৫ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

সাহিত্য (Literature)

অসমীয়া আৰু বিশ্ব সাহিত্যৰ নিৰ্বাচিত আলোচনা আৰু সৃষ্টিশীল ৰচনা।

মুঠ ৫৭০ টা লেখা
পৃষ্ঠা ৮ / ২৪ (প্ৰদৰ্শন: ২৪ টা)
সাহিত্য আৰ্কাইভ
৩০ নৱেম্বৰ, ২০২৪

দুৰ্যোগ ব্যৱস্থাপনা (Disaster Management)

ড° বুলজিৎ বুঢ়াগোহাঁই দুৰ্যোগ ব্যৱস্থাপনা বা ডিজেষ্টাৰ মেনেজমেণ্ট(Disaster Management)ত প্ৰাকৃতিক বা মানৱসৃষ্ট দুৰ্যোগৰ সময়ত জীৱন...

ড° বুলজিৎ বুঢ়াগোহাঁই পঢ়ক →
সাহিত্য আৰ্কাইভ
২৬ নৱেম্বৰ, ২০২৪

ভাৰাঘৰ

মূল : অংশুমান কৰ অসমীয়া অনুবাদ : কুমুদ ঘোষ সেই ঘৰ এৰি অহা বহুদিনেই হ’ল৷ আহোঁতে-যাওঁতে, তথাপি, মাজে-সময়ে চকুত পৰে৷ দেখোঁ, নীলা-বগাৰ...

মূল :অংশুমান কৰ পঢ়ক →
সাহিত্য আৰ্কাইভ
২৬ নৱেম্বৰ, ২০২৪

বঙ্কিমচন্দ্ৰ আৰু ঐতিহাসিক উপন্যাসৰ স্ৰষ্টা ৰজনীকান্ত বৰদলৈ

বাসুদেব দাস ইংৰাজী সাহিত্যত ছাৰ ৱাল্টাৰ স্কট আৰু বঙলা সাহিত্যত বঙ্কিমচন্দ্ৰ চট্টোপাধ্যায় ঐতিহাসিক উপন্যাসৰ বাবে বিখ্যাত।অসমীয়া�...

বাসুদেব দাস পঢ়ক →
সাহিত্য আৰ্কাইভ
২৬ নৱেম্বৰ, ২০২৪

পুতলাটো

মূল : The Puppet, গ্ৰেবিয়েল গাৰচিয়া মাৰ্কেজ, কলম্বিয়া, সাহিত্যৰ ন'বেল বঁটা ১৯৮২ চনঅনুবাদ : ড° ৰঞ্জিত দত্তঅলপ সময়ৰ বাবে ভগৱানে যদি...

মূল:গ্ৰেবিয়েল গাৰচিয়া মাৰ্কেজ পঢ়ক →
সাহিত্য আৰ্কাইভ
৩০ অক্টোবৰ, ২০২৪

অমৰা আৰু ক্ৰেব নেবুলা

মূল : মুহম্মদ জাফৰ ইকবাল (বাংলা) অনুবাদ : ৰঞ্জনা দত্ত তাৰ এই অভ্যাসটো আৰম্ভ হৈছিল একেবাৰে সৰুকালৰে পৰা৷ ৰঞ্জুৰ বয়স তেতিয়া চাৰি বছৰ৷...

ৰঞ্জনা দত্ত পঢ়ক →
সাহিত্য আৰ্কাইভ
২৫ অক্টোবৰ, ২০২৪

কিচকিচিয়া ক'লা পোহৰৰ ঘৰ

কবি : হান কাং (দক্ষিণ কোৰিয়া, সাহিত্যৰ ন'বেল বটা ২০২৪ চন)অনুবাদ : ড° ৰঞ্জিত দত্ত সিদিনা উই-ডঙতএজাক শিলাবৃষ্টি হৈছিল আৰু মোৰ চকুৰ পৰা...

ড° ৰঞ্জিত দত্ত পঢ়ক →
সাহিত্য আৰ্কাইভ
২৫ অক্টোবৰ, ২০২৪

মহাবৃত্ত

মৃদুল শৰ্মা৩৪ অৰ্জুন৷ সৰ্বশ্ৰেষ্ঠ যোদ্ধা! মহাবীৰ!! গাণ্ডীৱধাৰী!!! এই অভিধাবোৰে মোক বিগত কিছুদিন ধৰি বিদ্ৰুপ কৰিছে অসহনীয়ভাৱে৷ আশৈশৱ যি...

মৃদুল শৰ্মা পঢ়ক →
সাহিত্য আৰ্কাইভ
২৫ অক্টোবৰ, ২০২৪

ধেৱাই ধোৱা ধৰণী

অজিত ছিংনাৰদুই ৰাতিপুৱা দোকমোকালিতে উঠি তেমেকাই ভাত ৰান্ধিবলৈ ধৰিলে৷ কেৰ্পায়ে কালি মদন আৰু গুপেশ্বৰৰ ঘৰৰ পৰা অনা চাউলবোৰ আৰু...

অজিত ছিংনাৰ পঢ়ক →
সাহিত্য আৰ্কাইভ
২৬ ছেপ্টেম্বৰ, ২০২৪

এজন কবি দিয়াঁ এগৰাকী প্ৰেয়সীলৈ

মূল ইংৰাজী : চি.জে.হেক্ (C. J. Heck, আমেৰিকা)অনুুবাদ : ড° ৰঞ্জিত দত্তমোক এজন কবি দিয়াএগৰাকী প্ৰেয়সীলৈযাৰ শব্দবোৰৰ পৰশমখমলৰ দৰে...

মূল ইংৰাজী : চি.জে.হেক্ (C. J. Heck, আমেৰিকা) পঢ়ক →
সাহিত্য আৰ্কাইভ
২৪ ছেপ্টেম্বৰ, ২০২৪

ধেৱাই ধোৱা ধৰণী

অজিত ছিংনাৰ(ষোল) দোকমোকালিতে তেমেকা টোপনিৰ পৰা সাৰ পালে৷ সাৰ পাই আকৌ অলপ শুই ল’ব বুলি ভাবিছিল যদিও আজি ডিচি ফুলগুৰিলৈ অহাৰ কথাটো মন�...

অজিত ছিংনাৰ পঢ়ক →
সাহিত্য আৰ্কাইভ
২৪ ছেপ্টেম্বৰ, ২০২৪

মহাবৃত্ত

মৃদুল শৰ্মা৩১ কৰ্ণ৷ মোৰ জননী হেনো পাণ্ডুপত্নী কুন্তীদেৱী৷ কুন্তীদেৱীয়ে মোক সূৰ্যকান্তি কৰ্ণৰূপে জন্ম দিয়া বুলি দাবী কৰিছিল৷ কিন্তু...

মৃদুল শৰ্মা পঢ়ক →
সাহিত্য আৰ্কাইভ
১৬ ছেপ্টেম্বৰ, ২০২৪

কলা কি?

লিও টলষ্টয়ৰ What is Art? গ্ৰন্থৰ ধাৰাবাহিক অসমীয়া অনুবাদঅনুবাদক : ড˚ বিৰিঞ্চি কুমাৰ দাস (৭)সৌন্দৰ্যৰ এই আটাইবোৰ সংজ্ঞাৰ অন্তিম ফল কি?...

মূল :লিও টলষ্টয়ৰ ‘What is Art?’ পঢ়ক →
সাহিত্য আৰ্কাইভ
৭ ছেপ্টেম্বৰ, ২০২৪

এপইনমেণ্ট উইথ লাভ

মূল : চুলেমিথ ইশ-কিশোৰ অনুবাদ : পংকজ কুমাৰ নেওগ ছয় বাজিবলৈ আৰু ছয় মিনিট বাকী – নিউয়ৰ্কৰ গ্ৰেণ্ড চেণ্ট্ৰেল ষ্টেছনৰ ইনফৰমেশ্বন বুথৰ ওপৰ�...

মূল:চুলেমিথ ইশ-কিশোৰ পঢ়ক →
সাহিত্য আৰ্কাইভ
৩১ আগষ্ট, ২০২৪

এটা পুথিভঁৰালৰ মৃত্যু

মূল (ইংৰাজী) : ৱেল্ডন কীজ (Weldon Kees, ২৪ ফেব্ৰুৱাৰি, ১৯১৪- ১৮ জুলাই, ১৯৫৫ )অনুবাদ : প্ৰশান্ত মিশ্ৰযেতিয়া কয়লাজ্বলোৱা শেষ হ'ল, আমি...

মূল (ইংৰাজী) : ৱেল্ডন কীজ (Weldon Kees) পঢ়ক →
সাহিত্য আৰ্কাইভ
২৯ আগষ্ট, ২০২৪

ডান্স থেৰাপিষ্ট (Dance Therapist) কেনেকৈ হ’ব পাৰি ?

ড° বুলজিৎ বুঢ়াগোহাঁই ডান্স থেৰাপি, যাক ডান্স/মুভমেণ্ট থেৰাপি (ডিএমটি) বুলিও কোৱা হয়, এই থেৰাপি হৈছে এক প্ৰকাৰৰ মনোচিকিৎসা যি...

ড° বুলজিৎ বুঢ়াগোহাঁই পঢ়ক →
সাহিত্য আৰ্কাইভ
২৭ আগষ্ট, ২০২৪

য়েছে দৰজে ঠংচিৰ ‘শৱ কটা মানুহ’ উপন্যাসত প্ৰতিফলিত মনপা জনগোষ্ঠীৰ জীৱনধাৰা

কিশোৰ দাস কোঁৱৰ স্বনামধন্য ঔপন্যাসিক য়েছে দৰজে ঠংচিৰ ‘শৱ কটা মানুহ’ উপন্যাসখনৰ মূল হ’ল অৰুণাচল প্ৰদেশৰ টাৱাং জিলাৰ মনপা জনজাতিৰ মৃতকৰ...

কিশোৰ দাস কোঁৱৰ পঢ়ক →
সাহিত্য আৰ্কাইভ
২৫ আগষ্ট, ২০২৪

ৰূপহী কহিমা travelogue-angana-choudhury-september-2024

অংগনা চৌধুৰী নাগালেণ্ডলৈ এপাক যাবলৈ বহুদিনৰপৰাই মন গৈ আছিল৷ কহিমাই যেন হাতবাউল দি আমাক মাতিহে আছিল৷ সেয়ে এইবাৰ বেছি আগ-পাছ গুণি নাথাকি...

অংগনা চৌধুৰী পঢ়ক →
সাহিত্য আৰ্কাইভ
২৪ আগষ্ট, ২০২৪

মহাকবি কালিদাসৰ 'ঋতুসংহাৰম্'

অসমীয়া অনুবাদ : কৌস্তুভমণি শইকীয়া দত্ত ।। বসন্ত বৰ্ণনা ।।।। অথ বসন্তঃ ।।হে প্ৰিয়তমা!নৱবিকশিত আমফুলৰ অতি তীক্ষ্ণ বাণেৰে সজ্জিতভ্ৰমৰৰ...

অনুবাদ : কৌস্তুভমণি শইকীয়া দত্ত পঢ়ক →
সাহিত্য আৰ্কাইভ
২৪ আগষ্ট, ২০২৪

এজন কবি হ'বলৈ

মূল : জেৰুশ্লাভ ছেইফাৰ্ট ((Jaroslav Saifert)১৯৮৪ চনৰ সাহিত্যৰ ন'বেল বঁটা প্ৰাপক, চেক গণৰাজ্যঅনুবাদ : ড° ৰঞ্জিত দত্তবহুদিনৰ আগতেইজীৱনে...

মূল : জেৰুশ্লাভ ছেইফাৰ্ট ((Jaroslav Saifert) পঢ়ক →
সাহিত্য আৰ্কাইভ
২৩ আগষ্ট, ২০২৪

‘বিদেশী বস্ত্ৰ বৰ্জন’ আৰু গোসাঁইদাৰ তাঁতৰ শাল

অমৃত গোস্বামী ভাৰতে স্বাধীনতা পোৱাৰ কিছুবছৰৰ পাছৰ কথা– অসহযোগ- বিদেশী বস্ত্ৰ পৰিত্যাগৰ ঢৌ তেতিয়াও মাৰ যোৱাই নাছিল৷ বিদেশী বস্ত্ৰ...

অমৃত গোস্বামী পঢ়ক →
সাহিত্য আৰ্কাইভ
১৯ আগষ্ট, ২০২৪

মহাবৃত্ত

মৃদুল শৰ্মা২৯ দ্ৰৌপদী৷ মই ভাৰতবৰ্ষৰ শ্ৰেষ্ঠ পুৰুষ শ্ৰীকৃষ্ণক জীৱনসঙ্গী হিচাপে আশা কৰিছিলোঁ৷ তেওঁৰ সান্নিধ্য লাভক উদ্দেশ্যেই মই অশেষ...

মৃদুল শৰ্মা পঢ়ক →
সাহিত্য আৰ্কাইভ
১৯ আগষ্ট, ২০২৪

ধেৱাই ধোৱা ধৰণী

আজিত ছিংনাৰতেৰ বাৰিষা পাৰ হৈ গ’ল৷ সকলোৰে হাল উঠিল৷ এতিয়া গাঁওবুঢ়া-মেনাবোৰৰ লগতে আন সচেতন ৰাইজ সাজু হৈছে পেলাই থোৱা কামটো কৰিবলৈ৷...

অজিত ছিংনাৰ পঢ়ক →
সাহিত্য আৰ্কাইভ
৩১ জুলাই, ২০২৪

ৰ'দে-বৰষুণে ইমান যে গান

লোকনাথ গোস্বামী (৬) মোৰ প্ৰথম স্কুল যাত্ৰা : দেউতাই আঠোটা ল’ৰা-ছোৱালী ডাঙৰ-দীঘল কৰিবলৈ যাওঁতে বিভিন্ন ধৰণৰ সমস্যাৰ সম্মুখী...

লোকনাথ গোস্বামী পঢ়ক →