স্বৰাজোত্তৰ কালৰ অসমীয়া চিনেমা - ১০
(পাৰ্বতিপ্ৰসাদ বিষ্ণু ৰাভাৰ পৰা জাহ্নু-মঞ্জুলৈ) নিজ...
অন্যযুগ সূচী
অসমীয়া আৰু বিশ্ব সাহিত্যৰ নিৰ্বাচিত আলোচনা আৰু সৃষ্টিশীল ৰচনা।
(পাৰ্বতিপ্ৰসাদ বিষ্ণু ৰাভাৰ পৰা জাহ্নু-মঞ্জুলৈ) নিজ...
‘প্ৰাক্ বৈদিক শামুকবোৰ’ অনিতা গগৈৰ তৃতীয় কবিতাপুথি। প্ৰখৰ ঐতিহ্যবোধ, তীব্ৰ জীৱন জিজ্ঞাসা, দায়বদ্ধ সমাজবোধ, প্ৰকৃতিৰ অনিৰ্বচনীয়...
জয়ন্ত মাধৱ বৰা ৷৷ চাৰি৷৷ মনটো অস্থিৰ হৈ উঠিলেই গণেশ বেংডোবাৰ ঘাটলৈ আহে৷ সৰুতে অস্থিৰ হ’লে, ভয় লাগিলে সি মাকক সাৱটি ধৰিছিল৷ মাকে তাক...
মূল: Robert Frost-অৰ Acquainted With The Night অনুবাদ : ড° ৰঞ্জিত দত্তএটি নিশাৰ সতে চিনাকি হৈছিল মোৰ৷ এজাক বৰষুণৰ মাজতে ওলাই গৈছিলোঁ...
ঘাঁহফুলৰ মাজেদি এই সময়ৰ এক শক্তিশালী কবিকণ্ঠ কিশোৰ মনজিৎ বৰাৰ পঞ্চম কাব্যগ্ৰন্থ ‘ঘাঁহফুলৰ মাজেদি’ অলপতে প্ৰকাশ পাইছে৷ কবিগৰাকীৰ কাব্য...
জয়ন্ত মাধৱ বৰা ৷৷ তিনি ৷৷ অলপ দিনৰ পিছতে সিহঁতে অভাৱ কি বুজি পোৱা হ’ল৷ ভোক কি বুজি পোৱা হ’ল৷ উপাই নাপাই সি স্কুল এৰি মণিৰ দোকানত লগুৱা...
লোকনাথ গোস্বামী(১৩)(মন দাপোণত-৭)(১)কলেজত সেইবাৰ এবছৰীয়া প্ৰাক-বিশ্ববিদ্যালয়ৰ দেওনা যেনিবা কোনোমতে পাৰ হ’লো৷ ভবামতে ফলাফল নহ’ল৷ এবছৰ�...
শৈশৱতে কৈশোৰতে ড০ পোনা মহন্তৰ শৈশৱতে কৈশোৰতে ‘উলাহেৰে উভতি চাওঁ’ শিৰোনামেৰে ‘অন্যযুগ’ত ইতিপূৰ্বে প্ৰকাশিত তেখেতৰ ঘটনাবহুল তথা বৰ্ণিল...
জয়ন্ত মাধৱ বৰা ৷৷ দুই ৷৷ জীৱনটোৱে যেতিয়া বিৰক্তি ওপজায়, গণেশ বেংডোবাৰ কাষলৈ আহে৷ বেংডোবাই তাক মাতি আনে৷ বেংডোবাৰ নীৰৱতাৰ বাটেদি তাৰ...
মূল : (বাংলা) মাণিক বন্দ্যোপাধ্যায় অনুবাদ : বাসুদেব দাস এটা ল’ৰা আৰু এজনী ছোৱালী আছিল ৷ আমি ধৰি ল’ব পাৰোঁ, লৰাজনৰ নাম মহাবীৰ আৰু...
লোকনাথ গোস্ৱামী মন-দাপোনত - ৭ (১) দৰং কলেজত সেই সময়ত ব’টানি (Botany) আৰু জুল’জি (Zoology, আজিকালি এই সংজ্ঞাবিলাক সলনি হৈ প্ৰাণীবিদ্যা...
বাব্লু প্ৰসাদ বৰুৱা(অক্টোবৰ সংখ্যাৰ পাছৰপৰা) (টোকা : এই আলোচনালানিৰ প্ৰথমাংশত আমি থলগিৰি অসমীয়া মানুহৰ ইতিহাস-চেতনাক কিদৰে বহিৰাগ�...
পাঁচ বহাগ মাহ সোমাল৷ তেমেকাহঁতে বহাগ বিহুৰ সোৱাদ তেতেলীয়াৰ মানুহবোৰৰ লগতে ল’লে৷ তেতেলীয়াৰ ডেকাবোৰৰ লগতে ঘৰে ঘৰে হুঁচৰি মাৰিও আনন্দ...