গল্প আৰ্কাইভ ২৩ অক্টোবৰ, ২০২৬ সৰ্বে ভৱন্তু সুখীনঃ ড০ পল্লৱী গোস্বামী একৈছ বছৰৰ পাছতো, ভিজা মাটি আৰু তগৰফুলৰ সেই চিনা-জনা গোন্ধটোৱে মোক পোনছাটেই ঘূৰাই লৈ যায় মোৰ ন বছৰ বয়সৰ সেই গ্ৰীষ্মৰ... ড০ পল্লৱী গোস্বামী পঢ়ক →
গল্প আৰ্কাইভ ২১ অক্টোবৰ, ২০২৬ সাপৰ মাংস পাপৰি গোস্বামী সেই সময়ত বিদেশী খেদা আন্দোলন শেষ হৈছিল। নতুনকৈ গঠন হোৱা ৰাজনৈতিক দলটোৱে অসমত চৰকাৰ গঠন কৰিছিল। দেৱালবোৰত কেৱল হাতীৰ ছবি... পাপৰি গোস্বামী পঢ়ক →
গল্প আৰ্কাইভ ২১ অক্টোবৰ, ২০২৬ বুঢ়া ডাঙৰীয়াৰ গাঁও বেদান্ত নাথ নদীৰ সিপাৰে এটা বৃহৎ টাপু৷ কাজিৰঙাৰ সংলগ্ন অঞ্চল হোৱাৰ বাবেই বনৰীয়া গাহৰি, হাতী, শহাপহু, সুগৰী পহু, আৰু মাজে মাজে বাঘে তহল... বেদান্ত নাথ পঢ়ক →
কবিতা আৰ্কাইভ ২১ অক্টোবৰ, ২০২৬ আকাশ দীপ্ত ঠাকুৰৰ 'বন্দীশাল' জুৰি গোস্বামী শৰ্মা মননশীল উপন্যাসসমূহৰ ভিতৰত আকাশ দীপ্ত ঠাকুৰৰ উপন্যাস “বন্দীশাল” পঢ়ি অতিকৈ ভাল লাগিল৷ সহজ-সৰল ভাষাৰ প্ৰয়োগে... জুৰি গোস্বামী শৰ্মা পঢ়ক →
প্ৰবন্ধ আৰ্কাইভ ২০ অক্টোবৰ, ২০২৬ “বুঢ়ী আইৰ সাধু”ৰ পাতনি, বেজবৰুৱা দেৱৰ জাতি প্ৰেমৰ এক দলিল! mukali-mancha-bipul-sarma-november-2026 বিপুল শৰ্মা “স্বদেশ আৰু স্বজাতিৰ মঙ্গল মন্দিৰৰ সিংহদুৱাৰ মাতৃভাষা বুলি দৃঢ়তাৰে চিঞৰি যোৱা সাহিত্যচাৰ্য লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ “বুঢ়ী... অন্যযুগ সাহিত্য পৰিষদ পঢ়ক →
কবিতা আৰ্কাইভ ২০ অক্টোবৰ, ২০২৬ শীতকালৰ বিশেষ বাজনাখন― ধুনীৱলাৰ স্মৃতিকাতৰ কাহিনী অমৃত গোস্বামী প্ৰত্যেক বছৰেই আহিন-কাতি মাহ সোমোৱাৰ পৰা আৰম্ভ কৰি গোটেই শীতকালৰ সময়চোৱা বিশেষ বাজনা এখনৰ ধ্বনি নগৰে-চহৰে, বাটে-ঘাটে... অমৃত গোস্ৱামী পঢ়ক →
কবিতা আৰ্কাইভ ২০ অক্টোবৰ, ২০২৬ “মাহীআইৰ দৃষ্টি” আৰু আমাৰ মানসিকতা ৰাতুল মহন্ত সাধুকথাসমূহ চহা জীৱনৰ অমূল্য সম্পদ৷ পৃথিৱীৰ প্ৰায় সকলো জাতি-জনগোষ্ঠীৰ মাজতে সাধুকথা প্ৰচলিত৷ এই সাধুসমূহে একো একোটা জাতি... ৰাতুল মহন্ত পঢ়ক →
কবিতা আৰ্কাইভ ১৯ অক্টোবৰ, ২০২৬ স্বগতোক্তি পৰাগজ্যোতি মহন্ত কিদৰে বুজাওঁ নিজকে কিমান যে অসহজ এই কথা অন্তৰাত্মাৰে ভেটাভেটি ভিতৰৰ ন্যায়াধীশেৰে তুমুল বোধ-বিলাপ তামস তীৰত সৌৱা সমুখ�... পৰাগজ্যোতি মহন্ত পঢ়ক →
কবিতা আৰ্কাইভ ১৯ অক্টোবৰ, ২০২৬ ভোক অৰূপজ্যোতি হাজৰিকা য’লৈকে যাওঁ ত’তে দেখা পাওঁ ভোকৰ তাড়নাত পৰি থকা ঈশ্বৰৰ অভিশাপ ভোক ছলনাময়ী ভোক মমতাবিহীন কোনোবাই কিনি আনে ভোক... অৰূপজ্যোতি হাজৰিকা পঢ়ক →
কবিতা আৰ্কাইভ ১৯ অক্টোবৰ, ২০২৬ কবিতাৰ বৰ্তমান-বৰ্তমানৰ কবিতা: ‘হাকুটি সম্ৰাট’ হেমন্ত ডেকা কবি ধীমান বৰ্মনৰ ‘হাকুটি সম্ৰাট’ (২০২৫)ত সন্নিৱিষ্ট কবিতাৰ সংখ্যা সীমিত৷ সৰ্বমুঠ ৩৯ টা কবিতা সন্নিৱিষ্ট হৈছে এই সংকলনটিত৷... হেমন্ত ডেকা পঢ়ক →
কবিতা আৰ্কাইভ ১৬ অক্টোবৰ, ২০২৬ সোৱণ ডঁৰিকণা সিদ্ধাৰ্থ শংকৰ কলিতা বৈ যোৱা পানীখিনিত ৰূপোৱালী পোহৰৰ ভমক তুমি নৈৰ বুকুত সাঁতুৰি ফুৰা এটা সোণোৱালী চমক চঞ্চল পোহৰৰ মাজত নাচি উঠে সোৱণ... সিদ্ধাৰ্থ শংকৰ কলিতা পঢ়ক →
কবিতা আৰ্কাইভ ১৬ অক্টোবৰ, ২০২৬ সিহঁত বাব্লু প্ৰসাদ বৰুৱা সিহঁতে খেদিলে ফুলি থকা সূৰ্যমুখী ফুলবোৰৰ উজ্জ্বল নীৰৱতা সিহঁতে ল’ৰা-ছোৱালীহঁতৰ ওঁঠৰ হেঙুলীয়াখিনি কাঢ়িলে সিহঁতেৰ... বাব্লু প্ৰসাদ বৰুৱা পঢ়ক →
কবিতা আৰ্কাইভ ১৬ অক্টোবৰ, ২০২৬ শিল হোৱাৰ মন্ত্ৰ কাব্যশ্ৰী বৰুৱা ওঁহো তাৰ পাছত আৰু… মোৰ প্ৰেমত পৰিবৰ মন নগ’ল ইমান যে ভাগৰ! ইমান যে হ’ব লাগে কাতৰ!! শাওন, ফাগুন, আহিন বাৰে বাৰে আহিল মই... কাব্যশ্ৰী বৰুৱা পঢ়ক →
গল্প আৰ্কাইভ ১৬ অক্টোবৰ, ২০২৬ অস্তাৰ নীলোৎপল বৰুৱাপ্ৰতি সন্ধ্যা, প্ৰায় প্ৰতিসন্ধ্যা...কিমান বছৰ ধৰি তম্বুটোৰ সেই অংশটোত বহি আহিছে মলিন পাম৷ ৰং যোৱা গাঢ় সেউজীয়া ৰঙৰ... নীলোৎপল বৰুৱা পঢ়ক →
উপন্যাস আৰ্কাইভ ১৬ অক্টোবৰ, ২০২৬ অস্তমিত সূৰুযৰ অন্বেষণত স্পন্দন সমীৰ তৃতীয় অধ্যায় নীৰেণ বৰুৱা ছাৰৰ ঘৰৰ পৰা বিদায় লৈ ঘূৰি আহোঁতে সিদিনা ৰাতি প্ৰায় এঘাৰটামান বাজিছিল৷ কুঁৱলীয়ে ঢকা ডিব্ৰুগড়... স্পন্দন সমীৰ পঢ়ক →
উপন্যাস আৰ্কাইভ ১৫ অক্টোবৰ, ২০২৬ ৰদে বৰষুণে ইমান যে গান লোকনাথ গোস্বামীমন-দাপোণ-২৫ (১) নামৰূপত শংকৰজন্মোৎসৱঃ নামৰূপ উদ্যোগনগৰীত আমি প্ৰথম যোৱাৰ সময়ত দেখিছিলো তাত হাইস্কুল(পাছলৈ হায়াৰ... লোকনাথ গোস্বামী পঢ়ক →
শিশু সাহিত্য আৰ্কাইভ ১৫ অক্টোবৰ, ২০২৬ একবিংশ শতিকাত সংস্কৃত অধ্যয়ন : কেৰিয়াৰৰ নতুন সম্ভাৱনা আৰু কৰ্মসংস্থাপনৰ সুযোগ ড° বুলজিৎ বুঢ়াগোহাঁই একবিংশ শতিকাৰ পৃথিৱীখন দ্ৰুত পৰিৱৰ্তনৰ মাজেৰে আগবাঢ়িছে৷ কৃত্ৰিম বুদ্ধিমত্তা, তথ্য-প্ৰযুক্তি, ডিজিটেল অৰ্থনীতি... ড°বুলজিৎ বুঢ়াগোহাঁই পঢ়ক →
কবিতা আৰ্কাইভ ১ অক্টোবৰ, ২০২৬ আই গায়ত্ৰী দেৱী বৰঠাকুৰ ধায়ে তোৰ-মোৰ নাই কটাৰ দিন ধৰি আই মই তোৰ হ’ব পৰা নাই মোৰ কৰি ল’ব পৰা নাই তোৰ চকুলো অথবা তোৰ সমস্ত দুখ&n... গায়ত্ৰী দেৱী বৰঠাকুৰ পঢ়ক →
কবিতা আৰ্কাইভ ১ অক্টোবৰ, ২০২৬ চাৰিটা কবিতা প্ৰাণজিৎ মহন্ত ১ গ্ৰীষ্মৰ আধাদিন বৰষুণতেই যায় আমি গম নোপোৱাকৈ জীৱনৰো আধাদিন শেষ হয় টোপনিতেই ২ শৰতৰ জোনটো ওলোৱাৰে পৰা নৈখনৰ মুখখন মৰা... প্ৰাণজিৎ মহন্ত পঢ়ক →
শিশু সাহিত্য আৰ্কাইভ ১ অক্টোবৰ, ২০২৬ শৰতৰ বতৰা ভাৰতী চক্ৰৱৰ্তী ওপৰে উৰিছে বগাকৈ বগলী শৰতৰ বতৰা লৈ কোনফালে যোৱা ... ভাৰতী চক্ৰৱৰ্তী পঢ়ক →
কবিতা আৰ্কাইভ ১ অক্টোবৰ, ২০২৬ সামাজিক সংহতি: বাস্তৱ নে বিভ্ৰম চন্দ্ৰাৱলী বৰঠাকুৰ “সমাজ, এক সংঘ ,এক সংগঠন আৰু এনে আনুষ্ঠানিক সামাজিক সম্পৰ্ক সমূহৰ সমষ্টি, য’ত ব্যক্তিসকলে পৰস্পৰৰ সৈতে জড়িত হৈ... চন্দ্ৰাৱলী বৰঠাকুৰ পঢ়ক →
কবিতা আৰ্কাইভ ১ অক্টোবৰ, ২০২৬ লুকা-চুৰি, চোৰ-পুলিচ, আৰু হ’দৌ গুটিমাৰলি অমৃত গোস্ৱামী আমাৰ শৈশৱকালত আমি খেল-ধেমালি কৰিবৰ বাবে ঠাইৰ কোনো অভাৱ অনুভৱ কৰা নাছিলো, সকলো ফালেই খেলা-ধুলা কৰিবৰ বাবে উপযুক্ত মুকলি... অমৃত গোস্ৱামী পঢ়ক →
শিশু সাহিত্য আৰ্কাইভ ১ অক্টোবৰ, ২০২৬ সেউজী, সেউজী, সেউজী অ' ড॰ প্ৰাণজিৎ বৰা৭ সৰ্পিলৰ গল্পটোৰ থুপিতৰাই কৰা সামৰণিটোৰ সকলোৱে শুনাকৈ নতুন ছাৰে বৰকৈ প্ৰশংসা কৰিলে। থুপিতৰাই সেই সামৰণি যে গোপাল খুড়াৰ... ড॰ প্ৰাণজিৎ বৰা পঢ়ক →
কবিতা আৰ্কাইভ ১ অক্টোবৰ, ২০২৬ মাক-কথা : Unfolded Stories of a Mother ৰত্নোত্তমা দাস বিক্ৰম প্ৰথমাংশ, একাদশ অধ্যায় Verity : আকাশ ধিয়াই এখন খোলা তৰোৱাল প্ৰায়ে অকলে হাতত গ্ৰীণ টী, কফী (একেবাৰে আৰম্ভণিৰ... ৰত্নোত্তমা দাস বিক্ৰম পঢ়ক →