প্ৰবন্ধ আৰ্কাইভ ২৪ জানুৱাৰী, ২০২৬ আশাবাদী সমীকৰণ Poem February 2026 অঞ্জুমণি ভৰালীএখন "নাম্মা য়াত্ৰি" অট'লৈ অপেক্ষাএডাল ধূলিৰে ঢাক খোৱা বগেনভেলিয়াএকাপ ফিল্টাৰ কফি.. গৰম...যিমান দূৰলৈ চাব পাৰিগোটেই... অন্যযুগ সাহিত্য পৰিষদ পঢ়ক →
গল্প আৰ্কাইভ ২৪ জানুৱাৰী, ২০২৬ কমলা বৰগোহাঁইৰ গল্প : সংবেদনশীলতা আৰু মননশীলতা প্ৰতিনিধি (গল্পচৰ্চা) ড॰ অসীম চুতীয়া কমলা বৰগোহাঁই আধুনিক অসমীয়া গল্পসাহিত্যৰ অন্যতম শক্তিশালী গল্পকাৰ৷ তেওঁ সেইসকল লেখকৰ ভিতৰত অন্যতম যিয়ে সমাজৰ বাহ্যিক... ড॰অসীম চুতীয়া পঢ়ক →
কবিতা আৰ্কাইভ ২৩ জানুৱাৰী, ২০২৬ টাৱাৰ অফ ছাইলেঞ্চ নৱ ৰাজনশৱটো শুৱাই থৈকিছুপৰ তাতে জিৰালোঁবহু বাটৰুৱা পাৰ হৈ গ’লকাৰোবাৰ লোলুপ চাৱনিকাৰোবাৰ কিৰিলিবুজিলোঁ–মৃত্যুৰ পাছত একো বাকী... নৱ ৰাজন পঢ়ক →
কবিতা আৰ্কাইভ ২৩ জানুৱাৰী, ২০২৬ চিৰন্তন মৃদুল শৰ্মাবৰ হেঁপাহৰ ঘৰখন বাসিন্দাসকলৰ ইজন সিজনৰো অতিথিসকলকো আদৰে হাঁহিমুখে যদিও অপেক্ষাত নৰয় কোনো অতিথিৰ বাবে যাৰ বাবে প্ৰত্যেকেই... মৃদুল শৰ্মা পঢ়ক →
গল্প আৰ্কাইভ ২৩ জানুৱাৰী, ২০২৬ শীলভদ্ৰৰ চুটিগল্পত প্ৰান্তীয়তা আৰু আঞ্চলিকতাবাদ ড০ ভাস্কৰ ভূঞা নামনি অসমৰ বিশেষকৈ ধুবুৰী, গোৱালপাৰা আদি জিলাসমূহৰ প্ৰান্তীয় অঞ্চলৰ জন-জীৱনৰ সামাজিক, ভাষিক, সাংস্কৃতিক পটভূমিক কেন্দ্ৰ... ড০ভাস্কৰ ভূঞা পঢ়ক →
প্ৰবন্ধ আৰ্কাইভ ২৩ জানুৱাৰী, ২০২৬ গোলাম দাদুল ভূঞা ধৰ্মৰ অঁৰিয়াঅঁৰিত উদং হোৱা সভ্যতাৰ উলম্ব আকূতিত জাহ যাবলৈ ধৰা ঘোঁৰা এটাক সিদিনা মিছাকৈয়ে পিন্ধাইছিল স্বাধীনতাৰ লেকাম... অন্যযুগ সাহিত্য পৰিষদ পঢ়ক →
প্ৰবন্ধ আৰ্কাইভ ২২ জানুৱাৰী, ২০২৬ গীতালি বৰাৰ ‘বৈষম্যবাদ’: এটি চমু আলোচনা ড° বিৰিঞ্চি কুমাৰ দাস সাম্প্ৰতিক অসমীয়া সাহিত্য জগতৰ এগৰাকী আগশাৰীৰ গল্পকাৰ হিচাপে নিজকে প্ৰতিষ্ঠা কৰা গীতালি বৰাৰ শেহতীয়া গল্প... ড°বিৰিঞ্চি কুমাৰ দাস পঢ়ক →
ইতিহাস এষণা আৰ্কাইভ ২২ জানুৱাৰী, ২০২৬ অসমৰ আপুৰুগীয়া বনজ সম্পদ ‘বনচোম’: ইতিহাস আৰু বৰ্তমানৰ অৱস্থিতি ড০ সঞ্জীৱ বৰুৱা বনচোম অসমৰ পৰিৱেশৰ লগত অভিযোজিত হোৱা স্থানীয় আৰু অৰ্থনৈতিকভাৱে লাভজনক উদ্ভিদৰ এটা প্ৰজাতি যাক ‘অসম চেগুন’ বুলিও কোৱা... ড০ সঞ্জীৱ বৰুৱা পঢ়ক →
কবিতা আৰ্কাইভ ২২ জানুৱাৰী, ২০২৬ কি অসুখত ভুগিছে সেউজীয়া নাৰীয়ে গায়ত্ৰী দেৱী বৰঠাকুৰ কি অসুখত ভুগিছে সেউজীয়া নাৰীয়ে যে খৰস্ৰোতা নদীবোৰে ক্ৰমাৎ পাহৰি পেলাইছে গতিশীলতাৰ সুপ্ৰাচীন স্বৰলিপি আকাশ... গায়ত্ৰী দেৱী বৰঠাকুৰ পঢ়ক →
ইতিহাস এষণা আৰ্কাইভ ১৮ জানুৱাৰী, ২০২৬ অসমত লাচিত চৰ্চাৰ ইতিহাস আৰু এটি ষড়যন্ত্ৰ তত্ত্ব ড০ ৰক্তিম ৰঞ্জন শইকীয়া লাচিত বৰফুকন অসমৰ ইতিহাসৰ এক অতি গুৰুত্বপূৰ্ণ চৰিত্ৰ৷ ঐতিহাসিক চৰিত্ৰ হিচাপে লাচিত বৰফুকন যিমান গুৰুত্বপূৰ্ণ... ড০ ৰক্তিম ৰঞ্জন শইকীয়া পঢ়ক →
প্ৰবন্ধ আৰ্কাইভ ১ জানুৱাৰী, ২০২৬ ২০২৫ চনৰ ৰসায়ন বিজ্ঞানৰ নোবেল বঁটা: অদৰকাৰীৰ উপকাৰিতা ড° অনিল চন্দ্ৰ বৰা চুছুমু কিটাগাৱা, ৰিচাৰ্ড ৰবছন আৰু ওমৰ এম য়াঘীক ২০২৫ চনৰ ৰসায়ন বিজ্ঞানৰ নোবেল বঁটা প্ৰদান কৰা হয়। তেওঁলোকে সৃষ্টি... ড° অনিল চন্দ্ৰ বৰা পঢ়ক →
প্ৰবন্ধ আৰ্কাইভ ১ জানুৱাৰী, ২০২৬ পল এলুৱাৰ্দৰ কবিতা ইংৰাজী অনুবাদ : জন হেইজঅসমীয়া অনুবাদ : প্ৰশান্ত মিশ্ৰ (কবি পৰিচয় : এগৰাকী প্ৰখ্যাত ফৰাচী কবি (১৮৯৫-১৯৫২)আৰু ফ্ৰান্সৰ অধিবাস্তৱবাদী... অন্যযুগ সাহিত্য পৰিষদ পঢ়ক →
কবিতা আৰ্কাইভ ১ জানুৱাৰী, ২০২৬ নৱবৰ্ষ কেৱল এখন নতুন কেলেণ্ডাৰেই নহয়, আমাৰ নতুন চিন্তা-চেতনাৰো বাহক অংকুৰণ আৰ্ফ বেদত আছে - “যথা দৃষ্টি তথা সৃষ্টি৷” অৰ্থাৎ আমাৰ দৃষ্টিভংগী বা মন-মগজুৰ চিন্তাধাৰা যেনে হ’ব এই জীৱন আৰু জগতক আমি তেনেদৰেই... অংকুৰণ আৰ্ফ পঢ়ক →
অনুবাদ আৰ্কাইভ ১ জানুৱাৰী, ২০২৬ ৰেইনাৰ মাৰিয়া ৰিল্কেৰ কালজয়ী গ্ৰন্থ Letters to a Young Poet-অৰ মুকলি অসমীয়া অনুবাদ মূল: ৰেইনাৰ মাৰিয়া ৰিল্কেঅনুবাদ: নিকু দুৱৰা দ্বিতীয়খন চিঠি ভিয়াৰেগ্গ’, পিছাৰ সমীপত, ইটালী ৫ এপ্ৰিল, ১৯০৩ মোক আপুনি ক্ষমা কৰিব, কিয়নো... নিকু দুৱৰা পঢ়ক →
গল্প আৰ্কাইভ ১ জানুৱাৰী, ২০২৬ ছেংগীজ খাঁ নীলোৎপল বৰুৱাঅংকন: বৰ্ণিল মহন্ত ছেংগীজ খাঁৰ কুকুৰটোৰ নামো ছেংগীজ খাঁ৷ তেলচিকটি লাগি মসৃণ হৈ যোৱা অলপ বেঁকা লাখুটিডালৰ নামো ছেংগীজ খাঁ৷... নীলোৎপল বৰুৱা পঢ়ক →
প্ৰবন্ধ আৰ্কাইভ ১ জানুৱাৰী, ২০২৬ অসমত বসবাস কৰা লিম্বুসকলৰ সংক্ষিপ্ত পৰিচয়ঃ এক সামাজিক তথা ঐতিহাসিক বিশ্লেষণ অজয় লিম্বু অসম বিভিন্ন জাতি-জনগোষ্ঠীৰ বাসভূমি৷ অসমত বসবাস কৰা অন্যান্য জাতি-জনগোষ্ঠীসমূহৰ ভিতৰত লিম্বুসকল হৈছে অন্যতম এক জাতি৷... অজয় লিম্বু পঢ়ক →
কবিতা আৰ্কাইভ ৩১ ডিচেম্বৰ, ২০২৫ মাক-কথা : Unfolded Stories of a Mother ৰত্নোত্তমা দাস বিক্ৰম প্ৰথমাংশ, চতুৰ্থ অধ্যায় যেন পলকৰ ভিতৰতে সলনি হ’ল সকলো (জাহীমৰ গান এটাৰ গুণ্গুণ্ ) ঘৰতে গৰ্ভাৱস্থাৰ পৰীক্ষা... ৰত্নোত্তমা দাস বিক্ৰম পঢ়ক →
অনুবাদ আৰ্কাইভ ৩১ ডিচেম্বৰ, ২০২৫ ৰঙা গোলাপবোৰ মূল - লেংষ্টন হিউজেচ (আমেৰিকা) অনুবাদ-ড° ৰঞ্জিত দত্ত মই ৰৈ আছোঁ বসন্তৰ সেই দিনবোৰলৈ যেতিয়া টিউলিপ ফুলবোৰ ফুলি উঠিব, সমুধুৰ বসন্তৰ... ড° ৰঞ্জিত দত্ত পঢ়ক →
সম্পাদকীয় আৰ্কাইভ ৩১ ডিচেম্বৰ, ২০২৫ মায়ং : ঐতিহ্য, ঐতিহ্যবোধ আৰু ভৱিষ্যত প্ৰাচীন কালৰে পৰা অসমক এই অঞ্চলৰ বাহিৰৰ মানুহে এক ৰহস্যময় অঞ্চল বুলি ধাৰণা কৰি আহিছে৷ একাধিক ভাৰতীয় গ্ৰন্থত এনে ধাৰণাৰ প্ৰমাণ আছে৷... অন্যযুগ সাহিত্য পৰিষদ পঢ়ক →
কবিতা আৰ্কাইভ ৩১ ডিচেম্বৰ, ২০২৫ আয়োজন বিষয়ক উদয় কুমাৰ বৰুৱা এদিন কবিতা এটাক সুধিছিলো নিৰ্মাণৰ সৌন্দৰ্যবোধ কেনেকৈ অনুভৱ হয় কবিতাৰ তাৎক্ষণিক সঁহাৰিঃ তুমি য’ত থিয় হৈ আছা তাৰপৰাই... উদয় কুমাৰ বৰুৱা পঢ়ক →
শিশুজগত আৰ্কাইভ ৩১ ডিচেম্বৰ, ২০২৫ বাহুবলী ভীম নৱনীতা ভট্টাচাৰ্য্য(৮) ভীমৰ কীচক বধ আৰু স্বৰ্গযাত্ৰা সাধুটো শুনি বনীয়ে স্বস্তিৰ নিশ্বাস পেলালে, যেন ডাঙৰ বিপদ এটাহে আঁতৰিল৷ সি লগে লগে... নৱনীতা ভট্টাচাৰ্য্য পঢ়ক →
কবিতা আৰ্কাইভ ৩১ ডিচেম্বৰ, ২০২৫ বছৰৰ শেষ দিনটোৰ কবিতা হৰেকৃষ্ণ ডেকা (১) বছৰৰ শেষ দিনটোত বেলি ডুবাৰ সময়ত পশ্চিমৰ হেলনীয়া হেঙুলীয়াখিনিলৈ চাই মই নতুন বছৰৰ প্ৰথম পোহৰৰ প্ৰতীক্ষা কৰিছোঁ... হৰেকৃষ্ণ ডেকা পঢ়ক →
কবিতা আৰ্কাইভ ৩০ ডিচেম্বৰ, ২০২৫ ৰাইজ মই যাবলৈ ওলালোঁ দিলীপ ফুকন ৰাইজ মই যাবলৈ ওলালোঁ৷ আপোনালোকৰ হালোৱা হাত, হাবি ভঙা, কোৰ মৰা, ঢোল-খোল বজোৱা হাতবোৰ মোৰ শিৰৰ ওপৰত থওক৷ যাবলৈ অকণো সত যোৱা... দিলীপ ফুকন পঢ়ক →