৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

অসমীয়া আৰু ইংৰাজী সন্ধান (Search Archive)

অন্যযুগৰ সমগ্ৰ প্ৰবন্ধ, কবিতা, গল্প আৰু ঐতিহাসিক সংগ্ৰহালয়ৰ ভিতৰত সন্ধান কৰক।

মুঠ ৩০৩৭ টা ফলাফল
পৃষ্ঠা ১৮ / ১২৭ (প্ৰদৰ্শন: ২৪ টা)
কবিতা আৰ্কাইভ
৩০ ডিচেম্বৰ, ২০২৫

উত্তৰাখণ্ডত উত্তৰ বিচাৰি

অংগনা চৌধুৰী ২০২৫-ৰ শাৰদীয় গধূলি এটাত আমি গুৱাহাটীৰ পৰা দিল্লীলৈ উৰা মাৰিলো আকাশীযানেৰে৷ আমি মানে মই, মোৰ স্বামী, একমাত্ৰ পুত্ৰ আৰু...

অংগনা চৌধুৰী পঢ়ক →
কবিতা আৰ্কাইভ
২৯ ডিচেম্বৰ, ২০২৫

বিজেপি, অৰ্ণৱ গোস্বামী‌ আৰু ধৈৰ্যৰ বান্ধ

সুমন মহন্ত চৰকাৰ এখনৰ সফলতা/বিফলতা অথবা কৰ্মদক্ষতা জুখিবলৈ কিমান সময়ৰ প্ৰয়োজন বুলি প্ৰশ্ন কৰিলে, আমাৰ সকলোৰে উত্তৰবোৰ নিশ্চয় ভিন্ন...

সুমন মহন্ত পঢ়ক →
মুক্ত বীক্ষণ আৰ্কাইভ
২৯ ডিচেম্বৰ, ২০২৫

বিস্মৃত চহৰৰ সংলাপ

পঙ্কজ প্ৰতিম বৰদলৈ বহুবছৰৰ পাছত নিজৰ গৃহ চহৰ যোৰহাটত কিছুদিন দীঘলীয়াকৈ থকাৰ সুযোগ পালোঁ৷ চহৰখন আৰু কাষৰীয়া অঞ্চলটোক জুমি চালোঁ৷...

পঙ্কজ প্ৰতিম বৰদলৈ পঢ়ক →
কবিতা আৰ্কাইভ
২৮ ডিচেম্বৰ, ২০২৫

ফলাফল

জয়ন্ত দত্ত ফলাফলৰ খবৰে উতলাই পেলাইছে দুপৰীয়াটোক ঢোলে-ডগৰে, ফটকাৰে... প্ৰজ্ঞা একাডেমিৰ সন্মুখৰ পথত মোতায়েন কৰা হৈছে যান-বাহন নিয়ন্ত্ৰণৰ...

জয়ন্ত দত্ত পঢ়ক →
কবিতা আৰ্কাইভ
২৭ ডিচেম্বৰ, ২০২৫

মূল্যবোধৰ বিষয়ে দুআষাৰ

অমৃত গোস্বামী জীৱন মানে কেৱল জীয়াই থকাটো নুবুজায়৷ মানুহে জন্মগ্ৰহণ কৰে– শাৰীৰিক জন্মগ্ৰহণ৷‌ কিন্তু প্ৰকৃত মানুহ বা ‘মানৱ’ এজনৰ জন্ম...

অমৃত গোস্বামী পঢ়ক →
কবিতা আৰ্কাইভ
২৭ ডিচেম্বৰ, ২০২৫

অসমীয়া বনাম ইংৰাজী মাধ্যমৰ বিদ্যালয়

কৰবী বৰ্মন কলিতা অসমীয়া অভিভাৱকৰূপে আৰম্ভণিতেই কওঁ আজিৰ শিক্ষা ব্যৱস্থাত কিন্তু মাধ্যম এক গুৰুত্বপূৰ্ণ বিষয় হৈ পৰিছে৷ আমাৰ নিজৰ...

কৰবী বৰ্মন কলিতা পঢ়ক →
শিশুজগত আৰ্কাইভ
২৭ ডিচেম্বৰ, ২০২৫

ম’ক্‌ টেষ্ট আৰু ইয়াৰ গুৰুত্ব

ড° বুলজিৎ বুঢ়াগোহাঁই শিক্ষাক বিশ্বজনীনভাৱে জ্ঞান, দক্ষতা আৰু সামগ্ৰিক ব্যক্তিগত বিকাশৰ এক মুখ্য পথ হিচাপে স্বীকৃতি দিয়া হৈছে৷ শিক্ষাৰ...

ড°বুলজিৎ বুঢ়াগোহাঁই পঢ়ক →
শিশুজগত আৰ্কাইভ
২৭ ডিচেম্বৰ, ২০২৫

চিৰচেনেহী মোৰ ভাষা জননী

পৰিস্মিতা বৰদলৈ : ককা, আজি মোক তুমি ব্যাকৰণৰ বিষয়ে বুজোৱাৰ কথা আছিল যে! কেতিয়াকৈ বুজাবা? : অ’ বাবামণি, মোৰ মনত আছে কথাটো৷ তুমি আকৌ ছবি...

পৰিস্মিতা বৰদলৈ পঢ়ক →
উপন্যাস আৰ্কাইভ
২৬ ডিচেম্বৰ, ২০২৫

পানী হিলৈ

গোৱিন কুমাৰ খাউণ্ডঅসুস্থ হিমানীৰ কাষত মিলিটেৰী মন মাৰি বহি আছে। অসহায় দুচকুৰে টপটপকৈ চকুলো ওলাই আছে মিলিটেৰীৰ। হৃদয়ভৰা সুৰ এটাই...

গোৱিন কুমাৰ খাউণ্ড পঢ়ক →
গল্প আৰ্কাইভ
২৫ ডিচেম্বৰ, ২০২৫

পাথৈৰা

মুনমী দত্ত হাজৰিকা এদিন শীতৰ সন্ধ্যা জুহালৰ কাষত খীতুকাই বহি থাকে৷ ভাগৰে হেঁচি ধৰা শৰীৰটোতো ওঁঠৰ জোৰ নকমে৷ নাতিল’ৰাৰ সৈতে কথাৰ থুনপাক...

মুনমী দত্ত হাজৰিকা পঢ়ক →
কবিতা আৰ্কাইভ
২৫ ডিচেম্বৰ, ২০২৫

অৰ্থৱাদ*

(অৰ্থৱ বেদৰ দুটা মন্ত্ৰৰে এটা কবিতা...)গায়ত্ৰী দেৱী বৰঠাকুৰ (এক) অ’ প্ৰিয়া তোমাৰ-মোৰ এই যে চকুকেইটা সেইকেইটাই কলহৰ কাণে বৰষক মৌ...

গায়ত্ৰী দেৱী বৰঠাকুৰ পঢ়ক →
কবিতা আৰ্কাইভ
২৫ ডিচেম্বৰ, ২০২৫

চহৰৰ জোন

উমানন্দ কলিতা চহৰৰ জোন নিয়নৰ জোন ইয়াত তুলসী নাথাকে সোণ মোক চোৱা মোক চোৱা ৰঙা নীলা হালধীয়া হালধীয়া বগা সেউজীয়া সুমথিৰা সুমথিৰা...

উমানন্দ কলিতা পঢ়ক →
কবিতা আৰ্কাইভ
২৫ ডিচেম্বৰ, ২০২৫

এখন চহৰৰ স্নেপশ্বট্

পৰাগজ্যোতি মহন্ত অকস্মাৎ- চহৰৰ চৰাইখানাত এদিন লাগিল হট্টগোল ৷ সোঁৱে-বাঁৱে – ঈষাণে-নৈঋতে, আকাশে-বতাহে বিয়পি পৰিছিল এখিনি শুভ্ৰতা চহৰখনৰ...

পৰাগজ্যোতি মহন্ত পঢ়ক →
গল্প আৰ্কাইভ
২৫ ডিচেম্বৰ, ২০২৫

তীৰ্থস্থান

যশোৱন্ত নিপুণ সন্ধিয়াৰ আগেয়ে তাৰ গান গোৱা শেষ হ’ল৷ উপেনদাই ঠিক সময়তে মঞ্চত উঠিলে আৰু ঠিক সময়তে গান গোৱা শেষ কৰিলে৷ অনুষ্ঠানৰ...

যশোৱন্ত নিপুণ পঢ়ক →
প্ৰবন্ধ আৰ্কাইভ
২৫ ডিচেম্বৰ, ২০২৫

ৰাষ্ট্ৰসংঘৰ জলবায়ু পৰিৱৰ্তন বিষয়ৰ ত্ৰিংশতম সন্মিলন ক’প-৩০ (Conference of Parties-COP-30) আৰু ব্ৰাজিল

ড° অমৃত গোস্বামী আন্তৰ্জাতিক সহযোগিতাৰে পৰিৱেশ আৰু জীৱবৈচিত্ৰ্যতা ৰক্ষা আৰু বহনক্ষম উন্নয়নৰ বাবে ৰাষ্ট্ৰসংঘৰ দ্বাৰা আয়োজিত পৰিৱেশ আৰু...

ড°অমৃত গোস্বামী পঢ়ক →
কবিতা আৰ্কাইভ
২৪ ডিচেম্বৰ, ২০২৫

স্বৰাজোত্তৰ কালৰ অসমীয়া চিনেমা-১৮

(পাৰ্বতিপ্ৰসাদ বিষ্ণু ৰাভাৰ পৰা জাহ্নু-মঞ্জুলৈ) নিজৰা ৰাজকুমাৰী ২০০৪ চনৰ চিনেমা সঞ্জীৱ সভাপণ্ডিতৰ ‘জুয়ে পোৰা সোণ’৷ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ...

নিজৰা ৰাজকুমাৰী পঢ়ক →
গল্প আৰ্কাইভ
২৩ ডিচেম্বৰ, ২০২৫

দুম্‌পাগ লইঙৰ চকুৰ পতাৰ কাৰপুমপুলি, নাচি থকা বংকোৱাল

(ভাতৃপ্ৰতিম ইভান লইঙৰ হাতত) ৰত্না ভৰালী তালুকদাৰঅংকন: বৰ্ণিল মহন্ত য়াম্প’ য়াঃঙাঙ’ ৰ য়াঃঙাঙ’ ৰগন’ ন’ গুপ্‌প’ গুবাং য়েকুপ’ আজি আজি কৰি...

ৰত্না ভৰালী তালুকদাৰ পঢ়ক →
কবিতা আৰ্কাইভ
২২ ডিচেম্বৰ, ২০২৫

ক’লৈ গ’ল

(পাৰিপাৰ্শ্বিক কবিতা )মানস প্ৰতিম দত্ত কোন ক’লৈ গ’ল মানুহৰ ভৰিৰ খোজত ৰৈ গ’ল পৃথিৱী পৃথিৱীৰ ভৰিৰ তলত মানুহৰ ছাঁ আছেনে ? চৰাইবোৰ ক’লৈ...

মানস প্ৰতিম দত্ত পঢ়ক →
কবিতা আৰ্কাইভ
২২ ডিচেম্বৰ, ২০২৫

বাঁহী

গীতিমণি হাতীমূৰীয়া কোনোবা দূৰণিত বাঁহী এটাই সুৰ বিলাইছে এই সন্ধিয়াত বাঁহীটোত কোনেবা আঙুলি বুলাইছে মই নাজানো ! বাঁহীটোৱে কান্দিছে নে...

গীতিমণি হাতীমূৰীয়া পঢ়ক →
কবিতা আৰ্কাইভ
২০ ডিচেম্বৰ, ২০২৫

পল এলুৱাৰ্দৰ কবিতা

অনুবাদ : প্ৰশান্ত মিশ্ৰ[কবি পৰিচয় : এগৰাকী প্ৰখ্যাত ফৰাচী কবি (১৮৯৫-১৯৫২)আৰু ফ্ৰান্সৰ অধিবাস্তৱবাদী (Surrealism) আন্দোলনৰ অন্যতম...

প্ৰশান্ত মিশ্ৰ পঢ়ক →
গল্প আৰ্কাইভ
২০ ডিচেম্বৰ, ২০২৫

প্ৰশান্ত কুমাৰ দাসৰ গল্প

ড॰ অসীম চুতীয়াআধুনিক সাহিত্যত কাহিনী বা নেৰেটিভ নিৰ্মাণে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে৷ এই নেৰেটিভ হৈছে মানৱ জীৱন, অভিজ্ঞতা, স্মৃতি...

ড॰অসীম চুতীয়া পঢ়ক →
কবিতা আৰ্কাইভ
১৯ ডিচেম্বৰ, ২০২৫

ৰ'দে-বৰষুণে ইমান যে গান

লোকনাথ গোস্বামী মন দাপোণত-১৫ (১) টাউনৰ মাটিডোখৰত সৰুকৈ হ’লেও ঘৰ এটা সজাৰ কথাটোত ময়ো জোৰ দিলোঁ ৷ গাঁৱৰ পৰা সদাই বোকা-পানী খচকি ট...

লোকনাথ গোস্বামী পঢ়ক →
কবিতা আৰ্কাইভ
১৯ ডিচেম্বৰ, ২০২৫

শিপা অথ : পোষ্ট মেলন

ভাস্কৰ জে নাথতোমাৰ ফটো এখন দেখিলো আজিসুৰ্যাস্তৰৰ পিনে তুমি প্ৰেমৰ ভংগীমা দেখুৱাইছাদুহাত মেলিমোৰ ল'ৰাহতে মেলনক চাবলৈ উদ্বাউল হৈ...

ভাস্কৰ জে নাথ পঢ়ক →
গল্প আৰ্কাইভ
৩০ নৱেম্বৰ, ২০২৫

বাইফাৰ

নীলোৎপল বৰুৱাবসু বৰুৱাই চক খাব লাগিছিল৷ নিয়ম মাফিক৷ নাখালে৷ অলপো নাখালে৷ সন্মুখৰ মিছিলটো অলপ হতাশ হ’ল৷ মিছিল মানে কি আৰু- দহ পোন্ধৰটা...

নীলোৎপল বৰুৱা পঢ়ক →