৫ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

অসমীয়া আৰু ইংৰাজী সন্ধান (Search Archive)

অন্যযুগৰ সমগ্ৰ প্ৰবন্ধ, কবিতা, গল্প আৰু ঐতিহাসিক সংগ্ৰহালয়ৰ ভিতৰত সন্ধান কৰক।

মুঠ ৩০৩৭ টা ফলাফল
পৃষ্ঠা ১০ / ১২৭ (প্ৰদৰ্শন: ২৪ টা)
গল্প আৰ্কাইভ
২৮ মে’, ২০২৬

ধূসৰ প্ৰভাতৰ কোলাহল

প্ৰিয়ানুজ কলিতা ঝন্‌ঝন্‌ঝন্‌ঝন্‌ঝন্‌৷ ট্ৰামৰ চকাৰ ঘৰ্ষণৰ শব্দটোৱে ধূসৰ গগণ বিদাৰি চিঞৰি উঠিল৷ লেনিনগ্ৰাদৰ কুঁৱলী ফালি ৪ নম্বৰ ট্ৰামখন...

প্ৰিয়ানুজ কলিতা পঢ়ক →
গল্প আৰ্কাইভ
২৮ মে’, ২০২৬

মনঃকূপ

পল্লৱী মহন্ত পানী এঢোকেৰে গিলি পেলোৱা টেবলেট এটাই কি ৰংহীন পৃথিৱীখন ৰঙীন কৰিব পাৰে! পাৰেনে মচি পেলাব দুখৰ ছবি! ওভতাই দিয়েনে পুৰণি...

পল্লৱী মহন্ত পঢ়ক →
অনুবাদ আৰ্কাইভ
২৭ মে’, ২০২৬

বাছষ্টপ

মূল : নৱাৰুণ ভট্টাচাৰ্য (বাংলা) অনুবাদ : নয়ন মণি মিশ্ৰ যিসকল নামিছিল তেওঁলোক গুচি গৈছে যিসকল উঠিছিল তেওঁলোকো, সকলোখিনিৰ পাছত অকলে...

অনুবাদ পঢ়ক →
কবিতা আৰ্কাইভ
২৭ মে’, ২০২৬

শূন্যতা

(জোনমণি দাসৰ সোঁৱৰণত)বন্দনা কৌশিক বৰদলৈ যাওঁ বুলিয়েই গুচি যোৱা মানুহবোৰে জানেনে পদাৰ্থ বিজ্ঞানৰ শূন্যৰ ধাৰণাক অস্বীকাৰ কৰিও থাকি যায়...

বন্দনা কৌশিক বৰদলৈ পঢ়ক →
শিশুজগত আৰ্কাইভ
২৭ মে’, ২০২৬

খেলা-ধূলাৰ স্তৰসমূহ : শিশুৰ বিকাশ নিৰীক্ষণৰ মাপকাঠি

ড° ইন্দ্ৰানীৰেখা শইকীয়া খেলা-ধূলা হৈছে শৈশৱৰ প্ৰকৃত কাম আৰু ইয়াৰ জৰিয়তেই শিশুৱে পৃথিৱীখনৰ বিষয়ে শিকে৷ বিভিন্ন ধৰণৰ খেলত লিপ্ত হৈ...

ড°ইন্দ্ৰানীৰেখা শইকীয়া পঢ়ক →
কবিতা আৰ্কাইভ
২৬ মে’, ২০২৬

ভেকুলী সংগীত

দাদুল ভূঞা পানী মৰিশালিত ডুবি মৰিছে মানুহ এবুকু, এডিঙি তাৰ পাছত গোটেইটো নিৰ্জন ৰাতি ঘৰৰ কাষৰ পুখুৰীটোত বাজি উঠা ভেকুলী সংগীতত টোপনি...

দাদুল ভূঞা পঢ়ক →
অনুবাদ আৰ্কাইভ
২৬ মে’, ২০২৬

ৰজা আহে যায়

মূল (বাংলা) : বীৰেন্দ্ৰ চট্টোপাধ্যায় অনুবাদ : ৰুদ্ৰ সিংহ মটক ৰজা আহে যায় ৰজা বদলি হয়দেহত কেতিয়াবা নীলা চোলা কেতিয়াবা ৰঙা ইজন ৰজা...

অনুবাদ : ৰুদ্ৰ সিংহ মটক পঢ়ক →
শিশুজগত আৰ্কাইভ
২৬ মে’, ২০২৬

সেউজী সেউজী সেউজী অ'

ড০ প্ৰাণজিৎ বৰা৪সেই ৰাতি থুপিতৰাই এটা আচৰিত সপোন দেখিলে।তাই দেখিলে যে জোনাকী পৰুৱাবোৰ বিচাৰি বিচাৰি তাই হাবিৰ মাজে মাজে অকলে অকলে ঘূৰি...

ড০প্ৰাণজিৎবৰা পঢ়ক →
কবিতা আৰ্কাইভ
২৬ মে’, ২০২৬

মীনজাতক

এম. কামালুদ্দিন আহমেদঅলপ পানীতেকমাই ফুৰে মাছবোৰসিহঁতক ধৰিবলৈ কতবোৰজাল, চেপা, জুলুকিঅদৃষ্টই যোগান ধৰাতুমি মাছ ধৰা অপূবৰ্ কাৰুময়তাৰেউছলি...

এম. কামালুদ্দিন আহমেদ পঢ়ক →
কবিতা আৰ্কাইভ
২৬ মে’, ২০২৬

আমাক গছ লাগে

ৰৌচন আলি আকৌ হত্যা কৰা হ'ব গছহত্যা কৰা হ'বঅক্সিজেনগছৰ বিদেহ আত্মাৰ সদ্‌গতি কামনা কৰি খেনোৱে মৌন প্ৰাৰ্থনাত ব্যস্ত থাকিবখেনোৱে পালন...

ৰৌচন আলি পঢ়ক →
অনুবাদ আৰ্কাইভ
২৬ মে’, ২০২৬

কাৰ লাভৰ বাবে

মূল (ইংৰাজী Cui Bono ) : টমাছ কাৰ্লাইল, স্কটলেণ্ডঅনুবাদ : ড° ৰঞ্জিত দত্তআশা নো কি?হাঁহিৰ এক ৰামধেনুশিশুহঁতে তাকেইঅনুকৰণ কৰে বৰষুণ�...

অনুবাদ :ড° ৰঞ্জিত দত্ত পঢ়ক →
কবিতা আৰ্কাইভ
২৫ মে’, ২০২৬

বিচাৰি বুকুৰ নীলমণি

ৰিপুঞ্জয় বৰুৱা ঋমন অতদিনে যি কথা কেৱল মই নিজৰ স’তে পাতিছোঁ সেই কথা চালি-জাৰি থাকোঁতে সাৰ পাই উঠে মৰমৰ শোক ! মই সাৰে আছোঁ দুটোপাল...

ৰিপুঞ্জয় বৰুৱা ঋমন পঢ়ক →
কবিতা আৰ্কাইভ
২৫ মে’, ২০২৬

নতুনত্ব একো নাই

জীৱন কিশোৰ মই শুকান পথাৰত নীলা ৰঙা সেউজীয়া চিলা উৰুৱাই থিয় দিলোঁ বাঁহৰ খুটিত ৰং-বিৰঙৰ ত্ৰিকোণ ধ্বজাবোৰ দাঙি দাঙি ৰৈ থাকিলোঁ তোমালোকে...

জীৱনকিশোৰ পঢ়ক →
গল্প আৰ্কাইভ
২৫ মে’, ২০২৬

চিকাৰ

বেদান্ত নাথ ১ মনৰ বিষে শৰীৰক অতিক্ৰম কৰিলে, শৰীৰৰ বিষবোৰ গৌণ হৈ পৰে৷ দুদিন ধৰি হাতৰ বিষটোৱে বিদিশাক বৰকৈ আমনি দি আছে৷ ঠাণ্ডাৰ...

বেদান্ত নাথ পঢ়ক →
গল্প আৰ্কাইভ
২৫ মে’, ২০২৬

বিস্মৃতিৰ অন্ধকাৰ গহ্বৰত

ড০ স্মৃতিমালা শৰ্মা হঠাতে জুই লাগিছিল। লাজপত নগৰৰ বসন্তকুঞ্জ এপাৰ্টমেণ্টৰ তৃতীয় মহলাৰ ফ্লেট নম্বৰ থ্ৰী বি। ৰান্ধনীঘৰৰ একমাত্ৰ...

ড০ স্মৃতিমালা শৰ্মা পঢ়ক →
গ্ৰন্থ আলোচনা আৰ্কাইভ
২২ মে’, ২০২৬

ফ্ৰান্সিচ জেনকিন্সে দেখা অসমখন

পুলিন কলিতা (এক) ফ্ৰান্সিচ জেনকিন্স ব্ৰিটিছ অধিকৃত অসমৰ তৃতীয়গৰাকী “কমিচনাৰ” আৰু একে সময়তে উত্তৰ-পূব সীমান্তত গৱৰ্ণৰ জেনেৰেলৰ...

পুলিন কলিতা পঢ়ক →
অনুবাদ আৰ্কাইভ
১৯ মে’, ২০২৬

তুমি নোৱাৰাঁ

মূল কবিতা : You Can’t কবি : Maya Abu Al-Hayyat ইংৰাজী অনুবাদ : ফেডি জুডা অনুবাদ: দিগন্ত শইকীয়া তুমি নোৱাৰাঁ বুলি যিসকলে কয় অৱশেষ�...

অনুবাদ :দিগন্ত শইকীয়া পঢ়ক →
কবিতা আৰ্কাইভ
১৯ মে’, ২০২৬

হেৰাই যোৱাৰ কবিতা

কৌশিক জ্যোতি বৰা নিমাওমাও চহৰ খনৰ মাজেৰে পাৰ হৈ আহোঁতে বিয়লিৰ বেলি পৰিল বিন্দুতে সিন্ধু বিচাৰি মূৰৰ ওপৰেৰে উৰি গ'ল এজাক বলিয়া বতাহ আৰু...

কৌশিক জ্যোতি বৰা পঢ়ক →
কবিতা আৰ্কাইভ
১৯ মে’, ২০২৬

শকুন্তলা

গায়ত্ৰী দেৱী বৰঠাকুৰ উত্তৰাখণ্ডৰ ঘৰবোৰ ফাঁটোতে যোশীমঠৰ বেৰবোৰ কঁপোতে শকুন্তলাৰ চেলফোন আছিল ফ্লাইট ম’ডত মন আকাশত নিৰন্তৰ উৰি আছিল...

গায়ত্ৰী দেৱী বৰঠাকুৰ পঢ়ক →
কবিতা আৰ্কাইভ
১৯ মে’, ২০২৬

তৰুণ লেখকৰ সমস্যা

টুনুজ্যোতি গগৈ যোৱা চাৰিবছৰ ধৰি ‘দয়-কাও-ৰং একাডেমি’ৰ উদ্যোগত আমি নিয়মীয়াকৈ বিভিন্ন সাহিত্য কৰ্মশালা আৰু সাহিত্য প্ৰতিযোগিতা আয়োজন কৰি...

টুনুজ্যোতি গগৈ পঢ়ক →
কবিতা আৰ্কাইভ
১৯ মে’, ২০২৬

কমলা সুন্দৰী

মিণ্টুল হাজৰিকা ইমান বিষাদৰ দিন নৈ ওফন্দি উঠা বাৰিষা ভোকে আহি গচকিছিল মাথাউৰিৰ ৰাজহাড় কমলাৰ কপালৰ লিখন ঘোলা কণীৰ কুহুমটোৰ দৰে মায়াৰ...

মিণ্টুল হাজৰিকা পঢ়ক →
কবিতা আৰ্কাইভ
১৯ মে’, ২০২৬

সৰল মানুহবোৰৰ মৃত্যু হৈছিল

অৰুণ গগৈ ৰ’দ বৰষুণ ভালপোৱা মানুহবোৰেউদং আকাশৰ তলতউশাহ ল’ব পৰাকৈ জন্ম দিছিল এখন সেউজ অৰণ্য হাড় ভঙা পৰিশ্ৰমৰ বিনিময়তওঁঠত ফুলিছিল...

অৰুণ গগৈ পঢ়ক →
কবিতা আৰ্কাইভ
১৮ মে’, ২০২৬

টোপনি এজোপা ধুনীয়া গছ

উদয় কুমাৰ বৰুৱা হয়, টোপনি এজোপা ধুনীয়া গছ হিয়া জুৰণীয়া পাখিলাহী তনু কাজল চকুত নিয়ৰকণাৰ সজল সমাৰোহ বাহিৰত এতিয়া বিষাক্ত বতাহ তেজেৰে জীপ...

উদয় কুমাৰ বৰুৱা পঢ়ক →