৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

শিশুজগত (শিশুজগত)

শিশুজগত

মুঠ ২৪৪ টা লেখা
পৃষ্ঠা ৫ / ১১ (প্ৰদৰ্শন: ২৪ টা)
শিশুজগত আৰ্কাইভ
৭ মাৰ্চ, ২০২৪

বহাগ

গীতাঞ্জলি বৰকটকী চ’তৰে শেষতে বহাগে পালেহিগছে বনে সলালে পাত।ঢোলটি বাজিলে পেঁপাটি বাজিলেতত নাইকিয়া গাত॥আয়ে সূতা কাটিছেবায়ে সূতা...

গীতাঞ্জলি বৰকটকী পঢ়ক →
শিশুজগত আৰ্কাইভ
২৬ ফেব্ৰুৱাৰী, ২০২৪

সন্তানক যোগ্য ব্যক্তি ৰূপে গঢ়ি তোলোঁ আহক

নৱনীতা ভট্টাচাৰ্য্য যোগ্য ভোগ্যা বসুন্ধৰা অৰ্থাৎ যোগ্যজনৰ বাবে এই পৃথিৱীখন নানা ভোগ্য বস্তুৰে ভৰপূৰ৷ অতিকে প্ৰয়োজনীয় কথাটো হ’ল নিজকে...

নৱনীতা ভট্টাচাৰ্য্য পঢ়ক →
শিশুজগত আৰ্কাইভ
২৫ ফেব্ৰুৱাৰী, ২০২৪

নিৰ্মলপ্ৰভা বৰদলৈৰ শিশুসাহিত্য: এটি আলোচনা

দীপাঞ্জলি দেৱী শিশুক উদ্দেশ্য কৰি লিখা সাহিত্যই শিশু সাহিত্য। শিশুৰ উপযোগী বিষয়বস্তু আৰু ভাৱবস্তক কেন্দ্ৰ কৰিয়েই শিশু সাহিত্য ৰচনা...

দীপাঞ্জলি দেৱী পঢ়ক →
শিশুজগত আৰ্কাইভ
২৫ ফেব্ৰুৱাৰী, ২০২৪

টেঙা-মিঠা

অমৃত গোস্বামী ‘এইবিধ চৰ্পত স্বাস্থ্যৰ বাবে বৰ উপকাৰী, বিজয়ে অসমৰ পৰা অনা কুঁজী থেকেৰাৰ চৰ্পত৷ খাবলৈও সোৱাদ লগা৷ কুঁজী থেকেৰা অসম�...

অমৃত গোস্বামী পঢ়ক →
শিশুজগত আৰ্কাইভ
১৮ ফেব্ৰুৱাৰী, ২০২৪

অচিন জগতত বাটলু

স্মৃতিৰেখা দেৱী ভাগৰুৱা বাটলু মুহূৰ্ততে চোপনিৰ কোলাত ঢলি পৰিল৷ টোপনিতে সি এটা ধুনীয়া সপোন দেখিলে৷ ... সি সৰগ হেন ধুনীয়া ঠাই এখন�...

স্মৃতিৰেখা দেৱী পঢ়ক →
শিশুজগত আৰ্কাইভ
১৫ ফেব্ৰুৱাৰী, ২০২৪

ওমলা-পদ্য

অৰুণ গগৈ ঔ গছত মৌ আছেপাতি থৈছে টৌগছ বগাই ভালুকেখাই আছে মৌ ৷বাগৰ সলাই মলুৱাইমাৰিছে টোপনিগুণগুণাই ভোমোৰাইকৰিছে আমনি ৷মাছ নাপাই...

অৰুণ গগৈ পঢ়ক →
শিশুজগত আৰ্কাইভ
২ ফেব্ৰুৱাৰী, ২০২৪

অভিলেখাগাৰ(Archives)ৰ সৈতে জড়িত কেৰিয়াৰ

ড° বুলজিৎ বুঢ়াগোহাঁই অভিলেখাগাৰ হ’ল কোনো স্থান, প্ৰতিষ্ঠান বা লোকৰ গোটৰ বিষয়ে তথ্য প্ৰদান কৰা ঐতিহাসিক নথিপত্ৰ বা ৰেক’ৰ্ডৰ এক সংগ্ৰহ৷...

ড° বুলজিৎ বুঢ়াগোহাঁই পঢ়ক →
শিশুজগত আৰ্কাইভ
৩১ জানুৱাৰী, ২০২৪

কেৰিবিয়ান ক্ৰিকেটত নতুন 'ছামাৰ'

যুগললোচন দাস কেৰিবিয়ান দ্বীপপুঞ্জৰ এটা নিভৃত ক্ষুদ্ৰ দ্বীপ। চাৰিওফালে বিস্তৃৰ্ণ জলৰাশি। মহাসাগৰৰ উত্তাল গৰ্জন। কেতিয়াবা শান্�...

যুগললোচন দাস পঢ়ক →
শিশুজগত আৰ্কাইভ
২৮ জানুৱাৰী, ২০২৪

ভাৱাল সন্ন্যাসী

অমৃত গোস্বামী আইতা-ককা-দেউতাহঁতৰ মুখত আমি সৰু হৈ থাকোঁতে‌ শুনিবলৈ পোৱা, বা পাছত ডাঙৰ হৈ নিজে পঢ়া ৰূপকথা বা সাধুকথা একোটাৰ দৰেই...

অমৃত গোস্বামী পঢ়ক →
শিশুজগত আৰ্কাইভ
২৭ জানুৱাৰী, ২০২৪

ঘৰখনক সুন্দৰ কৰি তোলোঁ আহক

নৱনীতা ভট্টাচাৰ্য্য “সমাজখন যিবোৰ নীতি-নিয়মৰ দ্বাৰা পৰিচালিত হয় সেইবোৰৰ মূল উৎস হ’ল ঘৰখন৷ বিধি বা নিয়ম হ’ল ঘৰখনৰ প্ৰতিফলন৷ ঘৰুৱা...

নৱনীতা গোস্বামী পঢ়ক →
শিশুজগত আৰ্কাইভ
২৭ জানুৱাৰী, ২০২৪

ৰিংপ’হঁতৰ সপোন

অংগনা ভট্টাচাৰ্য্য আজি দেওবাৰ৷ পঢ়াশালি বন্ধ৷ তথাপি ৰিংপ’ৰ মনটো বেয়া৷ পুৱাৰ পৰাই তাই আমন-জিমনকৈ আছে৷ পঢ়া-শুনাতো মনোযোগ দিয়া নাই৷ তৃতীয়...

অংগনা ভট্টাচাৰ্য পঢ়ক →
শিশুজগত আৰ্কাইভ
২৫ জানুৱাৰী, ২০২৪

অচিন জগতত বাটলু

স্মৃতিৰেখা দেৱী : তোমাৰ নাম তেনেহ’লে বাটলু? বৰ ধুনীয়া নাম৷ মোৰ নাম ইপ্পি, এওঁ হিং, তেওঁৰ নাম য়াকিছ আৰু তোমাৰ পিছফালে থকাজনৰ নাম ছিংকা৷...

স্মৃতিৰেখা দেৱী পঢ়ক →
শিশুজগত আৰ্কাইভ
২৪ জানুৱাৰী, ২০২৪

ভেৰেকী মাহীৰ তাঁতশাল

অৰুণ গগৈ ভেৰেকী মাহীয়ে চেৰেকী ঘূৰাই মহুৰা আছে বাটি টাকুৰী ঘূৰাই তগৰী জেঠাই কপাহ আছে কাটি ৷ ৰূপহী বাইটি কৰি তাঁত-বাতি &nbs...

অৰুণ গগৈ পঢ়ক →
শিশুজগত আৰ্কাইভ
২৭ ডিচেম্বৰ, ২০২৩

অনাবিলৰ পদ্য

ৰচনা পাঠকঅনাবিল বৰবৰা ল’ৰাটিৰ নাম,কম্পিউটাৰ গে’ম খেলে, নাই আন কাম৷পঢ়াৰ কথা ক’লে তাৰ পেটটো বিষায়,আৰু লৰালৰি কৰি কেনিবা লুকায়৷তেনে...

ৰচনা পাঠক পঢ়ক →
শিশুজগত আৰ্কাইভ
২৭ ডিচেম্বৰ, ২০২৩

অচিন জগতত বাটলু

স্মৃতিৰেখা দেৱী(আগকথা : সেউজপুৰ এখন ধুনীয়া অৰণ্য ৰাজ্য৷ ৰাজ্যৰ ৰজা কেশৰী এজন খুব মৰমিয়াল, প্ৰজাৰঞ্জক সিংহ৷ সেউজপুৰৰ মহামন্ত্ৰীজন এজন...

স্মৃতিৰেখা দেৱী পঢ়ক →
শিশুজগত আৰ্কাইভ
২৪ ডিচেম্বৰ, ২০২৩

মণিপুৰ ডায়েৰী

বেদান্ত নাথ দীঘলীয়া এছোৱা সময়ৰ পাছত মণিপুৰলৈ উৰা মাৰিলোঁ । ২০১৭ চনৰ পৰা নিয়মীয়াকৈ মণিপুৰলৈ গৈছিলোঁ। মণিপুৰৰ দুটামান কথাই মোক বৰকৈ...

বেদান্ত নাথ পঢ়ক →
শিশুজগত আৰ্কাইভ
৩০ নৱেম্বৰ, ২০২৩

অকণিয়ে অঁকা ছবি

‘অকণিয়ে অঁকা ছবি’ শিতানত এইবাৰ আগবঢ়াইছোঁ মাজুলীৰ ‘অমৰ ঘোষ হ’লি আইলেণ্ড স্কুল’ৰ প্ৰথম শ্ৰেণীৰ ছাত্ৰী আৰাধ্যা শুভলক্ষ্মীয়ে অঁকা ছবি...

আৰাধ্যা শুভলক্ষ্মী পঢ়ক →
শিশুজগত আৰ্কাইভ
২৭ নৱেম্বৰ, ২০২৩

এটা ফুটা কলহ

নৱনীতা ভট্টাচাৰ্য্য আইতা বুলি ক’লেই মনলৈ অহা প্ৰথম শব্দটো হ’ল সাধুকথা ৷ জিলিৰ আইতাকো ইয়াৰ ব্যতিক্ৰম নহয় ৷ তেওঁ প্ৰতিটো পৰিস্থিতিৰ...

নৱনীতা ভট্টাচাৰ্য্য পঢ়ক →
শিশুজগত আৰ্কাইভ
২১ নৱেম্বৰ, ২০২৩

বগলী

অৰুণ গগৈ আবেলি বিয়লি বগলী বিলৰ পাৰত পৰে পানীৰ মাজৰ পুঠিমাছ থাপ মাৰি ধৰে ৷ বহলাই বহে বৰপথাৰত দাঙি এটা ঠেং মুখৰ আগত পালেই খায় সৰু সৰু...

অৰুণ গগৈ পঢ়ক →
শিশুজগত আৰ্কাইভ
১৯ অক্টোবৰ, ২০২৩

জাহ্নু বৰুৱা, সৃষ্টি আৰু কৃতিত্ব

মৃণালকান্তি মহন কেৱল অসমৰে নহয় সমগ্ৰ ভাৰতৰে গৌৰৱ জাহ্নু বৰুৱা অসমীয়া চলচ্চিত্ৰ আৰু ভাৰতীয় চলচ্চিত্ৰ জগতৰ এটা সন্মানীয় নাম৷ চলচ্চিত্ৰ...

মৃণালকান্তি মহন পঢ়ক →
শিশুজগত আৰ্কাইভ
২৮ ছেপ্টেম্বৰ, ২০২৩

গ্ৰন্থ প্ৰকাশনৰ সৈতে জড়িত কেৰিয়াৰ

ড° বুলজিৎ বুঢ়াগোহাঁই ভাৰত এখন গৰিষ্ঠ সংখ্যক গ্ৰন্থ প্ৰকাশ কৰা দেশ। ভাৰত হয়তো একমাত্ৰ দেশ য’ত ২৪টা ভাষাত গ্ৰন্থ প্ৰকাশ পায়। ইয়াৰে...

ড° বুলজিৎ বুঢ়াগোহাঁই পঢ়ক →
শিশুজগত আৰ্কাইভ
২৮ ছেপ্টেম্বৰ, ২০২৩

উপহাৰ

স্মৃতিৰেখা দেৱীআজি স্কুল বন্ধ ৷ ৰাতিপুৱা পঢ়াৰপৰা উঠিয়েই নয়নাই ওচৰৰে ৰমেনহঁতৰ পদূলিৰ শেৱালিজোপাৰ তলত সৰি থকা ফুল কেইপাহমান বুটলি...

স্মৃতিৰেখা দেৱী পঢ়ক →
শিশুজগত আৰ্কাইভ
২৬ ছেপ্টেম্বৰ, ২০২৩

সুৰুয সূৰ্য হ’ল

চন্দ্ৰাৱলী বৰঠাকুৰ এইবছৰ জুন মাহত লোকসেৱা আয়োগৰ ২০২২ বৰ্ষৰ ফল ঘোষিত হল। বিগত বছৰৰ দৰে এইবছৰো প্ৰথম চাৰিটা স্থান মহিলাই লাভ কৰিবলৈ...

চন্দ্ৰাৱলী বৰঠাকুৰ পঢ়ক →
শিশুজগত আৰ্কাইভ
২৫ ছেপ্টেম্বৰ, ২০২৩

হীৰাগুড়ি পাহাৰৰ দেৱতা

বিদিশা দত্ত (৭) চাৰিওফালৰ আন্ধাৰবোৰক আঁতৰাই আকাশখনত ৰঙচুৱা পোহৰে দেখা দিছে। এটা এটাকৈ প্ৰায়খিনিৰে টোপনি ভাগিছে। উঠি বহি সকলোৱে ভুচুক...

বিদিশা দত্ত পঢ়ক →