অনুবাদ আৰ্কাইভ ২৭ এপ্ৰিল, ২০২৫ ইন্সপেক্টৰ লালৰ সেই বিশেষ কে’ছটো মূল : (ইংৰাজী) ৰাস্কিন বণ্ড অনুবাদ : বিদিশা দত্ত প্ৰায় দুবছৰৰ আগৰ কথা৷ তেতিয়া মই উত্তৰ ভাৰতৰ ভৈয়ামৰ শ্বাহপুৰত আছিলোঁ৷ অতি গৰম আৰু... বিদিশা দত্ত পঢ়ক →
উপন্যাস আৰ্কাইভ ২৪ এপ্ৰিল, ২০২৫ পানী হিলৈ গোৱিন কুমাৰ খাউণ্ড( পাঁচ) পুৱাৰে পৰা জৰিগুৰিত উখল-মাখল পৰিৱেশ। কাৰণটো আন একো নহয়, এখন মদৰ দোকান। কথাটো হিমানীয়ে পুৱাই কৈছিল যদিও... গোৱিন কুমাৰ খাউণ্ড পঢ়ক →
অনুবাদ আৰ্কাইভ ২১ এপ্ৰিল, ২০২৫ শুকুলা হাতীৰ দৰে পাহাৰ মূল : আৰ্ণেষ্ট হেমিংৱে ভাবানুবাদ : যশোৱন্ত নিপুণ এব্ৰ’ উপত্যকাৰ পাহাৰবোৰ খুব দীঘল আৰু শুকুলা৷ এইফালে ছাঁ পৰা ঠাই আৰু গছ নাছিল আৰু... যশোৱন্ত নিপুণ পঢ়ক →
গল্প আৰ্কাইভ ২১ এপ্ৰিল, ২০২৫ ত্ৰিভূজ নক্ষত্ৰ মাধুৰ্য্য গোস্বামী দিনটোৰ সমস্ত কোলাহল— বিভিন্ন পোক-পতংগৰ আৰাও, ফোঁ-ফোঁৱাই বলি থকা বতাহত মচ্মচ্কৈ উঠা চেগুন পাত, ভতুৱা কুকুৰৰ মা�... মাধুৰ্য্য গোস্বামী পঢ়ক →
কবিতা আৰ্কাইভ ২১ এপ্ৰিল, ২০২৫ মানুহবোৰ তেতিয়া ক’ত আছিল নিজৰা ৰাজকুমাৰী গছ-মেঘ-বতাহ আৰু ফুলবোৰৰ অধিকাৰৰ কথা ক’বলৈ সদায়েই সাজু আছিল পৃথিৱী ঈশ্বৰে আঙুলিৰ আঁক এটাৰে নৈ এখন গঢ়িছিল আৰু এমোকোৰা... নিজৰা ৰাজকুমাৰী পঢ়ক →
কবিতা আৰ্কাইভ ১৯ এপ্ৰিল, ২০২৫ ৰ'দে-বৰষুণে ইমান যে গান লোকনাথ গোস্ৱামী(মন দাপোনত - ৮) (১) গাঁৱৰ কাহিনী কৈ অন্ত কৰিব নোৱাৰি৷ জন্মৰ পৰা যৌৱনৰ এছোৱালৈ অৰ্থাৎ কলেজৰ দেওনা পাৰ হৈ তেজপুৰ একাডেমী�... লোকনাথ গোস্বামী পঢ়ক →
প্ৰবন্ধ আৰ্কাইভ ১৮ এপ্ৰিল, ২০২৫ কৃত্ৰিম বুদ্ধিমত্তা - সংশয় আৰু সম্ভাৱনা ড॰ প্ৰিয়দেৱ গোস্বামী বৰ্তমান সময়ত বিজ্ঞান চৰ্চাৰ লগত জড়িত ব্যক্তিৰ পৰা আৰম্ভ কৰি সকলোবৰ্গৰ মানুহৰ এক ৰ্চচাৰ বিষয় হৈছে কৃত্তিম... ড॰প্ৰিয়দেৱ গোস্বামী পঢ়ক →
গল্প আৰ্কাইভ ১ এপ্ৰিল, ২০২৫ দৈনন্দিন অংগনা চৌধুৰী দৈনন্দিন – ১ এলাৰ্মটো বজাৰ লগে লগে তাই জাপ মাৰি উঠিল৷ খিৰিকী খুলি দেখে বাহিৰত তেতিয়াও ভালদৰে পোহৰহোৱাই নাই৷ চৰাই-চিৰিকতিৰ... অংগনাচৌধুৰী পঢ়ক →
কবিতা আৰ্কাইভ ১ এপ্ৰিল, ২০২৫ দুটা কথাৰ কবিতা প্ৰাণজিৎ মহন্ত (১) কথাবিলাকনো আৰু কি তুমি কাষত আছা যেতিয়া কথাই নাই আৰম্ভ কৰোঁ বুলি ভাবিলে এই আৰম্ভ কৰিব পাৰি আৰু শেষ কৰোঁ বুলি ভাবিলেও... প্ৰাণজিৎ মহন্ত পঢ়ক →
শিশুজগত আৰ্কাইভ ১ এপ্ৰিল, ২০২৫ পহিলা বহাগৰ পণ অংকুৰণ আৰ্ফ ককাদেউতাৰ দিনৰে পৰা বাজি থকা কঁঠাল কাঠৰ ঢোলটো আকৌ বাজি উঠিল৷ সুৰটো অলপ পিছে বেলেগ৷ ঢোল অৱশ্যে ঢোলেই৷ কাঠৰে - গৰু ছালৰে... অংকুৰণ আৰ্ফ পঢ়ক →
শিশুজগত আৰ্কাইভ ৩১ মাৰ্চ, ২০২৫ ৰাজবাৰী অমৃত গোস্বামী অফিচৰ পৰা ফোন কৰি ছোৱালীজনীয়ে (পৰম্পৰাগত সম্বোধনত বোৱাৰী) সুধিছিল, “দেউতা, প্ৰতিমা পাণ্ডে বৰুৱা অসমীয়া নহয় জানো?” মই... অমৃত গোস্বামী পঢ়ক →
শিশুজগত আৰ্কাইভ ৩১ মাৰ্চ, ২০২৫ অকণিয়ে অঁকা ছবি ‘অকণিয়ে অঁকা ছবি’ শিতানত এইবাৰ আগবঢ়াইছোঁ ধেমাজিৰ এছ. এফ. এছ. স্কুল’ৰ দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ অনুৰণ বৰগোহাঁয়ে অঁকা ছবি... অনুৰণ বৰগোহাঁইই পঢ়ক →
কবিতা আৰ্কাইভ ৩১ মাৰ্চ, ২০২৫ ভাৰসাম্য হিল্লোলজ্যোতি সিংহ মাটিৰ গভীৰ আন্ধাৰৰ পৰা পিয়াসী শিপাই খেপিয়াই শুহি লয় খনিজ-পানী পাতে হাত মেলি আকাশলৈ চকুত সানি লয় সূৰ্য চুলিশিপাৰ পৰা... হিল্লোলজ্যোতি সিংহ পঢ়ক →
অনুবাদ আৰ্কাইভ ৩১ মাৰ্চ, ২০২৫ বনৰীয়া ফুল মূল: অমৃতা প্ৰীতমঅনুবাদ: পংকজ কুমাৰ নেওগ আঙুৰী হ’ল আমাৰ প্ৰতিবেশীৰ পুৰণি আৰু আদহীয়া ভৃত্যজনৰ নতুন পত্নী। তাইক এই কাৰণে নতুন বুলি কৈছোঁ... পংকজ কুমাৰ নেওগ পঢ়ক →
শিশুজগত আৰ্কাইভ ৩১ মাৰ্চ, ২০২৫ মিমি আৰু ৰিনিৰ কথা জ্যোতিশিখা দত্ত মিমি আৰু ৰিনি দুয়ো বাই-ভনী নিতৌ দুয়ো খায় একোটাকৈ কণী৷ কণী খাই বল পাই পঢ়া-শুনা কৰে পাঠসমূহ আওঁৰাই গুৰুৱে কোৱাৰ দৰে৷ এক... জ্যোতিশিখা দত্ত পঢ়ক →
কবিতা আৰ্কাইভ ৩১ মাৰ্চ, ২০২৫ সেউজ বিলাপ মনজিত বৰা গছে গছৰ লগত কথা পতা দিনবোৰত পাতে পাতে খিলখিলাই হহাঁ সময় বোৰত আমি দেও দি ফুৰিছিলো আমাৰ শৈশৱত খেলিছিলো জপিয়াইছিলো গছৰ আঁৰ�... মনজিত বৰা পঢ়ক →
প্ৰবন্ধ আৰ্কাইভ ৩১ মাৰ্চ, ২০২৫ অসহযোগ আন্দোলন আৰু অসমৰ চাহ বাগিচাৰ শ্ৰমিক ভৃগুমণি নাথ ভাৰতৰ বৃটিছ বিৰোধী জাতীয় আন্দোলনত মোহনদাস কৰমচাঁদ গান্ধী, জনপ্ৰিয়ভাৱে মহাত্মা গান্ধীৰ পদাৰ্পণ এক লেখত ল’বলগীয়া ঘটনা৷... ভৃগুমণি নাথ পঢ়ক →
কবিতা আৰ্কাইভ ৩১ মাৰ্চ, ২০২৫ ফাগুনক বাগি দি নিৰু দত্ত ফাগুনক বাগি দি যাব নোৱাৰি পথাৰৰ আলিয়েদি ইমান টনা-টনি ৰেহা নালাগে আলসুৱা ৰিহা শুকান ওঁঠেদি সৰৱ সুহুৰি পিচলি মোকেই জোকায়... নিৰু দত্ত পঢ়ক →
অনুবাদ আৰ্কাইভ ৩১ মাৰ্চ, ২০২৫ সৈনিকৰ ভালপোৱা মূল (স্পেনিছ) : পাবলো নেৰুডা অনুবাদ : ৰুদ্ৰ সিংহ মটক (অসিত সৰকাৰে কৰা বাংলা অনুবাদৰ পৰা) যুদ্ধৰ দিনবোৰত জীৱনে তোমাক বাধ্য কৰিছে সৈনিকৰ... ৰুদ্ৰ সিংহ মটক পঢ়ক →
কবিতা আৰ্কাইভ ৩১ মাৰ্চ, ২০২৫ জংঘল যশোৱন্ত নিপুণ যিমান মনোৰম হ’লেও জংঘলখনে আমাক ভুলাব পৰা নাছিল, সেয়েহে তাৰ ভাঁজে ভাঁজে লুকাই থকা নিৰ্মমতাবোৰৰ পৰা আমি পলাই আহিছিলোঁ ৷... যশোৱন্ত নিপুণ পঢ়ক →
অনুবাদ আৰ্কাইভ ৩১ মাৰ্চ, ২০২৫ স্বৰাজোত্তৰ কালৰ অসমীয়া চিনেমা - ১০ (পাৰ্বতিপ্ৰসাদ বিষ্ণু ৰাভাৰ পৰা জাহ্নু-মঞ্জুলৈ) নিজ... নিজৰা ৰাজকুমাৰী পঢ়ক →
শিশুজগত আৰ্কাইভ ৩১ মাৰ্চ, ২০২৫ কেৰিয়াৰ হিচাপ কনটেণ্ট ক্ৰিয়েটৰ (Content Creator) ড° বুলজিৎ বুঢ়াগোহাঁই ডিজিটেল যুগৰ বিকাশৰ লগে লগে কনটেণ্ট ক্ৰিয়েটৰ (Content Creator) হিচাপে কেৰিয়াৰ গঢ়াৰ সম্ভাৱনা অধিক বৃদ্ধি পাইছে৷... ড°বুলজিৎ বুঢ়াগোহাঁই পঢ়ক →