অনুবাদ আৰ্কাইভ ৩০ ছেপ্টেম্বৰ, ২০২৫ অনুকম্পা মূল (ইং.) : পল লৰেঞ্চ ডানবাৰ (Paul Laurence Dunber)-ৰ Sympathy অনুবাদ : ড° ৰঞ্জিত দত্তসজাত বন্দী চৰাইজনীয়েকি অনুভৱ কৰেসেয়া মই... ড০ৰঞ্জিত দত্ত পঢ়ক →
কবিতা আৰ্কাইভ ৩০ ছেপ্টেম্বৰ, ২০২৫ পৰিধি নৃপেন গোস্বামীসূত্ৰ এটিৰ নামজুবিনমাটিমানুহ মমতাসূত্ৰৰ পৰিধিতপখীবৃক্ষ প্ৰকৃতিমায়া যাৰ নাই সিসদায় যমৰ প্ৰিয়কিন্তু যাৰ জনম সিদ্ধিৰ... নৃপেন গোস্বামী পঢ়ক →
কবিতা আৰ্কাইভ ৩০ ছেপ্টেম্বৰ, ২০২৫ ৰ’দে বৰষুণে কিমান যে গান লোকনাথ গোস্বামীমন দাপোণত-১২ তেজপুৰ আৰু বিষ্ণু ৰাভা দিৱস : (১) বিষ্ণু ৰাভাৰ মৃত্যুৰ সময়ত আমি মেট্ৰিক পৰীক্ষা দি উঠি অনাই-বনাই ঘূৰি... লোকনাথ গোস্বামী পঢ়ক →
শিশুজগত আৰ্কাইভ ৩০ ছেপ্টেম্বৰ, ২০২৫ শাৰদী ৰাণী অৰুণ গগৈ শৰত কালত সন্ধিয়া পৰত শেৱালিয়ে মাৰে হাঁহি, ফুলনি মাজত &n... অৰুণ গগৈ পঢ়ক →
গল্প আৰ্কাইভ ৩০ ছেপ্টেম্বৰ, ২০২৫ ইউহেমাৰিষ্ট নীলোৎপল বৰুৱা পঁইতাচোৰাক পৃথিৱীৰ পৰম প্ৰাণী হিচাপে ভবা পাৰ্থ দত্তই ভুল ঠাইত থকা বেলিটোৰ বিপৰীত ফালে থুৱাই দিলে আৰু বিৰবিৰালে- নীলা... নীলোৎপল বৰুৱা পঢ়ক →
গল্প আৰ্কাইভ ৩০ ছেপ্টেম্বৰ, ২০২৫ বিনিৰ্মাণ অংকিতা বৰুৱা পুহমহীয়া এটা সেমেকা পুৱা৷ ঠেঁটুৱৈ ধৰা জাৰত ডাঠ শ্বল এখন মূৰে-গায়ে লৈ মই বাইদেউৰ মুখলৈ চাই বহি আছোঁ৷ তেখেতে ইমান... অংকিতা বৰুৱা পঢ়ক →
কবিতা আৰ্কাইভ ২৯ ছেপ্টেম্বৰ, ২০২৫ পয়গম্বৰ সুৱদী আঘোণৰ পক ধৰা এখন পথাৰ মহমহীয়া গোন্ধ পকা ধানৰ; নিয়ৰে তিয়াই পেলোৱা বননি গছকি তৰামাই ঢপলিয়াই আহিছে পয়গম্বৰ উপজিছে! পয়গম্বৰ উপজিছে!... সুৱদী পঢ়ক →
গল্প আৰ্কাইভ ২৯ ছেপ্টেম্বৰ, ২০২৫ জীৱন বিষয়ক কিছু গল্পচেষ্টা মৃদুল শৰ্মা বুকুখনত, বুকুৰ ঠিক সোঁমাজতে এটা ফুটা– তাতে কোন কাহানিবাই যে প্ৰতিষ্ঠা হৈছে এটা চকু– কোনেও নেদেখা এটা চকু– অনুভৱৰ এটা চকু–... মৃদুল শৰ্মা পঢ়ক →
কবিতা আৰ্কাইভ ২৯ ছেপ্টেম্বৰ, ২০২৫ এখন নৈৰ মৃত্যুত উদয় শইকীয়া এখন নৈৰ মৃত্যুত এক জলচৰ প্ৰাণীৰ বেদনা, এখন নৈৰ মৃত্যুত এজাক পৰিভ্ৰমী চৰাইৰ বেদনা। এখন নৈৰ মৃত্যুত প্ৰকৃতিৰ বিধ্বংসী... উদয় শইকীয়া পঢ়ক →
কবিতা আৰ্কাইভ ২৯ ছেপ্টেম্বৰ, ২০২৫ ঋতু হেমন্ত হিল্লোলজ্যোতি সিংহ (হেমন্ত দত্তদেৱলৈ শ্ৰদ্ধাঞ্জলি) হেমন্তলৈ নৰৈ ভৰ বাৰিষাতে গুচি গ’লগৈ তেওঁ শাওনৰ আজি পঁচিছ সঁজাল ধৰা কঠিয়াবোৰ পকিবলৈ... হিল্লোলজ্যোতি সিংহ পঢ়ক →
কবিতা আৰ্কাইভ ২৯ ছেপ্টেম্বৰ, ২০২৫ মাক-কথা (Unfolded Stories of a Mother)ৰত্নোত্তমা দাস বিক্ৰম(যোৱা সংখ্যাৰ পাছৰপৰা)অৱশেষত চেবাস্তিয়েন আৰু থিঅ’ আহিল৷ সুদীৰ্ঘ সাত বছৰৰ মূৰত মই... ড°ৰত্নোত্তমা দাস বিক্ৰম পঢ়ক →
শিশুজগত আৰ্কাইভ ২৮ ছেপ্টেম্বৰ, ২০২৫ বাহুবলী ভীম নৱনীতা ভট্টাচাৰ্য্য(৫) ভীম-হনুমানৰ মিলন প্ৰতিশ্ৰুতি অনুসৰি মাকে সিদিনাখন বনীৰ আগত ভীম আৰু হনুমানৰ মিলনৰ কাহিনীটো ক’বলৈ আৰম্ভ কৰিলে-... নৱনীতা ভট্টাচাৰ্য্য পঢ়ক →
ইতিহাস এষণা আৰ্কাইভ ২৮ ছেপ্টেম্বৰ, ২০২৫ ডাৰ্ক চকলেট : লিংগ বৈষম্য, সমাজ বাস্তৱতা আৰু নাৰীৰ তন্নিষ্ঠতাৰ পৰা আত্মনিষ্ঠতালৈ এক মুকলি প্ৰতিবাদ কিশোৰ দাস কোঁৱৰ ইংৰাজীত ব্যৱহৃত ‘sex’ আৰু ‘Gender’ দুয়োটা শব্দক বুজাবলৈ অসমীয়া ভাষাত ‘লিংগ’ শব্দটো ব্যৱহাৰ কৰা হয়। অৱশ্যে দুয়োটা... কিশোৰ দাস কোঁৱৰ পঢ়ক →
কবিতা আৰ্কাইভ ২৮ ছেপ্টেম্বৰ, ২০২৫ যথেষ্ট যশোৱন্ত নিপুণ বহু হাজাৰ আমৰ বীজৰ কেইটামান মাত্ৰ গজিল আৰু মাত্ৰ এটা গৈ ডাল-পাতেৰে বৰ এজোপা গছ হ’ল আৰু ছাঁ দি ফল দি এদিন খৰি হৈ গ’ল... যশোৱন্ত নিপুণ পঢ়ক →
কবিতা আৰ্কাইভ ২৮ ছেপ্টেম্বৰ, ২০২৫ প্ৰভাতৰ পৃথিৱীৰ ৰ’দৰ গান তোমাৰ নাম ৰুদ্ৰ সিংহ মটক জুবিন জুবিন জুবিন ! ৰাইজৰ মাজত থাকিও ৰজাৰ দৰেই আছিলা তুমি সকলোৰে সুখ-দুখ হাঁহি-কান্দোনৰ ভাগ লৈছিলা আৰু কি আচৰি�... ৰুদ্ৰ সিংহ মটক পঢ়ক →
কবিতা আৰ্কাইভ ২৮ ছেপ্টেম্বৰ, ২০২৫ স্বৰাজোত্তৰ কালৰ অসমীয়া চিনেমা-১৫ (পাৰ্বতিপ্ৰসাদ বিষ্ণু ৰাভাৰ পৰা জাহ্নু-মঞ্জুলৈ) নিজৰা ৰাজকুমাৰী পৰিচালক প্ৰফুল্ল শইকীয়াৰ বাবে নিজে লিখা কাহিনীৰ আধাৰত চিত্ৰনাট্য আৰু... নিজৰা ৰাজকুমাৰী পঢ়ক →
ইতিহাস এষণা আৰ্কাইভ ২৭ ছেপ্টেম্বৰ, ২০২৫ বিশ্ব সাহিত্যত নিৰ্বাসন দণ্ড আৰু নিৰ্বাসিত সাহিত্যিক প্ৰসঙ্গ ড° অখিল কুমাৰ গগৈ উনবিংশ শতিকাৰ প্ৰসিদ্ধ ৰাজনীতি বিশাৰদ, লেখক, দুটাকৈ শাসনকাল চলোৱা য়ুনাইটেড কিংডম (United Kingdom) ৰ প্ৰধানমন্ত্ৰী... ড°অখিল কুমাৰ গগৈ পঢ়ক →
উপন্যাস আৰ্কাইভ ২৭ ছেপ্টেম্বৰ, ২০২৫ পানী হিলৈ গোৱিন কুমাৰ খাউণ্ড (যোৱা সংখ্যাৰ পৰা) মৃগাংকৰ মুখৰ পৰা ভেলেককৈ মদৰ গোন্ধটো গৈ মিলিটেৰীৰ নাকত লাগিল। মিলিটেৰীয়ে মুখখন বিকটাই দিলে... গোৱিন কুমাৰ খাউণ্ড পঢ়ক →
উপন্যাস আৰ্কাইভ ২৭ ছেপ্টেম্বৰ, ২০২৫ বেংডোবাৰ ঘাট জয়ন্ত মাধৱ বৰা৷৷ দহ৷৷ ছোৱালীবোৰক চাকৰি দিম বুলি দালাল কিছুমানে ফুচুলাই নি বেলেগ ৰাজ্যত বিক্ৰী কৰি দিয়াক লৈযে ধুপধৰাত কেইদিনমান... জয়ন্ত মাধৱ বৰা পঢ়ক →
শিশুজগত আৰ্কাইভ ২৭ ছেপ্টেম্বৰ, ২০২৫ কেৰিয়াৰ গঢ় দিয়াত কিতাপ পঢ়াৰ ভূমিকা ড° বুলজিৎ বুঢ়াগোহাঁই মানুহৰ জীৱনত কেৰিয়াৰ এক গুৰুত্বপূৰ্ণ অধ্যায়৷ কেৰিয়াৰ মানে কেৱল এখন চাকৰিৰ সীমাত সীমাৱদ্ধ নহয়; ই মানৱ জীৱনৰ... ড°বুলজিৎ বুঢ়াগোহাঁই পঢ়ক →
কবিতা আৰ্কাইভ ২৭ ছেপ্টেম্বৰ, ২০২৫ অজানিতে চুই যায়...... বিনিময় দাস তুমি যিমানেই থাকাঁ নিঃশ্চুপ, একো কথাকে নোকোৱাঁ, মই জানো, তুমি মোক ভাল পোৱাঁ৷ যদিও প্ৰত্যাশা তোমাৰ অপ্ৰকাশিত, মই অনুভৱ... বিনিময় দাস পঢ়ক →
গল্প আৰ্কাইভ ২৭ ছেপ্টেম্বৰ, ২০২৫ অজিত ছিংনাৰৰ গল্পত জনজাতীয় সমাজ (‘গুৰিয়াল’ আৰু ‘কুৰকেপন’ৰ বিশেষ উল্লিখনেৰে)বিশ্বজিৎ শইকীয়া অসমীয়া সমাজ জীৱনত ইতিহাসে ঢুকি নোপোৱা কালৰ পৰাই জনজাতীয় উপাদানৰ... বিশ্বজিৎ শইকীয়া পঢ়ক →
কবিতা আৰ্কাইভ ২৭ ছেপ্টেম্বৰ, ২০২৫ নৈঃশব্দ বন্দনা কৌশিক বৰদলৈ ইমানবোৰ কথাৰে মুখৰিত পৃথিৱী! অথচ আপুনি কাহানিও কোনো নোযোৱা বাট এটাৰ নিচিনা ... এদিন আপোনাক সুধিব বিচাৰিছিলোঁ কি... বন্দনা কৌশিক বৰদলৈ পঢ়ক →