৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

অসমীয়া আৰু ইংৰাজী সন্ধান (Search Archive)

অন্যযুগৰ সমগ্ৰ প্ৰবন্ধ, কবিতা, গল্প আৰু ঐতিহাসিক সংগ্ৰহালয়ৰ ভিতৰত সন্ধান কৰক।

মুঠ ৩০৩৭ টা ফলাফল
পৃষ্ঠা ১১ / ১২৭ (প্ৰদৰ্শন: ২৪ টা)
প্ৰবন্ধ আৰ্কাইভ
১৮ মে’, ২০২৬

গণিতৰ ২৩ টা প্ৰশ্ন আৰু ডেভিড হিলৰ্বাট

ড০ প্ৰিয়দেৱ গোস্বামী সৰ্বকালৰ শ্ৰেষ্ঠ ব্ৰিটিছ গণিতজ্ঞ আইজাক নিউটনে কলন গণিত আৱিস্কাৰ কৰি আধুনিক গণিতৰ ভেঁটি প্ৰতিষ্ঠা কৰাৰ পাছৰ পৰাই...

ড০ প্ৰিয়দেৱ গোস্বামী পঢ়ক →
কবিতা আৰ্কাইভ
১৮ মে’, ২০২৬

কিছুমান কথা নিশিকাই ভাল

দেৱাঙ্গ ভূষণশাহুৰ পাকঘৰত সেইদিনা তাইৰ প্ৰথম পুৱা!তাইৰ চকুকেইটা কোঠাটোত চুঁচৰি ফুৰিল,কি বিচাৰিছিল তাই কোনেও নাজানিলে। তায়ো।চিনা-নিচিনা...

দেৱাঙ্গ ভূষণ পঢ়ক →
উপন্যাস আৰ্কাইভ
১০ মে’, ২০২৬

দুখে কেওড়া

মূল : ৰামকুমাৰ মুখোপাধ্যায় অনুবাদ : কুমুদ ঘোষ আৰু সত্যেন চৌধুৰী চতুৰ্থ খণ্ড স্বাস্থ্য(ক্লীবলিঙ্গ৷ ১ স্বস্থভাব, প্ৰকৃতিস্থতা৷ “তাবন্ন...

কুমুদ ঘোষ, সত্যেন চৌধুৰী পঢ়ক →
কবিতা আৰ্কাইভ
১০ মে’, ২০২৬

ৰাবীন্দ্ৰিক

প্ৰয়াগ শ‌ইকীয়া জীৱন নহয় সৰলৰৈখিক ভালপোৱাটো বিষয় নহয় ঐচ্ছিক ভালপোৱাটো সদায় ঐশ্বৰিক আহাঁ হ‌ওঁ অলপ ৰাবীন্দ্ৰিক প্ৰেম পাইছা যদি...

প্ৰয়াগ শ‌ইকীয়া পঢ়ক →
কবিতা আৰ্কাইভ
১০ মে’, ২০২৬

পথাৰৰ শোকগাঁথা

‎গায়ত্ৰী ফুকন ‎ ‎ধীৰে ধীৰে হেৰুৱাইছোঁ তোমাৰ ঠিকনা ‎বুকুত গজি উঠিছে নব্য ঔপনিৱেশিক চহৰ ‎ ‎তোমাৰ বুকু খান্দি পোৰা মঙহেৰে গঢ়ি তুলিছোঁ...

‎গায়ত্ৰী ফুকন পঢ়ক →
অনুবাদ আৰ্কাইভ
৯ মে’, ২০২৬

কানিৰ আসক্তি : উনৈশ শতিকা আৰু কুৰি শতিকাৰ আগলিভাগৰ ঔপনিৱেশিক নিৰ্মাণ আৰু অসমীয়া সাহিত্য (The ‘Making’ of an Opium Addiction: Colonial Construction and Assamese Literature in the 19th and early 20th century)

মূল ইংৰাজী : কিশোৰ গোস্ৱামীঅনুবাদ : ড০ ৰক্তিম ৰঞ্জন শইকীয়া ঔপনিৱেশিক অসমৰ ইতিহাস অধ্যয়নৰ ক্ষেত্ৰখন অতি বিচিত্ৰ৷ বিভিন্ন দৃষ্টিকোণৰ পৰা...

মূল ইংৰাজী : কিশোৰ গোস্ৱামী পঢ়ক →
উপন্যাস আৰ্কাইভ
৯ মে’, ২০২৬

ফটাচোলাৰ ৰং

(পূৰ্ণাংগ নাটক)ড০ জ্যোতি প্ৰসাদ শইকীয়াঅষ্টম দৃশ্য (মঞ্চত অকলে অকলে দেৱীয়ে এখন ছবি আঁকি থাকে৷ এটা ফটা চোলা পিন্ধা এজনী ছোৱালীৰ ছবি...

ড° জ্যোতিপ্ৰসাদ শইকীয়া পঢ়ক →
গল্প আৰ্কাইভ
১ মে’, ২০২৬

চাটজিপিটি

জিণ্টু দত্ত অলকৰ এক্সিডেণ্ট হ’ল৷ যোৱা পৰহি৷ ক’ৰপৰা কেনেকৈ কি হ’ল সি একো ততেই ধৰিব নোৱাৰিলে৷ আনদিনাৰ দৰেই অফিচলৈ বুলি ওলাই আহি তিনি...

জিণ্টু দত্ত পঢ়ক →
গল্প আৰ্কাইভ
১ মে’, ২০২৬

কেয়ামত

নীলোৎপল বৰুৱা ফাৰ্চী-টাপু সেই বছৰ তিনিটা আৱেশত আছিল৷ তিনিটা মুড৷ তাৰে পানীত গেলা মৰাপাটৰ উৎকট গোন্ধৰ সময়টো আছিল এটা অচিন পুলকৰ৷...

নীলোৎপল বৰুৱা পঢ়ক →
মুক্ত বীক্ষণ আৰ্কাইভ
৩০ এপ্ৰিল, ২০২৬

অমিতাভ ঘোষৰ সাহিত্য : বিশ্ব ইতিহাস, উপনিৱেশ, পৰিৱৰশ আৰু মানৱসভ্যতাৰ বাস্তৱপাঠ

পঙ্কজ প্ৰতিম বৰদলৈ আধুনিক বিশ্বসাহিত্যৰ জটিল, বহুমাত্ৰিক আৰু গভীৰ চিন্তাশীল পৰিসৰত অমিতাভ ঘোষ এক অসামান্য সাহিত্যিক শক্তি, যাৰ...

পংকজ প্ৰতিম বৰদলৈ পঢ়ক →
অনুবাদ আৰ্কাইভ
৩০ এপ্ৰিল, ২০২৬

নিমি–নৱসিদ্ধ সংবাদ

অমৃত গোস্বামী শ্ৰীমদ্ভাগৱত পুৰাণৰ একাদশ স্কন্ধত বৰ্ণনা কৰা ‘নিমি–নৱসিদ্ধ সংবাদ’ ধৰ্মগ্ৰন্থখনৰ এক এক বিশেষ ব্যাখ্যাযোগ্য অংশ৷ ইয়া�...

অমৃত গোস্বামী পঢ়ক →
কবিতা আৰ্কাইভ
৩০ এপ্ৰিল, ২০২৬

গণতন্ত্ৰ, স্বৈৰতন্ত্ৰ নে নৈৰাজ্যবাদ

উৎপল বৰকটকী অনেক যুক্তিৰ থকাৰ পাছতো ইয়াত যুক্তিৰ স্থান নাছিল গাঁও নে চহৰ দেশে দেশে ধোঁৱা অব্যৱস্থা ধুঁৱলি-কুঁৱলী মানুহৰ চকুবোৰ�...

উৎপলবৰকটকী পঢ়ক →
কবিতা আৰ্কাইভ
৩০ এপ্ৰিল, ২০২৬

ৰৈ যা সময় কৈ যা কথা

দাদুল ভূঞা চকুত ঘুমটি নে জুমুঠি বুকুত কিহৰ ছটফটনি টিপচাকিৰ পোহৰ নে ঘোপমৰা এন্ধাৰ মাটিমুখী নৰিয়াত হেৰুৱালোঁ চোতালৰ জোন চক্ৰবেহু�...

দাদুল ভূঞা পঢ়ক →
অনুবাদ আৰ্কাইভ
৩০ এপ্ৰিল, ২০২৬

ইলেকশ্বন ডিউটি

মূল (ইংৰাজী) : প্ৰশান্ত দাস অনুবাদ : অজিতাভ হাজৰিকা(প্ৰশান্ত দাস সম্প্ৰতি শ্বিলঙৰ বাসিন্দা৷ তেখেত দিল্লী বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ...

অনুবাদ : অজিতাভ হাজৰিকা পঢ়ক →
উপন্যাস আৰ্কাইভ
৩০ এপ্ৰিল, ২০২৬

দুখে কেওড়া

মূল : ৰামকুমাৰ মুখোপাধ্যায় অনুবাদ : কুমুদ ঘোষ আৰু সত্যেন চৌধুৰী (তৃতীয় খণ্ড) বাস্তু – ‘বাস’ৰ পৰা ‘বাস্তু’৷ প্ৰত্যেকৰ ঘৰ-সংসাৰৰ এটা...

কুমুদ ঘোষ, সত্যেন চৌধুৰী পঢ়ক →
অনুবাদ আৰ্কাইভ
৩০ এপ্ৰিল, ২০২৬

মাক-কথা : Unfolded Stories of a Mother

ৰত্নোত্তমা দাস বিক্ৰমপ্ৰথমাংশ, সপ্তম অধ্যায় মই পুনৰ এবাৰ উপজিবৰ আয়োজন “Every May, something extra-ordinary happens …” টেম্‌চুলা...

ৰত্নোত্তমা দাস বিক্ৰম পঢ়ক →
অনুবাদ আৰ্কাইভ
৩০ এপ্ৰিল, ২০২৬

বিংশ শতিকাৰ সুধাকণ্ঠৰ সুৰত একবিংশ শতিকাৰ শ্ৰমিকৰ চিৎকাৰ

যুগান্তৰ মাধৱ শইকীয়া শীতৰে সেমেকা ৰাতি শীতৰে সেমেকা ৰাতি, সেমেকা শীতৰে ৰাতি শীতৰে সেমেকা ৰাতি, বস্ত্ৰবিহীন কোনো খেতিয়কৰ ভাগিপৰা...

যুগান্তৰ মাধৱ শইকীয়া পঢ়ক →
গল্প আৰ্কাইভ
৩০ এপ্ৰিল, ২০২৬

কিতাপে কি আনে

(২৩ এপ্ৰিল বিশ্ব গ্ৰন্থ দিৱস উপলক্ষে)ড° জোনালী পাটোৱাৰী বৰা আমাৰ বাবে কিতাপ বুলিলেই দেউতা৷ নতুন কিতাপ এখন খুলিলেই আজিও দেউতা-দেউতা...

ড°জোনালী পাটোৱাৰী বৰা পঢ়ক →
কাৰ্টুন আৰ্কাইভ
৩০ এপ্ৰিল, ২০২৬

অঁ, সময়ত

নিতুপৰ্ণ ৰাজবংশী...

নিতুপৰ্ণ ৰাজবংশী পঢ়ক →
গল্প আৰ্কাইভ
৩০ এপ্ৰিল, ২০২৬

অধি নগৰীয় সংলাপ

জীৱন কিশোৰ গল্পকাৰজনে ভবাৰ দৰে এতিয়া গুৱাহাটীত বৰফ পৰা নাই৷ চেঁচা বতাহো বলা নাই৷ এতিয়া ইয়াত খৰাং পৰিছে৷ কাহিনীত সিক্ততা নাই৷...

জীৱন কিশোৰ পঢ়ক →
অনুবাদ আৰ্কাইভ
২৯ এপ্ৰিল, ২০২৬

মোৰ ঠিকনা

মূলঃ অমৃতা প্ৰীতম (হিন্দী) ভাবানুবাদঃ অংগনা ভট্টাচাৰ্য্য আজি মই মোৰ ঘৰৰ নম্বৰটো আঁতৰাই পেলালোঁ আৰু ইমানদিনে গোলাপৰ শিৰত উন্মুক্তকৈ...

অনুবাদ : অংগনা ভট্টাচাৰ্য্য পঢ়ক →
গ্ৰন্থ আলোচনা আৰ্কাইভ
২৯ এপ্ৰিল, ২০২৬

গৰুৰ বিষয়ে এখন গৱেষণা-গ্ৰন্থ

পুলিন কলিতামহেঞ্জোদাৰোৰ খননত উদ্ধাৰ হোৱা দুটা মোহৰে প্ৰত্নতাত্ত্বিকসকলৰ মনোযোগ বাৰুকৈ আকৰ্ষণ কৰিছিল৷ ইয়াৰে এটা আছিল ষাঁড়গৰুৰ, আনটো...

পুলিন কলিতা পঢ়ক →
উপন্যাস আৰ্কাইভ
২৯ এপ্ৰিল, ২০২৬

ৰ’দে-বৰষুণে কিমান যে গান

লোকনাথ গোস্বামী মন দাপোণত-১৯ (১) গানে-শ্লগানে জীৱনৰ গুৰুত্বপূৰ্ণ এছোৱা : জলসাকে ধৰি গান-বাজনাৰ চৰ্চা চলি থকাৰ মাজতে য়ুনিয়নৰ কাম-কাজো...

লোকনাথ গোস্বামী পঢ়ক →
সম্পাদকীয় আৰ্কাইভ
২৯ এপ্ৰিল, ২০২৬

অপৰিকল্পিত পৰিকল্পনা

অলপতে অসমত বিধান সভাৰ নিৰ্বাচন হৈ গ’ল৷ অহা চাৰি মে’-ত ভোটগণনা হ’ব আৰু তাৰ পাছৰে কোনোবা এদিন নতুনকৈ এখন চৰকাৰ হ’ব৷ গণতন্ত্ৰত এইবোৰ...

অন্যযুগ সাহিত্য পৰিষদ পঢ়ক →