শিশুজগত আৰ্কাইভ ২৯ এপ্ৰিল, ২০২৬ ষ্টেণ্ডাৰ্ড মডেল, নতুন পদাৰ্থ বিজ্ঞান আৰু ব্ৰেকথ্ৰু বঁটা ২০২৬ ড০ অনিল চন্দ্ৰ বৰা কণা পদাৰ্থ বিজ্ঞানৰ ষ্টেণ্ডাৰ্ড মডেল হৈছে বিশ্বব্ৰহ্মাণ্ডৰ মৌলিক উপাদানসমূহ— কোৱাৰ্ক, লেপ্টন আৰু বল বহনকাৰী... ড°অনিল চন্দ্ৰ বৰা পঢ়ক →
উপন্যাস আৰ্কাইভ ২৯ এপ্ৰিল, ২০২৬ ভিক্টোৰিয়া : অনুভূতি, আঘাত আৰু প্ৰতিৰোধৰ ৰূপকথা প্ৰীতিৰেখা নেওগ কামত ব্যস্ত হৈ থকা সত্তেও তাইৰ মনৰ ভয় আৰু আশংকাই নীৰৱে এক অস্বস্তিৰ ঢৌ সৃষ্টি কৰি তাইক বাৰে বাৰে অশান্ত কৰি তুলিছে৷... প্ৰীতিৰেখা নেওগ পঢ়ক →
কবিতা আৰ্কাইভ ২৮ এপ্ৰিল, ২০২৬ পঢ়ুৱৈৰ টোকা : কৰবী ডেকা হাজৰিকাৰ কবিতা ‘আলাপ’ ড॰ চন্দনজ্যোতি চুতীয়া ‘সুবাসিত যি যন্ত্ৰণা’, ‘মাটিৰ পৰা মেঘলৈ’, ‘চুলি নাবান্ধিবা যাজ্ঞসেনী’, ‘পৰীৰ বাঁহী’, ‘বা তুলবুল জোনাকত তুমি ক’ৰ... ড॰চন্দনজ্যোতি চুতীয়া পঢ়ক →
গল্প আৰ্কাইভ ২৮ এপ্ৰিল, ২০২৬ কমৰেড বেদান্ত নাথ চাৰি বছৰমানৰ বিৰতিত সমীৰণদাক হঠাতে লগ পাই গ’লোঁ পানবজাৰত৷ অকস্মাৎ এইদৰে সমীৰণদাক ক’ৰবাত লগ পাই যাব পাৰোঁ বুলি মই সপোনতো... বেদান্ত নাথ পঢ়ক →
কবিতা আৰ্কাইভ ২৮ এপ্ৰিল, ২০২৬ সুন্দৰী গায়ত্ৰী দেৱী বৰঠাকুৰ সেই তাহানিতেই নাৰীৰ অৱদমিত ইচ্ছাক উদঙাই দেখুৱাইছিলে সুন্দৰীয়ে চাকিৰ পোহৰত ক’লা আখৰৰ উজ্জ্বলতাৰে যুগজয়ী... গায়ত্ৰী দেৱী বৰঠাকুৰ পঢ়ক →
গল্প আৰ্কাইভ ২৮ এপ্ৰিল, ২০২৬ দুজন কবি গল্পকাৰ ড॰ অসীম চুতীয়া প্ৰণয় ফুকন আৰু ৰাজীৱ বৰা অসমৰ কাব্যাকাশৰ দুজন গুৰুত্বপূৰ্ণ কবি৷ এই দুজন কবিয়ে শেহতীয়াকৈ গল্পকাৰ হিচাপেও আত্মপ্ৰকাশ... ড° অসীম চুতীয়া পঢ়ক →
গল্প আৰ্কাইভ ২৮ এপ্ৰিল, ২০২৬ হিয়াৰ আমঠু বিহু : এক ঐতিহাসিক আলোচনা ডা০ প্ৰাঞ্জল কুমাৰ নাথ কৃষ্টি, সংস্কৃতি আৰু লোকপৰম্পৰা শ্বাসত আৰু পৰিৱৰ্তনশীল। ইয়াৰ আদি বা অন্ত বিচাৰি পোৱাতো বৰ এটা সহজ কথা নহয়... ডা পঢ়ক →
কবিতা আৰ্কাইভ ২৮ এপ্ৰিল, ২০২৬ প্ৰেমৰ কবিতা এটা কিশোৰ মনজিৎ বৰা চেৰেক চেৰেক চৰাইৰ তীৰ্যক মাতটো নুশুনিও শুনো তাঁতশালৰ ৰঙাফুল নেদেখাকৈয়ো দেখো বেলিজনীৰ সৰুগাঁঠিত বিষটো কেৰেচীয়াকৈ নামি... কিশোৰ মনজিৎ বৰা পঢ়ক →
কবিতা আৰ্কাইভ ২৮ এপ্ৰিল, ২০২৬ মেঘৰ ঢোলত মঘাইৰ হাতৰ চাপৰ ৰুদ্ৰ সিংহ মটক গছে-ফুলে আশাৰ কুঁহিপাত কুলি-কেতকীৰ মৌ-মাত, বনগীত জাত জাত বিহুগীত জাত জাত সোণাৰুৰ কলিজাৰ থুপি থুপি হালধীয়া জুই এজাৰ... ৰুদ্ৰ সিংহ মটক পঢ়ক →
অনুবাদ আৰ্কাইভ ২৫ এপ্ৰিল, ২০২৬ পৰজন্মৰ চিন্তা বনাম মানৱতাৰ জয়গান ৰাতুল মহন্ত শেষ নিশা ২-৪০ বজাত কমসংখ্যক যাত্ৰী লৈ উজনিমুৱা বাছখন জখলাবন্ধাৰ হোটেল এখনৰ ওচৰত ৰৈছিলহি৷ সাধাৰণতে সেইসময়ত নৈশযাত্ৰীৰ... ৰাতুল মহন্ত পঢ়ক →
শিশুজগত আৰ্কাইভ ২৫ এপ্ৰিল, ২০২৬ ৰঙালী বিহু উদযাপনৰ জৰিয়তে উপাৰ্জনৰ সুযোগ ড° বুলজিৎ বুঢ়াগোহাঁই অসমৰ জাতীয় উৎসৱ ৰঙালী বিহু ৰাজ্যখনৰ লগতে বিশ্বজুৰি প্ৰবাসী অসমীয়াসকলেও উৎসাহেৰে উদযাপন কৰে৷ এই উপলক্ষে বিভিন্ন... ড°বুলজিৎ বুঢ়াগোহাঁই পঢ়ক →
অনুবাদ আৰ্কাইভ ২৫ এপ্ৰিল, ২০২৬ জীৱনে মোক ভীতিগ্ৰস্ত নকৰে মূল (ইংৰাজী) : মায়া এনজেলিও (Maya Angelou ), আমেৰিকাঅনুবাদ : ড° ৰঞ্জিত দত্তদেৱালৰ ছাঁবোৰ,হলঘৰটোৰ হাই-উৰুমিবোৰ,জীৱনে মোক... অনুবাদ :ড° ৰঞ্জিত দত্ত পঢ়ক →
উপন্যাস আৰ্কাইভ ২৪ এপ্ৰিল, ২০২৬ ফটাচোলাৰ ৰং (পূৰ্ণাংগ নাটক)ড০ জ্যোতি প্ৰসাদ শইকীয়াষষ্ঠ দৃশ্য (মঞ্চলৈ ভিতৰৰ পৰা পলী সোমাই আহে৷ টেবুলত দেৱীৰ ফুটফুটীয়া ফ্ৰকটো থাকে৷ ফ্ৰকটো দেখিয়েই... ড° জ্যোতিপ্ৰসাদ শইকীয়া পঢ়ক →
শিশুজগত আৰ্কাইভ ২৪ এপ্ৰিল, ২০২৬ শিশুৰ সৰ্বাংগীণ বিকাশত খেলাধূলাৰ গুৰুত্ব ড° ইন্দ্ৰানীৰেখা শইকীয়া আপুনি কেতিয়াবা লক্ষ্য কৰিছেনে — এটা সৰু ল’ৰা বা ছোৱালীয়ে মাটিত বহি বালিৰে ঘৰ সাজোঁতে বা পুতলাৰ সৈতে কথা... ড°ইন্দ্ৰানীৰেখা শইকীয়া পঢ়ক →
কবিতা আৰ্কাইভ ২৪ এপ্ৰিল, ২০২৬ জ'হৰ নৱ ৰাজনযেন অন্য এক ৰামায়ণ।পদ্মাৱতী। ইতিহাসৰ কোনো এপৃষ্ঠা সেমেকাই চকুলোৰ জুইত আজিও দাও দাওকৈ জ্বলি থকা পতিব্ৰতা নাৰী। সৌন্দৰ্যৰ পৰী... নৱ ৰাজন পঢ়ক →
শিশুজগত আৰ্কাইভ ২০ এপ্ৰিল, ২০২৬ সেউজী সেউজী সেউজী অ' ড০ প্ৰাণজিৎ বৰা৩ এদিন সন্ধিয়া দেউতাকে আহি দৃশ্যটো দেখি বিচুৰ্তি খালে। গোপালে পীৰা এখনত বহি লৈ বেৰত আঁউজি চকুদুটা মুদি লৈ পদ্য মাতি... ড০প্ৰাণজিৎবৰা পঢ়ক →
প্ৰবন্ধ আৰ্কাইভ ২০ এপ্ৰিল, ২০২৬ গল্ডবাক কনজেকচাৰ (Goldbach conjecture) ড০ প্ৰিয় দেৱ গোস্ৱামী মানৱ জাতিৰ উত্তৰণত বিজ্ঞানে এক অতি উল্লেখযোগ্য উল্লেখযোগ্য ভূমিকা পালন কৰি আহিছে। এই বিজ্ঞানৰেই এক অন্যতম শাখা... ড০ প্ৰিয় দেৱ গোস্ৱামী পঢ়ক →
কবিতা আৰ্কাইভ ৩১ মাৰ্চ, ২০২৬ ৰূপান্তৰ বন্দনা কৌশিক বৰদলৈ তিনিপতীয়া চাহপাতৰ কোমল পাতখিলাক যদি আৰম্ভণি হিচাপে ধৰোঁ তেন্তে মই নিজেই মোক ড্ৰায়াৰত শুকুৱাই পেকেজিং কৰি আপোনালোকৰ... বন্দনা পঢ়ক →
শিশুজগত আৰ্কাইভ ৩১ মাৰ্চ, ২০২৬ অকণিয়ে অঁকা ছবি ‘অকণিয়ে অঁকা ছবি’ শিতানত এইবাৰ আগবঢ়াইছোঁ তিনিচুকীয়া ইংলিছ একাডেমী’ৰ পঞ্চমশ্ৰেণীৰ ছাত্ৰ সৌজন্য কাশ্যপ বৰদলৈয়ে অঁকা ছবিবিহু... সৌজন্য কাশ্যপ বৰদলৈ পঢ়ক →
অনুবাদ আৰ্কাইভ ৩১ মাৰ্চ, ২০২৬ শগুণটো মূল: ফ্ৰাঞ্জ কাফ্কা অনুবাদ : ৰঞ্জুমণি মহন্ত এটা শগুণে অকৰ্তৃত্বশীলভাৱে মোৰ ভৰিদুটাত খুঁটিয়াই আছিল৷ সি ইতিমধ্যেই মোৰ বুটযোৰ আৰু... অনুবাদ : ৰঞ্জুমণি মহন্ত পঢ়ক →
কবিতা আৰ্কাইভ ৩১ মাৰ্চ, ২০২৬ বোধ মৃদুল শৰ্মা(যুদ্ধক ঘৃণা কৰা প্ৰতিজনৰ হাতত)কি আনন্দ-উল্লাসতহাজাৰ কোটিটকীয়া মিছাইল উৰি গুচি যায়আকাশ ফালি সাগৰৰ বুকু কঁপাইকোন বিষণ্ণতা... মৃদুল শৰ্মা পঢ়ক →
প্ৰবন্ধ আৰ্কাইভ ৩১ মাৰ্চ, ২০২৬ পদাৰ্থ বিজ্ঞানৰ পৰা দৰ্শনলৈ কোৱাণ্টাম বলবিজ্ঞানৰ ভূমিকা ড° অনিল চন্দ্ৰ বৰা কোৱাণ্টাম বলবিজ্ঞান দীৰ্ঘদিন ধৰি দাৰ্শনিকসকলৰ মাজত চৰ্চাৰ বিষয় হৈ আহিছে, যিয়ে আধ্যাত্মিকতা, বিজ্ঞানৰ দৰ্শন... ড°অনিল চন্দ্ৰ বৰা পঢ়ক →
কবিতা আৰ্কাইভ ৩১ মাৰ্চ, ২০২৬ এটি প্ৰতিশ্ৰুতি ৰূপাঞ্জলী নেওগ সৌ দূৰণিৰ পৰা ভাহি আহিছে এটি সুৰ, বিনিদ্ৰ ৰজনীৰ মায়াজাল ফালি যেন কুহেলিকাক স্পৰ্শৰ প্ৰয়াস এই আৰ্তনাদৰ, কেনে আস্ফালন... ৰূপাঞ্জলী নেওগ পঢ়ক →
শিশুজগত আৰ্কাইভ ৩১ মাৰ্চ, ২০২৬ সেউজী সেউজী সেউজী অ' ড০ প্ৰাণজিৎ বৰা২ ঘৰৰ পিছবাৰীখন ঘাঁহ-বন-হাবিৰে একাঁঠু হৈ আছে কাৰণে থুপিতৰাৰ দেউতাকে সময়ে সময়ে গোপাল বেপাৰী বোলা মানুহ এজনক বাৰীখন চাফা... ড০প্ৰাণজিৎবৰা পঢ়ক →