৫ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

অসমীয়া আৰু ইংৰাজী সন্ধান (Search Archive)

অন্যযুগৰ সমগ্ৰ প্ৰবন্ধ, কবিতা, গল্প আৰু ঐতিহাসিক সংগ্ৰহালয়ৰ ভিতৰত সন্ধান কৰক।

মুঠ ৩০৩৭ টা ফলাফল
পৃষ্ঠা ২৪ / ১২৭ (প্ৰদৰ্শন: ২৪ টা)
ইতিহাস এষণা আৰ্কাইভ
২৭ আগষ্ট, ২০২৫

যুদ্ধোত্তৰ যুগৰ অসমীয়া সাহিত্য সমালোচনা : এক পৰ্যালোচনা

প্ৰাঞ্জল প্ৰতিম বৰা সাহিত্য সমালোচনা হৈছে সাহিত্যৰ অধ্যয়ন ,মূল্যায়ন আৰু ব্যাখ্যা৷ সাহিত্য সমালোচনাত সাহিত্য তত্বৰ প্ৰভাৱ পৰাও...

প্ৰাঞ্জল প্ৰতিম বৰা পঢ়ক →
কবিতা আৰ্কাইভ
২৭ আগষ্ট, ২০২৫

অলীক চিন্তন

হেমচন্দ্ৰ কছাৰী স্তন্যপায়ী সকলো পুংলিংগৰে থাকিব লাগিছিল একোটা স্তন যেন সূৰুযৰ কিৰণ - কুঁহিপাতৰ জীৱন আহকচোন কৰোঁ, আমাৰেই কিছু ক্ষেত্ৰ...

হেমচন্দ্ৰ কছাৰী পঢ়ক →
কবিতা আৰ্কাইভ
২৭ আগষ্ট, ২০২৫

মোৰ সময়

হৰেকৃষ্ণ ডেকা মোৰ সময় কেতিয়া আৰম্ভ হৈছিল সেই কথা মই নিশ্চয়তাৰে ক’ব নোৱাৰোঁ। মই গৰ্ভত স্থান লোৱাৰ মুহূৰ্ততেই নে সেই মুহূৰ্তত যেতিয়া...

হৰেকৃষ্ণ ডেকা পঢ়ক →
শিশুজগত আৰ্কাইভ
২৭ আগষ্ট, ২০২৫

বাহুবলী ভীম

নৱনীতা ভট্টাচাৰ্য্য(৫) জৰাসন্ধ বধ ভীমৰ বিষয়ে তিনিটাকৈ সাধু শুনাৰ পাছতো বনীৰ কিন্তু মন নভৰিল৷ সেইবাবে পাছ দিনাখনো সি মাকৰ ওচৰলৈ আহি...

নৱনীতা ভট্টাচাৰ্য্য পঢ়ক →
উপন্যাস আৰ্কাইভ
২৭ আগষ্ট, ২০২৫

পানী হিলৈ

(আঠ) মাটি একেডৰাই। এটা মৰিশালী পকাৰে সজোৱা আনটো হেঙাৰ দি বেৰি থোৱা আছে। হিমানীয়ে সপোনতো ভবা নাছিল বাপেক-পুতেকৰ মৰিশালী একেঠাইতে দেখি...

গোৱিন কুমাৰ খাউণ্ড পঢ়ক →
কবিতা আৰ্কাইভ
২৭ আগষ্ট, ২০২৫

তুমি মোৰ চহৰখনৰ নিচিনা

উৰ্মি জুলী শ‌ইকীয়া তুমি, মোৰ চহৰখনৰ নিচিনা ভগা-ছিগাঅমীমাংসিতবিতৰ্কৰে ভৰাএটা যন্ত্ৰণা শেষ নহয়আৰু এটা যন্ত্ৰণা লগ হয়যানজঁটৰ দৰে...

উৰ্মি জুলী শ‌ইকীয়া পঢ়ক →
কবিতা আৰ্কাইভ
২৫ আগষ্ট, ২০২৫

সৰু মানুহবোৰ

বন্দনা কৌশিক বৰদলৈ প্ৰচণ্ড গৰমত সৰু মানুহবোৰৰ দুই এজন মৰে শীততো মৰে দুই এজন ঠিক সেইদিনাই আপোনাৰ পত্নীয়ে ডাঙৰ মাছত ৰুচি হেৰুৱাই বজাৰ�...

বন্দনা কৌশিক বৰদলৈ পঢ়ক →
গল্প আৰ্কাইভ
২৫ আগষ্ট, ২০২৫

মুক্তি

স্বপ্না দত্ত ভৰালী “ইচ্! কেনেকৈ?” “কি হৈছিল?” “বৰ ভাল মানুহ আছিল দেহি!” ৰাতিপুৱাই সৰু চহৰখনত খবৰটো ফাটি-ফুটি গ’ল৷ কৃপাল বৰা ঢুকাল৷...

স্বপ্না দত্ত ভৰালী পঢ়ক →
ইতিহাস এষণা আৰ্কাইভ
২৪ আগষ্ট, ২০২৫

অসমীয়া মানুহৰ ইতিহাস (১৮২৬ – ১৯৮৫)

ভাস্কৰ জ্যোতি নাথ অসমীয়াৰ অস্তমিত সূৰ্য, ঔপনিৱেশিক ব্ৰিটিছ শাসনৰ সূচনা “There are no gods, no nations, no money and no human rights...

ভাস্কৰ জ্যোতি নাথ পঢ়ক →
গল্প আৰ্কাইভ
২৪ আগষ্ট, ২০২৫

এটা কাণিমুনি সপোনৰ প্ৰস্তাৱনা

অংগনা ভট্টাচাৰ্য্য স্কুলখনৰ মূল বিল্ডিংটোৰ কাষতেই এজোপা কৃষ্ণচূড়া৷ স্কুলৰ জিৰণি বেলা কৃষ্ণচূড়াৰ তলসৰা ফুলবোৰ বুটলিবলৈ ছোৱালীবোৰৰ উথপথপ...

অংগনা ভট্টাচাৰ্য্য পঢ়ক →
গল্প আৰ্কাইভ
২০ আগষ্ট, ২০২৫

মই ঈশ্বৰী নহওঁ - (মানুহেই সেৱ মানুহেই দেৱ)

দিব্যাশ্ৰী নিয়ৰ বৰুৱা ঈশ্বৰো হয়তো কেতিয়াবা ফুৰিবলৈ যায়৷ মন মন্দিৰত ৰৈ থকা ঈশ্বৰগৰাকীৰ যে ক’ত ঘৰ নাই, অথচ তেওঁ অঘৰী৷ আমি বিচাৰি ফুৰোঁ...

দিব্যাশ্ৰী নিয়ৰ বৰুৱা পঢ়ক →
গল্প আৰ্কাইভ
২০ আগষ্ট, ২০২৫

পানীৰ শিল

কল্পনা শৰ্মা লাইধনৰ ঘৰত শিল পানীত ভাহিছে আৰু কথাটো শুনা মাত্ৰকে লাইধনৰ চোতাললৈ মানুহ পানীৰ সোঁত বোৱাদি বৈছে৷ নাহিব মানুহ ! কম আচৰি�...

কল্পনা শৰ্মা পঢ়ক →
অনুবাদ আৰ্কাইভ
১৯ আগষ্ট, ২০২৫

পুত্ৰ

মূল : সুতপা চক্ৰৱৰ্তী ( বাংলা ) অনুবাদ : নয়ন মণি মিশ্ৰ বাহিৰত বৰষুণ হৈ আছে মাতৃহীন তই ঘুৰি ফুৰিছ ইফালে সিফালে মোৰ দেউতাৰ দৰে তোৰো...

নয়ন মণি মিশ্ৰ পঢ়ক →
কবিতা আৰ্কাইভ
১৯ আগষ্ট, ২০২৫

আহাৰৰ কথা...

ড॰ হেমন্ত কুমাৰ হাজৰিকা খেতিয়কৰ বোলে বৰ সাহ ন-আলি দি থাকোঁতে কেতিয়াবা সন্ধিয়া নামে ধনগুলৈ জ্বলিলে পোহৰৰ বাট বিচাৰি ফুৰে সৰ্বহ...

ড॰হেমন্ত কুমাৰ হাজৰিকা পঢ়ক →
কবিতা আৰ্কাইভ
১৯ আগষ্ট, ২০২৫

ইয়াত এজোপা গছ থকা হ’লে

লক্ষী প্ৰসাদ ৰেগন ঘৰ্ষণত ক্ষয় যায় শিলো হাতুৰীৰ কোব নালাগে কথাৰ কোবত চূচুৰ্মৈ হৃদয় যুগ যুগ ধৰি মানুহবোৰ জয়ী হৈ আহিছে হিংসুক জন্তুবোৰ...

লক্ষী প্ৰসাদ ৰেগন পঢ়ক →
গল্প আৰ্কাইভ
১৯ আগষ্ট, ২০২৫

দুৰ্গতিনাশিনী

পৰিস্মিতা বৰদলৈ “কাৰাগাৰতনো কিহৰ উৎসৱ-পাৰ্ৱণ!” খীণকৈ কোৱা কথাষাৰ কাণত পৰামাত্ৰেই মানুহজনীয়ে জকজকাই উঠিল, “অত বছৰে থাকি থাকি এয়াই আমাৰ...

পৰিস্মিতা বৰদলৈ পঢ়ক →
গল্প আৰ্কাইভ
১৯ আগষ্ট, ২০২৫

অদাহ্য

আকাশ দীপ্ত ঠাকুৰ জুইকুৰা হোলাটোৰ সিপাৰে বেছিকৈ জ্বলিছিল৷ এইপাৰে উমি উমি জ্বলিবলৈ আৰম্ভ কৰা জুইকুৰা হোলাটোৰ সিপাৰলৈ বিয়পি পৰোঁতে বৰ কম...

আকাশ দীপ্ত ঠাকুৰ পঢ়ক →
প্ৰবন্ধ আৰ্কাইভ
১৯ আগষ্ট, ২০২৫

ৰাজকীয় ক্ষমা লাভেৰে স্ববন্দিত এলেন টুৰিং

ডঃ প্ৰিয় দেৱ গোস্ৱামী পৃথিৱীত অতি উল্লেখযোগ্য অনবদ্য অৱদান আগবঢ়োৱা ব্যক্তিক বিভিন্ন ধৰণৰ পুৰস্কাৰ, সন্মান আদি দিয়া হয়। পুৰস্কাৰৰ...

ড॰প্ৰিয়দেৱ গোস্বামী পঢ়ক →
কবিতা আৰ্কাইভ
১২ আগষ্ট, ২০২৫

মানৱ গ্ৰহাণুবোৰ

প্ৰশান্ত মিশ্ৰমানৱ গ্ৰহাণুবোৰে এদিন আমাক গিলি থ'ব।কাৰ বাবে আকাশ মুকলি আছিল আছিল মেঘৰ দ্যুতিপথাৰৰ পৰা ঘূৰি অহাৰ পথতআঁহত গছৰ ছাঁ; নৈৰ...

প্ৰশান্ত মিশ্ৰ পঢ়ক →
অনুবাদ আৰ্কাইভ
৩১ জুলাই, ২০২৫

এজন বুঢ়া আৰু এটা সৰু ল’ৰা

মূল : শ্বেল চিলভাৰস্টেইন (Shel Silverstein) অনুবাদ : দীপাঞ্জলি দেৱী সৰু ল’ৰাটোৱে ক’লে, “কেতিয়াবা মই চামুচখন হাতৰপৰা পেলাই দিওঁ”...

দীপাঞ্জলি দেৱী পঢ়ক →
শিশুজগত আৰ্কাইভ
৩১ জুলাই, ২০২৫

বাহুবলী ভীম

নৱনীতা ভট্টাচাৰ্য্য(৩)বকাসুৰ বধ আবেলি হৈ অহাৰ লগে লগে বনীয়ে মাকৰ ওচৰলৈ আহি ভীমৰ বিষয়ে অন্য এটা সাধু ক’বলৈ অনুৰোধ কৰিলে৷ বনীৰ অনুৰোধ...

নৱনীতা ভট্টাচাৰ্য্য পঢ়ক →
কাৰ্টুন আৰ্কাইভ
৩১ জুলাই, ২০২৫

অঁ, সময়ত

নিতুপৰ্ণ ৰাজবংশী...

নিতুপৰ্ণ ৰাজবংশী পঢ়ক →
মুক্ত বীক্ষণ আৰ্কাইভ
৩১ জুলাই, ২০২৫

দাদু দয়াল আৰু শ্ৰীমন্ত শংকৰদেৱৰ এক তুলনামূলক বিশ্লেষণ

পঙ্কজ প্ৰতিম বৰদলৈ ৰাজস্থানৰ দাদু দয়াল (১৫৪৪–১৬০৩) আৰু অসমৰ শ্ৰীমন্ত শংকৰদেৱ (১৪৪৯–১৫৬৮) আছিল মধ্যযুগীয় ভাৰতৰ দুজন প্ৰভাৱশালী...

পঙ্কজ প্ৰতিম বৰদলৈ পঢ়ক →