৫ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

সাহিত্য (Literature)

অসমীয়া আৰু বিশ্ব সাহিত্যৰ নিৰ্বাচিত আলোচনা আৰু সৃষ্টিশীল ৰচনা।

মুঠ ৫৭০ টা লেখা
পৃষ্ঠা ৫ / ২৪ (প্ৰদৰ্শন: ২৪ টা)
সাহিত্য আৰ্কাইভ
২২ নৱেম্বৰ, ২০২৫

জুবিন

মূলঃ সুবোধ সৰকাৰ অসমীয়া অনুবাদঃ কুমুদ ঘোষ তুমি আছিলা গান, হ’লা ব্ৰহ্মপুত্ৰ নদী তুমি আছিলা মোৰ জুবিন, আজি তুমি সকলোৰে অসম৷...

কুমুদ ঘোষ পঢ়ক →
সাহিত্য আৰ্কাইভ
৩১ অক্টোবৰ, ২০২৫

এখন পানীৰ কম্বল

কবি : থমাছ বাৰ্ণহাৰ্ড (Thomas Bernhard , অষ্ট্ৰিয়া)অনুবাদ : ড° ৰঞ্জিত দত্তএখন পানীৰ কম্বলতমই সী লৈছোঁমোৰ দিনবোৰক,মোৰ ভগৱানকআৰু...

ড০ৰঞ্জিত দত্ত পঢ়ক →
সাহিত্য আৰ্কাইভ
৩০ অক্টোবৰ, ২০২৫

স্বৰাজোত্তৰ কালৰ অসমীয়া চিনেমা- ১৬

(পাৰ্বতিপ্ৰসাদ বিষ্ণু ৰাভাৰ পৰা জাহ্নু-মঞ্জুলৈ) নিজৰা ৰাজকুমাৰী এই সময় জুবিনময়৷ কাণত আৰু বুকুত বাজি আছে জুবিনৰ গীত আৰু মাত৷...

নিজৰা ৰাজকুমাৰী পঢ়ক →
সাহিত্য আৰ্কাইভ
৩০ অক্টোবৰ, ২০২৫

মাক-কথা

(Unfolded Stories of a Mother)ৰত্নোত্তমা দাস বিক্ৰম(দুই) নিনাদ অহাৰ আগতে, দিল্লীৰ পৰা গৈ নাহৰৰ দেশত (গ’গা, ক্লিম্‌ট্‌ আৰু জিব্ৰানৰ...

ৰত্নোত্তমা দাস বিক্ৰম পঢ়ক →
সাহিত্য আৰ্কাইভ
৩০ অক্টোবৰ, ২০২৫

পানী হিলৈ

গোৱিন কুমাৰ খাউণ্ড জৰিগুৰিৰ মানুহৰ বাবে আপদ হৈ পৰা সৰগী এতিয়া নৰকত পৰিণত হৈছে শৰৎ শৰ্মাৰ বাবে। অসুস্থ নীলৰ পুতেক মৃগাংকক আছুৰ পৰা...

গোৱিন কুমাৰ খাউণ্ড পঢ়ক →
সাহিত্য আৰ্কাইভ
২৯ অক্টোবৰ, ২০২৫

জীৱন যাপন

মূলঃ হুমায়ূন আহমেদ অনুবাদঃ ড° জোনালী পাটোৱাৰী বৰা মোৰ ভিনিহিজন কিবা “খবিশ” ধৰণৰ মানুহ। “খবিশ” শব্দটোৰ অৰ্থ মই সঠিককৈ নাজানো।নিশ্চয়...

ড°জোনালী পাটোৱাৰী বৰা পঢ়ক →
সাহিত্য আৰ্কাইভ
২৪ অক্টোবৰ, ২০২৫

চোৰ

মূল: ৰাস্কিন বণ্ড অনুবাদ: পংকজ কুমাৰ নেওগ ৰ’মিক প্ৰথমবাৰৰ বাবে লগ পাওঁতে মই এটা চোৰ আছিলোঁ। যদিও সেই সময়ত মই আছিলোঁ মাত্ৰ ১৫ বছৰীয়া...

পংকজ কুমাৰ নেওগ পঢ়ক →
সাহিত্য আৰ্কাইভ
২২ অক্টোবৰ, ২০২৫

‘আটক চাউল’ৰ আঁত ধৰি :

অমৃত গোস্বামী মাহঁতৰ মুখত শুনা এটা অদ্ভুত নাম মোৰ আজিও মনত আছে— ‘আটক চাউল’৷ সেই চাউলবিধ হেনো বৰ মিহি আছিল, আৰু চাউলবিধৰ ভাতো হেনো বৰ...

অমৃত গোস্বামী পঢ়ক →
সাহিত্য আৰ্কাইভ
৩০ ছেপ্টেম্বৰ, ২০২৫

অনুকম্পা

মূল (ইং.) : পল লৰেঞ্চ ডানবাৰ (Paul Laurence Dunber)-ৰ Sympathy অনুবাদ : ড° ৰঞ্জিত দত্তসজাত বন্দী চৰাইজনীয়েকি অনুভৱ কৰেসেয়া মই...

ড০ৰঞ্জিত দত্ত পঢ়ক →
সাহিত্য আৰ্কাইভ
২৭ ছেপ্টেম্বৰ, ২০২৫

পানী হিলৈ

গোৱিন কুমাৰ খাউণ্ড (যোৱা সংখ্যাৰ পৰা) মৃগাংকৰ মুখৰ পৰা ভেলেককৈ মদৰ গোন্ধটো গৈ মিলিটেৰীৰ নাকত লাগিল। মিলিটেৰীয়ে মুখখন বিকটাই দিলে...

গোৱিন কুমাৰ খাউণ্ড পঢ়ক →
সাহিত্য আৰ্কাইভ
২৭ ছেপ্টেম্বৰ, ২০২৫

বেংডোবাৰ ঘাট

জয়ন্ত মাধৱ বৰা৷৷ দহ৷৷ ছোৱালীবোৰক চাকৰি দিম বুলি দালাল কিছুমানে ফুচুলাই নি বেলেগ ৰাজ্যত বিক্ৰী কৰি দিয়াক লৈযে ধুপধৰাত কেইদিনমান...

জয়ন্ত মাধৱ বৰা পঢ়ক →
সাহিত্য আৰ্কাইভ
৩১ আগষ্ট, ২০২৫

পাগল ছোৱালীজনীৰ প্ৰেমগীত

মূল : চিলভিয়া প্লাথ (ইং. Mad Girl's Love Song, Sylvia Plath)অনুবাদ : ড° ৰঞ্জিত দত্তচকুদুটি মুদি দিলোঁমৃত হৈ পৰিলপৃথিৱীৰ সকলো,মেলি...

ড০ৰঞ্জিত দত্ত পঢ়ক →
সাহিত্য আৰ্কাইভ
৩১ আগষ্ট, ২০২৫

বিধাতা

মূল (বাংলা) : বনফুল ভাবানুবাদ : পূৰৱী তালুকদাৰ বাঘৰ বৰ উপদ্ৰৱ৷ মানুহবোৰ অস্থিৰ হৈ পৰিল৷ গৰু, পোৱালি, শেষ পৰ্যন্ত মানুহো বাঘৰ কবলত পৰি...

পূৰৱী তালুকদাৰ পঢ়ক →
সাহিত্য আৰ্কাইভ
৩০ আগষ্ট, ২০২৫

আকাশীগংগা

অমৃত গোস্বামী মধ্য অসমৰ মানুহে পিকনিক বা বনভোজ খোৱা ঠাই– ‘আকাশী গংগা।’ এইটো মোৰ আগৰেপৰা জনা কথা। আকৌ, কেই বছৰমানৰ আগতে বৰদোৱা বা...

অমৃত গোস্বামী পঢ়ক →
সাহিত্য আৰ্কাইভ
৩০ আগষ্ট, ২০২৫

বেংডোবাৰ ঘাট

জয়ন্ত মাধৱ বৰা ৷ ৷ ন ৷ ৷ চন্দ্ৰৰ শটো আনিবলৈ অৱশেষত গণেশ আকৌ ৰংজুলিলৈ যাব লগা হ’ল৷ গাঁওবুঢ়াই তাক কথাটো জনালেহি–‘থানাৰ পাৰা ফোন কুৰছে৷...

জয়ন্ত মাধৱ বৰা পঢ়ক →
সাহিত্য আৰ্কাইভ
২৯ আগষ্ট, ২০২৫

হিমাচলৰ সেউজ আঁচল

অংগনা চৌধুৰী বসন্তই আহি প্ৰকৃতিৰ বুকু শুৱনি কৰা আৰম্ভ কৰোঁতেই আমি মানে মই, মোৰ মানুহজন আৰু আমাৰ পুত্ৰ সাজু হ’লো হিমাচল প্ৰদেশৰ...

অংগনা চৌধুৰী পঢ়ক →
সাহিত্য আৰ্কাইভ
২৮ আগষ্ট, ২০২৫

মাক-কথা

(Unfolded Stories of a Mother)ৰত্নোত্তমা দাস বিক্ৰমপ্ৰথমাংশ প্ৰথম অধ্যায় মোৰ ফৰাছী বন্ধু আৰু সিহতৰ দেশত কমলাৰ গুটি গজি পুলিয়ে পোখা...

ৰত্নোত্তমা দাস বিক্ৰম পঢ়ক →
সাহিত্য আৰ্কাইভ
২৭ আগষ্ট, ২০২৫

স্বৰাজোত্তৰ কালৰ অসমীয়া চিনেমা-১৪

(পাৰ্বতিপ্ৰসাদ বিষ্ণু ৰাভাৰ পৰা জাহ্নু-মঞ্জুলৈ) নিজৰা ৰাজকুমাৰী যোৱা সংখ্যাৰ লেখাটো শেষ কৰিছিলোঁ শ্বেৰ চৌধুৰীৰ ৰাষ্ট্ৰীয় পুৰস্কাৰেৰে...

নিজৰা ৰাজকুমাৰী পঢ়ক →
সাহিত্য আৰ্কাইভ
২৭ আগষ্ট, ২০২৫

পানী হিলৈ

(আঠ) মাটি একেডৰাই। এটা মৰিশালী পকাৰে সজোৱা আনটো হেঙাৰ দি বেৰি থোৱা আছে। হিমানীয়ে সপোনতো ভবা নাছিল বাপেক-পুতেকৰ মৰিশালী একেঠাইতে দেখি...

গোৱিন কুমাৰ খাউণ্ড পঢ়ক →
সাহিত্য আৰ্কাইভ
১৯ আগষ্ট, ২০২৫

পুত্ৰ

মূল : সুতপা চক্ৰৱৰ্তী ( বাংলা ) অনুবাদ : নয়ন মণি মিশ্ৰ বাহিৰত বৰষুণ হৈ আছে মাতৃহীন তই ঘুৰি ফুৰিছ ইফালে সিফালে মোৰ দেউতাৰ দৰে তোৰো...

নয়ন মণি মিশ্ৰ পঢ়ক →
সাহিত্য আৰ্কাইভ
৩১ জুলাই, ২০২৫

এজন বুঢ়া আৰু এটা সৰু ল’ৰা

মূল : শ্বেল চিলভাৰস্টেইন (Shel Silverstein) অনুবাদ : দীপাঞ্জলি দেৱী সৰু ল’ৰাটোৱে ক’লে, “কেতিয়াবা মই চামুচখন হাতৰপৰা পেলাই দিওঁ”...

দীপাঞ্জলি দেৱী পঢ়ক →
সাহিত্য আৰ্কাইভ
৩০ জুলাই, ২০২৫

তুমি, অমিতাভ

মূলঃ ডঃ তপোধীৰ ভট্টাচাৰ্য (বাংলা) অসমীয়া অনুবাদঃ কুমুদ ঘোষ তুমি, অমিতাভ, ভুল পথেৰে পাহাৰ আৰু অৰণ্যৰ পৰা সমতললৈ নামি আহিছিলা – ব্যস্�...

কুমুদ ঘোষ পঢ়ক →
সাহিত্য আৰ্কাইভ
৩০ জুলাই, ২০২৫

দুৱাৰডলি

মূল : THRESHOLD, ৰোণাল্ড বাইটান (Ronald Baytan, ফিলিপাইন) অনুবাদ : ড° ৰঞ্জিত দত্তএটি ভয়ানক সঁচা প্ৰতিশ্ৰুতিআৰু নিৰলে বাঢ়ি...

সাহিত্য আৰ্কাইভ
২৯ জুলাই, ২০২৫

স্বৰাজোত্তৰ কালৰ অসমীয়া চিনেমা-১৩

(পাৰ্বতিপ্ৰসাদ-বিষ্ণু ৰাভাৰ পৰা জাহ্নু-মঞ্জুলৈ) নিজৰা ৰাজকুমাৰী অলপতে ‘ভাইমনদা’ নামৰ মুনীন বৰুৱাৰ জীৱনভিত্তিক চিনেমাখন চলি গ’ল৷ অসমীয়া...

নিজৰা ৰাজকুমাৰী পঢ়ক →