৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

অসমীয়া আৰু ইংৰাজী সন্ধান (Search Archive)

অন্যযুগৰ সমগ্ৰ প্ৰবন্ধ, কবিতা, গল্প আৰু ঐতিহাসিক সংগ্ৰহালয়ৰ ভিতৰত সন্ধান কৰক।

মুঠ ৩০৩৭ টা ফলাফল
পৃষ্ঠা ১৩ / ১২৭ (প্ৰদৰ্শন: ২৪ টা)
গল্প আৰ্কাইভ
৩১ মাৰ্চ, ২০২৬

কেথেৰিন

নীলোৎপল বৰুৱা অসতৰ্ক মুহূৰ্তত.. পিচ্চ্ দিয়া আলিবাটটোৰ মাজৰ পৰা যদি গোটেই চকটো চাই দিয়া যায়, ষ্টেজ এখনৰ দৰেই দেখা যাব৷ বিশালাকাৰ...

নীলোৎপল বৰুৱা পঢ়ক →
অনুবাদ আৰ্কাইভ
৩১ মাৰ্চ, ২০২৬

ভক্তি-বিদ্বেষ তত্ত্ব

অমৃত গোস্বামী ‘শিশুপাল’ মহাভাৰতৰ এক অতি অহংকাৰী আৰু বিতৰ্কিত চৰিত্ৰ৷ শিশুপাল আছিল চেদী ৰাজ্যৰ ৰজা, শ্ৰীকৃষ্ণৰ সম্পৰ্কীয়—পেহীয়েকৰ...

অমৃত গোস্বামী পঢ়ক →
কাৰ্টুন আৰ্কাইভ
৩১ মাৰ্চ, ২০২৬

অঁ, সময়ত

নিতুপৰ্ণ ৰাজবংশী...

নিতুপৰ্ণ ৰাজবংশী পঢ়ক →
উপন্যাস আৰ্কাইভ
৩০ মাৰ্চ, ২০২৬

ফটাচোলাৰ ৰং

(পূৰ্ণাংগ নাটক) ড০ জ্যোতি প্ৰসাদ শইকীয়াপঞ্চম দৃশ্য (মঞ্চৰ down right zone -অত দেৱীয়ে মাকৰ শাৰী এখন গাত মেৰিয়াই বেজাৰ মনেৰে বহি থাকে৷...

ড° জ্যোতিপ্ৰসাদ শইকীয়া পঢ়ক →
কবিতা আৰ্কাইভ
৩০ মাৰ্চ, ২০২৬

সাধু এটা

দেৱাশিস হাজৰিকা মোৰ আই আৰু পিতাইৰ প্ৰথম বিবাহবাৰ্ষিকীৰ দিনা পিতায়ে আইক এটা সাধু শুনাইছিল সাধুটোৰ নায়কজনৰ সমান সুখী হেনো আৰু পৃথিৱীত আন...

দেৱাশিস হাজৰিকা পঢ়ক →
কবিতা আৰ্কাইভ
৩০ মাৰ্চ, ২০২৬

তিনিটা কবিতা

অংকুৰণ আৰ্ফ ১) সৰাপাত স্মৃতি হয় যদিও এখিলা সৰাপাত হৃদয়ত সেউজীয়া থাকিলে ইয়ো হৈ পৰে এখিলা চিৰ নতুন কুঁহিপাত। ২) ধুমুহা গছে এদিন...

অংকুৰণ আৰ্ফ পঢ়ক →
গল্প আৰ্কাইভ
৩০ মাৰ্চ, ২০২৬

সময়

যশোৱন্ত নিপুণ কঠিন বিষয়ৰ কঠিনতম সূত্ৰবোৰৰ বিষয়ে খুব সহজ সুৰত বিক্ৰমাদিত্য দাসে ব্যাখ্যা আগ বঢ়াইছিল। ব্লেকহ’লৰ অভ্যন্তৰত পদাৰ্�...

যশোৱন্ত নিপুণ পঢ়ক →
কবিতা আৰ্কাইভ
৩০ মাৰ্চ, ২০২৬

পানী পৃথিৱী

উমানন্দ কলিতা হাঁহি বোৰ পানীত পানীত পোহৰ পোহৰত নঙঠা পিছল পৃথিৱী আৰু পাৰ্থিৱ যত যি… *** ভ্ৰাম্যভাষ : ৯৮৫৪০৫১২৬৭ ...

উমানন্দ কলিতা পঢ়ক →
শিশুজগত আৰ্কাইভ
৩০ মাৰ্চ, ২০২৬

ভ্ৰমণ কৰি ভালপোৱাসকলৰ বাবে কেৰিয়াৰৰ সম্ভাৱনা

ড০ বুলজিৎ বুঢ়াগোহাঁই আজিৰ পৃথিৱীখন আগতকৈ বহুত বেছি সংযুক্ত হৈছে আৰু এই পৰিস্থিতিত ভ্ৰমণ কেৱল অৱসৰৰ বাবে নহয়৷ ই এক শক্তিশালী কেৰিয়াৰ...

ড°বুলজিৎ বুঢ়াগোহাঁই পঢ়ক →
গল্প আৰ্কাইভ
৩০ মাৰ্চ, ২০২৬

চেতন, অৱচেতন, চিৰন্তন

অংগনা ভট্টাচাৰ্য্য কোনোবাই এদিন কাৰোবাক কৈছিল— “সৌপিনে পোহৰৰ মেলা, ইমান পোহৰ মোৰ সহ্য নহয়, ব’লা এন্ধাৰ ছটিয়াই দিওঁ৷” লহপহকৈ গজি উঠা...

অংগনা ভট্টাচাৰ্য্য পঢ়ক →
মুক্ত বীক্ষণ আৰ্কাইভ
২৯ মাৰ্চ, ২০২৬

পৰম্পৰাগত থলুৱা জ্ঞান-প্ৰযুক্তি সংৰক্ষণৰ বাবে সামাজিক সংগ্ৰহালয়

পংকজ প্ৰতিম বৰদলৈসংগ্ৰহালয়ক আজিৰ বিশ্বত কেৱল পুৰণি সামগ্ৰী সংৰক্ষণ কৰা এটা স্থান বুলি ধাৰণা কৰা নহয়; বৰং সংগ্ৰহালয়ক সমাজ, ইতিহাস...

পংকজ প্ৰতিম বৰদলৈ পঢ়ক →
কবিতা আৰ্কাইভ
২৯ মাৰ্চ, ২০২৬

সুৱাসত তোমাৰ উপস্থিতি

ড০ নিতালী বি কোঁৱৰ(উৎসৰ্গা : জুবিনগাৰ্গ ) তুমি নাই ! তথাপি তোমাৰেই উপস্থিতি, মোৰ চহৰৰ প্ৰতিটো নীৰৱ কোণত। আনবাৰৰ দৰে নাহৰ এইবাৰো...

ড০নিতালী বি কোঁৱৰ পঢ়ক →
অনুবাদ আৰ্কাইভ
২৯ মাৰ্চ, ২০২৬

বিশ্বায়নৰ প্ৰেক্ষাপটত মাতৃভাষা অসমীয়া

মিত্ৰাবিন্দা বৰা বৰ্তমান এই একবিংশ শতিকাৰ বিশ্বায়নৰ প্ৰেক্ষাপটত ভাষাই কেৱল সহজাত প্ৰয়োগ যোগাযোগৰ মাধ্যমৰ পৰিধি ভাঙি নিজকে এটা জাতিৰ...

মিত্ৰাবিন্দা বৰা পঢ়ক →
অনুবাদ আৰ্কাইভ
২৯ মাৰ্চ, ২০২৬

মাক-কথা : Unfolded Stories of a Mother

ৰত্নোত্তমা দাস বিক্ৰম প্ৰথমাংশ, ষষ্ঠ অধ্যায় এদিন আধা ৰাস্তাতে ... . দিনবোৰ আগ বাঢ়িছিল। ধীৰে ধীৰে নে খৰগতিৰে আগ বাঢ়িছিল, গম পোৱা...

ৰত্নোত্তমা দাস বিক্ৰম পঢ়ক →
উপন্যাস আৰ্কাইভ
২৬ মাৰ্চ, ২০২৬

পানী হিলৈ

গোৱিন কুমাৰ খাউণ্ড(দহ) ৰাতিপুৱাই চাইকেলখন লৈ ওলাই গ'ল মিলিটেৰী। চাইকেল চলাবলৈও যেন গাত শকতি নাই। ভীষণ অকলশৰীয়া অকলশৰীয়া লাগিছে। কাকো...

গোৱিন কুমাৰ খাউণ্ড পঢ়ক →
সম্পাদকীয় আৰ্কাইভ
২৬ মাৰ্চ, ২০২৬

শেহতীয়া বিশ্বপৰিস্থিতি

ভাৰতীয় পুৰাকাহিনীসমূহত কিছুমান চৰিত্ৰ পোৱা যায় যিবোৰে আন কাৰো নথকা বিশেষ ধৰণৰ শক্তি-সামৰ্থ্য আহৰণ কৰিবলৈ তপস্যা কৰে, তেনে ঈপ্সি�...

অন্যযুগ সাহিত্য পৰিষদ পঢ়ক →
গল্প আৰ্কাইভ
২৫ মাৰ্চ, ২০২৬

ৰঞ্জু হাজৰিকাৰ ৰহস্য-ভৌতিক-হ’ৰৰ গল্প

ড॰ অসীম চুতীয়াঅসমীয়া সাহিত্যত ৰহস্য, ভৌতিকতা আৰু মানৱ-মনস্তত্ত্বৰ গভীৰ অনুসন্ধান কৰি যিসকল লেখকে সাহিত্য ৰচনা কৰিছে সেইসকলৰ ভিতৰ�...

ড° অসীম চুতীয়া পঢ়ক →
উপন্যাস আৰ্কাইভ
২৫ মাৰ্চ, ২০২৬

দুখে কেওড়া

মূল : ৰামকুমাৰ মুখোপাধ্যায়অসমীয়া অনুবাদ : কুমুদ ঘোষ আৰু সত্যেন চৌধুৰীক্ষুধা স্ত্ৰীলিঙ্গ ১ বুভুক্ষা, ভোজনেচ্ছা৷ ‘ক্ষুধাকৰ...

লোকনাথ গোস্বামী পঢ়ক →
কবিতা আৰ্কাইভ
২৫ মাৰ্চ, ২০২৬

আশাবাদী সমীকৰণ

অঞ্জুমণি ভৰালীএখন “নাম্মা য়াত্ৰি” অট’লৈ অপেক্ষা এডাল ধূলিৰে ঢাক খোৱা বগেনভেলিয়া একাপ ফিল্টাৰ কফি... গৰম * যিমান দূৰলৈ চাব পাৰি গোটেই...

অঞ্জুমণি পঢ়ক →
কবিতা আৰ্কাইভ
২৫ মাৰ্চ, ২০২৬

বহাগ

দ্বীপৰাজ (মাছলৈ মইনা নাযাবি অকলে ৰাতিলৈ লাগিব ভাগৰ বাটৰে দমৰাই চাব তোৰ বুকুলে চেগতে ফালিব চাদৰ) ( হাবি বিহু) বাৰী সিঁচি শিঙিৰ খোঁচ...

দ্বীপৰাজ পঢ়ক →
কবিতা আৰ্কাইভ
২৩ মাৰ্চ, ২০২৬

মাখি

নৃপেন গোস্বামীমাখি উৰিছে সকলোতেগেলাত, পচাতআৰু ইয়াত, তাতমাখিবোৰৰ গোন্ধ অপছন্দ গেলা খাই গেৰেলা মাখিগাখীৰত বহি শুদ্ধ নহয় মাখি মাখি�...

নৃপেন গোস্বামী পঢ়ক →
প্ৰবন্ধ আৰ্কাইভ
২২ মাৰ্চ, ২০২৬

প্ৰবন্ধ এটা কেনেকৈ লিখিব লাগে

ড০ ৰক্তিম ৰঞ্জন শইকীয়া বিখ্যাত ইংৰাজ ঔপন্যাসিক, গল্পকাৰ, নাট্যকাৰ ছমাৰছেট মমক এবাৰ সোধা হ’ল যে উপন্যাস লিখাৰ কিবা নিয়ম আছে নেকি?...

ড° ৰক্তিম ৰঞ্জন শইকীয়া পঢ়ক →