আৰ্কাইভ
২০ ডিচেম্বৰ, ২০২০

সোণালী আৰু কমলা এই শতিকাৰ প্ৰিয়তম ৰং

নিয়ৰকণা কাশ্যপ সোণালী আৰু কমলা এই শতিকাৰ প্ৰিয়তম ৰং, বুজিছাসেয়ে নৈ পুতি বিৰিখ ঢাকি বাঢ়ি আহিল মৰুভূমি তেওঁৰ মাতত আছিল উচুপনি�...

নিয়ৰকণা কাশ্যপ পঢ়ক →
কবিতা আৰ্কাইভ
২০ ডিচেম্বৰ, ২০২০

ইমানবোৰ

অনুভৱ তুলসী আপুনিয়েই কওকচোন, মোৰ মূৰে কাম নকৰা হৈছে উল্কাপাত অৱস্থান —উৰু নাভি দুদু নিতম্ব আপুনিয়েই কওকচোন, মোৰ মূৰে কাম নকৰা হৈছে...

অনুভৱ তুলসী পঢ়ক →
কবিতা আৰ্কাইভ
২০ ডিচেম্বৰ, ২০২০

ডেটিং (এক)

সমুদ্ৰ কাজল শইকীয়া কথাবোৰ এনেকুৱা আছিল, নখবোৰ দীঘল হৈছে। দাঢ়ি কাটিম বুলি ভবাতে থাকিল, কটাহে নহ’ল। কথাবোৰ এনেকুৱা আছিল, ইমান জোৰেৰে গান...

সমুদ্ৰ কাজল শইকীয়া পঢ়ক →
কবিতা আৰ্কাইভ
২০ ডিচেম্বৰ, ২০২০

দৈনন্দিন

ফাৰহান জাৱেদ টোপনিত পৰিভ্ৰমণ নকৰালৈকেআমি এখন পৃথিৱীত মজি থাকোঁয’ত অতি নিৰ্মম নীতিয়ে আমাক কাবু কৰেআমাৰ সম্ভাৱনাআমাৰ দুৰ্ভাৱনাক...

ফাৰহান জাৱেদ পঢ়ক →
কবিতা আৰ্কাইভ
২০ ডিচেম্বৰ, ২০২০

অতীত

জুবিলী গগৈ সকলোৰে এটা অতীত থাকে কেতিয়াবা উৰুখা চালৰ ফুটাৰেঅতীত জিলিকি থাকেআকাশ হৈ কেতিয়াবা সোণালী সূতা হৈদেহত ওলমি থাকে অতীতশৌৰ্য হৈ...

জুবিলী গগৈ‍ পঢ়ক →
কবিতা আৰ্কাইভ
২০ ডিচেম্বৰ, ২০২০

ছাঁ-পোহৰৰ বাট

উদয় কুমাৰ বৰুৱাজাৰণিৰ সিপাৰে মাৰ যোৱা বেলিটো সদায় চাওঁ— হেঁপাহ নপলায়তুমি মনে মনে অঁকা ছবিখনত আটাইবোৰ ৰং আহি ভিৰ কৰেহিআন্ধাৰৰ মুখামুখি...

উদয় কুমাৰ বৰুৱা পঢ়ক →
কবিতা আৰ্কাইভ
২০ ডিচেম্বৰ, ২০২০

দুঘৰৰ দোঘোৰা

মুনীন্দ্ৰ মহন্তদুঘৰৰ টিনপাতৰ চালি বৈ আহে বৰষুণৰ পানীদুঘৰৰ দোঘোৰাত দুখন চালৰ পানী একেলগ হয় এসোঁতা হৈ বয়দুঘৰৰ ঘৰৰ ভিতৰত হুতাহ বাহিৰ�...

মুনীন্দ্ৰ মহন্ত পঢ়ক →
কবিতা আৰ্কাইভ
২০ ডিচেম্বৰ, ২০২০

শীতৰ এটা ৰাতি

মামণি দাস কি ক’ব খুজিছিলোঁ নক’লোঁ শুনিবলৈ ব্যাকুল শ্ৰোতা‌ এজন থকা হ’লে হয়তো কিছু অভিমানী হ’লোঁহেঁতেন ইমান ঠাণ্ডাত জুই একুৰাৰ আগত ধোঁৱা...

মামণি দাস পঢ়ক →
কবিতা আৰ্কাইভ
২০ ডিচেম্বৰ, ২০২০

স্কেচ্ছ্

হৰেকৃষ্ণ ডেকা পশ্চিমৰ আকাশত ঘৰমুৱা জোন। তৃপ্ত। ভাগৰুৱা। ওৰে ৰাতি জোনৰ স’তে খেলা কৰি পৃথিৱীয়ে কাটি হৈ শুব খুজিছিল। পূবৰ খিৰিকীৰে...

হৰেকৃষ্ণ ডেকা পঢ়ক →
প্ৰবন্ধ আৰ্কাইভ
২০ ডিচেম্বৰ, ২০২০

আমেৰিকাত এটা অবিস্মৰণীয় অভিজ্ঞতা

অৱনী কুমাৰ শৰ্ম্মা পৰিয়ালসহ আমেৰিকালৈ চিৰস্থায়ী বাসিন্দা হৈ মই ১৯৭২ চনতে আহিলোঁ৷ চাওঁতে চাওঁতে এই দেশত আমাৰ এতিয়া ৪৭ বছৰ পাৰ হৈ গ’ল৷...

অৱনী কুমাৰ শৰ্ম্মা পঢ়ক →
প্ৰবন্ধ আৰ্কাইভ
২০ ডিচেম্বৰ, ২০২০

পুৱা-গোধূলিৰ বেলি: দুঃসময়ৰ দস্তাবেজ

গীতালী শইকীয়া একো একোজন কবি একো একোছোৱা সময়ৰ প্ৰতিনিধি৷ তেওঁলোকে একোটা যুগৰ চিন্তা-চেতনা, ভয়-শংকা-আতংক, আশা-নিৰাশা-প্ৰত্যাশা...

গীতালি শইকীয়া পঢ়ক →
গল্প আৰ্কাইভ
১৮ ডিচেম্বৰ, ২০২০

বলি

বিদ্যুৎ বিকাশ শৰ্মা হৰিণাৰ চকুত হেনো মায়া সনা থাকে— এনে এষাৰ কথা বলোৰামে শুনিছিল, কিন্তু অনুমান কৰিব পৰা নাছিল সেই মায়াৰ ৰং, ৰূপ...

বিদ্যুৎ বিকাশ শৰ্মা পঢ়ক →