৫ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

অসমীয়া আৰু ইংৰাজী সন্ধান (Search Archive)

অন্যযুগৰ সমগ্ৰ প্ৰবন্ধ, কবিতা, গল্প আৰু ঐতিহাসিক সংগ্ৰহালয়ৰ ভিতৰত সন্ধান কৰক।

মুঠ ৩০৩৭ টা ফলাফল
পৃষ্ঠা ২৮ / ১২৭ (প্ৰদৰ্শন: ২৪ টা)
উপন্যাস আৰ্কাইভ
২৭ জুন, ২০২৫

বেংডোবাৰ ঘাট

জয়ন্ত মাধৱ বৰা৷৷ সাত৷৷ ঠেলাখনত চন্দ্ৰৰ ঘৈণীয়েকৰ শটো লৈ গণেশ আৰু চন্দ্ৰ গাঁওখনত সোমোৱাৰ লগে লগে অৱধাৰিতভাৱেই উদ্‌ভ্ৰান্ত হৈ পৰিল...

জয়ন্ত মাধৱ বৰা পঢ়ক →
প্ৰবন্ধ আৰ্কাইভ
২৫ জুন, ২০২৫

কুৰ্ট গডেল : এজন অসাধাৰণ গণিতজ্ঞ

ড॰ প্ৰিয়দেৱ গোস্বামী প্ৰাকৃতিক পৰিঘটনাবোৰ মানুহৰ চিন্তাশক্তিৰে বিশ্লেষণ কৰি কথিত বা লিখিত ৰূপত সংৰক্ষণ কৰিবলৈ আৰম্ভ কৰা সময়ৰ পৰাই...

ড০ প্ৰিয়দেৱ গোস্বামী পঢ়ক →
উপন্যাস আৰ্কাইভ
২৫ জুন, ২০২৫

পানী হিলৈ

গোৱিন কুমাৰ খাউণ্ড(যোৱা সংখ্যাৰ পৰা) নয়ন গুচি যোৱাৰ পাছতো ফলা পোষ্টাৰখন হাতত লৈ গছ জোপাৰ তলতে ৰৈ থাকিল মিলিটেৰী। সেই সময়তে সাংবাদিক...

গোৱিন কুমাৰ খাউণ্ড পঢ়ক →
অনুবাদ আৰ্কাইভ
২৫ জুন, ২০২৫

কেৰাচিনৰ গোন্ধ

মূল : অমৃতা প্ৰীতমৰ গল্প The Stench of Kerosene অনুবাদ : পংকজ কুমাৰ নেওগ গুলেৰীৰ মাক-দেউতাকৰ ঘৰ চাম্বাত৷ গিৰীয়েকৰ ঘৰৰ পৰা নামি যোৱা...

অনুবাদ আৰ্কাইভ
২৫ জুন, ২০২৫

তোমাৰ চহৰ

মূল (বাংলা) : ড° নিমৰ্ল দেবনাথ, ত্ৰিপুৰা অনুবাদ : হিল্লোলজ্যোতি সিংহ তোমাৰ চহৰে আজিও পুৰণি আঘাতৰ দাগ মচি পেলাব জনা নাই এতিয়াও অলপমান...

মূল (বাংলা) : ড°নিমৰ্ল দেবনাথ পঢ়ক →
কবিতা আৰ্কাইভ
২৫ জুন, ২০২৫

জোনাকী বাট

প্ৰয়াগ শইকীয়া আন্ধাৰত কবিতাৰ খোজ জোনাকী পৰুৱাই পোহৰায় বাট জোনাকী প্ৰেমৰ দেৱদূতৰ আশীৰ্ৱাদ কবিতাই কস্তুৰী মৃগৰ দৰে বিচাৰে নিজৰ সুগন্ধি...

প্ৰয়াগ শইকীয়া পঢ়ক →
কবিতা আৰ্কাইভ
২৫ জুন, ২০২৫

তুমি

বন্দনা কৌশিক বৰদলৈ তুমি যুদ্ধৰ দৰে তোমাক এবাৰ চুই চোৱাৰ হেঁপাহত কিমান পৰিব্ৰাজক শ্বহীদ হয় ! কিমান ৰাতিৰ গোপন চকুত জলচুক্তি বাতিল হয়...

অৰ্চনা পূজাৰী পঢ়ক →
কবিতা আৰ্কাইভ
২৫ জুন, ২০২৫

সেই জোতা দুপাট

কিশোৰ মনজিৎ বৰা ধোঁৱাৰ মাজতো কিবা এটা নদী নদী ভাব আছিল খিৰিকীৰ আকাশত দুলিছিল চকু দুটি সৰিয়হ ফুলৰ পৰাগধানী তেওঁ জোতা দুপাট মোলৈ এৰি থৈ...

কিশোৰ মনজিৎ বৰা পঢ়ক →
প্ৰবন্ধ আৰ্কাইভ
২৫ জুন, ২০২৫

বিৰিঞ্চি কুমাৰ বৰুৱাৰ কথা-সাহিত্যত অসমীয়া গ্ৰাম্যজীৱনৰ কথকতা

কিশোৰ দাস কোঁৱৰ অসমীয়া কথা-সাহিত্যক সমৃদ্ধ কৰি তোলা কথাশিল্পীসকলৰ ভিতৰত ড০ বিৰিঞ্চি কুমাৰ বৰুৱাৰ নাম বিশেষভাৱে উল্লেখযোগ্য৷ প্ৰাক্...

কিশোৰ দাস কোঁৱৰ পঢ়ক →
কবিতা আৰ্কাইভ
২৪ জুন, ২০২৫

শৰীৰে যেতিয়া নিজৰ নাম পাহৰে

ৰিপুঞ্জয় বৰুৱা ঋমন বিশ্বজুৰি ওফন্দি উঠিছে গ্ল’ৱেল ৱাৰ্মিং ! শ্ৰীলংকাৰ গধূলিৰ পৰা এণ্টাৰ্কটিকাৰ বৰফমালালৈকে, এটি নিশ্বাস নীৰৱে গলি যায়...

ৰিপুঞ্জয় বৰুৱা ঋমন পঢ়ক →
কবিতা আৰ্কাইভ
২৪ জুন, ২০২৫

এষ্ট্ৰ’ন’মিকেল প’য়েট্ৰী

গায়ত্ৰী দেৱী বৰঠাকুৰ (এক) জিৰ’ ছেড’ ডে বেলিটোৱে যেতিয়া থিতাপি লয়হি আপোনাৰ মূৰৰ ওপৰত তেতিয়া লগ এৰে ছাঁটোৱেও বেকগ্ৰাউণ্ডত ছেণ্টি ফালি...

গায়ত্ৰী দেৱী বৰঠাকুৰ পঢ়ক →
কাৰ্টুন আৰ্কাইভ
১ জুন, ২০২৫

অঁ, সময়ত

নিতুপৰ্ণ ৰাজবংশী...

নিতুপৰ্ণ ৰাজবংশী পঢ়ক →
মুক্ত বীক্ষণ আৰ্কাইভ
৩১ মে’, ২০২৫

ডিজিটেল শ্ৰমিক

পঙ্কজ প্ৰতিম বৰদলৈ সাম্প্ৰতিক সময়ত ডিজিটেল প্ৰযুক্তিয়ে ব্যৱসায় আৰু কামৰ অৰ্থনীতিত প্ৰভাৱ পেলাইছে। ভাৰতীয় ই-কমাৰ্চ প্ৰতিষ্ঠানসমূহে...

পংকজ প্ৰতিম বৰদলৈ পঢ়ক →
শিশুজগত আৰ্কাইভ
৩১ মে’, ২০২৫

ভোমোৰা আৰু গুবৰুৱা

ক্ষিপ্ৰকল্প গগৈ এদিন এটা গুবৰুৱাই গোবৰ খুঁচৰি আছিল। তেনেতে সি তাৰ কাষেদি ক’ৰবালৈ উৰি যোৱা এটা ভোমোৰাক দেখা পালে। ভোমোৰাটোক দেখি...

ক্ষিপ্ৰকল্পগগৈ পঢ়ক →
গ্ৰন্থ আলোচনা আৰ্কাইভ
৩১ মে’, ২০২৫

দুখন অমূল্য গ্ৰন্থ

দুখন অমূল্য গ্ৰন্থ যিবোৰ বিষয়ে অসমীয়া মানুহক সামগ্ৰিকভাৱে স্বাভিমানী কৰি ৰাখে সেইবোৰ বিষয়ৰ একেবাৰে প্ৰথম ফালৰ বিষয় এটা হৈছে আমাৰ...

সম্পাদনা কক্ষ পঢ়ক →
শিশুজগত আৰ্কাইভ
৩১ মে’, ২০২৫

বৰষুণ

জ্যোতিশিখা দত্ত সৰু মেঘৰ টুকুৰাবোৰেৰে ডাঙৰ মেঘবোৰ হয় ডাঙৰ মেঘৰ ভৰ বেছি হৈ ধৰালৈ বাট লয় ৷ বৰষুণৰ লগত ঢেৰেকণি আহিলে কলিজা কঁপি যায়...

জ্যোতিশিখা দত্ত পঢ়ক →
গ্ৰন্থ আলোচনা আৰ্কাইভ
৩১ মে’, ২০২৫

কৌশিক নন্দন বৰুৱাৰ ‘নিৰিবিলি’ৰ কথাৰে - এক পঠন অভিজ্ঞতা

সুদৰ্শনা বৰদলৈ সন্ধ্যাৰাগিণী বৰুৱা৷ এজনী মৰমলগা অলপমান উৎপতীয়া অলপমান অভিমানী আৰু শিশুসুলভ ব্যৱহাৰেৰে সকলোৰে মন মুহি নিব পৰা এজনী...

সুদৰ্শনা বৰদলৈ পঢ়ক →
শিশুজগত আৰ্কাইভ
৩১ মে’, ২০২৫

বাহুবলী ভীম

নৱনীতা ভট্টাচাৰ্য্য (১) “ভীম ভীম নকৰিবি ভীমৰ আগত, হাড়া-মূৰা ভাঙি দিম গদাৰ কোবত।”- বনীয়ে প্লাষ্টিকৰ গদাটো হাতত লৈ ভীমৰ ভাও ধৰি ধৰি মাকৰ...

নৱনীতা ভট্টাচাৰ্য্য পঢ়ক →
শিশুজগত আৰ্কাইভ
২৯ মে’, ২০২৫

ক্লিনিকেল ৰিছাৰ্চ (Clinical Research)

ড° বুলজিৎ বুঢ়াগোহাঁই ক্লিনিকেল ৰিছাৰ্চ (Clinical Research) হৈছে চিকিৎসা বিজ্ঞানৰ এটা শাখা, যিয়ে মানুহৰ ব্যৱহাৰৰ বাবে নিৰ্ধাৰিত ঔষধ...

ড° বুলজিৎ বুঢ়াগোহাঁই পঢ়ক →
প্ৰবন্ধ আৰ্কাইভ
২৯ মে’, ২০২৫

গণিত : সভ্যতাৰ চকৰি

ড° প্ৰিয়দেৱ গোস্বামী অধ্যয়ন তথা চৰ্চাৰ এক অন্যতম বিষয় হৈছে গণিত৷ এই গণিত বিষয়ত প্ৰাথমিক জ্ঞান থকাটো প্ৰত্যেক মানুহৰ বাবে অপৰিহাৰ্য৷...

ড°প্ৰিয়দেৱ গোস্বামী পঢ়ক →
কবিতা আৰ্কাইভ
২৯ মে’, ২০২৫

মলেঁয়া

দাদুল দেৱকৃষ্ণ বৰুৱা (২৮) বাৰাণ্ডাৰ চকীত বহি খবৰ কাগজত চকু ফুৰাইছে ষ্টেপানে। খবৰৰ ভিৰতকৈ সম্পাদকীয় পৃষ্ঠাটোহে তেওঁৰ প্ৰিয়। খবৰ...

দাদুল দেৱকৃষ্ণ বৰুৱা পঢ়ক →
গল্প আৰ্কাইভ
২৯ মে’, ২০২৫

বাট

জিণ্টু দত্ত বাটটো তেনেকৈয়ে পৰি থাকে৷ নিমাতে-নিতালে, নিৰ্জন-নিস্তব্ধ হৈ৷ আলকতৰা দি মসৃণ হৈ থকা বাটটো ক’লা সৰীসৃপ এটাই গাটো ভাঁজ লৈ পৰি...

জিণ্টু দত্ত পঢ়ক →
কবিতা আৰ্কাইভ
২৯ মে’, ২০২৫

কেতেকী

অৰুণ গগৈ জৰা হৈ জকমকায় লাউ হৈ লতা বগায় ফুল হৈ ইনাই বিনায় “হাতো নেমেলিবি ফুলো নিছিঙিবি” বিধাতাই বিধৱা কৰা বাঁৰী তিৰোতাৰ কথা কৈ ওৰেৰাতি...

অৰুণ গগৈ পঢ়ক →