৫ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

অসমীয়া আৰু ইংৰাজী সন্ধান (Search Archive)

অন্যযুগৰ সমগ্ৰ প্ৰবন্ধ, কবিতা, গল্প আৰু ঐতিহাসিক সংগ্ৰহালয়ৰ ভিতৰত সন্ধান কৰক।

মুঠ ৩০৩৭ টা ফলাফল
পৃষ্ঠা ২৭ / ১২৭ (প্ৰদৰ্শন: ২৪ টা)
কবিতা আৰ্কাইভ
৬ জুলাই, ২০২৫

অনুভৱ তুলসীৰ বাহিৰে কোনেও বানান কৰি পঢ়িব নোৱাৰে লুইতৰ পানী

নীলিম কুমাৰ “এসাঁজ খুৱালো শাকেৰেএসাঁজত দিছিলো মাছৰাতিলৈ খুৱাম মঙহ কলিজাটো কাট তুলসী”— এই চুটি কবিতাটো পঢ়ি গাটো শিয়ঁৰি উঠিছিল৷ এয়া আছিল...

নীলিম কুমাৰ পঢ়ক →
কবিতা আৰ্কাইভ
৪ জুলাই, ২০২৫

অনুভৱ

প্ৰয়াগ শইকীয়া(কবি অনুভৱ তুলসীৰ পৱিত্ৰ স্মৃতিত)তুলসী তলতঅকস্মাতে দেখোঁ এগছি চাকিআষাৰতে আজি কাতিঅবৰ্ণনীয় শব্দৰ কঙালী দূৰৰবহুদূৰৰ আকাশ�...

প্ৰয়াগ শইকীয়া পঢ়ক →
কবিতা আৰ্কাইভ
৪ জুলাই, ২০২৫

মোৰ অনুভৱত কবি অনুভৱ তুলসী

জোনমণি দাস স্কুলত পঢ়ি থকাৰ সময়ত দেউতাই মোক সাধু কিতাপ কিছুমান আনি দিছিল। সেইবোৰ পঢ়ি পঢ়ি মই কিতাপৰ প্ৰেমত পৰিছিলোঁ।ৰসৰাজ বেজবৰুৱাৰ...

জোনমণি দাস পঢ়ক →
কাৰ্টুন আৰ্কাইভ
১ জুলাই, ২০২৫

অঁ, সময়ত

নিতুপৰ্ণ ৰাজবংশী...

নিতুপৰ্ণ ৰাজবংশী পঢ়ক →
কবিতা আৰ্কাইভ
৩০ জুন, ২০২৫

পাপ

মাধুৰী সন্দিকৈ জুই একুৰা জ্বলাইছোঁ নিজে খৰি হৈ হাতে হাতে ঘিঁউ মুখত মৌ ফুটা কলহত পানী কাউৰীয়ে ঠোঁট পখলা দিনৰে পৰাই পানীয়ে কেৱল পখালি...

মাধুৰী সন্দিকৈ পঢ়ক →
মুক্ত বীক্ষণ আৰ্কাইভ
৩০ জুন, ২০২৫

ভাৰতীয় প্ৰেক্ষাপটত স্থানীয় ইতিহাস অধ্যয়ন : সংজ্ঞা, সংৰক্ষণ আৰু সম্প্ৰদায়ৰ সহযোগিতা

পঙ্কজ প্ৰতিম বৰদলৈ ভাৰতীয় প্ৰেক্ষাপটত স্থানীয় ইতিহাসে ভৌগোলিকভাৱে সীমিত অঞ্চলত – যেনে গাঁও, চহৰ বা জিলাৰ অতীতৰ পৰিঘটনা, মানুহ, আৰু...

পঙ্কজ প্ৰতিম বৰদলৈ পঢ়ক →
প্ৰবন্ধ আৰ্কাইভ
৩০ জুন, ২০২৫

জয়ন্ত বিষ্ণু নাৰ্লিকাৰলৈ শ্ৰদ্ধাঞ্জলি

ড০ পৰমানন্দ মহন্ত ভাৰতৰ অগ্ৰণী জ্যোতিপদাৰ্থবিদ ড০ জয়ন্ত বিষ্ণু নাৰ্লিকাৰৰ ২০ মে’ (২০২৫)ত দেহাৱসান ঘটে৷ কেম্ব্ৰিজ বিশ্ববিদ্যালয়ত গৱেষণা...

ড০ পৰমানন্দ মহন্ত পঢ়ক →
শিশুজগত আৰ্কাইভ
২৯ জুন, ২০২৫

সূৰ্য

জ্যোতিশিখা দত্ত আমাৰ সৌৰজগতখনৰ আছে এটাই নক্ষত্ৰ যাৰ নাম সূৰ্য ভাস্কৰ, ৰবি, আদিত্য সূৰ্যৰ চাৰিও ফালে আঠটি গ্ৰহই কৰি থাকে প্ৰদক্ষিণ...

জ্যোতিশিখা দত্ত পঢ়ক →
অনুবাদ আৰ্কাইভ
২৯ জুন, ২০২৫

স্বৰাজোত্তৰ কালৰ অসমীয়া চিনেমা-১২

(পাৰ্বতিপ্ৰসাদ, বিষ্ণু ৰাভাৰ পৰা জাহ্নু-মঞ্জুলৈ) নিজৰা ৰাজকুমাৰীশ্বটটো আছিল–ছোৱালীজনী দৌৰ মাৰি ককাকৰ ওচৰলৈ যাব লাগে আৰু কিবা এটা ক’ব...

নিজৰা ৰাজকুমাৰী পঢ়ক →
শিশুজগত আৰ্কাইভ
২৯ জুন, ২০২৫

ইণ্ডাষ্ট্ৰিয়েল ছাইক’ল’জি (Industrial Psychology)

ড০ বুলজিৎ বুঢ়াগোহাঁই ইণ্ডাষ্ট্ৰিয়েল ছাইক’ল’জি, যাক অৰ্গেনাইজেশ্বনেল ছাইক’ল’জি বুলিও কোৱা হয়, ই হৈছে মনোবিজ্ঞানৰ এটা শাখা, যি...

ড° বুলজিৎ বুঢ়াগোহাঁই পঢ়ক →
প্ৰবন্ধ আৰ্কাইভ
২৯ জুন, ২০২৫

শব্দ অথবা তীখাৰ জুই - ৰূপান্তৰৰ চেতনাৰে ৰৌদ্ৰোজ্জ্বল ড০ ভক্ত প্ৰসাদ গৌতমৰ কবিতা

ৰুদ্ৰ সিংহ মটক “The problem of art is to make objective that which has been subjective---to make life in terms of one man into an...

অন্যযুগ সাহিত্য পৰিষদ পঢ়ক →
কবিতা আৰ্কাইভ
২৯ জুন, ২০২৫

বিকল্পহীন

অঞ্জুমণি ভৰালী বিস্তীৰ্ণ পথাৰখন এতিয়া তাত বেলি উঠাৰ জাগৰণ, কাষত অনুগত হব পৰাকৈ এখন আকৰ্ষণীয় উজ্জ্বল মুখ যাৰ পোহৰত নত হয় পাৰ্থিৱ আৱৰণ !...

অঞ্জুমণি ভৰালী পঢ়ক →
গল্প আৰ্কাইভ
২৯ জুন, ২০২৫

হিয়া

যশোৱন্ত নিপুণ সিদিনা চাহ-দোকানখনৰ সম্মুখত ৰমেশক লগ পালোঁ৷ বেছ কিছুদিনৰ পাছত লগ পালোঁ কাৰণে ক’লোঁ বোলে চাহ একাপ‌ খাওঁ একেলগে৷ পিছে তাৰ...

যশোৱন্ত নিপুণ পঢ়ক →
গল্প আৰ্কাইভ
২৯ জুন, ২০২৫

কথাবোৰৰ কথা

ময়ূৰী কাকতি কথাবোৰ সজাটোৰ পৰা ওলায়েই পনপনাই ঘূৰি ফুৰিবলৈ ধৰিলে৷ কথাবোৰ ধৰোঁ বুলি কলমটো আনিবলৈ যাওঁতেই কথাবোৰ গৈ ক’ৰবাত পালেগৈ৷ আৰু...

ময়ুৰী কাকতি পঢ়ক →
শিশুজগত আৰ্কাইভ
২৯ জুন, ২০২৫

বাহুবলী ভীম

নৱনীতা ভট্টাচাৰ্য্য(২) হিড়িম্বক বধ আৰু হিড়িম্বাৰ সৈতে বিৱাহ মাকে বনীক দিয়া প্ৰতিশ্ৰুতি অনুসৰি সিদিনাখন হিড়িম্বাৰ সাধুটো ক’বলৈ আৰম্ভ...

নৱনীতা ভট্টাচাৰ্য্য পঢ়ক →
কবিতা আৰ্কাইভ
২৯ জুন, ২০২৫

নদীয়াল মানুহ আমি

মনজিত বৰা নদীৰ জন্মৰ কথা নক’লোৱে যেনিবা কিনো ক্ষতি নদীৰ নদীৰ বীৰ্য বুটলিবলৈ বালিচৰৰ গৰ্ভত নদীয়াল মানুহবোৰৰ জন্ম আমি নদীয়াল মানুহ...

কবিতা আৰ্কাইভ
২৯ জুন, ২০২৫

অকথিত পদ্য

চন্দন বৰ্মন (১) সিদ্ধান্ত দেৱাল গঢ়িলে ঘৰ ভাঙিলেই পৃথিৱী চকু নমালে এডোখৰ মাটি উঠালেই অনন্ত আকাশ৷ (২) পিৰালিৰ গান হাজাৰ বছৰ কাটি যায়৷...

চন্দন বৰ্মন পঢ়ক →
কবিতা আৰ্কাইভ
২৯ জুন, ২০২৫

অৰণ্যই কথা কয়

লক্ষী প্ৰসাদ ৰেগন অৰণ্যই কথা কয় আপোনাক-মোক ভাল পোৱাৰ কথা নিজেও বাচি থাকক, আমাকো বচাই ৰাখক-আকাৰে- ইংগিতে দূবৰি, মানিমুনিৰ পৰা...

লক্ষী প্ৰসাদ ৰেগন পঢ়ক →
কবিতা আৰ্কাইভ
২৯ জুন, ২০২৫

দুটা কবিতা

অনুভৱ তুলসী দিনলিপি মোৰ সমুখত কালিৰ দিনটোৰ মৃতদেহ বাহী শ ৰখীয়া হৈ বহি আছোঁ সমুখৰ কলমডাল মৃতদেহৰ অন্য এক সংস্কৰণ যেন আৰু এই কাগজখিলা...

অনুভৱ তুলসী পঢ়ক →
সম্পাদকীয় আৰ্কাইভ
২৯ জুন, ২০২৫

মৃত্যুৰ সদাগৰবোৰ আৰু মানৱৰ ভৱিষ্যত

২০১৪ চনৰ পৰা ইউক্ৰেইন আৰু ৰাছিয়াৰ মাজত ৰাজনৈতিক আৰু সামৰিক সংঘাত চলি আহিছে আৰু ২০২২ চনৰ ২৪ ফেব্ৰুৱাৰীৰ পৰা ৰাছিয়াই ইউক্ৰেইনৰ বিৰুদ্ধে...

অন্যযুগ সাহিত্য পৰিষদ পঢ়ক →
গল্প আৰ্কাইভ
২৮ জুন, ২০২৫

ভাগশেষ

পিংকু কলিতা(১) উপস্থিতি অবিহনে স্মৃতিবোৰক হৃদয়ঙ্গম কৰাতো কোনোবাখিনিত থাকি যায় ফাঁক; অনুপস্থিতিয়ে সোলোক-ঢোলোক কৰে অনুভৱৰ মুঠি৷ বিশেষ...

পিংকু কলিতা পঢ়ক →
অনুবাদ আৰ্কাইভ
২৭ জুন, ২০২৫

মন্দিৰৰ ঘণ্টা (হাইকু)

মূল : য়োচা বুছন (Yosa Buson) ভাবানুবাদ : প্ৰশান্ত মিশ্ৰ এহেজাৰ কেজি ওজনৰ মন্দিৰৰ এটা ঘণ্টাত এজনী পখিলা আহি পৰিলেহি আৰু নিঃশব্দে টোপনি...

অনুবাদ আৰ্কাইভ
২৭ জুন, ২০২৫

চিজফায়াৰ

মূল : সুবোধ সৰকাৰ (বাংলা)অসমীয়া অনুবাদ : কুমুদ ঘোষ এটা চিজফায়াৰৰ পৰা আন এটাচিজফায়াৰৰ মাজৰপুৱাৰ পোহৰত মই জন্মগ্ৰহণ কৰিছিলোঁ৷কিন্তু...

মূল : সুবোধ সৰকাৰ (বাংলা) পঢ়ক →
গল্প আৰ্কাইভ
২৭ জুন, ২০২৫

হন্যমানে শৰীৰে

পৰী পাৰবীন সন্মুখৰ ঘৰৰ জংঘল হৈ পৰা বাগিচাখনৰ পৰা পোক-পতংগৰ সমস্বৰৰ কোলাহল ভাহি আহিছে৷ নিগনি খোৱা সৰীসৃপ এটাই আগলি বাঁহেৰে তললৈ নামি...

পৰী পাৰবীন পঢ়ক →