অনুবাদ আৰ্কাইভ ৩০ জানুৱাৰী, ২০২৬ দ্য অভাৰকোট মূল: ৰাস্কিন বণ্ড অনুবাদ: পংকজ কুমাৰ নেওগ পৰিষ্কাৰ হিমশীতল বতৰ আছিল। হিমালয়ৰ শিখৰত জোনটো উদয় হোৱাৰ লগে লগে দেখা পালোঁ যে পাহাৰী... পংকজ কুমাৰ নেওগ পঢ়ক →
শিশুজগত আৰ্কাইভ ৩০ জানুৱাৰী, ২০২৬ টিটু নিৰু দত্ত ধনটিহঁতৰ ঘৰৰ লাকীয়ে কাতি বিহুৰ পাছতে ছটা পোৱালি দিলে৷ চুবুৰীৰ ল’ৰাজাকে চকু নেমেলাৰে পৰা কোনটো কোনে পুহিবলৈ নিব আলচ কৰে৷ ছটা... নিৰুদত্ত পঢ়ক →
গল্প আৰ্কাইভ ৩০ জানুৱাৰী, ২০২৬ ৰে’ড লিপষ্টিক পাপৰি গোস্বামী প্ৰিয় পাঠক, শিৰোনামা দেখি হয়তো আপোনালোকে ভাবিছে গল্পৰ কাহিনীটো আধুনিক ধৰণৰ৷ অথবা কাহিনীৰ আধাৰত মূল চৰিত্ৰসমূহ... পাপৰি গোস্বামী পঢ়ক →
গল্প আৰ্কাইভ ৩০ জানুৱাৰী, ২০২৬ এখন নন-ডিজিটেল পৃথিৱীৰ সাধু কল্যাণী দত্ত “হ’ল বুলিয়েই এনেকে মানুহ থাকিব পাৰিনে হেৰৌ! কাৰো মাত বোল নাই, কাৰো ক’লৈকো আহ-যাহ নাই৷ আমি কিবা নিবোকা গ্ৰহৰ প্ৰাণী নে... কল্যাণী দত্ত পঢ়ক →
কবিতা আৰ্কাইভ ৩০ জানুৱাৰী, ২০২৬ ‘লাষ্টগেট’ৰ এটি সন্ধিয়া অমৃত গোস্বামী “ভাড়া কিমান দিম?” অটোৰিক্সাখনৰ পৰা নামি চালকজনক সুধিছিলোঁ৷ তেখেতে হাঁহি এটা মাৰি ক’লে— “এনেয়ে এশ টকা হয়৷ আপোনাকনো আৰু... অমৃত গোস্বামী পঢ়ক →
কবিতা আৰ্কাইভ ৩০ জানুৱাৰী, ২০২৬ মাক-কথা : Unfolded Stories of a Mother ৰত্নোত্তমা দাস বিক্ৰম প্ৰথমাংশ, চতুৰ্থ অধ্যায় নতুন খোজবোৰ দিল্লীত শীতকালটোত বেছিয়েই জাৰ পৰে আৰু গ্ৰীষ্মকালটোত বেছিয়েই গৰম। বতৰ... ৰত্নোত্তমা দাস বিক্ৰম পঢ়ক →
কবিতা আৰ্কাইভ ২৯ জানুৱাৰী, ২০২৬ শালিধানৰ সপোনত জোনমণি দাস অকলে থাকিলে নৈখনে ৰিং মাৰি মাতে, বাটে বাটে বগৰীৰ জেং … আবতৰত বৰতি সলাই বুলনি ছেৱত মই কাক কাষলৈ মাতোঁ কাৰ বাবে ছিটিকা পাতোঁ... জোনমণি দাস পঢ়ক →
কবিতা আৰ্কাইভ ২৯ জানুৱাৰী, ২০২৬ বাঘৰ পদ্য চন্দ্ৰ কুমাৰ বড়া গাঁৱত বাঘবোৰ বাঘ হৈ নাথাকে ফেউৰা হৈ যায় ক’লৰৱ শুনি শিশুৰ কিৰিলি শুনি কিশোৰৰ নিশ্চুপ হৈ যায় বাঘ বাঘৰ গোঁজৰণি নাথাকে... চন্দ্ৰ কুমাৰ বড়া পঢ়ক →
ইতিহাস এষণা আৰ্কাইভ ২৯ জানুৱাৰী, ২০২৬ গণতন্ত্ৰৰ ৰক্ষণাবেক্ষণ : ৰাজনীতি আৰু সম্ভাৱনা দেৱজিৎ ভৰালী সম্প্ৰতি গণতান্ত্ৰিক প্ৰমূল্যৰ যি অস্বাভাৱিক আৰু অভাৱনীয় অৱক্ষয় ঘটিছে, তাকে লৈ সচেতনচাম চিন্তিত হৈছে৷ গণতন্ত্ৰক মষিমূৰ... দেৱজিৎ ভৰালী পঢ়ক →
প্ৰবন্ধ আৰ্কাইভ ২৮ জানুৱাৰী, ২০২৬ সাধু এটা poem-debashish-hazarika-february-2026 দেৱাশিস হাজৰিকা মোৰ আই আৰু পিতাইৰ প্ৰথম বিবাহ বাৰ্ষিকীৰ দিনা পিতায়ে আইক এটা সাধু শুনাইছিল সাধুটোৰ নায়কজনৰ সমান সুখী হেনো আৰু পৃথিৱী�... অন্যযুগ সাহিত্য পৰিষদ পঢ়ক →
কবিতা আৰ্কাইভ ২৮ জানুৱাৰী, ২০২৬ ফাগুন পৰিস্মিতা বৰদলৈ পাত সৰি লঠঙা হোৱা ডালডালেই কি ফাগুন! হয়তো নহয়! লঠঙা ডালত জান-নেজানকৈ সেই যে সেউজীয়া কুঁহি সেই সম্ভাৱনাইতো ফাগুন৷... পৰিস্মিতা বৰদলৈ পঢ়ক →
কবিতা আৰ্কাইভ ২৮ জানুৱাৰী, ২০২৬ জন্মদিনত ধীমান বৰ্মন জন্মদিনত প্ৰতাৰণা নহয় পৃথিৱীত জন্মদিনত প্ৰতিজাক ৰ’দে আগবঢ়াই নিয়ে মিছিলৰ নায্য প্ৰতিবাদ জন্মদিনত জুয়ে জাৰ খেদিবলৈ পিন্ধে... ধীমান বৰ্মন পঢ়ক →
সম্পাদকীয় আৰ্কাইভ ২৮ জানুৱাৰী, ২০২৬ সাধাৰণ কৰ্মদক্ষতাৰ অসাধাৰণ গুৰুত্ব যোৱা তিনিটা দশক জুৰি অসমৰ সমাজ জীৱনলৈ ভালেমান পৰিৱৰ্তন আহিছে৷ বিশেষকৈ খেৰ-বাঁহৰ ঘৰবোৰ পকী ঘৰলৈ ৰূপান্তৰিত হৈছে, গাঁৱে-ভূঞে... অন্যযুগ সাহিত্য পৰিষদ পঢ়ক →
অনুবাদ আৰ্কাইভ ২৭ জানুৱাৰী, ২০২৬ যি বহু আঁতৰৰ পৰা আহিছে কবি : এন্দ্ৰি এডি, হাঙ্গেৰীঅনুবাদ : ড° ৰঞ্জিত দত্তআমি মানুহযি সদায়েই পলমকৈ চলোঁ,আমি মানুহআমি আহিছোঁ দূৰ -সুদূৰৰ পৰা।আমাৰ খোজবোৰ সদায়েই... ড° ৰঞ্জিত দত্ত পঢ়ক →
প্ৰবন্ধ আৰ্কাইভ ২৭ জানুৱাৰী, ২০২৬ সাধাৰণ কৰ্মদক্ষতাৰ অসাধাৰণ গুৰুত্ব Editorial February 2026 যোৱা তিনিটা দশক জুৰি অসমৰ সমাজ জীৱনলৈ ভালেমান পৰিৱৰ্তন আহিছে৷ বিশেষকৈ খেৰ-বাঁহৰ ঘৰবোৰ পকী ঘৰলৈ ৰূপান্তৰিত হৈছে, গাঁৱে-ভূঞে... অন্যযুগ সাহিত্য পৰিষদ পঢ়ক →
কবিতা আৰ্কাইভ ২৭ জানুৱাৰী, ২০২৬ ৰিচাৰ্ড ব্ৰটিগান (Richard Brautigan)ৰ এমুঠি কবিতা মূল : ৰিচাৰ্ড ব্ৰটিগান (Richard Brautigan)অসমীয়া অনুবাদ : কুমুদ ঘোষ ৰোমিঅ’ আৰু জুলিয়েট মোৰ বাবে তুমি যদি প্ৰাণ দিয়াঁ ময়ো তোমাৰ... কুমুদ ঘোষ পঢ়ক →
কবিতা আৰ্কাইভ ২৭ জানুৱাৰী, ২০২৬ স্বৰাজোত্তৰ কালৰ অসমীয়া চিনেমা-১৯ (পাৰ্বতিপ্ৰসাদ বিষ্ণু ৰাভাৰ পৰা জাহ্নু-মঞ্জুলৈ)নিজৰা ৰাজকুমাৰী জোনালী নিশা তৰা লেখি লেখি হ’লো মই আত্মহাৰা &nbs... নিজৰা ৰাজকুমাৰী পঢ়ক →
শিশুজগত আৰ্কাইভ ২৭ জানুৱাৰী, ২০২৬ কৃত্ৰিম বুদ্ধিমত্তা (AI) যুগত মানুহক সম্পূৰ্ণৰূপে বাদ দিব নোৱাৰা কিছুমান পেছা ড° বুলজিৎ বুঢ়াগোহাঁই কৃত্ৰিম বুদ্ধিমত্তা (AI) দ্ৰুতগতিত শিক্ষা, চিকিৎসা, উদ্যোগ, প্ৰশাসন আদি বহু ক্ষেত্ৰত প্ৰৱেশ কৰিছে, তথাপিও কিছুমান... ড°বুলজিৎ বুঢ়াগোহাঁই পঢ়ক →
উপন্যাস আৰ্কাইভ ২৭ জানুৱাৰী, ২০২৬ পানী হিলৈ গোৱিন কুমাৰ খাউণ্ডঅৱশেষত শৰৎ শৰ্মাই সৰগী বন্ধ কৰাৰ সিদ্ধান্ত লʼলে। জৰিগুৰিৰ মানুহৰ প্ৰতিবাদত সেওমানি সৰগী বন্ধ কৰিবলৈ ওলোৱা নাই ওলাইছে... গোৱিন কুমাৰ খাউণ্ড পঢ়ক →
প্ৰবন্ধ আৰ্কাইভ ২৭ জানুৱাৰী, ২০২৬ প্ৰেম ১ ধন দাস তোমাকভাল পাম নে ৰেচনৰ চাউল খাই বিদ্ৰোহৰ কথা ভাবিমতোমাৰচকুত চকু থৈ বিশ্বাস কৰা বুলি ক'ম নেধুমুহা বৰষুণৰ পৰা আবৰি ৰাখিম... অন্যযুগ সাহিত্য পৰিষদ পঢ়ক →
কবিতা আৰ্কাইভ ২৬ জানুৱাৰী, ২০২৬ ভালপোৱা অথবা সমুদ্ৰ কথা ৰুদ্ৰ সিংহ মটক একো নাজানো যদিও ক’বলৈ ক’লে মই ভালপোৱাৰ কথাই কম এবেলামান যদিও ভালপোৱাৰ বিষয়ে বিশেষ একোৱেই নাজানো, মাথো জানো ভালপোৱা... ৰুদ্ৰ সিংহ মটক পঢ়ক →
কবিতা আৰ্কাইভ ২৬ জানুৱাৰী, ২০২৬ ভোগালী হৰেকৃষ্ণ ডেকা পথাৰত গঞাই ভেলাঘৰ সাজিছে ৷ সকলোৱে ভোগালীৰ এসাজ লগে-ভাগে খাব ৷ পুৱা মেজিৰ তাপত ভিজা নৰানিৰ চেঁচাৰ লগতে মনৰ চেঁচাবোৰ... হৰেকৃষ্ণ ডেকা পঢ়ক →
কবিতা আৰ্কাইভ ২৬ জানুৱাৰী, ২০২৬ ব্লেক এণ্ড হোৱাইট মানস প্ৰতিম দত্ত গছ আছিল নৈ আছিল ছাঁ আছিল বতাহ-বৰষুণ-সপোন আছিল মানুহ আহিল এতিয়া ক’লৈ যাওঁ গছ, নৈ নোহোৱা পৃথিৱীত আপাততঃ মই আছো মই নাই…... মানস প্ৰতিম দত্ত পঢ়ক →