— অন্যযুগ সম্পাদনা পৰিষদ —
উপদেষ্টা: ড° পোনা মহন্ত, ডা° ধ্ৰুৱজ্যোতি বৰা
সম্পাদক: মৃদুল শৰ্মা (অবৈতনিক)
কাৰ্যবাহী সম্পাদক: ৰঞ্জুমণি মহন্ত (অবৈতনিক)
কলা সম্পাদক: ড° সঞ্জীৱ বৰা
বিভাগীয় পৰামৰ্শদাতা: আকাশ দীপ্ত ঠাকুৰ, সিদ্ধাৰ্থ শংকৰ কলিতা
প্ৰকাশক: অচিন্ত্য কুমাৰ মহন্ত
প্ৰকাশন সহযোগী: দেৱজিৎ ভঁৰালী
প্ৰচ্ছদ: ড° সঞ্জীৱ বৰা | ৱেব্সজ্জা: দেৱভূষণ, কাকুল
সুহৃদয় পঢ়ুৱৈসমাজলৈ অন্যযুগৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা আৰু সেৱা জনালোঁ।
সূচীপত্ৰ (Table of Contents)
| অনুবাদ | |
|---|---|
| নৱীন কবিলৈ চিঠি | অনুবাদ: ৰমানন্দন বৰা |
| ‘বাঘৰাণী খইৰী’ | অনুবাদ: |
| কবিতা | |
| গ্ৰন্থজগতৰ শেহতীয়া ৰেহ-ৰূপ | ৰঞ্জুমণিমহন্ত |
| ‘ওলমি থকা গোলাপী জামুৰ লগ্ন’ বিচাৰৰ প্ৰয়াস | ড° মৃদুল শৰ্মা |
| ভোগালী | ৰাজীৱ বৰা |
| উলাহেৰে উভতি চাওঁ-১১ | ড˚ পোনা মহন্ত |
| অজিৎ বৰুৱা — অসমীয়া কবিতাৰ ভাষা নিৰ্মাণৰ স্থপতিবিদগৰাকী | ৰত্না ভৰালী তালুকদাৰ |
| কালিমা | হেমচন্দ্ৰ কছাৰী |
| মূল কবিতা : The Hollow Men (ৰচনাকাল : ১৯২৫) | (কবিতা)মূল :টি এছ এলিয়ট |
| মূল কবিতা: ছাৰা টীজডে’ল | অনুবাদ:গীতুমণি তালুকদাৰ |
| অঁ | কিশোৰ বড়ো |
| ৰাতি আৰু মই | মুনমুন সৰকাৰ শইকীয়া |
| উঁই হাফলুৰ ঘৰ | অৰ্চনা পূজাৰী |
| পুৰণি বগা চোলাটো | ডেইজী অনুৰঞ্জনা |
| অনূদিত কবিতা | ঝঁ ফ’ল্যাঁ |
| চম্পা | মনোজ নেওগ |
| মই পাহৰি থকা এটা দিন | মৈত্ৰেয়ী পাটৰ |
| প্লেটফৰ্ম নং ২১ | দ্বীপৰাজ |
| নিজগৰী | নীলিমা ঠাকুৰীয়া হক |
| পাঠাগাৰ | অন্যযুগ |
| শিশুজগত | |
| শিশুৰ মাত-কথা | শিক্ষা, শিক্ষা ব্যৱস্থা আৰু সংগঠিত ছাত্ৰ সমাজ |
| প্ৰকৃতি | দাদুল দেৱকৃষ্ণ |
| সেউজপুৰৰ সাধু | স্মৃতিৰেখা দেৱী |
| ভাৰতীয় সেনা (Indian Army)-ত কেনেকৈ যোগদান কৰিব পাৰি? | ভাৰতীয় সেনাত কেনেকৈ যোগদান কৰিব পাৰি? |
| কাৰ্টুন | |
| ৰন্ধন কলা | মৌচুমী মহন্ত |
| বেহুৱা | চিৰঞ্জীৱ দত্ত |
| উপন্যাস | |
| চ্যালুইনৰ পৰা লুইতলৈ | ড˚ চন্দ্ৰধৰ চমুৱা |
| গল্প | |
| বন্ধু | পংকজ প্ৰতীম বৰদলৈ |
| এজন ওখ মানুহৰ প্ৰয়োজন | ভৰত ৰাজখোৱা |
| ৰূপান্তৰৰ কথকতা | ড° ইৰানী হাজৰিকা |
| লিংগপুৰাণ | মণিকা দেৱী |
| প্ৰবন্ধ | |
| সম্পাদকীয় | অন্যযুগ সাহিত্য পৰিষদ |
| ইতিহাস এষণা | |
| অসমীয়া কল্পবিজ্ঞান সাহিত্যৰ ইতিহাস | সমুজ্জ্বল শইকীয়া |
অন্যযুগৰ লেখক-পঢ়ুৱৈসকললৈ বিশেষ নিৰ্দেশনাৱলী:
- অন্যযুগ এখন ডিজিটেল সাহিত্য আলোচনী, মাহৰ প্ৰথম তাৰিখে নিয়মিতভাৱে প্ৰকাশ পায়।
- লেখা প্ৰেৰণ কৰাৰ বাবে ইউনিক’ড ফন্টত টাইপ কৰি ৱেবছাইটৰ প’ৰ্টেল বা ই-মেইলযোগে প্ৰেৰণ কৰিব পাৰিব।
- মৌলিক আৰু পূৰ্বে অপ্ৰকাশিত লেখা প্ৰকাশৰ ক্ষেত্ৰত প্ৰাথমিকতা দিয়া হয়।
- শিশু-কিশোৰসকলৰ সৃষ্টিশীল প্ৰতিভা বিকাশৰ বাবে শিশুজগত শিতানত বিশেষ স্থান দিয়া হয়।
- অসমীয়া সাহিত্য-সংস্কৃতিৰ নিৰপেক্ষ আৰু মৰ্যাদাপূৰ্ণ চৰ্চাই অন্যযুগৰ মূল লক্ষ্য।