উপন্যাস আৰ্কাইভ ৩০ ছেপ্টেম্বৰ, ২০২৬ মায়াৰ মায়ং নৱ ৰাজন(দ্বিতীয় ভাগ) পবিতৰালৈ নোযোৱা বহু দিনেই হ’ল। সেয়ে, আবেলি পবিতৰালৈ যোৱাটোকে ঠিক কৰিলোঁ। লাচিতলৈ ফোনটো কৰিলোঁ। সি সন্মতি দিলে... নৱ ৰাজন পঢ়ক →
কবিতা আৰ্কাইভ ৩০ ছেপ্টেম্বৰ, ২০২৬ বিষ যশোৱন্ত নিপুণ কিবা হেৰুওৱাৰ ভয়ত আমি দূৰলৈ চাব খোজা নাছিলোঁ, আৰু প্ৰায় সকলোৱে বিষপান কৰে বাবেই আমিও বিষপানৰ উৎসৱলৈ বাট পোনাইছিলোঁ... যশোৱন্ত নিপুণ পঢ়ক →
কবিতা আৰ্কাইভ ৩০ ছেপ্টেম্বৰ, ২০২৬ এটা পথিক চৰাই দিপলীপ বৰা বুকুৰ ভিতৰত এখন শুকাই যোৱা অৰণ্য জীয়াই আছে গছবোৰ থিয় হৈ আছে কিন্তু পাতবোৰে বহুদিনৰ আগতেই পোহৰৰ... এটা পথিক চৰাই পঢ়ক →
কবিতা আৰ্কাইভ ৩০ ছেপ্টেম্বৰ, ২০২৬ নিয়ৰবোৰে হাঁহি আছিল অংকুৰণ আৰ্ফ কাহিলিপুৱাতে নিয়ৰবোৰে হাঁহি আছিল ঠিক মনালিছাৰ দৰে কুঁৱলীৰ আঁৰত কঁপি আছিল নুবুজা কবিতা শুভ্ৰকেশী কঁহুৱাবোৰে ঢ়ৌ তুলিছিল... অংকুৰণ আৰ্ফ পঢ়ক →
কবিতা আৰ্কাইভ ৩০ ছেপ্টেম্বৰ, ২০২৬ কবিতাৰ সুখ-অসুখ অৰ্চনা পূজাৰী সকলো কবিয়ে জানে কবিতাৰ বজাৰখন মন্দা তথাপিও কবিতা লিখে ৰঙীন চোলাৰে কবিতাৰ কিতাপে বজাৰত ভিৰ কৰে বিপনিবোৰ সঁচাকৈ শুৱনি হৈ... অন্যযুগ পঢ়ক →
সম্পাদকীয় আৰ্কাইভ ৩০ ছেপ্টেম্বৰ, ২০২৬ পৃথিৱীৰ অসুখ : সম্ভৱত: কেঞ্চাৰ যোৱা কিছু বছৰত আমাৰ পৃথিৱীয়ে কিবা এক জটিল অসুখত ভুগিবলৈ আৰম্ভ কৰিছে৷ দেশ বা অঞ্চলভেদে ৰোগ বা উপসৰ্গবোৰ চিনাক্ত কৰিব পাৰি যদিও আটাইবোৰ... অন্যযুগ সাহিত্য পৰিষদ পঢ়ক →
গল্প আৰ্কাইভ ৩০ ছেপ্টেম্বৰ, ২০২৬ মেল্টিং ছবিবোৰ ময়ূৰী কাকতি কোনো এক বিমূৰ্ত সন্ধিক্ষণত সপোন এটাৰ পৰা বুটলি লৈছিলোঁ শব্দটো - ‘গলিত’, মানে গলি থকা যেনে গলি যোৱা মমডাল, সাহিত্যৰ ভাষাৰে-... ময়ূৰী কাকতি পঢ়ক →
কবিতা আৰ্কাইভ ৩০ ছেপ্টেম্বৰ, ২০২৬ সাৰমেয়ৰ জীৱন আৰু আধুনিক সমাজ নন্দিতা চক্ৰৱৰ্তী “ সউদল কুকুৰ প্ৰত্যেকটো ৰাস্তাৰ আৱৰ্জনাৰ দ’মবিলাকৰ কাষে কাষে সিহঁতৰ প্ৰত্যেকৰে মুখে মুখে ৰস না... নন্দিতা চক্ৰৱৰ্তী পঢ়ক →
শিশু সাহিত্য আৰ্কাইভ ৩০ ছেপ্টেম্বৰ, ২০২৬ ডালু জনগোষ্ঠী অৰ্ধেন্দু নাৰায়ণ দেৱ ইতিহাস খুঁচৰিলে পোৱা যায় যে তাহানিৰ বৰ অসমৰ অন্তৰ্গত বৰ্তমান মেঘালয় ৰাজ্যৰ ভোগাই নদীৰ পাৰত বাস কৰি থকা এটা... অৰ্ধেন্দু নাৰায়ণ দেৱ পঢ়ক →
ইতিহাস আৰ্কাইভ ৩০ ছেপ্টেম্বৰ, ২০২৬ মধ্যযুগীয় চুতীয়া ৰাজ্যৰ বৰতোপ আৰু বাৰুদ নিৰ্মাণ প্ৰযুক্তি: অসমৰ স্থানীয় জ্ঞান ব্যৱস্থাৰ পুনৰনিৰ্মাণ ড০ ৰক্তিম ৰঞ্জন শইকীয়া খাৰ-বাৰুদৰ আৱিষ্কাৰে মধ্যযুগৰ পৰম্পৰাগত যুদ্ধলৈ আমূল পৰিৱৰ্তন আনিছিল৷ ইয়াক ব্যৱহাৰ কৰি তুলনামূলকভাৱে সৰু... ড০ ৰক্তিম ৰঞ্জন শইকীয়া পঢ়ক →
কবিতা আৰ্কাইভ ৩০ ছেপ্টেম্বৰ, ২০২৬ পঞ্চদশ আৰু ষোড়শ শতিকাত অসমৰ ৰাজনৈতিক প্ৰেক্ষাপট ড০ পঙ্কজ প্ৰতিম বৰদলৈ পঞ্চদশ আৰু ষোড়শ শতিকাত অসমৰ ৰাজনৈতিক ইতিহাসে ভূখণ্ডীয় বিস্তাৰ, ৰাষ্ট্ৰ-গঠন, ৰাজনৈতিক সহাৱস্থান আৰু সামাজিক... ড০ পঙ্কজ প্ৰতিম বৰদলৈ পঢ়ক →
শিশু সাহিত্য আৰ্কাইভ ২৯ ছেপ্টেম্বৰ, ২০২৬ শিশুৰ কাল্পনিক জগতখন ড০ ইন্দ্ৰাণীৰেখা শইকীয়া ৰাতিৰ ভাতসাজ খোৱাৰ সময় হৈছে আৰু ইফালে আপোনাৰ পাকঘৰখন এখন পশু চিকিৎসালয়লৈ ৰূপান্তৰিত হৈছে৷ আপোনাৰ তিনিবছৰীয়া... ড০ ইন্দ্ৰাণীৰেখা শইকীয়া পঢ়ক →
শিশু সাহিত্য আৰ্কাইভ ২৯ ছেপ্টেম্বৰ, ২০২৬ বিখ্যাত পেইণ্টিং কিছুমান শিশুৱে অঁকা ছবিৰ দৰে কিয়? ড০ সঞ্জীৱ বৰা “এইখন বিখ্যাত ছবি?? এনেকুৱাতো আমাৰ অমুকেও আঁকিব পাৰে!” পিকাছো, পল ক্লী, জন মিৰো বা আধুনিক বিমূৰ্ত ছবি চালেই এনে কথা... ড০ সঞ্জীৱ বৰা পঢ়ক →
কবিতা আৰ্কাইভ ২৯ ছেপ্টেম্বৰ, ২০২৬ নিৰ্মাণ (কবি আনিছ উজ জামানৰ স্মৃতিত) এম. কামালুদ্দিন আহমেদ বগা এই ... অন্যযুগ পঢ়ক →
কবিতা আৰ্কাইভ ২৯ ছেপ্টেম্বৰ, ২০২৬ আনিছ উজ্ জামানৰ কবিতা : আত্মমগ্নতাৰ পৰা সমাজমুখী চিন্তালৈ ৰাজীৱ বৰা প্ৰায় ছটা দশকজোৰা কাব্য-পৰিক্ৰমা সামৰি যোৱা ২০ ছেপ্তেম্বৰ, ২০২৬ তাৰিখে আনিছ উজ্ জামানৰ কায়িক প্ৰস্থান ঘটিল৷ কবিতাৰ মৃত্যু... ৰাজীৱ বৰা পঢ়ক →
উপন্যাস আৰ্কাইভ ২৯ ছেপ্টেম্বৰ, ২০২৬ অস্তমিত সূৰুযৰ অন্বেষণত স্পন্দন সমীৰ (দ্বিতীয় অধ্যায়) "শূন্যতা মানে আমি সাধাৰণতে একো নথকা অৱস্থা বুলি ভাবোঁ। কিন্তু শূন্যতা কেতিয়াও একো নথকা নহয়। শূন্যতা... স্পন্দন সমীৰ পঢ়ক →
কবিতা আৰ্কাইভ ২৯ ছেপ্টেম্বৰ, ২০২৬ ঘোঁৰাটো কবিতাটোৰ সতে বাগৰি পৰিল মূল : মহম্মদ দাৰউইছ, পেলেষ্টাইনঅনুবাদ : ড° ৰঞ্জিত দত্ত কবিতাটোৰ সতেঘোঁৰাটো বাগৰি পৰিলসেই সুন্দৰী মহাকাশবিজ্ঞানীগৰাকীয়েনানাৰঙী... অনুবাদ :ড° ৰঞ্জিত দত্ত পঢ়ক →
কবিতা আৰ্কাইভ ২৯ ছেপ্টেম্বৰ, ২০২৬ চলচ্চিত্ৰ সমালোচনা : ‘তাৰে জমিন পৰ’ প্ৰণীতা কাকতি চলচ্চিত্ৰখনৰ সৈতে সম্পৰ্কিত সাধাৰণ তথ্য : ... প্ৰণীতা কাকতি পঢ়ক →
উপন্যাস আৰ্কাইভ ২৮ ছেপ্টেম্বৰ, ২০২৬ দুখে কেওড়া মূল : ৰামকুমাৰ মুখোপাধ্যায়অনুবাদ : কুমুদ ঘোষ আৰু সত্যেন চৌধুৰীসংস্কৃতি ... কুমুদ ঘোষ, সত্যেন চৌধুৰী পঢ়ক →
কবিতা আৰ্কাইভ ২৮ ছেপ্টেম্বৰ, ২০২৬ সপোনৰ দুৱাৰত ঋতুবাস্তৱ হাজৰিকাৰাতিৰ নিৰ্জন দুৱাৰতকোনোবাই টুকুৰিয়াইছিলহয়তো মোৰেই কোনো অচিনাকি সত্তাশব্দবোৰে কাপোৰ সলাইনীৰৱতাৰ ভাষা পিন্ধিছিলদুটা ছাঁ... ঋতুবাস্তৱ হাজৰিকা পঢ়ক →
প্ৰবন্ধ আৰ্কাইভ ২৮ ছেপ্টেম্বৰ, ২০২৬ গণিতৰ অৱেল পুৰস্কাৰ ড০ প্ৰিয় দেৱ গোস্বামী জ্ঞান চৰ্চাৰ ইতিহাসত গণিত বিষয়ৰ অধ্যয়ন আছিল হয়তো ৰ্সবপ্ৰথম।গণিতৰ ইতিহাস মানৱ সভ্যতাৰ ইতিহাসৰ সমানেই পুৰণি। এই... ড০ প্ৰিয় দেৱ গোস্বামী পঢ়ক →
কবিতা আৰ্কাইভ ২৮ ছেপ্টেম্বৰ, ২০২৬ জুবিনক্ষেত্ৰ জ্যোতিৰেখা হাজৰিকা জুবিন মইজ্বলি আছোঁ এয়া চন্দন কাঠৰ জুই একুৰা হৈজুবিন মইতোমালোকৰ বুকুত ভালপোৱাৰ মন্ত্ৰ থাপিদুচকুত বোৱাইঅশ্ৰুৰ সাগৰ... জ্যোতিৰেখা হাজৰিকা পঢ়ক →