৫ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

সাহিত্য (Literature)

অসমীয়া আৰু বিশ্ব সাহিত্যৰ নিৰ্বাচিত আলোচনা আৰু সৃষ্টিশীল ৰচনা।

মুঠ ৫৭০ টা লেখা
পৃষ্ঠা ৬ / ২৪ (প্ৰদৰ্শন: ২৪ টা)
সাহিত্য আৰ্কাইভ
২৯ জুলাই, ২০২৫

বেংডোবাৰ ঘাট

জয়ন্ত মাধৱ বৰা ৷৷আঠ৷৷ পুৱাই ভয়, আতংক আৰু উত্তেজনাত কঁপি উঠিল বেংডোবাৰ পাৰ৷ যেন আকৌ এবাৰ ভাঙি পৰিল নৈঋতত জ্বলি উঠা বেংডোবাৰ ওপৰৰ বেলি...

জয়ন্ত মাধৱ বৰা পঢ়ক →
সাহিত্য আৰ্কাইভ
২৫ জুলাই, ২০২৫

পানী হিলৈ

গোৱিন কুমাৰ খাউণ্ড(সাত) প্ৰচণ্ড ৰʼদ। বাৰাণ্ডাৰ আৰামী বেঞ্চখনত বহি হিমানী আৰু মিলিটেৰীয়ে কথা পাতি আছে। কথানো কি, সেই একেবোৰেই...

গোৱিন কুমাৰ খাউণ্ড পঢ়ক →
সাহিত্য আৰ্কাইভ
২৫ জুলাই, ২০২৫

ব্লেক আইচ এণ্ড ৰেইন

মূল (ইংৰাজী) : মাইকেল ডোনেঘী (আমেৰিকা যুক্তৰাষ্ট্ৰ) ভাবানুবাদ : যশোৱন্ত নিপুণ মই সোমাব পাৰোঁনে ? তোমাক নীৰৱে গুচি অহা মই দেখিছিলোঁ ৷...

যশোৱন্ত নিপুণ পঢ়ক →
সাহিত্য আৰ্কাইভ
২৯ জুন, ২০২৫

স্বৰাজোত্তৰ কালৰ অসমীয়া চিনেমা-১২

(পাৰ্বতিপ্ৰসাদ, বিষ্ণু ৰাভাৰ পৰা জাহ্নু-মঞ্জুলৈ) নিজৰা ৰাজকুমাৰীশ্বটটো আছিল–ছোৱালীজনী দৌৰ মাৰি ককাকৰ ওচৰলৈ যাব লাগে আৰু কিবা এটা ক’ব...

নিজৰা ৰাজকুমাৰী পঢ়ক →
সাহিত্য আৰ্কাইভ
২৭ জুন, ২০২৫

মন্দিৰৰ ঘণ্টা (হাইকু)

মূল : য়োচা বুছন (Yosa Buson) ভাবানুবাদ : প্ৰশান্ত মিশ্ৰ এহেজাৰ কেজি ওজনৰ মন্দিৰৰ এটা ঘণ্টাত এজনী পখিলা আহি পৰিলেহি আৰু নিঃশব্দে টোপনি...

সাহিত্য আৰ্কাইভ
২৭ জুন, ২০২৫

চিজফায়াৰ

মূল : সুবোধ সৰকাৰ (বাংলা)অসমীয়া অনুবাদ : কুমুদ ঘোষ এটা চিজফায়াৰৰ পৰা আন এটাচিজফায়াৰৰ মাজৰপুৱাৰ পোহৰত মই জন্মগ্ৰহণ কৰিছিলোঁ৷কিন্তু...

মূল : সুবোধ সৰকাৰ (বাংলা) পঢ়ক →
সাহিত্য আৰ্কাইভ
২৭ জুন, ২০২৫

বেংডোবাৰ ঘাট

জয়ন্ত মাধৱ বৰা৷৷ সাত৷৷ ঠেলাখনত চন্দ্ৰৰ ঘৈণীয়েকৰ শটো লৈ গণেশ আৰু চন্দ্ৰ গাঁওখনত সোমোৱাৰ লগে লগে অৱধাৰিতভাৱেই উদ্‌ভ্ৰান্ত হৈ পৰিল...

জয়ন্ত মাধৱ বৰা পঢ়ক →
সাহিত্য আৰ্কাইভ
২৫ জুন, ২০২৫

পানী হিলৈ

গোৱিন কুমাৰ খাউণ্ড(যোৱা সংখ্যাৰ পৰা) নয়ন গুচি যোৱাৰ পাছতো ফলা পোষ্টাৰখন হাতত লৈ গছ জোপাৰ তলতে ৰৈ থাকিল মিলিটেৰী। সেই সময়তে সাংবাদিক...

গোৱিন কুমাৰ খাউণ্ড পঢ়ক →
সাহিত্য আৰ্কাইভ
২৫ জুন, ২০২৫

কেৰাচিনৰ গোন্ধ

মূল : অমৃতা প্ৰীতমৰ গল্প The Stench of Kerosene অনুবাদ : পংকজ কুমাৰ নেওগ গুলেৰীৰ মাক-দেউতাকৰ ঘৰ চাম্বাত৷ গিৰীয়েকৰ ঘৰৰ পৰা নামি যোৱা...

সাহিত্য আৰ্কাইভ
২৫ জুন, ২০২৫

তোমাৰ চহৰ

মূল (বাংলা) : ড° নিমৰ্ল দেবনাথ, ত্ৰিপুৰা অনুবাদ : হিল্লোলজ্যোতি সিংহ তোমাৰ চহৰে আজিও পুৰণি আঘাতৰ দাগ মচি পেলাব জনা নাই এতিয়াও অলপমান...

মূল (বাংলা) : ড°নিমৰ্ল দেবনাথ পঢ়ক →
সাহিত্য আৰ্কাইভ
৩১ মে’, ২০২৫

দুখন অমূল্য গ্ৰন্থ

দুখন অমূল্য গ্ৰন্থ যিবোৰ বিষয়ে অসমীয়া মানুহক সামগ্ৰিকভাৱে স্বাভিমানী কৰি ৰাখে সেইবোৰ বিষয়ৰ একেবাৰে প্ৰথম ফালৰ বিষয় এটা হৈছে আমাৰ...

সম্পাদনা কক্ষ পঢ়ক →
সাহিত্য আৰ্কাইভ
৩১ মে’, ২০২৫

কৌশিক নন্দন বৰুৱাৰ ‘নিৰিবিলি’ৰ কথাৰে - এক পঠন অভিজ্ঞতা

সুদৰ্শনা বৰদলৈ সন্ধ্যাৰাগিণী বৰুৱা৷ এজনী মৰমলগা অলপমান উৎপতীয়া অলপমান অভিমানী আৰু শিশুসুলভ ব্যৱহাৰেৰে সকলোৰে মন মুহি নিব পৰা এজনী...

সুদৰ্শনা বৰদলৈ পঢ়ক →
সাহিত্য আৰ্কাইভ
২৬ মে’, ২০২৫

বেংডোবাৰ ঘাট

জয়ন্ত মাধৱ বৰা৷৷ ছয়৷৷ জীৱনৰ সকলো পথ বন্ধ হৈ পৰা বুলি ভাবি মানসিকভাৱে ভাগি পৰাৰ সময়তে জীৱনে নিজেই নতুন এটা পথ উলিয়াই লয়৷ চিৰন্তন সত্যৰ...

জয়ন্ত মাধৱ বৰা পঢ়ক →
সাহিত্য আৰ্কাইভ
২৪ মে’, ২০২৫

পানী হিলৈ

গোৱিন কুমাৰ খাউণ্ড ঘৰৰ টিনৰ ওপৰত সন্ধিয়াৰে পৰা বান্দৰে ধম-ধমাই আছে। মাজে-মাজে ঘৰৰ মুধেৰে মলুৱা এটা সোমাই খক-খককৈ নীলক চʼতিৰ পৰাই খেদা...

গোৱিন কুমাৰ খাউণ্ড পঢ়ক →
সাহিত্য আৰ্কাইভ
২৩ মে’, ২০২৫

আন’ৰা

ৰিমলী বৰকটকীআন’ৰা। বৰ্তমান সময়ত সমগ্ৰ বিশ্বজুৰি চৰ্চিত এটি নাম৷ আজিৰ লেখাৰ বিষয় এই ছবি ছবি আন’ৰা, যিয়ে ৯৭তম একাডেমী বঁটা প্ৰতিযোগিতা�...

ৰিমলী বৰকটকী পঢ়ক →
সাহিত্য আৰ্কাইভ
৩০ এপ্ৰিল, ২০২৫

এপাট শৰ আৰু এটা গান

মূল : Henry Wadsworth Longfellow কবিতা: The Arrow and the Songভাবানুবাদ : দীপাঞ্জলি দেৱী শূণ্যতে মই এপাট শৰ এৰিলোঁতীব্ৰ বেগত সি উৰি...

দীপাঞ্জলি দেৱী পঢ়ক →
সাহিত্য আৰ্কাইভ
৩০ এপ্ৰিল, ২০২৫

পাবলো নেৰুদাৰ ছনেট - ১৮

মূল : পাবলো নেৰুদা অনুবাদ : ৰঞ্জুমণি মহন্ত তুমি পাহাৰ চেৰাই যোৱাঁ বতাহৰ দৰে৷ অথবা বৰফ গলি বৈ যোৱা এটি চঞ্চল নিজৰাৰ দৰে নাইবা তোমাৰ ঢৌ...

ৰঞ্জুমণি মহন্ত পঢ়ক →
সাহিত্য আৰ্কাইভ
২৯ এপ্ৰিল, ২০২৫

মুম্বাইৰ তিব্বতীজন

মূল ইংৰাজী : তেনজিন চুনদিউ অনুবাদ : হিল্লোলজ্যোতি সিংহ মুম্বাইত বাস কৰা তিব্বতীজন বিদেশী নহয় চাইনীজ ৰেস্তোঁৰাৰ তেওঁ এজন ৰান্ধনি...

হিল্লোলজ্যোতি সিংহ পঢ়ক →
সাহিত্য আৰ্কাইভ
২৭ এপ্ৰিল, ২০২৫

ইন্সপেক্টৰ লালৰ সেই বিশেষ কে’ছটো

মূল : (ইংৰাজী) ৰাস্কিন বণ্ড অনুবাদ : বিদিশা দত্ত প্ৰায় দুবছৰৰ আগৰ কথা৷ তেতিয়া মই উত্তৰ ভাৰতৰ ভৈয়ামৰ শ্বাহপুৰত আছিলোঁ৷ অতি গৰম আৰু...

বিদিশা দত্ত পঢ়ক →
সাহিত্য আৰ্কাইভ
২৪ এপ্ৰিল, ২০২৫

পানী হিলৈ

গোৱিন কুমাৰ খাউণ্ড( পাঁচ) পুৱাৰে পৰা জৰিগুৰিত উখল-মাখল পৰিৱেশ। কাৰণটো আন একো নহয়, এখন মদৰ দোকান। কথাটো হিমানীয়ে পুৱাই কৈছিল যদিও...

গোৱিন কুমাৰ খাউণ্ড পঢ়ক →
সাহিত্য আৰ্কাইভ
২১ এপ্ৰিল, ২০২৫

শুকুলা হাতীৰ দৰে পাহাৰ

মূল : আৰ্ণেষ্ট হেমিংৱে ভাবানুবাদ : যশোৱন্ত নিপুণ এব্ৰ’ উপত্যকাৰ পাহাৰবোৰ খুব দীঘল আৰু শুকুলা৷ এইফালে ছাঁ পৰা ঠাই আৰু গছ নাছিল আৰু...

যশোৱন্ত নিপুণ পঢ়ক →
সাহিত্য আৰ্কাইভ
৩১ মাৰ্চ, ২০২৫

বনৰীয়া ফুল

মূল: অমৃতা প্ৰীতমঅনুবাদ: পংকজ কুমাৰ নেওগ আঙুৰী হ’ল আমাৰ প্ৰতিবেশীৰ পুৰণি আৰু আদহীয়া ভৃত্যজনৰ নতুন পত্নী। তাইক এই কাৰণে নতুন বুলি কৈছোঁ...

পংকজ কুমাৰ নেওগ পঢ়ক →
সাহিত্য আৰ্কাইভ
৩১ মাৰ্চ, ২০২৫

সৈনিকৰ ভালপোৱা

মূল (স্পেনিছ) : পাবলো নেৰুডা অনুবাদ : ৰুদ্ৰ সিংহ মটক (অসিত সৰকাৰে কৰা বাংলা অনুবাদৰ পৰা) যুদ্ধৰ দিনবোৰত জীৱনে তোমাক বাধ্য কৰিছে সৈনিকৰ...

ৰুদ্ৰ সিংহ মটক পঢ়ক →