৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

অসমীয়া আৰু ইংৰাজী সন্ধান (Search Archive)

অন্যযুগৰ সমগ্ৰ প্ৰবন্ধ, কবিতা, গল্প আৰু ঐতিহাসিক সংগ্ৰহালয়ৰ ভিতৰত সন্ধান কৰক।

মুঠ ৩০৩৭ টা ফলাফল
পৃষ্ঠা ৭ / ১২৭ (প্ৰদৰ্শন: ২৪ টা)
শিশুজগত আৰ্কাইভ
৩১ জুলাই, ২০২৬

সেউজী সেউজী সেউজী অ'

ড॰ প্ৰাণজিৎ বৰা৫ বাসৱী বাইদেউ বিয়া হৈ গুচি যাবৰ পাছত বাইদেউৰ ঠাইত স্কুললৈ নতুন ছাৰ এজন আহিছে। দেখাত ক্ষীণ-মীন, চকুত পাতল ফ্ৰেমৰ চশমা...

ড॰ প্ৰাণজিৎ বৰা পঢ়ক →
উপন্যাস আৰ্কাইভ
৩১ জুলাই, ২০২৬

দুখে কেওড়া

ষষ্ঠ খণ্ডনাৰীস্ত্ৰী লিঙ্গ৷ ১ নৃজাতিৰ বা নৰজাতিৰ স্ত্ৰী; নৰেৰ ধৰ্ম্যা; স্ত্ৰীলোক, সীমন্তিনী৷ “ৰামায়ণ৷ মনুসংহিতা৷ (পদ্মিনী চিত্ৰিণী...

কুমুদ ঘোষ, সত্যেন চৌধুৰী পঢ়ক →
গল্প আৰ্কাইভ
৩১ জুলাই, ২০২৬

বোন্দা যুঁজ

অংশুমান শইকীয়া গাঁওখন পুৱা শুই উঠি ভালদৰে এঙামুৰি ল’বলৈ পালে কি নাপালে, কথাটো ইমূৰৰ পৰা সিমূৰলৈ বিয়পি পৰিল৷ অহুকাণে-পহুকাণে কথাটো...

অংশুমান শইকীয়া পঢ়ক →
গল্প আৰ্কাইভ
৩১ জুলাই, ২০২৬

হোমেন বৰগোহাঞিৰ গল্প

ড॰ অসীম চুতীয়া বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ সম্পাদিত ‘ৰামধেনু’ পাতত যিসকলে অসমীয়া গল্প সাহিত্যক সমৃদ্ধ কৰিছিল সেইসকলৰ ভিতৰত হোমেন...

ড॰ অসীম চুতীয়া পঢ়ক →
অনুবাদ আৰ্কাইভ
৩১ জুলাই, ২০২৬

মাক-কথা : Unfolded Stories of a Mother

ৰত্নোত্তমা দাস বিক্ৰম(প্ৰথমাংশ, নৱম অধ্যায়) … আৰু সোধোঁ, কুশলে আছানে মোৰ কণমানিকণ? এক/ সেইদিনা শ্ৰেণীকোঠাত লাহে লাহে এটা বিশেষ গঢ়�...

ৰত্নোত্তমা দাস বিক্ৰম পঢ়ক →
অনুবাদ আৰ্কাইভ
৩১ জুলাই, ২০২৬

নাস্তিক

মূল : (The Pagan) জৰ্জ অৰৱেল, ইংলেণ্ডঅনুবাদ : ড° ৰঞ্জিত দত্ততেনেহটলে তুমি ইয়াতে আছাআৰু ময়ো আছোঁ ইয়াতেই,য'ৰ পৰা মই মোৰ ভগৱানকধন্যবাদ...

অনুবাদ :ড° ৰঞ্জিত দত্ত পঢ়ক →
কবিতা আৰ্কাইভ
৩০ জুলাই, ২০২৬

বানপানী

মনালিছা শৰ্মা শূন্যৰ পৰা শূন্যলৈ যোৱা অংকটো কেৱল নিসৰ্গয়েহে জানে৷ যোগ-বিয়োগৰ ব্যাকুল জীৱনে তৎ নাপাওঁতেই সহসা জলধিয়ে বুৰাই নিয়ে কালৰ...

মনালিছা শৰ্মা পঢ়ক →
উপন্যাস আৰ্কাইভ
৩০ জুলাই, ২০২৬

চালিয়াৰ নদী : প্ৰকৃতিৰ বুকুৰ এক অনাবিল সৌন্দৰ্য আৰু ইয়াৰ সুৰক্ষাৰ সংগ্ৰাম

ড০ গৌৰী গৌতম বৰঠাকুৰ কেৰেলাৰ নাম শুনিলেই চকুৰ আগত ভাহি উঠে সেউজীয়া নাৰিকল গছ, শান্ত হ্ৰদ আৰু সৰ্পিল গতিত বৈ যোৱা ধুনীয়া নদীসমূহ। এই...

ড০ গৌৰী গৌতম বৰঠাকুৰ পঢ়ক →
উপন্যাস আৰ্কাইভ
৩০ জুলাই, ২০২৬

জলবায়ু পৰিৱৰ্তন, এল্ নিন’ আৰু অসমৰ প্ৰসংগ

দেৱজিৎ ভৰালী বৰ্তমান বিশ্বজুৰি আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু উদ্বেগজনক সমস্যাবোৰৰ ভিতৰত জলবায়ু পৰিৱৰ্তন অন্যতম৷ বিজ্ঞান আৰু প্ৰযুক্তিৰ...

দেৱজিৎ ভৰালী পঢ়ক →
শিশুজগত আৰ্কাইভ
৩০ জুলাই, ২০২৬

আপোনাৰ শিশুটি কেতিয়াবা খেলত হৰাতো কিমান প্ৰয়োজন!

ড° ইন্দ্ৰানীৰেখা শইকীয়া শিৰোনামটো দেখি আচৰিত হৈছে নেকি? হয়, আমি শিশুক কেতিয়াবা কেতিয়াবা খেলত হাৰিবলৈও দিব লাগে৷ খেল কেৱল শিশুসকলৰ...

ড° ইন্দ্ৰানীৰেখা শইকীয়া পঢ়ক →
কবিতা আৰ্কাইভ
৩০ জুলাই, ২০২৬

মলেঁয়া

দাদুল দেৱকৃষ্ণ বৰুৱা(৩০) মিষ্টাৰ ইগৰ লৰালৰিকৈ টেলিফোনটোৰ ওচৰলৈ গ'ল। ঘৰৰ নম্বৰ ডায়েল কৰি খবৰ পঠালে— তেওঁৰ চিকিৎসাৰ বেগটো সোনকালে...

দাদুল দেৱকৃষ্ণ বৰুৱা পঢ়ক →
অনুবাদ আৰ্কাইভ
২৭ জুলাই, ২০২৬

অসমীয়া জাতিৰ জাগ্ৰত প্ৰহৰীৰূপত সুধাকণ্ঠ ড° ভূপেন হাজৰিকা

জ্যোতিস্মিতা বৰা শিল্পী হৈছে এখন সমাজৰ বিবেক, এটা জাতিৰ অন্তৰাত্মা আৰু যুগৰ কণ্ঠস্বৰ৷ এই সত্যক নিজৰ সমগ্ৰ জীৱন আৰু কৰ্মৰ জৰিয়তে...

জ্যোতিস্মিতা বৰা পঢ়ক →
উপন্যাস আৰ্কাইভ
২৭ জুলাই, ২০২৬

ৰ’দে বৰষুণে ইমান যে গান

লোকনাথ গোস্বামী মন দাপোণত-২২ (১) ৭৭’ৰ বিশজুনৰ বিষ্ণু ৰাভা দিৱসঃ ১৭ জানুৱাৰিৰ সেই জ্যোতিদিৱসৰ অভূতপূৰ্ব সাফল্যৰ পিছত জুন মাহৰ বিশ...

লোকনাথ গোস্বামী পঢ়ক →
অনুবাদ আৰ্কাইভ
২৬ জুলাই, ২০২৬

দক্ষতাভিত্তিক শিক্ষা আৰু আত্মনিৰ্ভৰশীল সমাজ গঢ়ি তোলাত বিদ্যালয়ৰ ভূমিকা

নন্দিতা চক্ৰৱৰ্তী “শিক্ষা কেৱল জীৱিকা অৰ্জনৰ উপায় নহয়; শিক্ষা হৈছে জীৱন গঢ়াৰ এক নিৰন্তৰ সাধনা৷ জ্ঞানক দক্ষতালৈ আৰু দক্ষতাক কৰ্মলৈ...

নন্দিতা চক্ৰৱৰ্তী পঢ়ক →
গ্ৰন্থ আলোচনা আৰ্কাইভ
২৫ জুলাই, ২০২৬

সংগীত সাগৰৰ পাৰত এজন অসমীয়া

পুলিন কলিতা(এক) সু্প্ৰাচীন কালৰেপৰা ভাৰতবৰ্ষত সংগীতৰ সমাদৰ আছে৷ ইতিহাসে কয় যে বেদ আদিতে আছিল শ্ৰুতি৷ ইয়াৰ অৰ্থ এইবোৰ আছিল শুনিবলৈ...

পুলিন কলিতা পঢ়ক →
কবিতা আৰ্কাইভ
২৫ জুলাই, ২০২৬

লতাৰ দৰে

শান্তনু তামূলী কবিতাবোৰ লতাৰ দৰে সুবিধা পালেই কাষ চাপি আহে হাতত হাত থৈ কথা পাতিবলৈ বিচাৰে কবিতাবোৰ লতাৰ দৰে খিৰিকী খুলিলেই হালি-জালি...

শান্তনু তামূলী পঢ়ক →
কবিতা আৰ্কাইভ
২৫ জুলাই, ২০২৬

মই বুলডজাৰে কৈছোঁ

জুবিলী গগৈ নাম শুনি ভয় নাখাব নামে-কামে মই একে বুলি কয় মুখাৰ আঁৰত হেনো মুখ নাই কথা সজাবলৈ শিকা নাই চেহেৰা দেখি ভ‌য় নাখাব নিজৰ ভৰিৰে...

জুবিলী গগৈ পঢ়ক →
কবিতা আৰ্কাইভ
২৫ জুলাই, ২০২৬

গৃহহীন

গায়ত্ৰী ফুকন এবাৰ কাণ উনাই শুনিবচোন, মৃত অৰণ্যখনত কোনে বিনাই? চৰাইৰ চুবুৰী বিচাৰি কিদৰে ঘুৰি ফুৰে অঘৰী চৰাই। আপুনি-মই গালি-গালাজেৰে...

গায়ত্ৰী ফুকন পঢ়ক →
কবিতা আৰ্কাইভ
২৫ জুলাই, ২০২৬

বান

সিদ্ধাৰ্থ শংকৰ কলিতা পানীৰ কোনো জিভা নাই হয়তোবা আছিল- আমিহে শুনিবলৈ পাহৰি গ’লোঁ সময়ৰ ভাঁজে ভাঁজে ভাহি অহা সেই প্ৰাচীন পিয়াহৰ মা�...

সিদ্ধাৰ্থ শংকৰ কলিতা পঢ়ক →
ইতিহাস এষণা আৰ্কাইভ
২২ জুলাই, ২০২৬

যোৰহাট জিলাৰ জনগাঁথনি আৰু প্ৰব্ৰজনৰ ইতিহাস

ড° ৰক্তিম ৰঞ্জন শ‍ইকীয়া যোৰহাট জিলাৰ জনগাঁথনি আৰু প্ৰব্ৰজনৰ ইতিহাসৰ ওপৰত আলোচনা কৰিবলৈ যোৱাটো এক প্ৰকাৰে দুঃসাহস বুলিবই পাৰি৷ এই...

ড° ৰক্তিম ৰঞ্জন শ‍ইকীয়া পঢ়ক →
শিশুজগত আৰ্কাইভ
১ জুলাই, ২০২৬

ফুল আৰু পখিলা

নিৰু দত্ত লাহি-পাহি পখিলাই ফুলক সুধিলে, ৰংবোৰ তোমাক বাৰু কোনে সানি দিলে ? কথা শুনি ফুল মৰমতে পমিলে, জাক জাক পখিলা জিকমিক পাখি ৰেণু...

নিৰু দত্ত পঢ়ক →
কাৰ্টুন আৰ্কাইভ
১ জুলাই, ২০২৬

অঁ, সময়ত

নিতুপৰ্ণ ৰাজবংশী...

নিতুপৰ্ণ ৰাজবংশী পঢ়ক →