৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)
সংখ্যা ১২ এপ্ৰিল, ২০২১ ৩১ মাৰ্চ, ২০২১

অন্যযুগ, এপ্ৰিল, ২০২১

www.anyayug.com | অসমীয়া ডিজিটেল আলোচনী

অন্যযুগ, এপ্ৰিল, ২০২১

— অন্যযুগ সম্পাদনা পৰিষদ —

উপদেষ্টা: ড° পোনা মহন্ত, ডা° ধ্ৰুৱজ্যোতি বৰা
সম্পাদক: মৃদুল শৰ্মা (অবৈতনিক)
কাৰ্যবাহী সম্পাদক: ৰঞ্জুমণি মহন্ত (অবৈতনিক)
কলা সম্পাদক: ড° সঞ্জীৱ বৰা
বিভাগীয় পৰামৰ্শদাতা: আকাশ দীপ্ত ঠাকুৰ, সিদ্ধাৰ্থ শংকৰ কলিতা
প্ৰকাশক: অচিন্ত্য কুমাৰ মহন্ত
প্ৰকাশন সহযোগী: দেৱজিৎ ভঁৰালী
প্ৰচ্ছদ: ড° সঞ্জীৱ বৰা | ৱেব্‌সজ্জা: দেৱভূষণ, কাকুল
সুহৃদয় পঢ়ুৱৈসমাজলৈ অন্যযুগৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা আৰু সেৱা জনালোঁ।
সূচীপত্ৰ
উপন্যাস
হৈমন্তীৰ আধৰুৱা টোকা আৰু এটি ৰক্তাক্ত পুৱা শিল্পীকা ৰাজগুৰু
জুৰি বৰা বৰগোহাঞিৰ উপন্যাস ‘সিহঁত’ :: এজন পাঠকৰ দৃষ্টিৰে এক চমু অৱলোকন প্ৰাঞ্জল প্ৰতিম বৰা
চ্যালুইনৰ পৰা লুইতলৈ ড˚ চন্দ্ৰধৰ চমুৱা
গল্প
এপোৱা চাউলৰ সাধু ৰশ্মিৰেখা ভূঞা
মাইকীমুৱা অপু ভৰদ্বাজ
জীৱন বাটৰ কেঁকুৰি প্ৰতীক্ষা প্ৰিয়ম
অভিব্যক্তি নে আত্মপ্ৰত্যয় আকাশ দীপ্ত ঠাকুৰ
নাম বদল অভিজিত শৰ্মা বৰুৱা
মোহবন্দী ৰঞ্জু শৰ্মা
কবিতা
বিৰুবালাৰ কথাৰে‍ দিলীপ কৌশিক
পাঠাগাৰ অন্যযুগ
উৎসৱৰ পাছত প্ৰশান্ত মিশ্ৰ
চিনাকি চহৰখনৰ মাজেদি এদিন গুচি যাম ৰণজিত গগৈ‍
পৰকাল জোনমণি দাস
উলাহেৰে উভতি চাওঁ—১৩ ড˚ পোনা মহন্ত
আটাইতকৈ শোকভৰা কবিতা মূল: পাবলো নেৰুদা
বহেমিয়ান পদ্য চন্দন গোস্বামী
আগন্তুক ৰশ্মিৰীয়া গগৈ‍
যেতিয়া কথাবোৰ শেষ হ'ব! সংগীতা মেধি‍
হাত খনিন্দ্ৰ ভূষণ মহন্ত
নিষ্প্ৰাণ শব্দবোৰ অলকেশ কলিতা
ঈশ্বৰ কোন অত্ৰেয়ী গোস্বামী
লেণ্ডস্কেপ গায়ত্ৰী দেৱী বৰঠাকুৰ
কিয় সোঁৱৰণি এপাহ গোলাপ অমিতাভ ফুকন
মোৰ ছাঁ হৰেকৃষ্ণ ডেকা
কেইটিমান জাপানী কবিতা অনুবাদ: ড° প্ৰাণজিৎ বৰা
চুবুৰীয়া মহিলা অনুভৱ তুলসী
প্ৰবন্ধ
মুখামুখি : ডাঃ অপূৰ্ব কুমাৰ শইকীয়াদেৱৰ সৈতে অন্যযুগ
'অন্যযুগ'ৰ তৃতীয় বৰ্ষপূৰ্তি আৰু অনাগত দিনৰ যাত্ৰা ড° অজয় লাল দত্ত
ওলমি থকা গোলাপী জামুৰ লগ্ন : এটি দ্ৰুত পঠন মৃদুল শৰ্মা
ন'বেল বঁটা বিজয়ী কবি উইলিয়াম বাটলাৰ য়েট্‌ছ ৰুদ্ৰসিংহ মটক
ৰাজনৈতিক শিক্ষা আৰু শিক্ষক হিচাপে সময়ৰ ব্যৰ্থতা অন্যযুগ সাহিত্য পৰিষদ
গঁড়ৰ খড়্গৰ উদ্ধাৰ আৰু কোষগাৰত জমা দিয়া প্ৰসংগ বুবুল শৰ্মা
অনুবাদ
দেৱতাৰ জন্ম মূল (বাংলা) : শিৱৰাম চক্ৰৱৰ্তী
বাঘৰাণী খইৰী অনুবাদ:ড˚ৰত্নোত্তমা দাস বিক্ৰম
গ্ৰন্থ আলোচনা
অংকুৰণ আৰ্ফৰ 'সোণৰ হৰিণ নাথাকে জানকী' : এক সম্পৰীক্ষা ড° প্ৰণৱ ঢেকিয়াল ফুকন
কাৰ্টুন
অসমত উচ্চ শিক্ষাৰ সা-সুবিধা অসমত উচ্চ শিক্ষাৰ সা-সুবিধা
বেহুৱা চিৰঞ্জীৱ দত্ত
ইতিহাস এষণা
শদিয়া নামটোৰ ইতিহাস মহিলাসকলৰ দৈনন্দিন জীৱনৰ সংঘৰ্ষ
শিশুজগত
সেউজপুৰৰ সাধু স্মৃতিৰেখা দেৱী

অন্যযুগৰ লেখক-পঢ়ুৱৈসকললৈ বিশেষ নিৰ্দেশনাৱলী:

  1. অন্যযুগ এখন ডিজিটেল সাহিত্য আলোচনী, মাহৰ প্ৰথম তাৰিখে নিয়মিতভাৱে প্ৰকাশ পায়।
  2. লেখা প্ৰেৰণ কৰাৰ বাবে ইউনিক’ড ফন্টত টাইপ কৰি ৱেবছাইটৰ প’ৰ্টেল বা ই-মেইলযোগে প্ৰেৰণ কৰিব পাৰিব।
  3. মৌলিক আৰু পূৰ্বে অপ্ৰকাশিত লেখা প্ৰকাশৰ ক্ষেত্ৰত প্ৰাথমিকতা দিয়া হয়।
  4. শিশু-কিশোৰসকলৰ সৃষ্টিশীল প্ৰতিভা বিকাশৰ বাবে শিশুজগত শিতানত বিশেষ স্থান দিয়া হয়।
  5. অসমীয়া সাহিত্য-সংস্কৃতিৰ নিৰপেক্ষ আৰু মৰ্যাদাপূৰ্ণ চৰ্চাই অন্যযুগৰ মূল লক্ষ্য।
অন্যযুগ

অসমীয়া ডিজিটেল সাহিত্য আলোচনী

'অন্যযুগ' অসমৰ সমাজ-জীৱন, সাহিত্য-সংস্কৃতিৰ চিন্তা-চেতনাক সমৃদ্ধ কৰিবলৈ প্ৰয়াস কৰা এখন নিৰপেক্ষ মাহেকীয়া ডিজিটেল সাহিত্য আলোচনী।

বিতং পঢ়ক
মুঠ পঢ়ুৱৈ সংখ্যা (Total Readers)
98,418
ডিজিটেল সংস্কৰণ পঠন গণনা

অন্যযুগ কাৰ্যালয় আৰু যোগাযোগ

কাৰ্যালয়: গুৱাহাটী, কামৰূপ (ম), অসম, ৭৮১০০৩
ই-মেইল: anyayug@gmail.com
ৱেবছাইট: www.anyayug.com
প্ৰকাশকাল: প্ৰতিমাহৰ ১ তাৰিখ