কবিতা আৰ্কাইভ ২৯ মে’, ২০২৫ পৰাশ্ৰয়ী প্ৰজ্ঞানজ্যোতি কথাটো আছিল তেনেই নাওমান আৰু আমি বিভিন্ন ধৰণে লুটিয়াই-বগৰাই তাকেই নিজা নিজা ভাষাৰে কৈ আছিলোঁ অতকাল কিন্তু তোমালোক আছিলা... প্ৰজ্ঞানজ্যোতি পঢ়ক →
কবিতা আৰ্কাইভ ২৯ মে’, ২০২৫ ফ্লাছ নীলাভ সৌৰভ মোক তোমাৰ সপোনৰ পৰা তুলি দিয়াঁ দি দিয়াঁ সেই সোণালী বুটামকেইটাযিকেইটা খুলি দিলে মই এটা ৰাতিলৈ প্ৰৱেশ কৰোঁদি দিয়াঁ সেই অগোচৰ... নীলাভ সৌৰভ পঢ়ক →
কবিতা আৰ্কাইভ ২৯ মে’, ২০২৫ শনিবাৰ উদয় কুমাৰ বৰুৱা উচ্ছ্বল সময়েও নকয় সকলো কথা চিত্ৰকল্পৰ দৰে নিৰ্জন নৈসৰ্গিক বুলি আচলতে দেওবাৰটোক অনন্য ৰূপত সজাই তুলিবলৈকে শনিবাৰৰ এই... উদয় কুমাৰ বৰুৱা পঢ়ক →
কবিতা আৰ্কাইভ ২৯ মে’, ২০২৫ তুমি যেতিয়া বৃদ্ধা হ’বা মূল : When You Are Old by W.B. Yeatsঅনুবাদ : ৰঞ্জুমণি মহন্ত যেতিয়া বয়সে জুৰুলা কৰি তোমাৰ চুলিত ৰূপালী ৰহণ সানিব জুহালৰ কাষত কলমটিয়াই... ৰঞ্জুমণি মহন্ত পঢ়ক →
গল্প আৰ্কাইভ ২৮ মে’, ২০২৫ নিবৃত্তি বেদান্ত নাথ : অকলশৰীয়া ছোৱালী এজনীৰ ওচৰত মতা মানুহ এজন অনবৰতে সোমাই থকাটো ভাল নেদেখি৷ এইটো এটা ৰেছিডেনশ্বিয়েল এৰিয়া৷ কাষৰ... বেদান্ত নাথ পঢ়ক →
কবিতা আৰ্কাইভ ২৮ মে’, ২০২৫ স্বৰাজোত্তৰ কালৰ অসমীয়া চিনেমা-১১ (পাৰ্বতি প্ৰসাদ বিষ্ণু ৰাভাৰ পৰা জাহ্নু-মঞ্জুলৈ) নিজৰা ৰাজকুমাৰী কোঠাৰ ভিতৰৰ পৰিৱেশ৷ বিছনাত জৰ্জ বেকাৰ৷ পুতলা ঘৰ এটি হাতলৈ তুলি ডলী... নিজৰা ৰাজকুমাৰী পঢ়ক →
সম্পাদকীয় আৰ্কাইভ ২৭ মে’, ২০২৫ কবি ডব্লিউ বি য়েটছ : ১৬০ বছৰীয়া জন্মদিৱসৰ উপলক্ষত ড° বিৰিঞ্চি কুমাৰ দাস বিংশ শতিকাৰ ইংৰাজী সাহিত্য জগতৰ আটাইতকৈ প্ৰভাৱশালী কবিসকলৰ অন্যতম উইলিয়াম বাটলাৰ য়েটছৰ জন্মৰ ১৬০ টা বছৰ... ড০ বিৰিঞ্চিকুমাৰ দাস পঢ়ক →
কবিতা আৰ্কাইভ ২৭ মে’, ২০২৫ নাও বাই বাইজেনটিয়ামলৈ মূল : W.B. Yeatsঅনুবাদ : অনুভৱ তুলসীএইখন বুঢ়া-মেথাৰ দেশ নহয়৷ ডেকা-গাভৰু,যৌৱন ভৰুণ ইটে সিটে বাহুবন্ধনত, গছত চৰাই–সৌ মৃত্যুমুখী প্ৰজন্ম... অনুভৱ তুলসী পঢ়ক →
কবিতা আৰ্কাইভ ২৭ মে’, ২০২৫ অনসুয়া আৰু বিজয়া মূল : W.B. Yeatsঅনুবাদ : অনুভৱ তুলসী[স্বৰ্ণযুগৰ ভাৰতৰ সৰুকৈ এটি মন্দিৰ৷ গাতে গা লগাই এখন উপবন, গাতে গা লগাই এক অটৱী৷ অনসুয়া সেই... অনুভৱ তুলসী পঢ়ক →
কবিতা আৰ্কাইভ ২৭ মে’, ২০২৫ এটি মদ্যপান কৰা গীত মূল : ডব্লিউ বি য়েটছঅনুবাদ : ড° ৰঞ্জিত দত্তফটিকাখিনি মুখত পৰাৰ লগে লগেইদুচকুত জিলিকি উঠিল প্ৰেমজন্মৰ পৰা বৃদ্ধ হৈমৃত্যু বৰণ... ড° ৰঞ্জিত দত্ত পঢ়ক →
কবিতা আৰ্কাইভ ২৭ মে’, ২০২৫ দ্বিতীয় আগমনি মূল : ডব্লিউ বি য়েটছঅনুবাদ : ড° ৰঞ্জিত দত্তবৃত্তাকাৰে ঘূৰি ঘূৰিলাহে লাহে বহল হৈ গৈছেসাগৰীয় ঢৌবোৰ,গঙ্গাচিলনীজনীয়েও শুনা নাই এতিয়াতাইৰ... ড° ৰঞ্জিত দত্ত পঢ়ক →
কবিতা আৰ্কাইভ ২৭ মে’, ২০২৫ প্ৰেমৰ যন্ত্ৰণা মূল : ডব্লিউ বি য়েটছঅনুবাদ : ড° ৰঞ্জিত দত্তঘৰৰ পানীপোতাতঘৰচিৰিকা চৰাইবোৰেপাখি মাৰি চিঁ-চিঁয়াই কৰাসেই মনোমোহা কাজিয়াবিলাক,অজস্ৰ তৰালিক... ড° ৰঞ্জিত দত্ত পঢ়ক →
কবিতা আৰ্কাইভ ২৭ মে’, ২০২৫ শীতল স্বৰ্গ মূল : ডব্লিউ বি য়েটছঅনুবাদ : ড° ৰঞ্জিত দত্তহঠাতে দেখিলোঁ মইমৃত্যুসম শীতল এখনচমকি উঠা আকাশ,মোৰ এনে লাগিছিল যেন বৰফবোৰ গলিছেচাৰিওফালে... ড° ৰঞ্জিত দত্ত পঢ়ক →
কবিতা আৰ্কাইভ ২৭ মে’, ২০২৫ প্ৰেম আৰু পক্ষী মূল : ডব্লিউ বি য়েটছঅনুবাদ : ড° ৰঞ্জিত দত্তনাটকখন চাই থকাৰ নিচিনাকৈয়েপাৰ হৈ গ'ল ক্ষণবোৰ। মোৰ প্ৰজ্ঞা আনিব পাৰে মাথোঁ প্ৰেমেহে।এই... ড° ৰঞ্জিত দত্ত পঢ়ক →
কবিতা আৰ্কাইভ ২৬ মে’, ২০২৫ ডব্লিউ বি. য়েট্ছৰ কবিতা আৰু প্ৰতীক ৰমানন্দন বৰা কুৰি শতিকাৰ আধুনিক কবিতাৰ জগতত এক উচ্চ আৰু প্ৰভাৱশালী স্থান অধিকাৰ কৰি অহা উইলিয়াম বাট্লাৰ য়েট্ছৰ জীৱন আৰু কৰ্ম... ৰমানন্দন বৰা পঢ়ক →
সম্পাদকীয় আৰ্কাইভ ২৬ মে’, ২০২৫ ৱিলিয়াম বাটলাৰ য়েটছ : শ্ৰদ্ধাঞ্জলি ৱিলিয়াম বাটলাৰ য়েটছ : শ্ৰদ্ধাঞ্জলি যোৱা শতিকাটোৰ অন্যতম শ্ৰেষ্ঠ কবি বুলি গণ্য কৰা ৱিলিয়াম বাটলাৰ য়েটছ (১৮৬৫–১৯৩৯) আছিল এজন আইৰিশ্ব... অন্যযুগ সাহিত্য পৰিষদ পঢ়ক →
কবিতা আৰ্কাইভ ২৬ মে’, ২০২৫ স্বচক্ষে নিজ মৃত্যু দেখা এক আইৰিছ বৈমানিক মূল : ৱিলিয়াম বাটলাৰ য়েটছ অনুবাদ : অনুভৱ তুলসী জানো জানো মোৰ বাবে ৰৈ আছে নিয়তি ডাৱৰৰ দেশৰ কোনো এক অজান জেগাত যাৰ বাবে এই সমৰ সিহঁতক মই... অনুভৱ তুলসী পঢ়ক →
কবিতা আৰ্কাইভ ২৬ মে’, ২০২৫ য়েটছৰ সন্ধানত : য়েটছ আৰু আৰ্যাৱৰ্তীয় ঐতিহ্য ভাস্কৰ জ্যোতি নাথ য়েটছক ভাল লগাৰ কেইবাটাও কাৰণ আছে৷ যি দৰে অসমীয়া মানুহে ভাৰতীয় জাতীয় পৰিচয়তকৈয়ো অসমীয়া পৰিচয়টো অধিক হেপাহঁত ধাৰন কৰে... ভাস্কৰ জ্যোতি নাথ পঢ়ক →
উপন্যাস আৰ্কাইভ ২৬ মে’, ২০২৫ বেংডোবাৰ ঘাট জয়ন্ত মাধৱ বৰা৷৷ ছয়৷৷ জীৱনৰ সকলো পথ বন্ধ হৈ পৰা বুলি ভাবি মানসিকভাৱে ভাগি পৰাৰ সময়তে জীৱনে নিজেই নতুন এটা পথ উলিয়াই লয়৷ চিৰন্তন সত্যৰ... জয়ন্ত মাধৱ বৰা পঢ়ক →
গল্প আৰ্কাইভ ২৪ মে’, ২০২৫ ঐকিক অংগনা ভট্টাচাৰ্য্য (ঔ) ইতিমধ্যে মাজ নিশা পাৰ হৈ গৈছে৷ তথাপি স্বায়ন্তিনীৰ দুচকুত টোপনিৰ চিন-চাব নাই৷ তাই জানে, এনেকৈয়ে আৰু দুঘণ্টামান... অংগনা ভট্টাচাৰ্য্য পঢ়ক →
উপন্যাস আৰ্কাইভ ২৪ মে’, ২০২৫ পানী হিলৈ গোৱিন কুমাৰ খাউণ্ড ঘৰৰ টিনৰ ওপৰত সন্ধিয়াৰে পৰা বান্দৰে ধম-ধমাই আছে। মাজে-মাজে ঘৰৰ মুধেৰে মলুৱা এটা সোমাই খক-খককৈ নীলক চʼতিৰ পৰাই খেদা... গোৱিন কুমাৰ খাউণ্ড পঢ়ক →
ইতিহাস এষণা আৰ্কাইভ ২৩ মে’, ২০২৫ অসমপ্ৰেমী এগৰাকী আমেৰিকান মহিলাৰ কথাৰে ড০ ৰক্তিম ৰঞ্জন শইকীয়া যোৱাটো শতিকাৰ ষাঠীৰ দশকত উজনি অসমৰ যোৰহাট নগৰত এগৰাকী আমেৰিকান মহিলা আৰু তেওঁৰ তিনিগৰাকী কন্যাক... ড০ ৰক্তিম ৰঞ্জন শইকীয়া পঢ়ক →
কবিতা আৰ্কাইভ ২৩ মে’, ২০২৫ ৰ’দে-বৰষুণে কিমান যে গান লোকনাথ গোস্বামী(মন দাপোনত - ৯) &n... লোকনাথ গোস্বামী পঢ়ক →
অনুবাদ আৰ্কাইভ ২৩ মে’, ২০২৫ আন’ৰা ৰিমলী বৰকটকীআন’ৰা। বৰ্তমান সময়ত সমগ্ৰ বিশ্বজুৰি চৰ্চিত এটি নাম৷ আজিৰ লেখাৰ বিষয় এই ছবি ছবি আন’ৰা, যিয়ে ৯৭তম একাডেমী বঁটা প্ৰতিযোগিতা�... ৰিমলী বৰকটকী পঢ়ক →