৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

অন্যযুগ সাহিত্য সংগ্ৰহালয় (Literary Archive)

অন্যযুগৰ চলিত আৰু পূৰ্ববৰ্তী বৰ্ষসমূহৰ সমগ্ৰ প্ৰকাশিত লেখা বৰ্ষ আৰু শিতান অনুসৰি সজোৱা হৈছে।

ৰিছেট
মুঠ ৪৭৬ টা প্ৰকাশিত লেখা পোৱা গৈছে (পৃষ্ঠা ১৯ / ২০)
ফিল্টাৰ পৰিষ্কাৰ কৰক
কবিতা ৩১ জানুৱাৰী, ২০২২

শিপা

উদয় কুমাৰ বৰুৱা খিৰিকীৰ সিপাৰৰ গোলাপ জোপাৰ লগত মোৰ প্ৰথম প্ৰেম মোৰ পৰা গোলাপ জোপালৈ এটা অদৃশ্য বাট গোলাপজোপাৰ মনত এটা সপোনে শিপায় এদিন টিক...

লেখকঃ উদয় কুমাৰ বৰুৱা সম্পূৰ্ণ পঢ়ক →
কবিতা ৩১ জানুৱাৰী, ২০২২

শিল্পকলা

শিল্পকলা শিতানত এইবাৰ আগবঢ়াইছোঁদেৱকৃষ্ণ বৰুৱাৰ কেইটামান গ্লাছ ফাইবাৰ আৰু পোৰামাটিৰ শিল্পকৰ্ম পূৰ্বৱৰ্তী পৃষ্ঠা PRINT...

লেখকঃ দেৱকৃষ্ণ বৰুৱা সম্পূৰ্ণ পঢ়ক →
সংস্কৃতি ৩১ জানুৱাৰী, ২০২২

অব্যাহৃত

প্ৰযুক্তি আৰু ন্যায়িক ব্যৱস্থাত ইয়াৰ প্ৰয়োগ ৰঞ্জুমণি মহন্ত বিজ্ঞান আৰু প্ৰযুক্তিৰ ব্যৱহাৰে মানুহৰ জীৱন ধাৰণ পদ্ধতিলৈ আমূল পৰিৱৰ্তন অনাৰ...

লেখকঃ ৰঞ্জুমণি মহন্ত সম্পূৰ্ণ পঢ়ক →
প্ৰবন্ধ ৩১ জানুৱাৰী, ২০২২

শান্তিস্বৰূপ ভাটনাগৰ বঁটা লাভ কৰা ড° বিনয় কুমাৰ শইকীয়াদেৱৰ সৈতে 'অন্যযুগ'ৰ কথোপকথন

ড° বিনয় কুমাৰ শইকীয়াদেৱৰ সৈতে আকাশ দীপ্ত ঠাকুৰভাৰতবৰ্ষৰ বিজ্ঞান গৱেষণাগাৰৰ পিতৃপুৰুষ হিচাপে খ্যাত ড° শান্তিস্বৰূপ ভাটনাগৰৰ নামেৰে দেশৰ...

লেখকঃ সাক্ষাৎ গ্ৰহণ: আকাশ দীপ্ত ঠাকুৰ সম্পূৰ্ণ পঢ়ক →
মুক্ত বীক্ষণ ৩১ জানুৱাৰী, ২০২২

নতুন ব্যঞ্জন বিচাৰি

সঞ্জীৱ সভাপণ্ডিতমানুহে কয় আৰু আমিও বহু দিনৰ পৰা শুনি আহিছোঁ যে অসমখন এখন সমস্যাজৰ্জৰ ৰাজ্য৷ কথাবোৰ এনেকৈ শুনা যায় যে সমস্যা কেৱল অসমৰহে আছে...

লেখকঃ সঞ্জীৱ সভাপণ্ডিত সম্পূৰ্ণ পঢ়ক →
মুক্ত বীক্ষণ ৩০ জানুৱাৰী, ২০২২

মাতৃভাষা : ইতিহাস, অসম আৰু অসমীয়া

(মাতৃভাষা দিৱস উপলক্ষে)পঙ্কজ প্ৰতিম বৰদলৈ ৱাগৰি, কোলহাটি, গোল্লা, গিছাৰি, বাৰকু, হল্ডি, মাৱচি, মৰাণ, টাংচা, আইটন৷ পাঠকে যদি চিন্তা কৰে হয়তো...

লেখকঃ পঙ্কজ প্ৰতীম বৰদলৈ‍ সম্পূৰ্ণ পঢ়ক →
কবিতা ৩০ জানুৱাৰী, ২০২২

আঘোণৰ বাটেৰে শীত আহে

ববী বৰ্ণালী গগৈউকি মাৰি পাৰ হৈ গ'ল ভাটিমুৱা ৰে'লখন বতাহত ৰৈ গ'ল সুহুৰি, আঘোণৰ কুঁৱলিৰ মাজত বতাহজাক গধুৰ, শীত নামিছেসেমেকা আবেলিৰ কান্ধ�...

লেখকঃ ববী বৰ্ণালী গগৈ সম্পূৰ্ণ পঢ়ক →
প্ৰবন্ধ ৩০ জানুৱাৰী, ২০২২

অসমীয়া বিজ্ঞান সাহিত্য : এটি টোকা

ড° অৰবিন্দ ৰাজখোৱা প্ৰাচীন অসমৰ বিজ্ঞান চৰ্চা বিশ্বৰ আন বহু ঠাইৰ তুলনাত কোনোগুণেই কম নাছিল৷ জীৱনৰ বৈচিত্ৰ্যময় অভিজ্ঞতা আৰু অন্বেষণৰ ভেটি�...

লেখকঃ ড° অৰবিন্দ ৰাজখোৱা সম্পূৰ্ণ পঢ়ক →
প্ৰবন্ধ ৩০ জানুৱাৰী, ২০২২

কে-টি (K-T) সংঘটন: পৃথিৱী পৃষ্ঠত সংঘটিত এক ভয়াৱহ মহাজাগতিক দুৰ্ঘটনা

ড০ ৰক্তিম ৰঞ্জন শইকীয়া ভয়াৱহ দুৰ্ঘটনা বুলিলে আমি টাইটানিক ধ্বংসৰ স্তৰৰ দুৰ্ঘটনাকে বুজোঁ যদিও আজিৰ পৰা ৬৫ নিযুত বছৰৰ আগতে সংঘটিত এটা...

লেখকঃ ড° ৰক্তিম ৰঞ্জন শইকীয়া সম্পূৰ্ণ পঢ়ক →
কবিতা ২৯ জানুৱাৰী, ২০২২

পুলিৎজাৰ বঁটা বিজয়িনী ছেইণ্ট ভিনচেণ্ট মিলেৰ কবিতা

অনুবাদ : মানসজ্যোতি শৰ্মা (আমেৰিকাৰ গীতিকবি আৰু নাট্যকাৰ এডনা ছেইণ্ট ভিনচেণ্ট মিলেৰ জন্ম হৈছিল ১৮৯২ চনৰ ২২ ফেব্ৰুৱাৰি তাৰিখে৷ মেইনিৰ শিলাময়...

লেখকঃ অনুবাদ: মানসজ্যোতি শৰ্মা সম্পূৰ্ণ পঢ়ক →
কবিতা ২৯ জানুৱাৰী, ২০২২

চাৰিটা কণ কবিতা

অৰুণ গগৈ ১কাছ আছিল কণী লেখিনদীৰ বালিত বহি,এক দুইকৈ গণি শেষ হ'লবজাই দিলে বাঁহী৷২ভালুক আছিল হাবিৰ মাজতখাম বুলি ভাবি মৌ,বতাহ অহাত গা�...

লেখকঃ অৰুণ গগৈ‍ সম্পূৰ্ণ পঢ়ক →
অনুবাদ ২৯ জানুৱাৰী, ২০২২

উদাৰমনা গছজোপা

মূল : শ্বে’ল চিলভাৰষ্টেইন গল্প : ‘দা গিভিং ট্ৰী’ (The Giving Tree) অসমীয়া অনুবাদ : বিদিশা দত্ত কথক— বহু দিনৰ আগৰ কথা, এজোপা গছ‌ আছিল। এটা...

লেখকঃ অনুবাদ : বিদিশা দত্ত সম্পূৰ্ণ পঢ়ক →
গল্প ২৯ জানুৱাৰী, ২০২২

এটা মাল্টি কালাৰ্ড গল্প

স্ৰোতস্বিনী তামুলীওখ বিল্ডিংটোৰ চাদৰ পৰা ধমহকৈ সৰি পৰিল সি— চিঞৰ এটা বনফৰিং হৈ উৰা মাৰিল। তাৰ হাত-ভৰিকেইটাই মাটিক লেহন কৰিছে। মাটিৰ চেঁচা...

লেখকঃ স্ৰোতস্বিনী তামূলী সম্পূৰ্ণ পঢ়ক →
অনুবাদ ২৯ জানুৱাৰী, ২০২২

ইলেকট্ৰিচিয়ান (Electrician)

ড° বুলজিৎ বুঢ়াগোহাঁইবৰ্তমান যুগত ইলেকট্ৰিচিয়ান (Electrician) এটা আকৰ্ষণীয় কেৰিয়াৰ৷ এজন ইলেকট্ৰিচিয়ান হোৱাৰ বাবে ইলেকট্ৰিচিয়ানৰ পাঠ্যক্ৰম...

লেখকঃ ড° বুলজিৎ বুঢ়াগোহাঁই সম্পূৰ্ণ পঢ়ক →
শিশুজগত ২৯ জানুৱাৰী, ২০২২

বুদ্ধিৰ সাগৰ বীৰবল

ৰচনা পাঠক(৭) মাজে মাজে বীৰবলৰ একোষাৰ কথাই শ্বাহেনশ্বাহ জালালুদ্দিন আকবৰক লাজত পেলাই দিয়ে৷ তেনে অৱস্থাতো পিছে আকবৰে হাঁহি হাঁহিয়েই লাজ-অপমান...

লেখকঃ ৰচনা পাঠক সম্পূৰ্ণ পঢ়ক →
প্ৰবন্ধ ২৯ জানুৱাৰী, ২০২২

লেজি ডগ, বিস্ময়বৰ্ষ আৰু ন’বেল বঁটা

ড০ ৰমেশ চন্দ্ৰ গোস্ৱামী বিদ্যালয়ৰ প্ৰায়বোৰ শ্ৰেণীতে ল’ৰাটোৰ মনোযোগ নবহে৷ সি বহেও পিছফালৰ বেঞ্চত৷ কিবা সুধিলেও শিক্ষকৰ মনঃপুত হোৱাকৈ উত্তৰ...

লেখকঃ ড° ৰমেশ চন্দ্ৰ গোস্বামী সম্পূৰ্ণ পঢ়ক →
অনুবাদ ২৯ জানুৱাৰী, ২০২২

অ' কেপ্টেইন, মোৰ কেপ্টেইন

মূল ইংৰাজী : ৱাল্ট হুইটমেনঅনুবাদ : মাধৱ দাস(আমেৰিকাত পূৰ্বতে কিছুমান ৰাজ্যত দাস প্ৰথাৰ প্ৰচলন আছিল। দাস বেপাৰীবোৰে আফ্ৰিকাৰ পৰা বনৰীয়া...

লেখকঃ মূল (ইংৰাজী) : ৱাল্ট হুইটমেন সম্পূৰ্ণ পঢ়ক →
কবিতা ২৯ জানুৱাৰী, ২০২২

কণ কণ কবিতা

গায়ত্ৰী দেৱী বৰঠাকুৰ(এক)চিক্ চিক্ চিকাতুমি বোলে ভালপোৱাঁ খাৰুপেটীয়াৰ জিকা ।কোৱাঁচোন কোৱাঁ, ৰেলগাড়ীৰ কেইটা বাৰু চকা ক'ব নোৱাৰিলে ককায়ে দিব...

লেখকঃ গায়ত্ৰী দেৱী বৰঠাকুৰ সম্পূৰ্ণ পঢ়ক →
প্ৰবন্ধ ২৯ জানুৱাৰী, ২০২২

বিড়াল

নীলোৎপল বৰুৱা দণ্ডপাণি শ‌ইকীয়া ইজিপ্টলৈ যোৱা নাই! নাই যোৱা। খাটাং নাই যোৱা। যোৱা হ’লে অন্ততঃ গীৰ্জাত উঠা পলাৰ’য়ড ফটো এখন থাকিলহেঁতেন। নতুবা...

লেখকঃ অন্যযুগ সাহিত্য পৰিষদ সম্পূৰ্ণ পঢ়ক →
প্ৰবন্ধ ২৭ জানুৱাৰী, ২০২২

বিজ্ঞান : চিন্তা আৰু দুঃচিন্তা

[১]১৯৮৬ চন আৰু ১৯৮৭ চনত প্ৰায় পাঁচ মাহৰ অগাপিছাকৈ দুটা সূৰ্যগ্ৰহণৰ ঘটনা ঘটিছিল৷ সেই সময়ত আমি আছিলোঁ স্কুলীয়া ছাত্ৰ৷ আমাৰ পঞ্চম শ্ৰেণীৰ...

লেখকঃ অন্যযুগ সাহিত্য পৰিষদ সম্পূৰ্ণ পঢ়ক →
কবিতা ২৭ জানুৱাৰী, ২০২২

কালি ৰাতি মৰাৰ দৰে

ভাস্কৰ জে নাথ কাষ চাপি কাষ চাপি এয়া ক’লা টোপনিৰ পৰা সাৰ পাই নেদেখা কালি ৰাতি একেলগে পাৰ কৰা মাখি এটা কালি ৰাতি মই মৰিছিলোঁ ৰংবোৰে ৰখিছিল...

লেখকঃ ভাস্কৰ জে নাথ সম্পূৰ্ণ পঢ়ক →
কবিতা ২৭ জানুৱাৰী, ২০২২

জলজ

জ্যোতিনীলিমা গগৈ দ পুখুৰীৰ পাৰত ঔ ফুলিছিল ন পানীৰ ধাৰত ঠেও ধৰি জলকা লাগিছিল এশৰীৰ সপোন যখিনীয়ে ৰন্ধা বেলা তেনেই ৰিঙা ৰিঙা বতাহত ভিক্ষু এজন...

লেখকঃ জ্যোতিনীলিমা গগৈ সম্পূৰ্ণ পঢ়ক →
কবিতা ২৭ জানুৱাৰী, ২০২২

ভাবনাত

গীত বৈভৱীভাবনাত এয়া মৃত্যুগীতএখন চহৰ চটফটাই চটফটাই মৰিছেমৃত্যুৰ আগতেমোৰো এটা কবিতা লিখাৰ মন আছিলএটা গান গোৱাৰ মন আছিলএটা হিমেল সন্ধ্যা...

লেখকঃ গীত বৈভৱী সম্পূৰ্ণ পঢ়ক →