৫ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

অসমীয়া আৰু ইংৰাজী সন্ধান (Search Archive)

অন্যযুগৰ সমগ্ৰ প্ৰবন্ধ, কবিতা, গল্প আৰু ঐতিহাসিক সংগ্ৰহালয়ৰ ভিতৰত সন্ধান কৰক।

মুঠ ৩০৩৭ টা ফলাফল
পৃষ্ঠা ২৫ / ১২৭ (প্ৰদৰ্শন: ২৪ টা)
প্ৰবন্ধ আৰ্কাইভ
৩১ জুলাই, ২০২৫

ভাইৰা

মেঘালী দত্ত ঠাকুৰীয়া “মোহন ইস্কুল’ক নায! বিপিন মাষ্টৰে কৈছি ৰ’হ, তোৰ পঢ়াত মন নাই বুলে৷ কেৱল বেঞ্চত বহি ঢোলৰ চাপাৰ মাৰি থাকা! তোক লৈ মই...

অন্যযুগ সাহিত্য পৰিষদ পঢ়ক →
কবিতা আৰ্কাইভ
৩১ জুলাই, ২০২৫

সপ্তপদী

অৰ্চনা ঠাকুৰীয়া এক কবিতা এক জটিল চৰিত্ৰ প্ৰতীক, চিত্ৰকল্প পাঠকেহে বিচাৰি উলিয়াই কবিয়েতো সহজভাৱেই কয় মনৰ কথা সেয়ে, কবি মোৰ মনৰ...

অৰ্চনা ঠাকুৰীয়া পঢ়ক →
কবিতা আৰ্কাইভ
৩১ জুলাই, ২০২৫

অ' জীৱনান্ত

মৃদুল শৰ্মা(অনুভৱ তুলসীৰ সশ্ৰদ্ধ সোঁৱৰণত)কেতিয়ানো তুমি মোক স্পৰ্শ কৰিলা?কৰমৰ্দন? আলিঙ্গন? চুম্বন?নে তোমাৰ স্পৰ্শৰেই মই মই হৈছিলোঁআৰু...

মৃদুল শৰ্মা পঢ়ক →
অনুবাদ আৰ্কাইভ
৩০ জুলাই, ২০২৫

তুমি, অমিতাভ

মূলঃ ডঃ তপোধীৰ ভট্টাচাৰ্য (বাংলা) অসমীয়া অনুবাদঃ কুমুদ ঘোষ তুমি, অমিতাভ, ভুল পথেৰে পাহাৰ আৰু অৰণ্যৰ পৰা সমতললৈ নামি আহিছিলা – ব্যস্�...

কুমুদ ঘোষ পঢ়ক →
কবিতা আৰ্কাইভ
৩০ জুলাই, ২০২৫

দহন

মৃদুল কুমাৰ বৰ্মন জ্বলি আছোঁ অথচ ছাই হ’ব পৰা নাই পুৰণি শতিকাটোৱে সোঁৱৰাই দিয়া কথাটোকে পাগুলি পাগুলি ফু দিছোঁ মোৰ মৰি অহা বাঁহীটো�...

মৃদুল কুমাৰ বৰ্মন পঢ়ক →
অনুবাদ আৰ্কাইভ
৩০ জুলাই, ২০২৫

দুৱাৰডলি

মূল : THRESHOLD, ৰোণাল্ড বাইটান (Ronald Baytan, ফিলিপাইন) অনুবাদ : ড° ৰঞ্জিত দত্তএটি ভয়ানক সঁচা প্ৰতিশ্ৰুতিআৰু নিৰলে বাঢ়ি...

কবিতা আৰ্কাইভ
৩০ জুলাই, ২০২৫

অহা জনমত তাই তেজীমলা হ’ব

অত্ৰেয়ী গোস্বামী জন্ম, জন্মান্তৰ, পূৰ্বজন্ম বিশ্বাস-অবিশ্বাসৰ পেণ্ডুলামত দোলক হৈ দুলি থাকে অহৰহ৷ আকৌ এটা জনম হ’বনে? সেই জন্মত মনুষ্যৰ...

অত্ৰেয়ী গোস্বামী পঢ়ক →
কবিতা আৰ্কাইভ
৩০ জুলাই, ২০২৫

ৰাতিৰ কথা

হিল্লোলজ্যোতি সিংহ ৰাতিটোৱে গজালি মেলে গধূলি তুলসীতলৰ চাকিটো জ্বলি উঠাৰ সময়ত মগৰীবৰ আজানৰ সুৰটোও ভাহি আহে চোতালত ঢাৰি পাতি পোনাকণে...

হিল্লোলজ্যোতি সিংহ পঢ়ক →
শিশুজগত আৰ্কাইভ
৩০ জুলাই, ২০২৫

এৰ’স্পেচ ইঞ্জিনিয়াৰিং (Aerospace Engineering)

ড° বুলজিৎ বুঢ়াগোহাঁই এৰ’স্পেচ ইঞ্জিনিয়াৰিং হৈছে এটা আকৰ্ষণীয় আৰু গতিশীল ক্ষেত্ৰ, য’ত বিমান, মহাকাশযান, উপগ্ৰহ, ক্ষেপণাস্ত্ৰ আৰু...

ড° বুলজিৎ বুঢ়াগোহাঁই পঢ়ক →
কবিতা আৰ্কাইভ
৩০ জুলাই, ২০২৫

কবিৰ বাবে অঁকা ছবিবোৰ

ড° সঞ্জীৱ বৰা লগ পোৱা বহু কবিৰ মাজৰ এজন তেওঁ, বহু গ্ৰন্থৰ প্ৰচ্ছদৰ ভিতৰৰে কিছু তেওঁৰ ৷ হ’লেও অনুভৱ তুলসী ছাৰ কিয় নাজানো- যেন অলপ...

ড°সঞ্জীৱবৰা পঢ়ক →
কবিতা আৰ্কাইভ
৩০ জুলাই, ২০২৫

সমাপ্তি পৰৰ মধুৰ আবৃত্তি

ড° ৰত্নোত্তমা দাস বিক্ৰম ক/ নৱেম্বৰ মাহৰ সোতৰ তাৰিখ, চন দুহেজাৰ ন খাকী য়ুনিফৰ্মৰ চোলাৰ বাহুত তৰা থকা দিল্লী পুলিচৰ এজন বিষয়াই মোৰ কঁপি...

ড°ৰত্নোত্তমা দাস বিক্ৰম পঢ়ক →
অনুবাদ আৰ্কাইভ
২৯ জুলাই, ২০২৫

স্বৰাজোত্তৰ কালৰ অসমীয়া চিনেমা-১৩

(পাৰ্বতিপ্ৰসাদ-বিষ্ণু ৰাভাৰ পৰা জাহ্নু-মঞ্জুলৈ) নিজৰা ৰাজকুমাৰী অলপতে ‘ভাইমনদা’ নামৰ মুনীন বৰুৱাৰ জীৱনভিত্তিক চিনেমাখন চলি গ’ল৷ অসমীয়া...

নিজৰা ৰাজকুমাৰী পঢ়ক →
কবিতা আৰ্কাইভ
২৯ জুলাই, ২০২৫

হুমুনিয়াহ

ৰূপাঞ্জলী নেওগ এটি বিমূৰ্ত চাৱনি, বাৰে বাৰে জুমি চাইছে পদূলিমুখলৈ বুলি নৈৰাশ্যৰ চাদৰখনিয়ে বেঢ়ি ধৰিছে তাক কেউফালৰ পৰা থৰকবৰক যে তাৰ...

ৰূপাঞ্জলী নেওগ পঢ়ক →
কবিতা আৰ্কাইভ
২৯ জুলাই, ২০২৫

পিউমিছ

অংগনা ভট্টাচাৰ্য্য তুমি তুমি বুলি খেপিয়াই-ঘুৰ্মুটিয়াই ফুৰাৰ উদাস একাদশীত এবাৰ বিষণ্ণ বতাহ এজাক বলিছিল৷ মই ক্ষন্তেক ৰৈছিলোঁ৷ চাইছিলোঁ...

অংগনা ভট্টাচাৰ্য্য পঢ়ক →
গল্প আৰ্কাইভ
২৯ জুলাই, ২০২৫

প্ৰেক্ষাপটত এড’নিছ আৰু এটি আধৰুৱা কাহিনী

পাপৰি গোস্বামী হঠাতে গৰমটো বেছিকৈয়ে পৰিছে৷ বাছখনৰ সোঁফালৰ ছিটকেইটাত দুপৰীয়াৰ চোকা ৰ’দ পৰি অস্বস্তিকৰ পৰিৱেশ এটা সৃষ্টি হৈছে৷ বাছখনে...

পাপৰি গোস্বামী পঢ়ক →
কবিতা আৰ্কাইভ
২৯ জুলাই, ২০২৫

অনুভৱ তুলসী : এক পাঠকৰ অনুভৱ

জয়চন্দ্ৰ হাজৰিকা এগৰাকী মননশীল কবিৰ কাব্য-জিজ্ঞাসা, কাব্য-সাধনাক এগৰাকী নিঃকিন পাঠকে সম্যকভাৱে উপলব্ধি কৰিব নোৱাৰিলে এক দুঃখবোধে...

জয়চন্দ্ৰ হাজৰিকা পঢ়ক →
উপন্যাস আৰ্কাইভ
২৯ জুলাই, ২০২৫

বেংডোবাৰ ঘাট

জয়ন্ত মাধৱ বৰা ৷৷আঠ৷৷ পুৱাই ভয়, আতংক আৰু উত্তেজনাত কঁপি উঠিল বেংডোবাৰ পাৰ৷ যেন আকৌ এবাৰ ভাঙি পৰিল নৈঋতত জ্বলি উঠা বেংডোবাৰ ওপৰৰ বেলি...

জয়ন্ত মাধৱ বৰা পঢ়ক →
কবিতা আৰ্কাইভ
২৮ জুলাই, ২০২৫

নিকট-তীৰ্থ

প্ৰদীপ শইকীয়া(প্ৰতি অনুভৱ তুলসী)মেঘপটীৰে বাট বুলিলে দুয়োৰে মাজত কণমানি বাঁহীৰ ফুটাৰে কোমলকৈ ফু এটিৰ বাট শিৰীষজোপাৰ আদৰ-আঁচলতআপুনি...

প্ৰদীপ শইকীয়া পঢ়ক →
কবিতা আৰ্কাইভ
২৮ জুলাই, ২০২৫

কবি-পিতা, ভালে থাকাঁ

অংকুৰ ৰঞ্জন ফুকন ‘…গতিকে সেই মন:সংযোগটো আমি সকলো কবিয়েই ৰাখিব লাগে।’- অনুভৱ তুলসী কোনো মন:সংযোগ নথকাকৈ শ্ৰদ্বাৰ্ঘ্যৰূপে খৰধৰকৈ কিবা...

অংকুৰৰঞ্জনফুকন পঢ়ক →
কবিতা আৰ্কাইভ
২৮ জুলাই, ২০২৫

অনুভৱ তুলসীৰ কবিতা : বিষয়ৰ নিৰ্ঘণ্টত অস্তিত্ববোধ আৰু মৃত্যুচেতনা

অসীম কুমাৰ হাজৰিকা অনুভৱ তুলসীৰ কবিতাত সময়, স্মৃতি আৰু অস্তিত্ব এক মৌন, গহীন মানসিক যন্ত্ৰণা। এই অনুভৱে অস্তিত্বৰ দ্বন্দ্ব উন্মোচন কৰি...

অসীম কুমাৰ হাজৰিকা পঢ়ক →
কবিতা আৰ্কাইভ
২৮ জুলাই, ২০২৫

অনুভৱ তুলসীৰ সৈতে ৰাজীৱ বৰুৱাৰ হঠাৎ আলাপ

প্ৰাক্‌কথন : ক’ভিড মহামাৰীৰ ভয়াৱহতা ক্ৰমে ক্ৰমে পাতলি আহিছে। স্বাভাৱিক হ’বলৈ যত্ন কৰিও পৃথিৱীখন স্বাভাৱিক হ’ব পৰা নাই, কাৰণ খুব কম...

ৰাজীৱ বৰুৱা পঢ়ক →
প্ৰবন্ধ আৰ্কাইভ
২৬ জুলাই, ২০২৫

মৰ্মান্তিক

কুশল দত্ত আহাৰ-শাওণে জাগল পাতিছে আটাইবোৰ সেউজীয়া কজলা হৈ তিতি আছে শোকত ঘাঁহ বন জোপোহা লতাবোৰ তিতি আছে শোকত পুনি মেটেকা ভেঁট পদুমবোৰ...

অন্যযুগ সাহিত্য পৰিষদ পঢ়ক →
সম্পাদকীয় আৰ্কাইভ
২৫ জুলাই, ২০২৫

নান্দনিকতা আৰু দাৰ্শনিকতাৰে সমৃদ্ধ অনুভৱ

আমাৰ সময়ৰ অসমীয়া কবিসকলৰ ভিতৰত অনুভৱ তুলসীৰ মাজতে নান্দনিকতা আৰু দাৰ্শনিকতাৰ অতুলনীয় সমন্বয় সাধিত হৈছিল। যোৱা জুলাই সংখ্যা ‘অন্যযুগ’�...

অন্যযুগ সাহিত্য পৰিষদ পঢ়ক →
কবিতা আৰ্কাইভ
২৫ জুলাই, ২০২৫

অনুভৱ তুলসী

দিগন্ত শইকীয়া আমাৰ সময়খিনিক কবিতাৰ ফ্ৰে'মত ধৰি ৰখিবলৈ সক্ষম হোৱা কম সংখ‍্যক অসমীয়া কবিৰ ভিতৰত অনুভৱ তুলসী অন‍্যতম। বিষয়বস্তুৱেই হওক বা...

দিগন্ত শইকীয়া পঢ়ক →