— অন্যযুগ সম্পাদনা পৰিষদ —
উপদেষ্টা: ড° পোনা মহন্ত, ডা° ধ্ৰুৱজ্যোতি বৰা
সম্পাদক: মৃদুল শৰ্মা (অবৈতনিক)
কাৰ্যবাহী সম্পাদক: ৰঞ্জুমণি মহন্ত (অবৈতনিক)
কলা সম্পাদক: ড° সঞ্জীৱ বৰা
বিভাগীয় পৰামৰ্শদাতা: আকাশ দীপ্ত ঠাকুৰ, সিদ্ধাৰ্থ শংকৰ কলিতা
প্ৰকাশক: অচিন্ত্য কুমাৰ মহন্ত
প্ৰকাশন সহযোগী: দেৱজিৎ ভঁৰালী
প্ৰচ্ছদ: ড° সঞ্জীৱ বৰা | ৱেব্সজ্জা: দেৱভূষণ, কাকুল
সুহৃদয় পঢ়ুৱৈসমাজলৈ অন্যযুগৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা আৰু সেৱা জনালোঁ।
সূচীপত্ৰ (Table of Contents)
| কাৰ্টুন | |
|---|---|
| অঁ, সময়ত | নিতুপৰ্ণ ৰাজবংশী |
| কবিতা | |
| নম্ৰতা আৰু বন্ধুভাবাপন্নতা | প্ৰাঞ্জল বেজবৰা |
| স্বৌৰাং মঞ্জু : বড়ো ভ্ৰাম্যমাণ থিয়েটাৰৰ পঞ্চাছ বছৰ | নীলোৎপল বৰুৱা |
| ঘৰ | কৌস্তুভমণি শইকীয়া দত্ত |
| দুটা গোলাপৰ কবিতা | হৰেকৃষ্ণ ডেকা |
| এমুঠি হেমন্ত | মন্দিৰা গগৈ |
| মেঘ ভাঙি কাউৰীবোৰ | ভাস্কৰ জে নাথ |
| নাঃ বগা ৰং নালাগে | মনালিছা শৰ্মা |
| বেদুইন সখী | মিণ্টুল হাজৰিকা |
| তলি-উদি | অৰ্চনা পূজাৰী |
| মলেঁয়া | দাদুল দেৱকৃষ্ণ বৰুৱা |
| শ্ৰেষ্ঠ চিনেমাৰ অস্কাৰ মনোনয়ন–২০২৪ | নিজৰা ৰাজকুমাৰী |
| ভ্ৰম | উমানন্দ কলিতা |
| ত্ৰিপুৰাই ৰিঙিয়ায় | অংগনা চৌধুৰী |
| অসবৰ্ণ | নীলিমা ঠাকুৰীয়া হক |
| লুইচ গ্লুকৰ দুটা কবিতা | ড: ৰঞ্জিত দত্ত |
| হাঁহিচম্পা | অৰ্চনা ঠাকুৰীয়া |
| চুলি | উৰ্মি জুলী শইকীয়া |
| ৰ’দে-বৰষুণে ইমান যে গান | লোকনাথ গোস্বামী |
| গল্প | |
| কালিকাভোজন | প্ৰিয়ংকা বৰুৱা |
| ৰতিৰ বাবে এখন ধুনীয়া ছবি | দেৱজিত হাজৰিকা |
| খুচুৰা | প্ৰতীক্ষা বৰা |
| চৰাইজনী উৰি যোৱাৰ পাছত | নিংকু নিশা নেওগ |
| দ্বিখণ্ডিত | অংকিতা বৰুৱা |
| কীট | জয়ন্ত দত্ত |
| মুক্ত বীক্ষণ | |
| ৰাষ্ট্ৰপতি ভৱনত দহবছৰ আৰু প্ৰণৱ মুখাৰ্জী | পঙ্কজ প্ৰতিম বৰদলৈ |
| ইতিহাস এষণা | |
| ঐতিহাসিক কালৰ পৰা ব্ৰহ্মপুত্ৰ উপত্যকাত মথাউৰি নিৰ্মাণ আৰু ইয়াৰ ফলাফল | ড° ৰক্তিম ৰঞ্জন শইকীয়া |
| শিশুজগত | |
| সন্তানক যোগ্য ব্যক্তি ৰূপে গঢ়ি তোলোঁ আহক | নৱনীতা ভট্টাচাৰ্য্য |
| নিৰ্মলপ্ৰভা বৰদলৈৰ শিশুসাহিত্য: এটি আলোচনা | দীপাঞ্জলি দেৱী |
| টেঙা-মিঠা | অমৃত গোস্বামী |
| অচিন জগতত বাটলু | স্মৃতিৰেখা দেৱী |
| ওমলা-পদ্য | অৰুণ গগৈ |
| অভিলেখাগাৰ(Archives)ৰ সৈতে জড়িত কেৰিয়াৰ | ড° বুলজিৎ বুঢ়াগোহাঁই |
| অনুবাদ | |
| পুৱাৰ জলপান | প্ৰশান্ত মিশ্ৰ |
| কলা কি? | বিৰিঞ্চিকুমাৰ দাস |
| সম্পাদকীয় | |
| স্বজাতিৰ সাংস্কৃতিক পৰিচয়ৰ বেলিকা কৰণীয় কিছু | অন্যযুগ সাহিত্য পৰিষদ |
| উপন্যাস | |
| ধেৱাই ধোৱা ধৰণী | অজিত ছিংনাৰ |
| মহাবৃত্ত | মৃদুল শৰ্মা |
অন্যযুগৰ লেখক-পঢ়ুৱৈসকললৈ বিশেষ নিৰ্দেশনাৱলী:
- অন্যযুগ এখন ডিজিটেল সাহিত্য আলোচনী, মাহৰ প্ৰথম তাৰিখে নিয়মিতভাৱে প্ৰকাশ পায়।
- লেখা প্ৰেৰণ কৰাৰ বাবে ইউনিক’ড ফন্টত টাইপ কৰি ৱেবছাইটৰ প’ৰ্টেল বা ই-মেইলযোগে প্ৰেৰণ কৰিব পাৰিব।
- মৌলিক আৰু পূৰ্বে অপ্ৰকাশিত লেখা প্ৰকাশৰ ক্ষেত্ৰত প্ৰাথমিকতা দিয়া হয়।
- শিশু-কিশোৰসকলৰ সৃষ্টিশীল প্ৰতিভা বিকাশৰ বাবে শিশুজগত শিতানত বিশেষ স্থান দিয়া হয়।
- অসমীয়া সাহিত্য-সংস্কৃতিৰ নিৰপেক্ষ আৰু মৰ্যাদাপূৰ্ণ চৰ্চাই অন্যযুগৰ মূল লক্ষ্য।