৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

অসমীয়া আৰু ইংৰাজী সন্ধান (Search Archive)

অন্যযুগৰ সমগ্ৰ প্ৰবন্ধ, কবিতা, গল্প আৰু ঐতিহাসিক সংগ্ৰহালয়ৰ ভিতৰত সন্ধান কৰক।

মুঠ ৩০৩৭ টা ফলাফল
পৃষ্ঠা ৪ / ১২৭ (প্ৰদৰ্শন: ২৪ টা)
শিশু সাহিত্য আৰ্কাইভ
২৭ ছেপ্টেম্বৰ, ২০২৬

যোগাযোগ দক্ষতা (Communication Skills) : কেৰিয়াৰৰ এক শক্তিশালী আধাৰ

ড° বুলজিৎ বুঢ়াগোহাঁই আজিৰ প্ৰতিযোগিতামূলক কেৰিয়াৰ জগতখনত কেৱল ভাল নম্বৰ, শৈক্ষিক অৰ্হতা বা কাৰিকৰী জ্ঞান থকাটোৱেই সফলতাৰ নিশ্চয়তা...

ড°বুলজিৎ বুঢ়াগোহাঁই পঢ়ক →
কবিতা আৰ্কাইভ
২৪ ছেপ্টেম্বৰ, ২০২৬

দিখৌৰ কি দোষ কি দোষ দিখৌৰ

মানসী গগৈ এডিঙি পানী একঁকাল বোকা পোত গ’ল ৰং-তুলিকা দিখৌপৰীয়াৰ দুৰ্দশাৰ ছবি কেনেকৈ আঁকিবা আছে দুডৰা খেতি-মাটি সৰুকৈ এখন বাৰী গোটাই লৈছে...

মানসী গগৈ পঢ়ক →
কবিতা আৰ্কাইভ
২৪ ছেপ্টেম্বৰ, ২০২৬

বিদূৰণ

ৰঞ্জুমণি মহন্ত কতবাৰ যেহাতত হাত থলোঁওঁঠত ওঁঠ নাম দিলোঁ-ভাল, বেয়াউমাল কিম্বা শীতল বুকুত কঢ়িয়ালোঁতৃষ্ণাৰ্ত চাতকৰ ব্যাকুলতাএধানি স্পৰ্শৰ...

ৰঞ্জুমণি মহন্ত পঢ়ক →
গল্প আৰ্কাইভ
২৩ ছেপ্টেম্বৰ, ২০২৬

বুভুক্ষা

জিণ্টু দত্ত পূৰ্ণিমাৰ তেতিয়ালৈ গাটো বেয়া লাগিবলৈ আৰম্ভ কৰিছিল ৷ ধুই থকা ডিচ্‌কেইখন বাল্টিটোৰ ওচৰতে থৈ তাই টিউবৱেলটোৰ গাটোতে হাতেৰে...

জিণ্টু দত্ত পঢ়ক →
কবিতা আৰ্কাইভ
২২ ছেপ্টেম্বৰ, ২০২৬

ছিৰিয়াৰ মুছলমান শিশুবোৰ

মূল হিন্দী : বিহাগ বৈভৱ অনুবাদ: কবিতা কৰ্মকাৰ আল্লাৰ বাগিচাত চোতালে চোতালে সিহঁত দৌৰি থাকিব লাগিছিল কিন্তু বোমা বিস্ফোৰণত বিধ্বস্ত পথ�...

অনুবাদ: কবিতা কৰ্মকাৰ পঢ়ক →
উপন্যাস আৰ্কাইভ
২২ ছেপ্টেম্বৰ, ২০২৬

কবিপুৰাণ : ব্ৰেণ্ডেড-নন-ব্ৰেণ্ডেড ইত্যাদি

বেদান্ত নাথ ১ জ্যোতিয়ে কবিতা লিখে৷ আমাৰ প্ৰতিষ্ঠানটোতে কাম কৰে জ্যোতিয়ে৷ মাজে-মাজে ফেচবুকত কবিতা লিখা দেখা পাওঁ৷ তথাপিও কবিতাৰ কিতাপ...

বেদান্ত নাথ পঢ়ক →
গল্প আৰ্কাইভ
২১ ছেপ্টেম্বৰ, ২০২৬

এটা অৰ্ধমৃত তৰাৰ কাহিনী

জ্ঞানশ্ৰী শইকীয়া আই চি ইউ ৰ সন্মুখত লিখি থোৱা নিদেৰ্শনা অনুসৰি ম‌ই এপ্ৰ’ন এটা গাত সোমোৱাই ল’লো৷ পিন্ধি থকা চেণ্ডেলযোৰৰ সলনি ৰেকত সজাই...

জ্ঞানশ্ৰী শইকীয়া পঢ়ক →
শিশু সাহিত্য আৰ্কাইভ
২১ ছেপ্টেম্বৰ, ২০২৬

হাৱা ভাল চলা নাই: পাঠ-প্ৰতিপাঠ

অসীম কুমাৰ হাজৰিকা স্বনামধন্য গল্পকাৰ বিপুল খাটনিয়াৰৰ গল্পৰ পাঠ-প্ৰতিপাঠ কৰোঁতে কেতিয়াবা বুকুৰ এচুকত ধূলিয়ৰি আকাশৰ এজাক বিষণ্ণ হাৱাই...

অসীম কুমাৰ হাজৰিকা পঢ়ক →
কবিতা আৰ্কাইভ
২১ ছেপ্টেম্বৰ, ২০২৬

নেপালীখুঁটিৰ চিঞৰটো

নিৰোদ গোহাঁই আৰু কিছুমান ঘটনা ঘটিবলৈ বাকী আছে নঘটা আগতে বাটতে ৰৈ ভাবোতে গছ এজোপাই মোলৈ চাই হাঁহি আছিল আমৰলি এজনীয়ে কামূৰি দিছিল হেৰাই...

নিৰোদ গোহাঁই পঢ়ক →
কবিতা আৰ্কাইভ
২১ ছেপ্টেম্বৰ, ২০২৬

বানপাহাৰ

মানস প্ৰতিম দত্ত এদিন পাহাৰখন ভবাতকৈ ওখ হৈছিল ওখ হৈছিল নদীৰ ঢৌ৷ গছতকৈ ওখ যদিও নহয় - পাহাৰ ভোকতকৈ বহল যদিও হয় - ভোগ তথাপিও ভোকত ডুবে...

মানস প্ৰতিম দত্ত পঢ়ক →
প্ৰবন্ধ আৰ্কাইভ
২১ ছেপ্টেম্বৰ, ২০২৬

সাহিত্য আৰু ভাষা

হৰেকৃষ্ণ ডেকা সাহিত্য অধ্যয়ন গভীৰ অৰ্থত ভাষাৰো অধ্যয়ন৷ সাহিত্য কেৱল ভাষাত ৰচিত এবিধ বস্তু নহয়; ই এনে এক ক্ষেত্ৰ, য’ত এটা ভাষাই নিজৰ...

হৰেকৃষ্ণ ডেকা পঢ়ক →
কবিতা আৰ্কাইভ
২১ ছেপ্টেম্বৰ, ২০২৬

বুকুত কঢ়িয়াই ফুৰোঁ জোনাক

গীতুমণি তালুকদাৰ বাট চাই থাকোঁ সেই দিনটোৰ বাবে যিদিনা এজনৰ বুকুৰ পোহৰ নিঃশব্দে গৈ আনজনৰ বুকু পোহৰাই তুলিব আৰু এন্ধাৰে নিজৰ ভিতৰতে...

গীতুমণি তালুকদাৰ পঢ়ক →
কবিতা আৰ্কাইভ
২১ ছেপ্টেম্বৰ, ২০২৬

ভ্ৰমণৰ টুকুৰা ছবি

অংগনা চৌধুৰী (১) আমাৰ বিমানখন সেইসময়ত মেঘৰ মাজেৰে উৰা মাৰিছিল মুম্বাইৰ পৰা মলডিভছ্‌লৈ৷ আনন্দ আৰু উৎকণ্ঠাত মন উগুল-থুগুল৷ নিৰ্দিষ্ট...

অংগনা চৌধুৰী পঢ়ক →
উপন্যাস আৰ্কাইভ
১৬ ছেপ্টেম্বৰ, ২০২৬

ৰদে বৰষুণে ইমান যে গান

লোকনাথ গোস্বামী মন-দাপোণ-২৪ (১) ‘অঙ্গীকাৰ’ আলোচনী আৰু হেমাঙ্গ বিশ্বাস কলকাতাৰ পৰা ঘূৰি অহাৰ পিছদিনাই মোৰ কোৱাৰ্টাৰলৈ বন্ধু-বান্ধৱবিলাক...

লোকনাথ গোস্বামী পঢ়ক →
কবিতা আৰ্কাইভ
১৬ ছেপ্টেম্বৰ, ২০২৬

ভ্ৰমিত সময়

উদয় কুমাৰ বৰুৱা মন যোৱাটো আৰু মন নোযোৱাটো মনৰেই কথা মনে আমাক নিয়ন্ত্ৰণ কৰে নে আমি মনক নিয়ন্ত্ৰণ কৰোঁ এনে প্ৰশ্নৰ অৱতাৰণা কৰি পাৰ...

উদয়কুমাৰ বৰুৱা পঢ়ক →
উপন্যাস আৰ্কাইভ
১৬ ছেপ্টেম্বৰ, ২০২৬

ঈশান

অমৃতজ্যোতি মহন্তএক দেৱালঘড়ীটোত পাঁচ বাজি যোৱাটো মন কৰি ‘ৰজনী মেমে’ ক’লে- “অ’কে দেন৷” তাৰমানে আজিলৈ ছুটী৷ সি সদায় মেমৰ এই বাক্যটোলৈ...

অমৃতজ্যোতি মহন্ত পঢ়ক →
গল্প আৰ্কাইভ
৫ ছেপ্টেম্বৰ, ২০২৬

ভ্ৰমৰ

আকাশ দীপ্ত ঠাকুৰ ‘‘খোলা আকাশত বা পাতল ডাৱৰৰ মাজত হোৱা উজ্জ্বল পোহৰৰ চমক–সেইটোকে ৰ’দৰ বিজুলী বুলি কয়৷ বুজিলানে বাৰু?’’ শইকীয়া ছাৰে ম...

আকাশ দীপ্ত ঠাকুৰ পঢ়ক →
প্ৰবন্ধ আৰ্কাইভ
১ ছেপ্টেম্বৰ, ২০২৬

“কামতাপুৰ আন্দোলন” article-september-2026

অৰ্ধেন্দু নাৰায়ণ দেৱ বৰ্তমান সময়ত অসমৰ এক জ্বলন্ত সমস্যা হৈছে কামতাপুৰ আন্দোলন৷ সময়ে সময়ে এই আন্দোলনৰ জুয়ে অসমৰ পৰিৱেশ উতলাই...

অৰ্ধেন্দু নাৰায়ণ দেৱ পঢ়ক →
শিশু সাহিত্য আৰ্কাইভ
১ ছেপ্টেম্বৰ, ২০২৬

ৰূপ-বৰ্ণৰ দৰ্শন আৰু বৰ্ণন

ড০ মৃদুল শৰ্মাসুমথিৰা ৰঙৰ কেনভাছ : ড০ অৰ্চনা দেৱীপ্ৰকাশক : দেৱজিত শৰ্মা, উপাসা প্ৰকাশন, শিৱসাগৰ। প্ৰথম প্ৰকাশ : ছেপ্তেম্বৰ, ২০২৪ চন...

সম্পাদকীয় আৰ্কাইভ
৩১ আগষ্ট, ২০২৬

বাটৰে শেষতে

পঙ্কজ প্ৰতিম বৰদলৈ অসমৰ যুৱপ্ৰজন্মৰ মাজত ড্ৰাগছৰ পয়োভৰ আৰু শেহতীয়াকৈ যোৰহাটত সংঘটিত ড্ৰাগছজনিত মৃত্যুৰ ঘটনাই পুনৰ এবাৰ আমাক গভীৰভাৱে...

পংকজ প্ৰতিম বৰদলৈ পঢ়ক →
কবিতা আৰ্কাইভ
৩১ আগষ্ট, ২০২৬

নাৰী : সৃষ্টিৰ কঠিয়াতলি নে ভোগৰ সামগ্ৰী?

নন্দিতা চক্ৰৱৰ্তী মানুহে যেতিয়ালৈকে প্ৰকৃতিৰ ৰাজ্যত বাস কৰিছিল তেতিয়ালৈকে ধৰ্মৰ উৎপত্তি হোৱা নাছিল আৰু পুৰুষ নাৰীৰ মাজত কোনো...

নন্দিতা চক্ৰৱৰ্তী পঢ়ক →
উপন্যাস আৰ্কাইভ
৩১ আগষ্ট, ২০২৬

দুখে কেওড়া

মূল : ৰামকুমাৰ মুখোপাধ্যায় অনুবাদ : কুমুদ ঘোষ আৰু সতে্যন চৌধুৰী ৰাজনীতি বিশেষ্য,...

কুমুদ ঘোষ, সত্যেন চৌধুৰী পঢ়ক →
গল্প আৰ্কাইভ
৩১ আগষ্ট, ২০২৬

দেৱব্ৰত দাসৰ গল্প

ড॰ অসীম চুতীয়া অসমীয়া আধুনিক গল্পসাহিত্যত যিসকল গল্পকাৰে বিষয়বস্তু, কথনভংগী আৰু জীৱনবোধৰ ক্ষেত্ৰত নতুন দিশ মুকলি কৰিছিল৷ সেই...

ড° অসীম চুতীয়া পঢ়ক →
প্ৰবন্ধ আৰ্কাইভ
৩১ আগষ্ট, ২০২৬

অঁ, সময়ত

নিতুপৰ্ণ ৰাজবংশী...

অন্যযুগ সাহিত্য পৰিষদ পঢ়ক →