৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

অসমীয়া আৰু ইংৰাজী সন্ধান (Search Archive)

অন্যযুগৰ সমগ্ৰ প্ৰবন্ধ, কবিতা, গল্প আৰু ঐতিহাসিক সংগ্ৰহালয়ৰ ভিতৰত সন্ধান কৰক।

মুঠ ৩০৩৭ টা ফলাফল
পৃষ্ঠা ১৯ / ১২৭ (প্ৰদৰ্শন: ২৪ টা)
কবিতা আৰ্কাইভ
৩০ নৱেম্বৰ, ২০২৫

স্মৃতি

অংশুমান বৰাপুৰণা ঘৰটোৰ পানীপোতাৰেঢপলিয়াই ফুৰোঁকাষত পুৰণি সুহৃদ, নিঃসংগতাঅলপ ছাঁ, অলপ পোহৰ;অলপ শেঁতা, আঁচোৰ খোৱা ছবি—চাই থাকোঁতেই...

অংশুমান বৰা পঢ়ক →
কাৰ্টুন আৰ্কাইভ
৩০ নৱেম্বৰ, ২০২৫

অঁ, সময়ত

নিতুপৰ্ণ ৰাজবংশী...

নিতুপৰ্ণ ৰাজবংশী পঢ়ক →
কবিতা আৰ্কাইভ
৩০ নৱেম্বৰ, ২০২৫

ৰাগি

অৰ্চনা ঠাকুৰীয়া ছাইমদৰ ৰাগিত দুলি আছে সময় বেলকনিত জোনৰ জোনাকী আন্ধাৰ পথৰ ৰঙীন ৰাগিত তই অচিন বাটৰুৱা মিচিকি হাঁহিৰে যাৱগৈনো কেনি!...

অৰ্চনা ঠাকুৰীয়া পঢ়ক →
গল্প আৰ্কাইভ
৩০ নৱেম্বৰ, ২০২৫

পানীৰঙৰ ছবি

ময়ূৰী কাকতিঅংকন: বৰ্ণিল মহন্ত ৰঙৰ স্বাভাৱিক নিৰ্ধাৰিত অৰ্থক আওকাণ কৰিও কেতিয়াবা নিজা বাট বুলিব পাৰি৷ ছবিবোৰ কেৱল ৰঙীন সম্ভাৱনাৰ...

ময়ূৰী কাকতি পঢ়ক →
কবিতা আৰ্কাইভ
৩০ নৱেম্বৰ, ২০২৫

নগ্ন প্ৰতিবাদ

দিব্যাশ্ৰী নিয়ৰ বৰুৱা সেউজীয়াবোৰ সোণ নহয় সেউজীয়াবোৰ হয়তো সুখৰ সংসাৰো নহয়! সিদিনা সমাজৰ শাৰীত থিয় হ’ব পৰাকৈ আমি আছিলোঁ ওখ, ধীৰ আৰু...

দিব্যাশ্ৰী নিয়ৰ বৰুৱা পঢ়ক →
অনুবাদ আৰ্কাইভ
৩০ নৱেম্বৰ, ২০২৫

বতাহ, পানী, শিল

মূল : অক্টাভিঅ’ পাজ ভাবানুবাদ : যশোৱন্ত নিপুণ পানীয়ে সুৰংগ খান্দে শিলত, বতাহে পানীবোৰ সিঁচি দিয়ে দূৰলৈ, শিলে বতাহক আগচি ধৰে ৷ পানী...

যশোৱন্ত নিপুণ পঢ়ক →
শিশুজগত আৰ্কাইভ
৩০ নৱেম্বৰ, ২০২৫

ব্যক্তিগত সাক্ষাৎকাৰৰ বাবে প্ৰস্তুতি কেনেদৰে চলাব লাগে ?

ড° বুলজিৎ বুঢ়াগোহাঁই চাকৰি, ইণ্টাৰ্ণশ্বিপ, নামভৰ্তি, বৃত্তি, প্ৰতিযোগিতামূলক পদসমূহৰ বাবে নিৰ্বাচন প্ৰক্ৰিয়াৰ অন্যতম গুৰুত্বপূৰ্ণ...

ড°বুলজিৎ বুঢ়াগোহাঁই পঢ়ক →
কবিতা আৰ্কাইভ
৩০ নৱেম্বৰ, ২০২৫

আকালৰ ভোক ঘনাই কাষচপা

লক্ষী প্ৰসাদ ৰেগন পৰে কথাবোৰ ৰমলিয়াইছে মই বুজাই নাছিলোঁ। মোৰ কথাৰ ইমানকৈ পাগ উঠে বুলি জাৱৰ পুৰি পেটৰ কথা ভাবিছোঁ। কৃষকৰ পুতেক যে মই...

লক্ষী প্ৰসাদ ৰেগন পঢ়ক →
প্ৰবন্ধ আৰ্কাইভ
২৯ নৱেম্বৰ, ২০২৫

অসমৰ অৰ্থনৈতিক উন্নয়নৰ গতিধাৰা : এক বিশ্লেষণ

অজয় লিম্বু আৰম্ভণি : অৰ্থনৈতিক বৃদ্ধি আৰু বিকাশ অৰ্থবিজ্ঞানত প্ৰায়েই ব্যৱহৃত দুই শব্দ৷ শব্দ দুটা প্ৰায়েই এটা আনটোৰ পৰিপূৰক হিচাপে...

অজয় লিম্বু পঢ়ক →
অনুবাদ আৰ্কাইভ
২৯ নৱেম্বৰ, ২০২৫

মাক-কথা : Unfolded Stories of a Mother

ৰত্নোত্তমা দাস বিক্ৰমপ্ৰথমাংশ, তৃতীয় অধ্যায় পূৰৈৰঙী আঁচ দুডালৰংবোৰ ভালপাওঁ৷ ৰংবোৰ লিৰিকি-বিদাৰি চাওঁ৷ সেইকাৰণেই কিজানি সেই বিশেষ আঁচ...

ৰত্নোত্তমা দাস বিক্ৰম পঢ়ক →
কবিতা আৰ্কাইভ
২৯ নৱেম্বৰ, ২০২৫

১ আঘোণ ২০২৫

বিকাশ গোহাঁই পথাৰবোৰ ভৰপক ৷ দোঁ খাই সোণগুটি যেন মোৰ বুকুত পৰিছে কোনো উৎসাহ নাই এইবেলি প্ৰিয় মানুহবোৰ নোহোৱা হৈ গৈছে গানৰ মধুৰ লহৰবোৰ...

বিকাশ গোহাঁই পঢ়ক →
কবিতা আৰ্কাইভ
২৯ নৱেম্বৰ, ২০২৫

দিশহাৰা

মৃদুল শৰ্মা(উছৰ্গা ঃ গৰিমা শইকীয়া গাৰ্গ)নাহৰৰ তোৰণওপৰত ৰ’দৰ নৈতাৰো ওপৰত স্বৰনক্ষত্ৰপাতৰ ফাঁকে ফাঁকে সৰকি পৰিছেপোহৰৰ ছিটিকণিমায়া...

মৃদুল শৰ্মা পঢ়ক →
সম্পাদকীয় আৰ্কাইভ
২৯ নৱেম্বৰ, ২০২৫

ৰাজনীতি, কুটনীতি, প্ৰচাৰ আৰু বজাৰ

ভৌগোলিকভাৱে বিশ্বৰ ডাঙৰ দেশসমূহৰ ভিতৰত ভাৰতো এখন৷ শেহতীয়াকৈ জনসংখ্যাৰ দিশততো ভাৰত সৰ্ববৃহৎ দেশলৈ উত্তীৰ্ণ হৈছে৷ প্ৰাগৈতিসাহিক...

অন্যযুগ সাহিত্য পৰিষদ পঢ়ক →
শিশুজগত আৰ্কাইভ
২৮ নৱেম্বৰ, ২০২৫

জয়দ্ৰথৰ দৰ্পচূৰ্ণ

(৭) নৱনীতা ভট্টাচাৰ্য্য অজগৰৰ সাধুটো কৈ উঠি মাকে বনীক ক’লে, “সেইবাবে মানুহ কেতিয়াও অহংকাৰী হ’ব নালাগে৷ যিমানেই গুণ-গৰিমা, ধন-সোণ...

নৱনীতা ভট্টাচাৰ্য্য পঢ়ক →
অনুবাদ আৰ্কাইভ
২৭ নৱেম্বৰ, ২০২৫

ৰেইনাৰ মাৰিয়া ৰিল্কেৰ কালজয়ী গ্ৰন্থ Letters to a Young Poet-অৰ মুকলি অসমীয়া অনুবাদ

মূল: ৰেইনাৰ মাৰিয়া ৰিল্কে অনুবাদ: নিকু দুৱৰা ( সম্পাদকীয় টোকা : ৰেইনাৰ মাৰিয়া ৰিল্কেই জাৰ্মান ভাষাত লিখা প্ৰখ্যাত গ্ৰন্থ Briefe an...

নিকু দুৱৰা পঢ়ক →
অনুবাদ আৰ্কাইভ
২৭ নৱেম্বৰ, ২০২৫

স্বৰাজোত্তৰ কালৰ অসমীয়া চিনেমা-১৭

(পাৰ্বতিপ্ৰসাদ, বিষ্ণু ৰাভাৰ পৰা জাহ্নু-মঞ্জুলৈ)নিজৰা ৰাজকুমাৰী আকৌ জুবিন গাৰ্গ৷ এইসময়ত ‘অন্যযুগ’ৰ ধাৰাবাহিক লেখাটোত যিসমূহ চিনেমাৰ...

নিজৰা ৰাজকুমাৰী পঢ়ক →
মুক্ত বীক্ষণ আৰ্কাইভ
২৭ নৱেম্বৰ, ২০২৫

গণতান্ত্ৰিক সমাজবাদ

পঙ্কজ প্ৰতিম বৰদলৈ গণতান্ত্ৰিক সমাজবাদৰ ধাৰণাটো বিশ্বৰ ৰাজনৈতিক পৰ্যালোচনাত এনে এক শক্তিৰ সৈতে ঘূৰি আহিছে যিটোৰ বিষয়ে দুদশকৰ আগতেও...

পঙ্কজ প্ৰতিম বৰদলৈ পঢ়ক →
কবিতা আৰ্কাইভ
২৭ নৱেম্বৰ, ২০২৫

ঘিণ ঘিণ দাও ঘিণ

ধন দাসকবিতা লিখা নাই কথাবোৰ হুবহুকৈ যেনেকৈ দেখিছোঁ ঠিক তেনেকৈকামটো নোহোৱালৈকে ভৰি চেলেকিছোঁ তেল পিছলা কথাৰে গছত উঠাইছোঁপোকৰত লাগি...

ধন দাস পঢ়ক →
অনুবাদ আৰ্কাইভ
২৭ নৱেম্বৰ, ২০২৫

মাজতে

মূল : আলবেয়াৰ কে'মু ( ফ্ৰাঞ্চ, সাহিত্যৰ ন'বেল বঁটা প্ৰাপক, ১৯৫৭)অনুবাদ : ড° ৰঞ্জিত দত্তঘৃণাৰ মাজতেমই বিচাৰি পাইছিলোঁমোৰ ভিতৰত লুকাই...

ড° ৰঞ্জিত দত্ত পঢ়ক →
প্ৰবন্ধ আৰ্কাইভ
২৭ নৱেম্বৰ, ২০২৫

কলন গণিতৰ ধাৰণা আৰু ভাৰতৰ অৱদান

ডঃ প্ৰিয় দেৱ গোস্বামী মানৱ সভ্যতাৰ বিকাশত গণিতৰ ভূমিকা অতি উল্লেখযোগ্য। মানুহে কথা কবলৈ শিকাৰ পাছতেই সম্ভৱ গণিতৰ বিকাশ হৈছিল।গণি�...

ড° প্ৰিয় দেৱ গোস্বামী পঢ়ক →
উপন্যাস আৰ্কাইভ
২৭ নৱেম্বৰ, ২০২৫

পানী হিলৈ

গোৱিন কুমাৰ খাউণ্ড (৯) দধি লেখাৰু আৰু শৰৎ শৰ্মা বহি আছে সৰগীত। এইখিনি সময়ত গ্ৰাহক প্ৰায়েই নাহে। কেতিয়াবা দূৰ-দূৰণিৰ যোৰ পতা...

গোৱিন কুমাৰ খাউণ্ড পঢ়ক →
কবিতা আৰ্কাইভ
২৩ নৱেম্বৰ, ২০২৫

একুঁকি কবিতা

প্ৰাণজিৎ মহন্ত (১) সকলো কথাৰে এটা সীমা আছে তোমাক কওঁতে তুমি ক’লা একমাত্ৰ প্ৰেমৰ কথাক বাদ দি কিন্তু (২) শৰতত দিনে-নিশাই বৰষুণ দি...

প্ৰাণজিৎ মহন্ত পঢ়ক →
কবিতা আৰ্কাইভ
২৩ নৱেম্বৰ, ২০২৫

যশোধৰা

বন্দনা কৌশিক বৰদলৈ শোকৰ নিৰ্যাতন সহি-সহিও তোমাক ভালপোৱাৰ যি শান্তি সেইয়া ঠিক, সূৰ্য্যৰ চাৰিওকা...

বন্দনা কৌশিক বৰদলৈ পঢ়ক →