৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

অসমীয়া আৰু ইংৰাজী সন্ধান (Search Archive)

অন্যযুগৰ সমগ্ৰ প্ৰবন্ধ, কবিতা, গল্প আৰু ঐতিহাসিক সংগ্ৰহালয়ৰ ভিতৰত সন্ধান কৰক।

মুঠ ৩০৩৭ টা ফলাফল
পৃষ্ঠা ৯ / ১২৭ (প্ৰদৰ্শন: ২৪ টা)
গল্প আৰ্কাইভ
২৮ জুন, ২০২৬

গংগাধৰায়ঃ

পাপৰি গোস্বামী “মাষাণ ঠাকুৰক পূজা দেওৱা খাইবে, তা ছাড়া আৰ গংগাধৰ শান্ত হবাৰ নয়৷” “হ্যে হ্যে, মাষাণ ঠাকুৰ কোনো দোষ ধৰিৰ পায়৷ নিশ্চয়...

পাপৰি গোস্বামী পঢ়ক →
গল্প আৰ্কাইভ
২৭ জুন, ২০২৬

আলোক দূতৰ মৃত্যু

পল্লৱী কৌশিক শৰ্মা কুকুৰা মঙহৰ লগত ৰথিন বুঢ়াৰ আজিকালি যেন এক অদৃশ্য দূৰত্ব গঢ় লৈ উঠিছে! গৰম মঙহৰ তেলীয়া গোন্ধটো নাকত লাগিলেই বুঢ়াৰ...

পল্লৱী কৌশিক শৰ্মা পঢ়ক →
কবিতা আৰ্কাইভ
২৭ জুন, ২০২৬

মোৰ দৃষ্টিৰে কবিতা...

প্ৰজ্ঞান প্ৰতিম শৰ্মা কিছু কবিতা পাঠকৰ বাবে; আন কিছু কবিতা নিজৰ বাবে; আৰু নিজৰ বাবে লিখা কিছু কিছু কবিতা সমাজৰ বাবে। প্ৰথমবিধ...

প্ৰজ্ঞান প্ৰতিম শৰ্মা পঢ়ক →
শিশুজগত আৰ্কাইভ
২৭ জুন, ২০২৬

এলপিজি-ৰ নাটনি আৰু বিকল্পৰ সন্ধান

ড° অমৃত গোস্বামী বৰ্তমান সময়ত ৰন্ধন ব্যৱস্থাত পূৰ্বৰ খৰিৰ পৰিৱৰ্তে এলপিজি(LPG)-য়ে মুখ্য ইন্ধন হিচাপে স্থান ল’লে৷ যিহেতু ইয়াৰ বাবে...

ড° অমৃত গোস্বামী পঢ়ক →
কবিতা আৰ্কাইভ
২৭ জুন, ২০২৬

আপুনি কি কৰে ?

ৰাতুল মহন্ত ভাৰতৰ মানৱ সভ্যতা প্ৰায় চাৰে চাৰিহাজাৰ বছৰৰ পুৰণি৷ কিন্তু এতিয়াৰ পৰা চাৰিহাজাৰ পাঁচশ বছৰৰ আগতেই আৰম্ভ হোৱা এই...

ৰাতুল মহন্ত পঢ়ক →
অনুবাদ আৰ্কাইভ
২৭ জুন, ২০২৬

মাক-কথা : Unfolded Stories of a Mother

ৰত্নোত্তমা দাস বিক্ৰম প্ৰথমাংশ, নৱম অধ্যায় গাড়ী চলোৱাৰ কথা দেউতাক হেৰুওৱা আৰু দিল্লী বিশ্ববিদ্যালয়ত স্থায়ী অধ্যাপক হিচাপে যোগদান কৰা...

ৰত্নোত্তমা দাস বিক্ৰম পঢ়ক →
প্ৰবন্ধ আৰ্কাইভ
২২ জুন, ২০২৬

জ্যামিতিৰ জনক ইউক্লিড

ড০ প্ৰিয়দেৱ গোস্বামী “এইটো জ্যামিতিৰ বিশেষত্ত্ব যে মাত্ৰ কেইটামান নীতিৰ পৰা আৰু আন একো নোহোৱাকৈ ইমান বেছি সম্পন্ন কৰিব পাৰি।” এই উক্তি...

ড০ প্ৰিয়দেৱ গোস্বামী পঢ়ক →
উপন্যাস আৰ্কাইভ
১৮ জুন, ২০২৬

ৰ’দে-বৰষুণে ইমান যে গান

লোকনাথ গোস্বামীমন দাপোণত-২১ নামৰূপ সাহিত্য-সংস্কৃতি সংঘৰ ইতিবৃত্তঃ নামৰূপ থাৰ্মেলত চাকৰিত যোগদান কৰাৰ সময়ত দেখিছিলো ‘ক্লাব-কালচাৰ’ৰ এক...

লোকনাথ গোস্বামী পঢ়ক →
কবিতা আৰ্কাইভ
১৬ জুন, ২০২৬

কঁঠাল-গুটি

নৱ ৰাজন ১.আন কোনো ফলৰ গুটিৰ ইমান আদৰ নাইনাঙঠ কৰি চুহি দলিয়াই দিয়া নহয় গিলি দিয়াও নহয় আন ফলৰ দৰেআঙুলিৰে পিটিকি বাহিৰ কৰিসযতনে ৰখা হয়...

নৱ ৰাজন পঢ়ক →
কবিতা আৰ্কাইভ
১৫ জুন, ২০২৬

মলেঁয়া

দাদুল দেৱকৃষ্ণ বৰুৱা (জুন, ২০২৫ সংখ্যাৰ পৰৱৰ্তী অংশ)(২৯) খিৰিকিৰ আইনাখনত ৰাতি হৈ যোৱা বৰষুণৰ টোপাল পৰি ধূলিৰ চামনিৰ ওপৰত দাগ কাটিছিল...

দাদুল দেৱকৃষ্ণ বৰুৱা পঢ়ক →
কবিতা আৰ্কাইভ
১০ জুন, ২০২৬

যুদ্ধ বিষয়ক

বিকিয়ান বাইলুংন- কৈ জগা চেঁউৰী পোৱালিটো পথাৰত এদল কুকুৰে অকলে পাই কামুৰি মাৰিছেআমি চাই আছোঁ দূৰৰ পৰা চকুত কমৰেড বুকুত তপ্ত তৃষা বৈ...

বিকিয়ান বাইলুং পঢ়ক →
গল্প আৰ্কাইভ
৩১ মে’, ২০২৬

দুৰ্যোধন, ইন বানানা ৰিপাব্লিক

নীলোৎপল বৰুৱা কৌমাৰ্য আৰু মাহীমাকক একে দিনাই হেৰুউৱা শ্ৰীযুত ধৰে ফুৰুৎকৈ তামোলৰ পিকখিনি পেলালে আৰু ক’লে- : দুৰ্যোধন আচলতে এটা...

নীলোৎপল বৰুৱা পঢ়ক →
মুক্ত বীক্ষণ আৰ্কাইভ
৩১ মে’, ২০২৬

জাতিসত্তাৰ পৰা ধৰ্মান্তৰলৈ : কাৰ্বি জনজাতি আৰু খ্ৰীষ্টান মিছনেৰীৰ ভূমিকা

পঙ্কজ প্ৰতিম বৰদলৈ অসমৰ উত্তৰ-পূৰ্বাঞ্চলত বসবাস কৰা কাৰ্বি জনজাতি তিব্বত-বৰ্মীয় নৃতাত্ত্বিক-ভাষিক পৰিয়ালৰ অন্যতম জনবহুল আৰু...

পংকজ প্ৰতিম বৰদলৈ পঢ়ক →
কাৰ্টুন আৰ্কাইভ
৩১ মে’, ২০২৬

অঁ, সময়ত

নিতুপৰ্ণ ৰাজবংশী...

নিতুপৰ্ণ ৰাজবংশী পঢ়ক →
শিশুজগত আৰ্কাইভ
৩১ মে’, ২০২৬

ভাৰতীয় জ্ঞান ব্যৱস্থা আৰু আধুনিক প্ৰযুক্তিৰ একত্ৰীকৰণ

ড° অনিল চন্দ্ৰ বৰা একবিংশ শতিকাত মানুহে অভূতপূৰ্ব প্ৰযুক্তিগত উন্নতি লাভ কৰিছে৷ কৃত্ৰিম বুদ্ধিমত্তা, মেশ্বিন লাৰ্নিং, ক্লাউড...

ড°অনিল চন্দ্ৰ বৰা পঢ়ক →
সম্পাদকীয় আৰ্কাইভ
৩১ মে’, ২০২৬

অসম আৰু অসমীয়া : বৰ্তমান আৰু ভৱিষ্যত

আহোমসকলৰ আগমনৰ পূৰ্বে অসম নামটো নাছিল৷ অসম শব্দটোৰ উৎপত্তি সম্পৰ্কে বিভিন্ন মত আছে৷ সি যি নহওক, অসমৰ পৰাই অসমীয়া৷ অৱশ্যে ত্ৰয়োদশ...

অন্যযুগ সাহিত্য পৰিষদ পঢ়ক →
অনুবাদ আৰ্কাইভ
৩১ মে’, ২০২৬

‘শ্ৰীমদ্ভাগৱত’―নিচেই সাধাৰণভাৱে

অমৃত গোস্বামী অসমীয়া ধৰ্মীয়, সামাজিক আৰু সাহিত্যিক ইতিহাসত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অৱদান অতুলনীয়৷ তেওঁ আছিল একাধাৰে ধৰ্মগুৰু...

অমৃত গোস্বামী পঢ়ক →
অনুবাদ আৰ্কাইভ
৩১ মে’, ২০২৬

মাক-কথা : Unfolded Stories of a Mother

ৰত্নোত্তমা দাস বিক্ৰমপ্ৰথমাংশ, অষ্টম অধ্যায় খিৰিকীৰে ভাহি অহা পিয়ানোৰ সুৰ পিয়ানোৰ সুৰটো খিৰিকীৰে ভাহি অহা যিদিনা প্ৰথম শুনিছিলোঁ, সেয়া...

ৰত্নোত্তমা দাস বিক্ৰম পঢ়ক →
কবিতা আৰ্কাইভ
২৯ মে’, ২০২৬

বিদ্ৰোহী কবি কাজী নজৰুল ইছলামৰ “ বিদ্ৰোহী”কবিতাঃ এটি আলোকপাত

নাছিৰ আহমেদ ১৮৯৯ চনৰ ২৪ মে’ বৰ্তমান পশ্চিমবঙ্গৰ বৰ্ধমান জিলাৰ চুৰুলিয়া নামৰ এটি সৰু গাঁৱত জন্মগ্ৰহণ কৰা বিদ্ৰোহী কবি কাজী নজৰুল...

নাছিৰ আহমেদ পঢ়ক →
অনুবাদ আৰ্কাইভ
২৯ মে’, ২০২৬

সাহিত্যৰথীৰ “ভদৰী” আৰু পুৰুষতান্ত্ৰিক সমাজ

নন্দিতা চক্ৰৱৰ্তী সাহিত্যৰথীৰ “ভদৰী” নামেৰে এটা বহু পঠিত চৰিত্ৰ প্ৰধান চুটি গল্প আছে৷ হালৰ গৰুৱে আমনি কৰা, মাটিৰ সীমাকলৈ খকা-খুন্দা...

নন্দিতা চক্ৰৱৰ্তী পঢ়ক →
শিশুজগত আৰ্কাইভ
২৯ মে’, ২০২৬

শিক্ষাৰ্থীৰ কেৰিয়াৰ গঠনত সাংবাদিকসকলৰ ভূমিকা

ড° বুলজিৎ বুঢ়াগোহাঁই আধুনিক বিশ্বত সংবাদ মাধ্যমে শিক্ষাৰ্থীসকলৰ ওপৰত গভীৰ প্ৰভাৱ বিস্তাৰ কৰে৷ সাংবাদিকসকলে কেৱল সংবাদ পৰিৱেশনেই নকৰে...

ড°বুলজিৎ বুঢ়াগোহাঁই পঢ়ক →
গল্প আৰ্কাইভ
২৯ মে’, ২০২৬

মহিম বৰাৰ গল্প : জীৱনবোধৰ বাস্তৱতা

ড॰ অসীম চুতীয়া অসমীয়া চুটিগল্পৰ ইতিহাসত মহিম বৰা এক বিশেষ সন্ধিক্ষণৰ সৃষ্টিশীল প্ৰতিনিধি৷ তেখেতে এনে কিছুমান গল্প সৃষ্টি কৰিছে যিবোৰ...

ড॰ অসীম চুতীয়া পঢ়ক →