৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

শিশুজগত (শিশুজগত)

শিশুজগত

মুঠ ২৪৪ টা লেখা
পৃষ্ঠা ৭ / ১১ (প্ৰদৰ্শন: ২৪ টা)
শিশুজগত আৰ্কাইভ
৩০ নৱেম্বৰ, ২০২২

অসম সাহিত্য সভাৰ প্ৰথম সভাপতি-পদ্মনাথ গোহাঞিবৰুৱা আৰু তেওঁৰ সাৰুৱা ভাষণটো

(৩) নৱনীতা ভট্টাচাৰ্য্যআজি ভাষণটোৰ তৃতীয় তথা শেষৰ অংশটোৰ বিষয়ে আলোচনা কৰিবলৈ ওলাইছোঁ৷ ভাষণটোৰ শেষৰছোৱাত তেওঁ অসমীয়া ভাষাৰ উন্নতিৰ...

নৱনীতা ভট্টাচাৰ্য্য পঢ়ক →
শিশুজগত আৰ্কাইভ
৩০ নৱেম্বৰ, ২০২২

দোৰোণৰ প্ৰতিপাল

নিৰু দত্ত সোণমইনা নিচেই কেঁচুৱা উঠিল তমোময় জ্বৰ, চকু ঢেল খায় নুঘূৰে উশাহ মায়ে খালে থৰমৰ৷ আইতা আছিল তামোল চোবাই ওঁঠত সেলেঙি বোৱাই...

নিৰু দত্ত পঢ়ক →
শিশুজগত আৰ্কাইভ
৩১ অক্টোবৰ, ২০২২

অকণিয়ে অঁকা ছবি

‘অকণিয়ে অঁকা ছবি’ শিতানত এইবাৰ আগবঢ়াইছোঁ অসম জাতীয় বিদ্যালয়, নুনমাটি, গুৱাহাটী-ৰ ২য় শ্ৰেণীৰ ছাত্ৰ সমৃদ্ধ ৰাগ শইকীয়া আৰু মহৰ্ষি বিদ্যা...

চিত্ৰশিল্পী : সমৃদ্ধ ৰাগ শইকীয়া পঢ়ক →
শিশুজগত আৰ্কাইভ
৩০ অক্টোবৰ, ২০২২

অসম সাহিত্য সভাৰ প্ৰথম সভাপতি- পদ্মনাথ গোহাঞিবৰুৱা আৰু তেওঁৰ সাৰুৱা ভাষণটো

নৱনীতা ভট্টাচাৰ্য্য(৩) আজি পদ্মনাথ গোহাঞি বৰুৱাৰ ভাষণটোৰ দ্বিতীয় খণ্ডটো ক’বলৈ ওলাইছোঁ৷ এই খণ্ডটোত গোহাঞিবৰুৱাদেৱে অসমীয়া ভাষাৰ...

নৱনীতা ভট্টাচাৰ্য্য পঢ়ক →
শিশুজগত আৰ্কাইভ
৩০ অক্টোবৰ, ২০২২

ঢেঁকীথোৰা

(সাধুকথাৰ ভিত্তিত) পূৰৱী তালুকদাৰ আছিল এজন দৰিদ্ৰ লোক নাম তেওঁৰ বাপুকণ, খুদ-কণ এটি ঘৰত নাথাকিলেও অতিথি পৰায়ণ। খং উঠে তেওঁৰ ঘৈণীয়েকৰ এই...

পূৰৱী তালুকদাৰ পঢ়ক →
শিশুজগত আৰ্কাইভ
২২ অক্টোবৰ, ২০২২

পণ্ডিত প্ৰৱৰ কৃষ্ণকান্ত সন্দিকৈ

নিৰু দত্ত আমাৰ সৰুকালত পঢ়া-শুনাত পাল মাৰিলে আমাক মা-দেউতাই যিজন পুৰুষৰ উদাহৰণ দিছিল একাগ্ৰতাৰে অধ্যয়ন কৰা বুলি, সেইজন প্ৰাতঃস্মৰণীয়...

নিৰু দত্ত পঢ়ক →
শিশুজগত আৰ্কাইভ
২২ অক্টোবৰ, ২০২২

স্বাধীন চাৰিগাঁৱৰ ৰাষ্ট্ৰপতি লক্ষেশ্বৰ বৰুৱা

হেমন্ত গগৈ“শৰীৰং ক্ষণবিদ্ধংসি কল্পান্তস্থায়ীনো গুণাঃ” - শৰীৰৰ ক্ষন্তেকতে বিনাশ ঘটে কিন্তু গুণবোৰ কল্পান্ত পৰ্যন্ত স্থায়ী হয়; গুণবোৰ...

হেমন্ত গগৈ পঢ়ক →
শিশুজগত আৰ্কাইভ
৩০ ছেপ্টেম্বৰ, ২০২২

অসম সাহিত্য সভাৰ প্ৰথম সভাপতি- পদ্মনাথ গোহাঞিবৰুৱা আৰু তেওঁৰ সাৰুৱা ভাষণটো

নৱনীতা ভট্টাচাৰ্য্যদ্বিতীয় খণ্ড অসম সাহিত্য সভাৰ প্ৰথম সভাপতি- পদ্মনাথ গোহাঞিবৰুৱা আৰু তেওঁৰ সাৰুৱা ভাষণটো যোৱা খণ্ডত দিয়া কথা ৰাখি...

নৱনীতা ভট্টাচাৰ্য্য পঢ়ক →
শিশুজগত আৰ্কাইভ
২৪ ছেপ্টেম্বৰ, ২০২২

ককা আৰু নাতিল’ৰা

অনসূয়া বৰঠাকুৰ বাৰিষাৰ দিনৰ ভৰ দুপৰীয়া হাতত লৈ ছাতি, পথাৰ চাবলৈ ওলাল দুয়ো, ককা আৰু নাতি। বন্ধৰ দিনত নাতি আহিছে গুৱাহাটীৰ পৰা, ককাকে...

অনসূয়া বৰঠাকুৰ পঢ়ক →
শিশুজগত আৰ্কাইভ
৩১ জুলাই, ২০২২

শিল্পকলা

আলোকচিত্ৰশিল্পী শ্ৰী প্ৰাঞ্জল হাজৰিকালোমছবিৰ কথা-১ছবিৰ কথা - ২ পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা PRINT...

প্ৰাঞ্জল হাজৰিকা পঢ়ক →
শিশুজগত আৰ্কাইভ
১৬ জুলাই, ২০২২

বানানৰ পদ্য

অনসূয়া বৰঠাকুৰ ভাইটি-ভণ্টিহঁত কওঁ শুনা আজি বানানৰ কিছু কথা, ভুলকৈ লিখা বানানে যে কিমান লগাব পাৰে লেঠা। সেইবাবে ভাষাটো শিকোঁতে শুদ্ধকৈ...

অনসূয়া বৰঠাকুৰ পঢ়ক →
শিশুজগত আৰ্কাইভ
১৬ জুলাই, ২০২২

আলসুৱা পখিলা

পূৰৱী তালুকদাৰ ক’লা বগা হালধীয়া ৰং-বিৰঙৰ পখিলা, ধুনীয়া পাখি দুখনি সেয়া সৰু ফুটফুটীয়া । উলাহেৰে উৰি আহে &n...

পূৰৱী তালুকদাৰ পঢ়ক →
শিশুজগত আৰ্কাইভ
১০ জুলাই, ২০২২

ওমলা পদ্য

অৰুণ গগৈ ভেকুলী গৈছিল ভাওনা চাবলৈ বাটতে ওলালে সাপ সাপ দেখি জাপ দিলে মস্ত এটা ঢাপ ৷ বান্দৰী পেহীয়ে সুন্দৰী হৈ পিন্ধি ল’লে চাদৰ ডিঙিটো...

অৰুণ গগৈ পঢ়ক →
শিশুজগত আৰ্কাইভ
৮ জুলাই, ২০২২

সময়

অংকুৰিতা ফুকন‘স’য়ে বোলে কাণ সুৰসুৰালে বৰষুণ সৰে বাট-পথ বোকা হ’লে মানুহ পিছলি পৰে… ‘ম’য়ে বোলে মঘাই হালোৱাৰ বোকালৈ বৰ ঘিণ পিছে পথাৰ�...

অংকুৰিতা ফুকন পঢ়ক →
শিশুজগত আৰ্কাইভ
৩০ জুন, ২০২২

অকণিয়ে অঁকা ছবি

‘অকণিয়ে অঁকা ছবি’ শিতানত এইবাৰ আগবঢ়াইছোঁ দিল্লী পাব্লিক স্কুলৰ পঞ্চম শ্ৰেণীৰ ছাত্ৰ কুন্দনিভ দত্তই অঁকা ছবি...

কুন্দনিভ দত্ত পঢ়ক →
শিশুজগত আৰ্কাইভ
২৯ জুন, ২০২২

চৰাই চিনো আহক – ৩

হেমন্ত গগৈ অসমীয়া নাম : ম’ৰা চৰাই ইংৰাজী নাম : Indian Peafowl/Common Peafowl বৈজ্ঞানিক নাম : Nycticebus bengalensis সংৰক্ষণ স্থিতি :...

হেমন্ত কুমাৰ গগৈ পঢ়ক →
শিশুজগত আৰ্কাইভ
৩১ মে’, ২০২২

মৰমৰ পদ্য

স্মৃতিৰেখা দেৱীমনোৰম হাজৰিকা ল’ৰাটিৰ নাম,কম্পিউটাৰ গে’ম খেলে, নাই আন কাম ৷পঢ়াৰ কথা ক’লে তাৰ পেটটো বিষায়,আৰু লৰালৰি কৰি কেনিবা লুকায়...

স্মৃতিৰেখা দেৱী পঢ়ক →
শিশুজগত আৰ্কাইভ
৩১ মে’, ২০২২

পদ্যৰে যোগ নেওতা

অনসূয়া বৰঠাকুৰ ১ + ১ = ২ (একে একে দুই) আপডাল কৰিছানে গছপুলি ৰুই? ১ + ২ = ৩ (একে দুয়ে তিনি) ৰামানুজনকনো কোনে নাপায় চিনি! ১ + ৩ = ৪ (একে...

অনসূয়া বৰঠাকুৰ পঢ়ক →
শিশুজগত আৰ্কাইভ
৩১ মে’, ২০২২

শিল্পকলা

আলোকচিত্ৰশিল্পী : মৃদুপৱন হাজৰিকা Depth of lifeDifferenceStay focused Struggle for lifeI wish I could...

মৃদুপৱন হাজৰিকা পঢ়ক →
শিশুজগত আৰ্কাইভ
৩১ মে’, ২০২২

অকণিয়ে অঁকা ছবি

‘অকণিয়ে অঁকা ছবি’ শিতানত এইবাৰ আগ বঢ়াইছোঁ অসম জাতীয় বিদ্যালয়ৰ প্ৰথম শ্ৰেণীৰ ছাত্ৰ সমৃদ্ধ ৰাগ শইকীয়াই অঁকা ছবি...

সমৃদ্ধ ৰাগ শইকীয়া পঢ়ক →
শিশুজগত আৰ্কাইভ
২৪ মে’, ২০২২

চৰাই চিনো আহক - ২

হেমন্ত কুমাৰ গগৈ নাম: চাকৈ চকোৱাইংৰাজী নাম: Ruddy Shelduck, Brahminy Duck বৈজ্ঞানিক নাম: Tadorna ferruginea সংৰক্ষণ স্থিতি: নূন্যতম...

হেমন্ত কুমাৰ গগৈ পঢ়ক →
শিশুজগত আৰ্কাইভ
২৪ মে’, ২০২২

বুদ্ধিৰ সাগৰ বীৰবল

ৰচনা পাঠক(৩০) বাদশ্বাহৰ এটা মৰমৰ ভাটৌ চৰাই আছিল৷ এবাৰ মহাৰাণীৰ নৰিয়া হওঁতে কোনোবাই তেওঁক কিবা এটা খুব মৰমৰ বস্তু দান দিবলৈ পৰামৰ্শ...

ৰচনা পাঠক পঢ়ক →
শিশুজগত আৰ্কাইভ
২৪ মাৰ্চ, ২০২২

বুদ্ধিৰ সাগৰ বীৰবল

ৰচনা পাঠকবীৰবলৰ ডেকা কালৰ কথা৷ এদিন দৰবাৰত বহি থাকোঁতে শ্বাহেনশ্বাহে প্ৰশ্ন সুধিলে, অসাধ্য সাধন কৰি দেখুৱাব পৰা সভাসদ মোৰ এই দৰবাৰ�...

ৰচনা পাঠক পঢ়ক →
শিশুজগত আৰ্কাইভ
২৪ ফেব্ৰুৱাৰী, ২০২২

সৰ্বকালৰ শ্ৰেষ্ঠ বিজ্ঞানী ছাৰ আইজাক নিউটন

ড° পুলক সভাপণ্ডিত সৰ্বকালৰ শ্ৰেষ্ঠ বিজ্ঞানীজনৰ নাম কি? তোমালোকক যদি কোনোবাই এই প্ৰশ্নটো কৰে, তোমালোকে বাৰু কাৰ নাম ক’বা? নিশ্চয় আইজাক...

ড° পুলক সভাপণ্ডিত পঢ়ক →