৫ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

অসমীয়া আৰু ইংৰাজী সন্ধান (Search Archive)

অন্যযুগৰ সমগ্ৰ প্ৰবন্ধ, কবিতা, গল্প আৰু ঐতিহাসিক সংগ্ৰহালয়ৰ ভিতৰত সন্ধান কৰক।

মুঠ ৩০৩৭ টা ফলাফল
পৃষ্ঠা ৩০ / ১২৭ (প্ৰদৰ্শন: ২৪ টা)
প্ৰবন্ধ আৰ্কাইভ
২১ মে’, ২০২৫

কুকুৰীকণা Poem June 2025

প্ৰদীপ শইকীয়াকোনযোৰ চচমা সঁচা ৷ ক্লাছিক পতনুৱা ৷ কোনবোৰ মিছাচিধা-চকুৱা আমি মুলুং মানুহ ৷অনেক যুদ্ধ দেখিলি অনেক যুঁজাৰু ৷দ্ৰোহী বিপ্লৱী...

অন্যযুগ সাহিত্য পৰিষদ পঢ়ক →
অনুবাদ আৰ্কাইভ
৩০ এপ্ৰিল, ২০২৫

এপাট শৰ আৰু এটা গান

মূল : Henry Wadsworth Longfellow কবিতা: The Arrow and the Songভাবানুবাদ : দীপাঞ্জলি দেৱী শূণ্যতে মই এপাট শৰ এৰিলোঁতীব্ৰ বেগত সি উৰি...

দীপাঞ্জলি দেৱী পঢ়ক →
কাৰ্টুন আৰ্কাইভ
৩০ এপ্ৰিল, ২০২৫

অঁ, সময়ত

নিতুপৰ্ণ ৰাজবংশী...

নিতুপৰ্ণ ৰাজবংশী পঢ়ক →
অনুবাদ আৰ্কাইভ
৩০ এপ্ৰিল, ২০২৫

পাবলো নেৰুদাৰ ছনেট - ১৮

মূল : পাবলো নেৰুদা অনুবাদ : ৰঞ্জুমণি মহন্ত তুমি পাহাৰ চেৰাই যোৱাঁ বতাহৰ দৰে৷ অথবা বৰফ গলি বৈ যোৱা এটি চঞ্চল নিজৰাৰ দৰে নাইবা তোমাৰ ঢৌ...

ৰঞ্জুমণি মহন্ত পঢ়ক →
কবিতা আৰ্কাইভ
৩০ এপ্ৰিল, ২০২৫

তেওঁ তোমাৰ নিজৰ ভিতৰতে

ৰিপুঞ্জয় বৰুৱা ঋমন জনসমাগমত নিঃসঙ্গ অনুভৱ কৰি বিষাদগ্ৰস্ততাত চকুলো টুকি ফাগুনৰ ফেৰী ঘাটত সৰাপাতকেই ফুল বুলি বুটলি ভ্ৰমত ভ্ৰমি...

ৰিপুঞ্জয় বৰুৱা ঋমন পঢ়ক →
কবিতা আৰ্কাইভ
৩০ এপ্ৰিল, ২০২৫

ভোক

উজ্জ্বল স্মৰণ দত্ত উদৰৰ বানবৰিয়া খাল এৱাঁচোলা পিন্ধাৰ পৰা পিতপানী হৈ উজায় দুপৰত বাঢ়ে চোক অজগৰে গিলি খোৱা পৃথিৱীত উদৰৰ চোকত চোক বাঢ়ি...

উজ্জ্বল স্মৰণ দত্ত পঢ়ক →
শিশুজগত আৰ্কাইভ
৩০ এপ্ৰিল, ২০২৫

অকণিয়ে অঁকা ছবি

‘অকণিয়ে অঁকা ছবি’ শিতানত এইবাৰ আগবঢ়াইছোঁ ধেমাজিৰ এছ. এফ. এছ. স্কুল’ৰ দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ অনুৰণ বৰগোহাঁ‌য়ে অঁকা ছবি...

অনুৰণ বৰগোহাঁ‌ই পঢ়ক →
কবিতা আৰ্কাইভ
৩০ এপ্ৰিল, ২০২৫

মোৰ সৰু চহৰখনৰ গাথা

গিৰিজা শৰ্মা পৰিৱৰ্তনৰ পদাঘাতে পংগু কৰা মোৰ সৰু চহৰখনৰ জনজীৱন য’ত গেলি-পচি জী থাকে অনেক যৌৱন শ্ৰমহীন শ্ৰমিকৰ অনাহাৰী দিন কিছু অনাখৰী...

গিৰিজা শৰ্মা পঢ়ক →
শিশুজগত আৰ্কাইভ
৩০ এপ্ৰিল, ২০২৫

পখীৰ সুৱদি মাত

মানসী গোস্বামী অ’ ৰুণ, অ’ ৰুণ মৌমাখিৰ গুণগুণ, নূপুৰৰ ৰুণজুন শুনি ভাল লাগেচোন। কুউ কুউ কৰে কুলি গছৰ ডালত বহি, বিহু বুলি দূৰণিত সেইটো মই...

মানসী গোস্বামী পঢ়ক →
কবিতা আৰ্কাইভ
৩০ এপ্ৰিল, ২০২৫

অকপটে

নীলাক্ষি গোস্বামী ৰ’দে ৰুণ দিয়া সময়ৰ পৰা ঝিলীৰ মাতত ৰাতি গভীৰ হোৱালৈকে অহৰহ নিজক বিচৰাৰ কছৰৎ এয়া মোৰ অনিচ্ছাকৃত আত্মগোপন নেপথ্য�...

নীলাক্ষি গোস্বামী পঢ়ক →
শিশুজগত আৰ্কাইভ
২৯ এপ্ৰিল, ২০২৫

কেৰিয়াৰ হিচাপে ৰাজনৈতিক ফটোগ্ৰাফি

ড° বুলজিৎ বুঢ়াগোহাঁই ফটোগ্ৰাফিয়ে সঁচাকৈয়ে ৰাজনীতিত গুৰুত্বপূৰ্ণ সহায়ক ভূমিকা ল’ব পাৰে, কিন্তু ইয়াক সাধাৰণতে ৰাজনীতিৰ ভিতৰ�...

কবিতা আৰ্কাইভ
২৯ এপ্ৰিল, ২০২৫

কি চৰাই? - সেই চৰাই

জৰসিং ইংতি ক্লেংদুন এটা নিৰ্জন দুপৰীয়া চাৰিওফালে বতাহৰ উপস্থিতি যেন শূন্য আকাশত ওলমি আছে উদাস সূৰ্য গছৰ হালধীয়া পাতবোৰ বিষণ্ণ আৰু...

জৰসিং ইংতি ক্লেংদুন পঢ়ক →
কবিতা আৰ্কাইভ
২৯ এপ্ৰিল, ২০২৫

বসন্তৰ চহৰত তুমি মোৰ বিষণ্ণ প্ৰেয়সী

ৰুদ্ৰ সিংহ মটক কুঁহিপাতৰ কেনভাছত খোদিত আলফুল হাজাৰ আৱেগ আৰু এটা অশান্ত ধুমুহাৰ নাম বসন্ত ৰূপ-বৰ্ণ উদ্ভাসিত ৰঙা ফুল আৰু উদ্বেল জোনাকৰ...

ৰুদ্ৰ সিংহ মটক পঢ়ক →
কবিতা আৰ্কাইভ
২৯ এপ্ৰিল, ২০২৫

ডুখৰীয়া

উৎপল বৰকটকী নীল সমুদ্ৰত কিহৰ ছায়া ? কিহৰ ছায়াই ক’লা কৰে সমুদ্ৰৰ নীলা পানী....... এই পৃথিৱী মোৰ অতি আপোন ৷ দেখিছোঁ— এই পৃথিৱীত অনেক...

উৎপল বৰকটকী পঢ়ক →
কবিতা আৰ্কাইভ
২৯ এপ্ৰিল, ২০২৫

ভোকৰ সাধুকথা

অৰুণ গগৈ গাঁওখন আন্ধাৰে ঢাকি ধৰা পৰত জোনটোৱে কাকিনি তামোলৰ ফাঁকেৰে বকুল সৰা পদূলিটো পোহৰাইছিল গহীন হৈ পৰা সন্ধিয়াটো শিয়ালৰ মাতত জয়াল...

অৰুণ গগৈ পঢ়ক →
কবিতা আৰ্কাইভ
২৯ এপ্ৰিল, ২০২৫

মৃত প্ৰাৰ্থনা

কৌশিক জ্যোতি বৰা ওৰে ৰাতি কান্দি আছোঁ মুখ গুজি আন্ধাৰত পানীপতাত মৰি আছে ঈশ্বৰ শৰীৰহীন শৰীৰ এটা আগুৰি বহি থকা মানুহবোৰৰ হাড়ত ভোগ আৰু...

কৌশিক জ্যোতি বৰা পঢ়ক →
কবিতা আৰ্কাইভ
২৯ এপ্ৰিল, ২০২৫

ইতলা

বিশ্বজিৎ শইকীয়া মূৰৰ ওপৰত এটা সূৰ্য লৈ বহি আছোঁ সূৰ্য পূবৰ বা পশ্চিমৰ নাথাকে সূৰ্যৰ থাকে তাপ সূৰ্যাস্তৰ কপালখন কঁপিছে থৰ্ থৰ্ নৈ এখনৰ...

বিশ্বজিৎ শইকীয়া পঢ়ক →
অনুবাদ আৰ্কাইভ
২৯ এপ্ৰিল, ২০২৫

মুম্বাইৰ তিব্বতীজন

মূল ইংৰাজী : তেনজিন চুনদিউ অনুবাদ : হিল্লোলজ্যোতি সিংহ মুম্বাইত বাস কৰা তিব্বতীজন বিদেশী নহয় চাইনীজ ৰেস্তোঁৰাৰ তেওঁ এজন ৰান্ধনি...

হিল্লোলজ্যোতি সিংহ পঢ়ক →
কবিতা আৰ্কাইভ
২৯ এপ্ৰিল, ২০২৫

পেহেলগামৰ কবিতা

= বিজয়কৃষ্ণ দলে দুখন দেশ দুটা ধৰ্ম বিভেদৰ এখন বৃহৎ দেৱাল জম্মু-কাশ্মীৰ। তই হিন্দু! জুই-পানী নিষেধ তই মুছলমান! সাৱধান সাৱধান। ধৰ্মই দান...

বিজয়কৃষ্ণ দলে পঢ়ক →
সম্পাদকীয় আৰ্কাইভ
২৮ এপ্ৰিল, ২০২৫

আমি এতিয়া কি কৰিম?

যোৱা বাইছ এপ্ৰিলৰ দিনা কাশ্মীৰৰ পহলগাম নামৰ প্ৰাকৃতিক সৌন্দৰ্যৰে পৰিপূৰ্ণ পৰ্যটনস্থলীত সন্ত্ৰাসবাদীয়ে ধৰ্মৰ নামত নিৰীহ ভাৰতীয় নাগৰিকৰ...

অন্যযুগ সাহিত্য পৰিষদ পঢ়ক →
মুক্ত বীক্ষণ আৰ্কাইভ
২৭ এপ্ৰিল, ২০২৫

সমকালনী শ্বায়েৰী— প্ৰেমৰ পৰা প্ৰতিবাদলৈ

পঙ্কজ প্ৰতিম বৰদলৈ শ্বায়েৰী হৈছে হিন্দী আৰু উৰ্দু সংস্কৃতিৰ হৃদস্পন্দন৷ মাত্ৰ কেইটামান শাৰীত বিয়পি পৰে কেঁচা আৱেগ, হৃদয়ৰ অটল তলি�...

পঙ্কজ প্ৰতিম বৰদলৈ পঢ়ক →
ইতিহাস এষণা আৰ্কাইভ
২৭ এপ্ৰিল, ২০২৫

প্ৰাচীন ভাৰতত বিজ্ঞানমনস্কতাৰ চৰ্চা : বস্তুবাদী দৰ্শনৰ আলোকত

ড০ ৰক্তিম ৰঞ্জন শইকীয়া বিজ্ঞানমনস্কতাৰ ধাৰণাবোৰো একেবাৰে চলমান ধাৰণা৷ আজিলৈকে আহৰণ কৰা জ্ঞানৰ ভিত্তিত আমি দাবী কৰা বিজ্ঞানমনস্কতাৰ...

ড০ৰক্তিম ৰঞ্জন শইকীয়া পঢ়ক →
গল্প আৰ্কাইভ
২৭ এপ্ৰিল, ২০২৫

ৰেডিঅ’ তৰংগৰ আঁৰে আঁৰে

ড০ স্মৃতিমালা শৰ্মা গুৱাহাটী মহানগৰীৰ মাজ মজিয়াত, ব্যস্ত ৰাজপথ আৰু আকাশলংঘী অট্টালিকাবোৰৰ মাজত এটা সৰু ৰেডিঅ’ ষ্টেচন। ৰেডিঅ’...

গল্প আৰ্কাইভ
২৭ এপ্ৰিল, ২০২৫

শিৱৰাত্ৰি

অসীম তালুকদাৰ শিৱৰাত্ৰিৰ দিনা ৰাতিপুৱাৰে পৰা এই মন্দিৰটো লোকে লোকাৰণ্য হৈ পৰে৷ এইবাৰো পৰম্পৰাৰ ব্যতিক্ৰম হোৱা নাই৷ ওচৰৰ মানুহৰ কথা...

অসীম তালুকদাৰ পঢ়ক →