কবিতা আৰ্কাইভ ২৫ ফেব্ৰুৱাৰী, ২০২৬ কবিতা (কবি, নাট্যকাৰ ৰফিকুল হুছেইনক সুঁৱৰি) উদয় কুমাৰ বৰুৱা কি নামেৰে উচ্চাৰণ কৰোঁ তোমাক নিৰুত্তৰ, কাৰুণিক সময়ো সকলো অভিধাই যেন সৰুহৈ যায়... উদয় কুমাৰ বৰুৱা পঢ়ক →
উপন্যাস আৰ্কাইভ ২৫ ফেব্ৰুৱাৰী, ২০২৬ পানী হিলৈ গোৱিন কুমাৰ খাউণ্ডএখন জৰাজীৰ্ণ ছবি দুচকুত লৈ অম্লানহঁত ঘূৰি আহিছিল হিমানী আইতাৰ ওচৰৰ পৰা। বুকুৰ জুহালত কলিজা কেনেকৈ পুৰিছে সেই কথা... গোৱিন কুমাৰ খাউণ্ড পঢ়ক →
অনুবাদ আৰ্কাইভ ২৫ ফেব্ৰুৱাৰী, ২০২৬ মনটো আমাৰ বিবাহিত কিন্তু আমি বহুত সৰু মূল (ইংৰাজী) : জৰ্জ অৰৱেল, ইংলেণ্ডঅনুবাদ : ড° ৰঞ্জিত দত্তমনটো আমাৰ বিবাহিতকিন্তু আমি বহুত সৰুমনটো আমাৰ বিবাহিত কিন্তু আমি বহুত সৰুযুগৰ... অনুবাদ :ড° ৰঞ্জিত দত্ত পঢ়ক →
মুক্ত বীক্ষণ আৰ্কাইভ ২৫ ফেব্ৰুৱাৰী, ২০২৬ হোছেইন ৰফিকুল পঙ্কজজ্যোতি ভূঞা আশীৰ দশকৰ শেষৰ ফালে, চতিয়াত এখন নাট কৰ্মশালাৰ আয়োজন হৈছিল৷ অনাগত দিনবোৰৰ বাবে সৈনিক তৈয়াৰ কৰাৰ এক আখৰা আৰম্ভ... পঙ্কজজ্যোতি ভূঞা পঢ়ক →
প্ৰবন্ধ আৰ্কাইভ ২৪ ফেব্ৰুৱাৰী, ২০২৬ কোৱাণ্টাম মধ্যাকৰ্ষণ আৰু বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টি ৰহস্য ড° অনিল চন্দ্ৰ বৰা বিশ্বব্ৰহ্মাণ্ডখন কেনেকৈ আৰম্ভ হ’ল সেইটো জানিবলৈ মানুহে বিভিন্ন ধৰণেৰে যত্ন কৰি আহিছে৷ তাৰে দুটা পন্থা হ’ল ধৰ্ম আৰু... ড° অনিল চন্দ্ৰ বৰা পঢ়ক →
মুক্ত বীক্ষণ আৰ্কাইভ ২৩ ফেব্ৰুৱাৰী, ২০২৬ টোপনি ইন্দ্ৰনীল গায়ন ১ এনে সময়বোৰত কোন হয় আপোন এনে সময়বোৰত কোন হয় পৰ আপোন পৰৰ খেলখন যে বহুদিনীয়া কেৱল বুজোতে পাৰ হয় শতায়ু সময় এটা দিন এটা... ইন্দ্ৰনীল গায়ন পঢ়ক →
কবিতা আৰ্কাইভ ২২ ফেব্ৰুৱাৰী, ২০২৬ স্বৰাজোত্তৰ কালৰ অসমীয়া চিনেমা-২০ (পাৰ্বতিপ্ৰসাদ বিষ্ণু ৰাভাৰ পৰা জাহ্নু-মঞ্জুলৈ)নিজৰা ৰাজকুমাৰী জুবিনৰ সেই দৰদী কণ্ঠ কাণত বাজে— জেতুকা পাতৰ দৰে/ মোক বুলাই... নিজৰা ৰাজকুমাৰী পঢ়ক →
মুক্ত বীক্ষণ আৰ্কাইভ ২২ ফেব্ৰুৱাৰী, ২০২৬ নাটকৰ ভ্ৰাম্যমাণ অভিজাত যাযাবৰী কবিজন... ডo দিগন্ত দত্ত আমাৰ ক্ষুদ্ৰ পৃথিৱীখনত লগ পোৱা নাটকৰ ভ্ৰাম্যমাণ অভিজাত যাযাবৰী কবিজন নোহোৱা হৈ গ’ল৷ ৰাইজৰ ৰফিকুল হোছেইন....আমাৰ ৰফিকদা৷... ডoদিগন্ত দত্ত পঢ়ক →
কবিতা আৰ্কাইভ ২২ ফেব্ৰুৱাৰী, ২০২৬ ভগা বীণৰ বিনয়ী তাঁৰ অৰ্চনা ঠাকুৰীয়া ব’ৰাগীৰ বীণে বিনালে সৰুজুৱে উচুপি উঠে মেঘবোৰে পাহাৰখন সাৱটি জীৱনৰ ৰচনা পঢ়ে গোকুলৰ বকুলে কাৰবাবে মালা গুঠে গন্ধৰ্বৰ... অৰ্চনা ঠাকুৰীয়া পঢ়ক →
কবিতা আৰ্কাইভ ২২ ফেব্ৰুৱাৰী, ২০২৬ নেমু ফুলৰ গোন্ধ অৰুণ গগৈ পিতাইৰ পুৰণি পিৰালিত বহি থাকোঁতেনেমু ফুলৰ গোন্ধ এটা নাকলৈ উজাই আহিল সাউতকৈ পুৰণি পেৰা এটা মনৰ মাজত খোলখাই গ’ল শুকুৰ আৰু... অৰুণ গগৈ পঢ়ক →
কবিতা আৰ্কাইভ ২২ ফেব্ৰুৱাৰী, ২০২৬ পৈয়েকৰ মূৰখোৱা উজ্জ্বল স্মৰণ দত্ত ৰঙা বেলিৰ সেওঁতা মচাৰ পৰাগ্ৰহণৰ গ্ৰহণ লাগে দুখৰ দুখুনী নৈ বৈ থাকেকূজৰ মূৰত কিল পৰেকথাৰ কথাত শেল মাৰে সাপ হৈ খুটে... উজ্জ্বল স্মৰণ দত্ত পঢ়ক →
কবিতা আৰ্কাইভ ২২ ফেব্ৰুৱাৰী, ২০২৬ নিশব্দঃ কান্দোন কৌস্তুভ বেজবৰুৱাৰাস্তাৰ কাষত মই পৰি আছোঁচকুৰ সন্মুখত আকাশখন কঁপিছে।এটা মুহূৰ্ত আগতে মই দৌৰি আছিলোঁ —মোৰ পুচ্ছ নাচিছিল,জীৱনটো সহজ যেন... কৌস্তুভ বেজবৰুৱা পঢ়ক →
গল্প আৰ্কাইভ ১৬ ফেব্ৰুৱাৰী, ২০২৬ অমৰাৱতী অসীম তালুকদাৰ মানুহজনে লাহে লাহে খোজ কাঢ়িছে। পিন্ধনত তেওঁৰ শুদ্ধ বগা কাপোৰ এসাজ। অবিন্যস্ত একোচা চুলি আৰু খালী ভৰিৰে মানুহজনক বহু�... অসীম তালুকদাৰ পঢ়ক →
কবিতা আৰ্কাইভ ১৬ ফেব্ৰুৱাৰী, ২০২৬ ইউক্ৰেইনৰ এজন মৃত নাগৰিক যোদ্ধাৰ পকেটত উদ্ধাৰ হোৱা এটা টোকা উৎপল বৰকটকী জ্বলি থকা প্ৰতিকুৰা জুইৰ শেষ ছাই নহয়জ্বলি জ্বলি শেষ নহয় সকলো জুইসকলো জুইৰ অন্ত নাথাকে পোহৰৰ বাবেও জুই লাগে সুখত জ্বলে... উৎপলবৰকটকী পঢ়ক →
কবিতা আৰ্কাইভ ১৬ ফেব্ৰুৱাৰী, ২০২৬ পাৰ্ৱতী তিৰ্কীৰ কবিতা অনুবাদ : মৃদুল মৰাণ (কবি পৰিচয়ঃ ঝাৰখণ্ডৰ আদিবাসী কবি পাৰ্ৱতী তিৰ্কী (জন্মঃ ১৯৯৪)ৰ প্ৰথম কাব্য সংকলন ‘ফিৰ উগনা’ (২০২৩, হিন্দী)। ইয়াৰ... অনুবাদ :মৃদুলমৰাণ পঢ়ক →
গল্প আৰ্কাইভ ১১ ফেব্ৰুৱাৰী, ২০২৬ প্ৰাচীন ভোকৰ মালিতা ময়ূৰী কাকতি মই বহুবাৰ স্বীকাৰ কৰিছো অকপটে যে মোৰ ... ময়ূৰী কাকতি পঢ়ক →
কবিতা আৰ্কাইভ ১১ ফেব্ৰুৱাৰী, ২০২৬ মিনি কাজিৰঙা’–ওৰাং ৰাষ্ট্ৰীয় উদ্যান অমৃত গোস্বামী &n... অমৃত গোস্বামী পঢ়ক →
উপন্যাস আৰ্কাইভ ১১ ফেব্ৰুৱাৰী, ২০২৬ ৰ’দে-বৰষুণে ইমান যে গান লোকনাথ গোস্বামী মন দাপোণত-১৭ (১) জীৱনৰ এক নতুন অধ্যায় প্ৰথম বাৰৰ কাৰণে ৰাজ্যখনৰে এখন বৃহৎ ঔদ্যোগিক নগৰ নামৰূপত পদাৰ্পণ কৰি জীৱনৰ অন্য... লোকনাথ গোস্বামী পঢ়ক →
কবিতা আৰ্কাইভ ১১ ফেব্ৰুৱাৰী, ২০২৬ আমাক ঈশ্বৰ লাগেনে নালাগে! ৰৌচন আলি ভগা দলঙত ওলমি থকা কংক্ৰীটৰ দৰেইঈশ্বৰৰ সন্ধানত ঘূৰি ফুৰিছে এজাক মানুহঈশ্বৰৰ ঘৰত ঈশ্বৰ নাইঈশ্বৰৰ য'ত ঘৰ নাইতাতেই নিশ্চল হৈ পৰি... ৰৌচন আলি পঢ়ক →
উপন্যাস আৰ্কাইভ ১০ ফেব্ৰুৱাৰী, ২০২৬ দুখে কেওড়া (অনুবাদ উপন্যাস) মূল : ৰামকুমাৰ মুখোপাধ্যায় অসমীয়া অনুবাদ : কুমুদ ঘোষ আৰু সত্যেন চৌধুৰী (ৰামকুমাৰ মুখোপাধ্যায় এজন বাঙালী সাহিত্যিক৷ ভাৰতৰ সাহিত্য... কুমুদ ঘোষ, সত্যেন চৌধুৰী পঢ়ক →
গল্প আৰ্কাইভ ৩১ জানুৱাৰী, ২০২৬ জ’নাথন ডাইদ নীলোৎপল বৰুৱা :জ’নাথন ডাইদ, জ’নাথন হেজ ডাইদ বা জ’নাথন হেড ডাইদ- তিনিওটাই শুদ্ধ৷ অৰ্থ জ’নাথন মৰিল৷ মাত্ৰ প্ৰেক্ষাপট বেলেগ বেলেগ৷ মৰি... নীলোৎপল বৰুৱা পঢ়ক →
মুক্ত বীক্ষণ আৰ্কাইভ ৩১ জানুৱাৰী, ২০২৬ জোহৰান মামদানীৰ আমেৰিকা পঙ্কজ প্ৰতিম বৰদলৈ যেতিয়া জোহৰান মামদানীয়ে ২০২৫ চনৰ নৱেম্বৰ মাহত ডাউনটাউন ব্ৰুকলিনৰ এখন মঞ্চত থিয় হৈছিল আৰু সহস্ৰ জনতাৰ আগত কৈছিল... পঙ্কজ প্ৰতিম বৰদলৈ পঢ়ক →
কবিতা আৰ্কাইভ ৩১ জানুৱাৰী, ২০২৬ ৰ'দে বৰষুণে ইমান যে গান লোকনাথ গোস্বামী মন দাপোণত-১৬ (১) নামৰূপলৈ বুলি গাঁৱৰ ঘৰখনৰ পৰা হোল্ডল(Holdall) এটাত কাপোৰ-কানি আৰু চামৰাৰ পুৰণি বাকচ এটাত অইন কিছু... লোকনাথ গোস্বামী পঢ়ক →
উপন্যাস আৰ্কাইভ ৩১ জানুৱাৰী, ২০২৬ ফটাচোলাৰ ৰং (পূৰ্ণাংগ নাটক) নাট্যকাৰ –ড০ জ্যোতিপ্ৰসাদ শইকীয়া চৰিত্ৰসমূহ : ১) বেদনাথ বৰুৱা : বয়স আনুমানিক 80 বছৰৰ উৰ্ধ্বৰ৷ ২) সুৰজিৎ : বয়স প্ৰায়... ড০ জ্যোতিপ্ৰসাদ শইকীয়া পঢ়ক →