৫ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

অসমীয়া আৰু ইংৰাজী সন্ধান (Search Archive)

অন্যযুগৰ সমগ্ৰ প্ৰবন্ধ, কবিতা, গল্প আৰু ঐতিহাসিক সংগ্ৰহালয়ৰ ভিতৰত সন্ধান কৰক।

মুঠ ৩০৩৭ টা ফলাফল
পৃষ্ঠা ৩৩ / ১২৭ (প্ৰদৰ্শন: ২৪ টা)
গল্প আৰ্কাইভ
২৮ ফেব্ৰুৱাৰী, ২০২৫

মাধৱী, মই আৰু জুয়ে পোৰা মঙহবোৰ

নিংকু নিশা নেওগ য’ত কাহিনী এটাৰ জন্ম হ’ব নালাগিছিল : আৰু এনেকৈয়ে এদিন কেতিয়াও নঘটিব বুলি ভবা ঘটনাবোৰেই ঘটিছিল৷ কাহিনীকাৰলৈ কাহিনী এটাই...

নিংকু নিশা নেওগ পঢ়ক →
শিশুজগত আৰ্কাইভ
২৭ ফেব্ৰুৱাৰী, ২০২৫

অচিন জগতত বাটলু

স্মৃতিৰেখা দেৱী আজি মহাৰাজ কেশৰীকে ধৰি সকলো প্ৰাণীৰে অতিকে মৰমৰ সেউজপুৰখন চালে চকুৰোৱাকৈ সজাই-পৰাই তোলা হৈছে৷ যিফালেই চকু যায় সেইফালেই...

স্মৃতিৰেখা দেৱী পঢ়ক →
শিশুজগত আৰ্কাইভ
২৭ ফেব্ৰুৱাৰী, ২০২৫

ফাগুন

অৰুণ গগৈ ফাগুন আহিল পলাশ ফুলিল উৰিল বাটৰ ধূলি গছৰ ডালত শালিকী চৰায়ে মাৰিছে কিৰিলি। পছোৱা বলিল পাতো সৰিল গছবোৰ লঠঙা হ’ল নীলা আকাশৰ...

অৰুণ গগৈ পঢ়ক →
গ্ৰন্থ আলোচনা আৰ্কাইভ
২৭ ফেব্ৰুৱাৰী, ২০২৫

গ্ৰন্থবাৰ্তা

ঘাঁহফুলৰ মাজেদি এই সময়ৰ এক শক্তিশালী কবিকণ্ঠ কিশোৰ মনজিৎ বৰাৰ পঞ্চম কাব্যগ্ৰন্থ ‘ঘাঁহফুলৰ মাজেদি’ অলপতে প্ৰকাশ পাইছে৷ কবিগৰাকীৰ কাব্য...

সম্পাদনা কক্ষ পঢ়ক →
শিশুজগত আৰ্কাইভ
২৭ ফেব্ৰুৱাৰী, ২০২৫

বাণিজ্য (Commerce) শাখাত স্নাতক ডিগ্ৰীধাৰীৰ বাবে উচ্চ শিক্ষা আৰু কেৰিয়াৰ সুযোগ

ড° বুলজিৎ বুঢ়াগোহাঁই বাণিজ্য (Commerce) শাখাত স্নাতক ডিগ্ৰীধাৰী হ’লে উচ্চ শিক্ষা আৰু কেৰিয়াৰ সুযোগ লাভৰ বিষয়ে আলোচনা কৰিব বিচাৰিছোঁ...

ড°বুলজিৎ বুঢ়াগোহাঁই পঢ়ক →
কবিতা আৰ্কাইভ
২৭ ফেব্ৰুৱাৰী, ২০২৫

স্বৰাজোত্তৰ কালৰ অসমীয়া চিনেমা-৯

(পাৰ্বতি প্ৰসাদ বিষ্ণু ৰাভাৰ পৰা জাহ্নু-মঞ্জুলৈ) নিজৰা ৰাজকুমাৰী জ’নছ মহলীয়াৰ ‘দূৰণিৰ ৰঙ’ৰ নিৰ্মাণ বিষয়ক কিছু কথা জানিবলৈ আজিৰ পৰা...

নিজৰা ৰাজকুমাৰী পঢ়ক →
মুক্ত বীক্ষণ আৰ্কাইভ
২৭ ফেব্ৰুৱাৰী, ২০২৫

সুন্দৰবনৰ সংঘাত

পঙ্কজ প্ৰতিম বৰদলৈ প্ৰকৃতিৰ বিস্ময় আৰু মানৱৰ সেই প্ৰকৃতিৰ লগত সংঘাত আৰু সহযোগৰ কাহিনীয়েই হৈছে সভ্যতাৰো কাহিনী৷ বিশ্ববন্দিত লেখক...

পঙ্কজ প্ৰতিম বৰদলৈ পঢ়ক →
কবিতা আৰ্কাইভ
২৫ ফেব্ৰুৱাৰী, ২০২৫

কি লিখি থৈ যায়

অৰ্চনা পূজাৰী বিধাতা বোলাজন কোন কপালত কি লিখে তেওঁ নানা মুনিৰ নানা মত পতিয়ন যায় কিদৰে কপাল চপৰিওৱাজনক দেখি এবাৰ ভাবোঁ কপালখনকে খান্দি...

অৰ্চনা পূজাৰী পঢ়ক →
কবিতা আৰ্কাইভ
২৫ ফেব্ৰুৱাৰী, ২০২৫

কোনোবাই কৈছিল

ধ্ৰুৱকুমাৰ তালুকদাৰ কোনোবাই কৈছিল- সঠিক সময়ত বৰষুণ নহ’ল সেইবাবেই অসময়তে ধানবোৰ পকিল পতান ওলাল... আমি সদায় সঠিক সময়ৰ অপেক্ষাত থাকোঁ...

ধ্ৰুৱকুমাৰ তালুকদাৰ পঢ়ক →
উপন্যাস আৰ্কাইভ
২৪ ফেব্ৰুৱাৰী, ২০২৫

বেংডোবাৰ ঘাট

জয়ন্ত মাধৱ বৰা ৷৷ তিনি ৷৷ অলপ দিনৰ পিছতে সিহঁতে অভাৱ কি বুজি পোৱা হ’ল৷ ভোক কি বুজি পোৱা হ’ল৷ উপাই নাপাই সি স্কুল এৰি মণিৰ দোকানত লগুৱা...

জয়ন্ত মাধৱ বৰা পঢ়ক →
কবিতা আৰ্কাইভ
২৪ ফেব্ৰুৱাৰী, ২০২৫

ঘৃণা

মৃদুল শৰ্মামোক চাৰিওফালৰপৰা ঘেৰি ধৰিঘৃণাৰে চাই থাকাঁযাতে মই মূৰ তুলি চাব নোৱাৰোঁকোনো ফালেপশুৰ সৈতে মোৰ তুলনাৰেপশুক অপমান নকৰিবামানুহ...

মৃদুল শৰ্মা পঢ়ক →
কবিতা আৰ্কাইভ
২৪ ফেব্ৰুৱাৰী, ২০২৫

কবিয়ে পাহাৰৰ সপোন দেখে

মূল : মেৰি অলিভাৰ (আমেৰিকা, ১০ ছেপ্টেম্বৰ, ১৯৩৯- ১৭ জানুৱাৰি, ২০১৯) অনুবাদ : অলকা মহন্ত কেতিয়াবা মই সময়ৰ অনিয়মীয়া দুৰ্বাৰ গতি�...

অলকা মহন্ত পঢ়ক →
কবিতা আৰ্কাইভ
২৩ ফেব্ৰুৱাৰী, ২০২৫

আহাঁচোন কান্ধ সলাই লওঁ দুখৰ মোনাবোৰ

কাব্যশ্ৰী মহন্ত আহাঁচোন কান্ধ সলাই লওঁ দুখৰ মোনাবোৰ এজনৰ সেমেকা কলিজাটো আনজনে চুই চাওঁ বুকুৰ ভিতৰলৈকে টানি লওঁ শুকাই যোৱা চকুপানীৰ...

কাব্যশ্ৰী মহন্ত পঢ়ক →
কবিতা আৰ্কাইভ
২৩ ফেব্ৰুৱাৰী, ২০২৫

পথ কেনি

অৰ্চনা ঠাকুৰীয়া প্ৰলাপ কিয় বকিছা... তুমিতো জানাই যিখন নদীয়ে বোৱাই আনে গলিত মৰাশ সেই একেখন নদীয়েই আনিব পাৰে স্ফটিক পানীৰ জীৱন-যমুনা...

অৰ্চনা ঠাকুৰীয়া পঢ়ক →
কবিতা আৰ্কাইভ
২৩ ফেব্ৰুৱাৰী, ২০২৫

জীৱন জ্যামিতি

হিল্লোলজ্যোতি সিংহ কথা আছিল দুয়ো একেলগে যোৱাৰ খৰ খোজেৰে মোতকৈ আগবাঢ়ি গ’লাগৈ তুমি তুমি যোৱা বাটেৰে তোমাৰ পিছে পিছে তোমাক অনুসৰণ নকৰোঁ...

হিল্লোলজ্যোতি সিংহ পঢ়ক →
গল্প আৰ্কাইভ
২৩ ফেব্ৰুৱাৰী, ২০২৫

কাৰক

স্বপ্না দত্ত ভৰালী নতুন ঘৰখনত ভৰি দিয়াৰ পাছত, এদিন নন্দেক আৰু শাহুৱেকৰ লগত আবেলিৰ ৰ'দকণৰ আমেজ লৈ থাকিয়েই তাই সুধিছিল- “কি নো এইজোপা?”...

স্বপ্না দত্ত ভৰালী পঢ়ক →
প্ৰবন্ধ আৰ্কাইভ
২৩ ফেব্ৰুৱাৰী, ২০২৫

চ’তৰ ৰাতি বিহু, হুঁচৰি আৰু মুকলি বিহু

জিতু কুমাৰ লেখাৰু বিহু মূলতঃ কৃষি উৎসৱ৷ বিহুত অসমৰ কৃষিজীৱী গ্ৰাম্য লোক জীৱনৰ বিভিন্ন দিশ প্ৰতিফলিত হোৱাৰ পৰা বুজিব পাৰি যে বিহু ঘাইকৈ...

জিতু কুমাৰ লেখাৰু পঢ়ক →
প্ৰবন্ধ আৰ্কাইভ
২৩ ফেব্ৰুৱাৰী, ২০২৫

এপাত শৰ আৰু এটা গান translation-poem-march-2025

মূল : Henry Wadsworth Longfellow কবিতা: The Arrow and the Song অসমীয়া ভাবানুবাদ : দীপাঞ্জলি দেৱী শূণ্যতে মই এপাত শৰ এৰিলোঁ তীব্ৰ বেগ�...

অন্যযুগ সাহিত্য পৰিষদ পঢ়ক →
কবিতা আৰ্কাইভ
২৩ ফেব্ৰুৱাৰী, ২০২৫

যুগে যুগে

যশোৱন্ত নিপুণ প্ৰত্যেক যুগৰেই এটা সৌন্দৰ্য আছে, প্ৰত্যেক যুগৰেই কিছুমান অভিশাপ আছে । ধীৰ শীৰ্ণ নদীৰ দৰেই পৰ্বত বিদীৰ্ণ কৰা খৰস্ৰোতা...

যশোৱন্ত নিপুণ পঢ়ক →
শিশুজগত আৰ্কাইভ
২৩ ফেব্ৰুৱাৰী, ২০২৫

এখন ভাল বোলছবি হ’ব পাৰে

অমৃত গোস্বামী সাহিত্য সৃষ্টি বা চৰ্চাই জাতি একোটাৰ জাতীয়ত্ববোধক এক বিশিষ্ট সৌষ্ঠৱ প্ৰদান কৰে৷ গদ্য, পদ্য আৰু নাটক এই তিনিটা ধাৰা�...

অমৃত গোস্বামী পঢ়ক →
কবিতা আৰ্কাইভ
২৩ ফেব্ৰুৱাৰী, ২০২৫

ভ্ৰম নহয়, ভয়হে

হেমচন্দ্ৰ কছাৰী বহুতেই কয় মানুহৰ শৰীৰটোহে জ্বলে আত্মাটো নজ্বলে আত্মাবোৰহেনো ভূতহৈ ঘূৰি ফুৰে আমাৰ আশে পাশে আমাৰ গাঁৱত এতিয়াও মানুহক...

হেমচন্দ্ৰ কছাৰী পঢ়ক →
প্ৰবন্ধ আৰ্কাইভ
২৩ ফেব্ৰুৱাৰী, ২০২৫

বনৰীয়া ফুল translation-story-march-2025

মূল: অমৃতা প্ৰীতম অনুবাদ: পংকজ কুমাৰ নেওগ আঙুৰী হ’ল আমাৰ প্ৰতিবেশীৰ পুৰণি আৰু আদহীয়া ভৃত্যজনৰ নতুন পত্নী। তাইক এই কাৰণে নতুন বুলি...

অন্যযুগ সাহিত্য পৰিষদ পঢ়ক →
গল্প আৰ্কাইভ
২৩ ফেব্ৰুৱাৰী, ২০২৫

প্ৰতিফলন

অসীম তালুকদাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিতে লাগি থকা বিষ্ণু-জ্যোতি একাডেমি নামৰ সংগীত স্কুলখন পাৰ হৈয়েই সোঁফালে যোৱা ৰাস্তাটোৰে সোমাই যাব...

অসীম তালুকদাৰ পঢ়ক →
উপন্যাস আৰ্কাইভ
২১ ফেব্ৰুৱাৰী, ২০২৫

পানীহিলৈ

গোৱিন কুমাৰ খাউণ্ড(তিনি) শিল্পী দিৱস পাৰ হৈ গ'ল। বৰ বৰ হৰফেৰে কাকতত বাতৰি ওলাল। ফটো ওলাল। মিলেটেৰী আৰু হিমানী পিছে কোনো নগ'ল সভালৈ...

গোবিন কুমাৰ খাউণ্ড পঢ়ক →