সম্পাদকীয় আৰ্কাইভ ৩১ আগষ্ট, ২০২৬ নদীয়ে পথাৰক বলাৎকাৰ কৰে জানো ? কবি নৱকান্ত বৰুৱাৰ জন্মৰ শততম এই বছৰটোত (২৯ ডিচেম্বৰ ১৯২৬–১৪ জুলাই ২০০২) আমাৰ আশ-পাশৰ ঘটনাৱলীয়ে কবিতাৰ মাজেদি মানুহৰ ভৱিতব্য সম্পৰ্কে... অন্যযুগ সাহিত্য পৰিষদ পঢ়ক →
কবিতা আৰ্কাইভ ৩১ আগষ্ট, ২০২৬ মুখস্থ বিদ্যাৰ বন্ধনৰ পৰা উদ্ভাৱনী চেতনালৈ মৃগাংক জ্যোতি বৰুৱা ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি এ. পি. জে. আব্দুল কালামে তেওঁৰ বহুপঠিত গ্ৰন্থ Wings of Fire-ত উল্লেখ কৰা এফাঁকি কবিতাই... মৃগাংক জ্যোতি বৰুৱা পঢ়ক →
কবিতা আৰ্কাইভ ৩১ আগষ্ট, ২০২৬ মাক-কথা : Unfolded Stories of a Mother ৰত্নোত্তমা দাস বিক্ৰমপ্ৰথমাংশ, দশম অধ্যায়দুটা কলিজাৰ ঢুক্-ঢুক্ এক/ কোমল টোকৰটো বাঢ়ি গৈ গৈ… তাৰিখটো মই লিখি ৰাখিছিলোঁ, পোন্ধৰ আগষ্ট... ৰত্নোত্তমা দাস বিক্ৰম পঢ়ক →
কবিতা আৰ্কাইভ ৩১ আগষ্ট, ২০২৬ মৃত্যু-আকাংক্ষা সূতপুত্ৰ ৰাধেয় কস্তুৰী কাঁচি জোনবোৰৰ মেলা বহিছে এটেকামাৰ ডাৱৰহীন ৰাতিত শিলৰ পৰা জঁপিয়াইছে ইকেৰাছে উৰিবলৈ গঢ়ি মমৰ পাখি হাৰ্বাৰ্ট আৰু... সূতপুত্ৰ ৰাধেয় পঢ়ক →
কবিতা আৰ্কাইভ ৩০ আগষ্ট, ২০২৬ গাঁওবোৰ বুকুত সাবটি নৈখন বৈ যায় অৰুণ গগৈ পকনীয়াত পাক খাই পানীৰ ঢৌৱে ওৰে ৰাতি গাঁওবোৰ গিলি গ’ল পানীত তিতি তিতি সপোনবোৰ ভাহি গ’ল বুঢ়া হোৱা ... অৰুণ গগৈ পঢ়ক →
গল্প আৰ্কাইভ ৩০ আগষ্ট, ২০২৬ নাথিং কেন ষ্টপ য়ু ময়ূৰী কাকতি হাৰুকি মুৰাকামিৰ ভূমিকম্পৰ পৰা দেশ উদ্ধাৰ কৰিবলৈ অহা বেঙটোৰ দৰেই মাজে মাজে সপোন একোটা আহি মোৰ নিস্তেজ হ’বলৈ গৈ থকা প্ৰচণ্ড... ময়ূৰী কাকতি পঢ়ক →
শিশু সাহিত্য আৰ্কাইভ ৩০ আগষ্ট, ২০২৬ অকণিৰ লেখা মোৰ গৰম বন্ধ এইবাৰ মই প্ৰথমে স্কুলৰ প্ৰজেক্টবোৰ কৰি ল’লোঁ৷ তাৰ পাছত অৰুণাচল প্ৰদেশৰ পাচিঘাটলৈ ফুৰিবলৈ গ’লোঁ৷ ঘৰলৈ আহি কেনভাছ আৰু বেগ�... আৰাধ্যা শুভলক্ষ্মী পঢ়ক →
শিশু সাহিত্য আৰ্কাইভ ৩০ আগষ্ট, ২০২৬ আঘাতৰ সিটো পাৰে : শাৰীৰিক খেল আৰু প্ৰত্যাহ্বানপূৰ্ণ খেলৰ প্ৰয়োজনীয়তা ড° ইন্দ্ৰানীৰেখা শইকীয়া দৃশ্য এক : এটা শিশুৱে পূৰ্ণ গতিত দৌৰি আছে, আন এটাই তাক ধৰিবলৈ চেষ্টা কৰিছে, কোনোবা এজন আনজনৰ ওপৰত পৰি গৈছে... ড° ইন্দ্ৰানীৰেখা শইকীয়া পঢ়ক →
উপন্যাস আৰ্কাইভ ৩০ আগষ্ট, ২০২৬ ফটাচোলাৰ ৰং (পূৰ্ণাংগ নাটক)নাট্যকাৰ – ড০ জ্যোতি প্ৰসাদ শইকীয়া দ্বাদশ দৃশ্য [মঞ্চ মুকলি হোৱাৰ লগে লগে লীয়ে ইফালৰ পৰা সিফাললৈ অহা-যোৱা কৰি থাকে৷... ড° জ্যোতিপ্ৰসাদ শইকীয়া পঢ়ক →
কবিতা আৰ্কাইভ ২৯ আগষ্ট, ২০২৬ অভিপ্ৰায় মূল : চিচিলিয়া মেইৰেলেছ, ব্ৰাজিলঅনুবাদ : ড°ৰঞ্জিত দত্তমই গীত গাওঁ কাৰণমুহূৰ্তবোৰৰ অস্থিত্ব আছে আৰু পূৰ্ণতা লাভ কৰিছে মোৰ জীৱনে।মই... অনুবাদ :ড° ৰঞ্জিত দত্ত পঢ়ক →
প্ৰবন্ধ আৰ্কাইভ ২৮ আগষ্ট, ২০২৬ গণিতৰ লোকাচিয়ান অধ্যাপক ড০ প্ৰিয় দেৱ গোস্বামী পৃথিৱীৰ অনেক বিশ্ববিদ্যালয়ে বিভিন্ন বিষয়ত উচ্চ পৰ্যায়ৰ গৱেষণাৰ তথা জ্ঞান প্ৰসাৰৰ বাবে বিশেষ কিছুমান আসন... ড০ প্ৰিয় দেৱ গোস্বামী পঢ়ক →
প্ৰবন্ধ আৰ্কাইভ ২৬ আগষ্ট, ২০২৬ উত্তৰ-আধুনিকতাৰ আলোকত দেৱব্ৰত দাসৰ ‘অৰ্পিতাৰ এৰাতি’ : এক সামগ্ৰিক মূল্যায়ন হিৰণ্য কুমাৰ বৰা &... হিৰণ্য কুমাৰ বৰা পঢ়ক →
গল্প আৰ্কাইভ ২৬ আগষ্ট, ২০২৬ তৌৰ্যত্ৰিক প্ৰিয়ানুজ কলিতা ফন ডেৰ কাচেৰ্নে, ফ’ৰ ডেম গ্ৰোচেন ট’ৰ, ষ্টাণ্ড এইন লাণ্টেৰ্নে, উণ্ড ষ্টেট চি নোখ ডাভ’ৰ, চো ওলেন ৱিৰ উন্স ডা... প্ৰিয়ানুজ কলিতা পঢ়ক →
কবিতা আৰ্কাইভ ২৬ আগষ্ট, ২০২৬ অসমৰ লিডুৰ পৰা মহাচীনৰ কুনমিঙলৈ– ‘ষ্টিলৱেল ৰ’ড’ৰ ৰোমাঞ্চকৰ কাহিনী : অমৃত গোস্বামী মোৰ বন্ধু, প্ৰখ্যাত চিত্ৰশিল্পী শ্ৰী চম্পক বৰবৰা ডাঙৰীয়াই সিদিনা কথা প্ৰসঙ্গত মোক জুৰী বৰা বৰগোহাঞি ডাঙৰীয়ানীৰ... অমৃত গোস্বামী পঢ়ক →
কবিতা আৰ্কাইভ ২৬ আগষ্ট, ২০২৬ অপৰাজেয় অৰ্জুন ভোগেশ্বৰ বৰুৱা : সততা আৰু সাধনাৰে সুন্দৰ এক প্ৰেৰণাময় ব্যক্তিত্ব অংকুৰণ আৰ্ফ জয়সাগৰ পুখুৰীৰ পাৰৰ জোনাক নামতিৰ পৰা শিৱসাগৰ নগৰলৈ প্ৰায় পোন্ধৰ কিলোমিটাৰ বাট৷ বাইকেৰে যাওঁ৷ মাজতে পাই যাওঁ জেৰেঙা;... অংকুৰণ আৰ্ফ পঢ়ক →
কবিতা আৰ্কাইভ ২৬ আগষ্ট, ২০২৬ তুমিহীনতা ধন দাসকি এক অদ্ভুত নিচাএই যে তুমিহীনতা সৰল ৰেখা এডাল হ'ব নোৱাৰে পথ সময়ক কটাই থাকিব নোৱাৰি এনেয়েঠিক তেতিয়াই তুমি পথৰুৱা মালিতা এটা হৈ... ধন দাস পঢ়ক →
শিশু সাহিত্য আৰ্কাইভ ২৬ আগষ্ট, ২০২৬ ভাৰতীয় উদ্যমিতা প্ৰতিষ্ঠান (আইআইই), গুৱাহাটী: প্ৰশিক্ষণ আৰু কেৰিয়াৰ গঢ়াৰ সুযোগ ড° বুলজিৎ বুঢ়াগোহাঁই বৰ্তমান সময়ত কেৰিয়াৰ গঢ়াৰ সুযোগ কেৱল চৰকাৰী বা ব্যক্তিগত চাকৰিৰ মাজতে সীমাবদ্ধ নহয়৷ দক্ষতা, সৃষ্টিশীলতা... ড°বুলজিৎ বুঢ়াগোহাঁই পঢ়ক →
কবিতা আৰ্কাইভ ২৫ আগষ্ট, ২০২৬ বনে-বিৰিখে মধুমিতা মহন কিছু দিনৰ আগেয়ে কাণ বাগৰি অহা গানবোৰ আমাৰ চোতাল জুৰি বিৰবিৰাই আছিলেহি চাবলৈ ভাল আছিল উঠা নমা কৰি থকা বৃষ্টিৰে পৰিপূৰ্ণ... মধুমিতা মহন পঢ়ক →
কবিতা আৰ্কাইভ ২৫ আগষ্ট, ২০২৬ জীৱন-সংগীত ড০ ৰাস্না ৰাজখোৱা বিশ্বাস কৰা নে নকৰাঁ নাজানো আতঁৰি যোৱাৰ কথা নাছিল আকাংক্ষা আৰু উৎকণ্ঠাই হাতত ধৰি লাহে লাহে লৈ গৈছিল নিলগলৈ...... ড০ ৰাস্না ৰাজখোৱা পঢ়ক →
কবিতা আৰ্কাইভ ২৫ আগষ্ট, ২০২৬ ভালপোৱা অথবা পথাৰ বিষয়ক মানস প্ৰতিম দত্ত শালি খেতিৰ বন-বাত নিৰাই জোনটোৱে খণ্টিখন ক’ত বা গুজিছে বিন্ধাই ভাঙি ছিঙি শেষ কৰিব পাৰেনে ভোকৰ ভাত মোৱা মাছৰ চিতিপনি... মানস প্ৰতিম দত্ত পঢ়ক →
কবিতা আৰ্কাইভ ২৫ আগষ্ট, ২০২৬ সাহসী এজন হৰেকৃষ্ণ ডেকা তেওঁলোকে কয় মেৰুৰ ঘূৰ্ণীবতাহ প্ৰৱল হৈ পৰিছে। কিছু অশান্ত বতাহ তাৰ পৰা ওলাই আহিছে। বতাহজাক গৃহহীন আৰু ক্ৰুদ্ধ আৰু সিহঁতৰ... হৰেকৃষ্ণ ডেকা পঢ়ক →
কবিতা আৰ্কাইভ ২৫ আগষ্ট, ২০২৬ অতিক্ৰমণ প্ৰজ্ঞান প্ৰতিম শৰ্মা সূৰ্য্যস্নাতা দুখন নৈৰ দোমোজাৰ আন্ধাৰত থিয় হওঁ৷ মোৰ চকুৰ মণি ছেদ কৰি পাৰ হৈ যায় নীড়মুখী বগলীৰ জাক৷ লাহে লাহে... প্ৰজ্ঞান প্ৰতিম শৰ্মা পঢ়ক →
কবিতা আৰ্কাইভ ২৫ আগষ্ট, ২০২৬ এজাক পোহৰ গিলা কীট হেমচন্দ্ৰ কছাৰী অণ্ডকোষত মাইক্ৰ’প্লাষ্টিকৰ ভৰ শূন্য এটাৰ কিৰিলিত নিদ্ৰা সৰিছে সপোন ভাগিছে নিদ্ৰাহীনতা মানেই কেৱল তগৰ-জবা অথবা... হেমচন্দ্ৰ কছাৰী পঢ়ক →
কবিতা আৰ্কাইভ ২৫ আগষ্ট, ২০২৬ কথা মাধুৰী সন্দিকৈ জুই-পানী নিষেধত নেটৱৰ্ক বগাই অহা কথা মনে মনে থাকিব পৰা বুধিয়কৰ নানান অসুবিধাৰ সুবিধাজনক কথা কামুৰিবলৈ অহা বৰল মানেই... মাধুৰী সন্দিকৈ পঢ়ক →