মেহমুদ ডাৰউইচ
অনুবাদ-ড°ৰঞ্জিত দত্তমেহমুদ ডাৰউইছৰ জন্ম হয় ১৯৪১ চনৰ ১৩ মাৰ্চ তাৰিখে পেলেষ্টাইনৰ অ'ল বি'ৰৱা চহৰত । সৰুৰে পৰাই কবিতাৰ প্ৰতি আগ্ৰহী...
অন্যযুগৰ চলিত আৰু পূৰ্ববৰ্তী বৰ্ষসমূহৰ সমগ্ৰ প্ৰকাশিত লেখা বৰ্ষ আৰু শিতান অনুসৰি সজোৱা হৈছে।
অনুবাদ-ড°ৰঞ্জিত দত্তমেহমুদ ডাৰউইছৰ জন্ম হয় ১৯৪১ চনৰ ১৩ মাৰ্চ তাৰিখে পেলেষ্টাইনৰ অ'ল বি'ৰৱা চহৰত । সৰুৰে পৰাই কবিতাৰ প্ৰতি আগ্ৰহী...
স্বপ্নালী কলিতাসোণাইৰ দেউতাকৰ থাকোতেদহোটা আঙুলিয়েই আছেকামতো পাৰ্গতপিছে শিলবোৰে ছাঁ দিয়াৰ পৰাদহোটা নখেই মৃত্যুবৰণ কৰিলেলাহে লাহেথাকোতে...
প্ৰজ্ঞাপাৰমিতা বৰুৱা এদিন তেওঁ ক'লে-আমি এৰাতিৰ বাবে সৌ পাহাৰৰ চূড়াটোলৈ যাম গছ আৰু আন্ধাৰৰ স'তে গা...
বিহুটিক সম্মুখত লৈ নতুন বছৰ এটা আকৌ আহিল৷ বছৰেকত নতুন বছৰ দুবিধ, আমাৰ বাবে দুবাৰকৈ আহে৷ এবাৰ এবিধ পুৰণি বছৰ যায়গৈ৷ তেতিয়া আমি খাই-বৈ...
নিতুপৰ্ণ ৰাজবংশী...
ড॰ চন্দনজ্যোতি চুতীয়া ...
নীলোৎপল বৰুৱা মহানগৰীৰ হট্টগোল আৰু কংক্ৰিটৰ অৰণ্যৰ পৰা নাতিদূৰৈত আদিংগিৰি টিলা৷ টিলাটো প্ৰাকৃতিক আশীৰ্বাদপুষ্ট৷ আনন্দময়৷ টিলাটোৰপৰা...
পঙ্কজ প্ৰতীম বৰদলৈ বসন্ত ঋতুৰ আগমন ঘটিছে৷ এপ্ৰিল মাহ৷ অসমীয়াৰ আদৰৰ বহাগ মাহ৷ বহাগ মাহৰ সুকীয়া যি এক মাদকতা আছে, সি বছৰৰ আন কোনো সময়তে অনুভৱ...
অমৃত গোস্বামী কালি জুপুকা মাৰি থাকিয়েই মই দিনটো কটালোঁ; গা-মন দুয়োটাই মোৰ কালি ভাল নাছিল৷ সন্ধিয়া সময়ত মনটো অকণমান সতেজ হওক বুলিয়েই...
ড° বুলজিৎ বুঢ়াগোহাঁই লিবাৰেল আৰ্টছ হৈছে বহু বিষয়ক শিক্ষা ব্যৱস্থা য’ত কলা, বিজ্ঞান, বাণিজ্য আৰু প্ৰযুক্তিকে ধৰি বিভিন্ন শাখাৰ বিষয়ৰ এক...
ববিতা কলিতা পাহাৰীয়া গাঁওখনলৈ শীত নামিছে৷ কুঁৱলিত কঁপি থকা গাঁওখনৰ ধূসৰ ছবিখনলৈ মূৰ তুলি চাইছে চাৰিকুৰি বসন্ত গৰকি অহা বাইৰাণ চাংমাই৷ “আজিও...
পল্লৱী মহন্ত ইমানৰ পাছতো কি ভালপোৱা থাকি যায়! আপোন বুলি বুকুত ৰৈ যায়! যন্ত্ৰণাৰ নৈখন বৈ থাকে ৷ অহৰহ... শেষ ক’ত? শেষ? বৰষুণৰ গল্প......
স্মৃতিৰেখা দেৱী ‘হু’ৰ কাণৰ খোপত বহি আইনাখনৰ ভিতৰৰপৰাই বাটলুৱে অচিনাকী জগতখন হেঁপাহ পলুৱাই চাবলৈ ধৰিলে৷ সি যিমানবোৰ গছ-গছনি দেখিলে আটাইবোৰ...
দাদুল দেৱকৃষ্ণ বৰুৱা (১৮) পুৱাৰ ৰ'দ চেৰেঙা বেছ সতেজকৈয়ে ওলাইছে। বসন্তী ৰ'দৰ এই প্ৰভাতী ভ্ৰমণ বৰ প্ৰিয় ষ্টেপানৰ। তাতে এয়া পেৰুনিকা ফুলাৰো...
মূল (ইংৰাজী) : ক্লেৰ হাৰ্ণাৰঅসমীয়া অনুবাদ : প্ৰশান্ত মিশ্ৰমোৰ শ্মশান ঘাটত ৰৈউচুপি নাথাকিবা মই তাত নাথাকোঁমই মৃত্যুঞ্জয়মই সহস্ৰ বতাহ বলি...
লোকনাথ গোস্বামী(দ্বিতীয় অধ্যায়)(১) কণ্ঠ নে কলম ? কোনটোত অগ্ৰাধিকাৰ দিওঁ ? মনৰ ভিতৰত দ্বন্দ্ব চলি থাকোঁতেই আকৌ গানৰ ক্ষেত্ৰখনত নতুন জাগৰণ...
অংকুৰণ আৰ্ফ প্ৰকৃতিৰ চিৰন্তন নিয়ম মানি পুনৰ আহিছে বহাগ৷ জীৱনৰ আটাইবোৰ বাচকবনীয়া অভীস্পা এই যেন বহাগ নামৰ শব্দটোতে সোমাই থাকে৷ যেনেদৰে...
বাব্লু প্ৰসাদ বৰুৱা মই বৰ ভয় কৰোঁ; যদি কেতিয়াবা মোৰ চকুৰ ভোক নাইকিয়া হয় যদি কেতিয়াবা মোৰ হৃদয়ৰ তৃষ্ণা নাইকিয়া হয় যদি মই আকৌ...
মানস প্ৰতিম দত্ত গছপুলি ৰোৱা মানুহ বননি-বন্যপ্ৰাণৰ মাতৰ হেঁপাহ হোৱা মানুহ কথা কোৱা মানুহ ভাষণ দিয়া মানুহ কথা কোৱা মানুহবোৰ কথা ক’বলৈ যায়...
হেমচন্দ্ৰ কছাৰী কোনেনো নাহাঁহিব, কাৰ নো ভাল নালাগিব এটা বহল মসৃণ বাটৰ সম্ভেদ পালে তথাপি জানিবলৈ বৰ মন গৈছে এই বাটেদি অহা-যোৱা কৰা কোনোবাই...
দ্বীপৰাজ এয়া ভাগ ভাগ কৰি কৰি কাটি-কুটি ভগাই মেলি হিচাপত এপোৱা আমি চাৰিভাই কিলোৰ চাৰিভাগ বৰজনাৰ কেইবামহল তাৰ পিছে পিছে ককাইদেউৰ চাৰিখন গাড়ী...
দিগন্ত শইকীয়া ৰাজহাড়ৰ শেষত গুহ্যদ্বাৰ ঢাকি বেছিভাগ জন্তুৰে পিছফাল শুৱাই একোডাল নেগুৰ মল ঢিলা হ’লে নেগুৰ লেতেৰা হয় চঞ্চল স্বতন্ত্ৰ দেখা�...
ডেইজী অনুৰঞ্জনা চুমা এটিত ভৰ দি ৰৈ থাকে ফাগুন এযুৰি ওঁঠৰ আকাশত গান হৈ বাজি থাকে ফাগুন জপৰা চুলিত কবিতা এটি হৈ উৰি থাকে ফাগুন! চিগাৰেটৰ...
অৰুণ গগৈ চ’তৰ শেষত বহাগ মাহত ফুলিল ঢাপৰ নাহৰ, বিহুৱা ঢুলীয়া ৰঙতে বলিয়া মাৰিলে ...