৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

অন্যযুগ সাহিত্য সংগ্ৰহালয় (Literary Archive)

অন্যযুগৰ চলিত আৰু পূৰ্ববৰ্তী বৰ্ষসমূহৰ সমগ্ৰ প্ৰকাশিত লেখা বৰ্ষ আৰু শিতান অনুসৰি সজোৱা হৈছে।

ৰিছেট
মুঠ ৪৭০ টা প্ৰকাশিত লেখা পোৱা গৈছে (পৃষ্ঠা ১৩ / ২০)
ফিল্টাৰ পৰিষ্কাৰ কৰক
অনুবাদ ২৮ মে’, ২০২৩

শ্ৰেষ্ঠ গ্ৰন্থৰ তালিকা আৰু অনুবাদ প্ৰসংগ

বিনয় মোহন শইকীয়া বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে সময়ে সময়ে ইংৰাজী ভাষাত প্ৰকাশিত বিশ্বৰ শ্ৰেষ্ঠ গ্ৰন্থৰ তালিকা প্ৰকাশ কৰি থাকে। তালিকাবোৰ...

লেখকঃ বিনয়মোহন শইকীয়া সম্পূৰ্ণ পঢ়ক →
কবিতা ২৮ মে’, ২০২৩

কালি ৰাতি ১ বাজি ৩২ মিনিটত

ৰিপুঞ্জয় বৰুৱা ঋমন এতিয়াই যদি মৰি থাকোঁ আধাবোৰ আধৰুৱা কৰি থৈ নামৰ আগত লে’ট (লে’ট শব্দটো) বহাৰ বাহিৰে বৰ বিশেষ ফৰক নপৰিবযিহেতু মানুহ...

লেখকঃ ৰিপুঞ্জয় বৰুৱা ঋমন সম্পূৰ্ণ পঢ়ক →
কবিতা ২৮ মে’, ২০২৩

সেতুবন্ধন

অৰ্চনা ঠাকুৰীয়া এজাক হাতীক ভাং খুৱাই এৰি দিলে কেনে হ’ব সিহঁতে কান্দিব নে খৰকৈ দৌৰিব নে হাঁহিবলৈ ঠাই বিচাৰি ফুৰিব এদিন চাওখাতৰ লগুৱা...

লেখকঃ অৰ্চনা ঠাকুৰীয়া সম্পূৰ্ণ পঢ়ক →
প্ৰবন্ধ ২৮ মে’, ২০২৩

এক অনন্য ভ্ৰমণ কাহিনী

নৱনীতা ভট্টাচাৰ্য্যচতুৰ্থ খণ্ড আইতাৰ পিছে পিছে গৈ মই খোৱা মেজৰ ওচৰ পালো৷ ইতিমধ্যে সকলো সাজু। দৈ-চিৰা, পিঠা-লাডু ইত্যাদিবোৰ ধুনীয়াকৈ সজাই...

লেখকঃ অন্যযুগ সাহিত্য পৰিষদ সম্পূৰ্ণ পঢ়ক →
অনুবাদ ২৭ মে’, ২০২৩

ৰঘুবংশ

মূল : মহাকবি কালিদাসঅনুবাদ : কৌস্তুভমণি শইকীয়া দত্ত || অধ্যায় ১৩ || তাৰ পাছত গুণজ্ঞ ৰামে বিষ্ণু নামৰ গুণান্বিত আকাশেৰে যাত্ৰা কৰিলে বিমান�...

লেখকঃ মূল : মহাকবি কালিদাস সম্পূৰ্ণ পঢ়ক →
অনুবাদ ২৭ মে’, ২০২৩

ঐশ্বৰিক সংগীত

মূল : আমেৰিকান ইংৰাজী কবি, ২০২০ চনৰ সাহিত্যৰ ন'বেল পুৰষ্কাৰ প্ৰাপক লুইছ গ্লুক (Louise Gluck)-ৰ ইংৰাজী কবিতা Celestial Music অনুবাদ : ড°...

লেখকঃ মূল : লুইছ গ্লুক সম্পূৰ্ণ পঢ়ক →
গল্প ২৭ মে’, ২০২৩

অদম্য

বিদ্যুৎ বিকাশ শৰ্মা “আব্বে, সেই মক্কেলটো কোন বে? আমাৰ এই পাৰাত আগতে কেতিয়াও দেখা মনত পৰা নাই। তই দেখিছ নেকি আগতে? আজিকালি সদায় আহি ফিল্ড�...

লেখকঃ বিদ্যুৎ বিকাশ শৰ্মা সম্পূৰ্ণ পঢ়ক →
শিশুজগত ২৭ মে’, ২০২৩

কেৰিয়াৰ হিচাপে বিউটিচিয়ান (Beautician)

ড° বুলজিৎ বুঢ়াগোহাঁই বিউটিচিয়ান হ’ল এজন পেছাদাৰী যিয়ে প্ৰডাকশ্বন হাউচ, থিয়েটাৰ শ্ব’, টেলিভিশ্বন বা প্ৰসাধন সামগ্ৰীৰ ব্যৱহাৰৰ দ্বাৰা...

লেখকঃ ড° বুলজিৎ বুঢ়াগোহাঁই সম্পূৰ্ণ পঢ়ক →
অনুবাদ ২৬ মে’, ২০২৩

পৰৱাজ

মূল : আভা আয়েংগাৰ (Abha Iyengar)ৰ ইংৰাজী কবিতা) Parwaaz অনুবাদ : উৎপল দত্তমোৰ দৃষ্টিয়ে বিচাৰে অন্য এক দিগন্ত, মুহূৰ্তবোৰ বাগৰি যায়, বতাহ�...

লেখকঃ মূল: আভা আয়েংগাৰ সম্পূৰ্ণ পঢ়ক →
প্ৰবন্ধ ২৬ মে’, ২০২৩

জ্ঞাননাথ বৰাৰ ‘আসামত বিদেশী’ত প্ৰতিফলিত অৰ্থনৈতিক চিন্তা : প্ৰকৃতি, পৰিপ্ৰেক্ষা আৰু পথ-নিৰ্দেশনা

ড° চন্দনজ্যোতি চুতীয়া ঊনবিংশ শতিকাৰ শেষৰ দশককেইটাৰ অসমৰ সমাজ-ৰাজনৈতিক প্ৰেক্ষাপট মূলতঃ ভাষিক-সাংস্কৃতিক স্বতন্ত্ৰতা ৰক্ষাৰ প্ৰবৃত্তিৰে...

লেখকঃ ড° চন্দনজ্যোতি চুতীয়া সম্পূৰ্ণ পঢ়ক →
কবিতা ২৬ মে’, ২০২৩

সকলো একেই আছে...

ডাঃ অগস্ত্য বৰুৱাবাটবোৰ বাটেই হৈ থাকেদুবৰিখিনিহে সলনি হয়সলনি হয় আহ-যাহ কৰা মনবোৰএকেই থাকে বাটৰ তলৰ মাটিচহৰখন সলনি হয়সলনি নহয় তাৰ ইতিহাস...

লেখকঃ ডাঃ অগস্ত্য বৰুৱা সম্পূৰ্ণ পঢ়ক →
কবিতা ২৬ মে’, ২০২৩

হাতচাপৰিৰ কবিতা

দাদুল ভূঞাসময়ৰ আস্তিন কোঁচাইমেলি দিছোঁ তৰাং পথাৰকম্বলৰ কবিতাতে পাৰ হৈ গ’ল ওৰেটো শীতহাতচাপৰিত বিচাৰি ভাল দিনৰেই খবৰসকলোৰে ভাল হ’ব, কুশল হ’ব...

লেখকঃ দাদুল ভূঞা সম্পূৰ্ণ পঢ়ক →
উপন্যাস ২৬ মে’, ২০২৩

মলেঁয়া

দাদুল দেৱকৃষ্ণ বৰুৱা(৮) উজ্জ্বল নীলা আকাশ, সজীৱ সেউজীয়াৰে সুগন্ধিত অৰণ্য, শীতনিদ্ৰাৰ পৰা সাৰ পোৱা মনোমোহা চৌপাশেৰে বৰ্ণিল হৈ পৰা বসন্তই...

লেখকঃ দাদুল দেৱকৃষ্ণ বৰুৱা সম্পূৰ্ণ পঢ়ক →
কবিতা ২২ মে’, ২০২৩

ছ’চিয়েল দিছটেঞ্চ্ !

ফাৰহান জাৱেদঅনেক ভিডিঅ’ ভাইৰেল হৈছেইচ্ছা আৰু অনিচ্ছাৰে বাজ ওলাইছেনিষেধাজ্ঞাৰ মাজতো মানুহবোৰ ক’লৈ গৈছেগুণা-গঁথা কৰা মানুহ নাইদেশৰ অৰ্থনীতি...

লেখকঃ ফাৰহান জাৱেদ সম্পূৰ্ণ পঢ়ক →
উপন্যাস ২১ মে’, ২০২৩

বচা বকুল

ৰমানন্দন বৰাআঠাইছ নতুন চাপৰিত জুই লগা ৰহস্যটো তেনেকৈয়ে থাকিল৷ কোনে এই দুষ্কাৰ্য কৰিলে, সেই বিষয়ে নানা ঋষি নানা মত৷ কাৰোবাৰ মতে, বকুল চাপৰিৰ...

লেখকঃ ৰমানন্দন বৰা সম্পূৰ্ণ পঢ়ক →
গল্প ১৩ মে’, ২০২৩

জীৱন অথবা মৃত্যু

জুৰী বৰা বৰগোহাঞিৰেজিষ্টাৰখনৰ শেষৰটো ঠিকনা মাকুম পথাৰ, তিনিচুকীয়া৷বাৰাণ্ডাত বগা প’লিথিনিৰে মেৰ খাই থকা এটা মৃতদেহ৷ ষ্ট্ৰীট লাইটৰ শেঁতা পোহৰ...

লেখকঃ জুৰী বৰা বৰগোহাঞি সম্পূৰ্ণ পঢ়ক →
উপন্যাস ১৩ মে’, ২০২৩

চিনেমা—ভিন্ন স্বাদ, দেশ, মানুহ আৰু সমাজ

নিজৰা ৰাজকুমাৰী...One less… One less mouth to feed—এনিয়ে পৰিয়ালৰ দুৰ্দশাৰ দিনত গাঁৱৰ স্কুলখনৰ শিক্ষকজনৰ লগত পলাই যোৱাৰ আগে আগে চিঠিত লিখি...

লেখকঃ নিজৰা ৰাজকুমাৰী সম্পূৰ্ণ পঢ়ক →
মুক্ত বীক্ষণ ২ মে’, ২০২৩

শিল্পকলা আৰু ভক্তি আন্দোলন

পঙ্কজ প্ৰতিম বৰদলৈ ভক্তি আন্দোলনৰ বিষয়ে নতুনকৈ কোৱাৰ প্ৰয়োজনীয়তা নাই যদিও, এই আন্দোলনৰ ধৰ্মীয় আৰু আধ্যাত্মিক প্ৰভাৱৰ লগতে...

লেখকঃ পঙ্কজ প্ৰতিম বৰদলৈ সম্পূৰ্ণ পঢ়ক →
উপন্যাস ১ মে’, ২০২৩

চাকৰিমুখী নহয়, কৃষিমুখী কৰক

সত্যজিৎ গগৈ জনসংখ্যাৰ ফালৰ পৰা ভাৰতবৰ্ষ সৰ্ববৃহৎ দেশ হোৱাৰ লগে লগে ইয়াৰ জনগণক সুস্থভাৱে পৰিচালনা কৰিবলৈ চৰকাৰৰো দায়িত্ব বাঢ়িল। প্ৰতিযোগিতাৰ...

লেখকঃ সত্যজিৎ গগৈ সম্পূৰ্ণ পঢ়ক →
প্ৰবন্ধ ১ মে’, ২০২৩

‘অন্যযুগ বক্তৃতা-২০২৩’ আৰু ‘অন্যযুগ সাহিত্য সন্মান - ২০২২’ প্ৰদান অনুষ্ঠান

মাহেকীয়া আলোচনী ‘অন্যযুগ’ৰ উদ্যোগত আৰু জগন্নাথ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহযোগত আজি ২৩ এপ্ৰিল, ২০২৩ তাৰিখে ‘অন্যযুগ বক্তৃতা-২০২৩’ আৰু...

লেখকঃ অন্যযুগ সাহিত্য পৰিষদ সম্পূৰ্ণ পঢ়ক →
সংস্কৃতি ১ মে’, ২০২৩

মৌ-মাখিৰ প্ৰজাতি আৰু জীৱন বৃত্তান্ত

ডেনিছা ৰাজখোৱা, গৌতম সন্দিকৈমৌ-মাখি সাধাৰণতে বহুত ধৰণৰ আছে। কিন্তু ভাৰতত প্ৰধানকৈ চাৰি প্ৰজাতিৰ মৌ-মাখি পোৱা যায় আৰু সেয়া হৈছে : ১) বৰমৌ...

লেখকঃ ডেনিছা ৰাজখোৱা,গৌতম সন্দিকৈ সম্পূৰ্ণ পঢ়ক →
কাৰ্টুন ৩০ এপ্ৰিল, ২০২৩

অঁ,সময়ত

নিতুপৰ্ণ ৰাজবংশী পূৰ্বৱৰ্তী পৃষ্ঠা PRINT document.getElementById("Anyayug-month").innerHTML = " মে’,";...

লেখকঃ নিতুপৰ্ণ ৰাজবংশী সম্পূৰ্ণ পঢ়ক →
শিশুজগত ৩০ এপ্ৰিল, ২০২৩

এক অনন্য ভ্ৰমণ কাহিনী

নৱনীতা ভট্টাচাৰ্য্য (তৃতীয় খণ্ড) ঘৰখনৰ আহল-বহল পৰিঙ্কাৰ পৰিৱেশটো দেখি মোৰ বৰ ভাল লাগিল৷ তাতকৈও ভাল লাগিল ইমানবোৰ ঘৰ দেখি৷ “একেটা চৌহদতে...

লেখকঃ নৱনীতা ভট্টাচাৰ্য্য সম্পূৰ্ণ পঢ়ক →