বিংশ শতিকাৰ সুধাকণ্ঠৰ সুৰত একবিংশ শতিকাৰ শ্ৰমিকৰ চিৎকাৰ
যুগান্তৰ মাধৱ শইকীয়া শীতৰে সেমেকা ৰাতি শীতৰে সেমেকা ৰাতি, সেমেকা শীতৰে ৰাতি শীতৰে সেমেকা ৰাতি, বস্ত্ৰবিহীন কোনো খেতিয়কৰ ভাগিপৰা...
অন্যযুগ সূচী
অনুবাদ
যুগান্তৰ মাধৱ শইকীয়া শীতৰে সেমেকা ৰাতি শীতৰে সেমেকা ৰাতি, সেমেকা শীতৰে ৰাতি শীতৰে সেমেকা ৰাতি, বস্ত্ৰবিহীন কোনো খেতিয়কৰ ভাগিপৰা...
ৰাতুল মহন্ত শেষ নিশা ২-৪০ বজাত কমসংখ্যক যাত্ৰী লৈ উজনিমুৱা বাছখন জখলাবন্ধাৰ হোটেল এখনৰ ওচৰত ৰৈছিলহি৷ সাধাৰণতে সেইসময়ত নৈশযাত্ৰীৰ...
মূল (ইংৰাজী) : মায়া এনজেলিও (Maya Angelou ), আমেৰিকাঅনুবাদ : ড° ৰঞ্জিত দত্তদেৱালৰ ছাঁবোৰ,হলঘৰটোৰ হাই-উৰুমিবোৰ,জীৱনে মোক...
অমৃত গোস্বামী ‘শিশুপাল’ মহাভাৰতৰ এক অতি অহংকাৰী আৰু বিতৰ্কিত চৰিত্ৰ৷ শিশুপাল আছিল চেদী ৰাজ্যৰ ৰজা, শ্ৰীকৃষ্ণৰ সম্পৰ্কীয়—পেহীয়েকৰ...
মিত্ৰাবিন্দা বৰা বৰ্তমান এই একবিংশ শতিকাৰ বিশ্বায়নৰ প্ৰেক্ষাপটত ভাষাই কেৱল সহজাত প্ৰয়োগ যোগাযোগৰ মাধ্যমৰ পৰিধি ভাঙি নিজকে এটা জাতিৰ...
ৰত্নোত্তমা দাস বিক্ৰম প্ৰথমাংশ, ষষ্ঠ অধ্যায় এদিন আধা ৰাস্তাতে ... . দিনবোৰ আগ বাঢ়িছিল। ধীৰে ধীৰে নে খৰগতিৰে আগ বাঢ়িছিল, গম পোৱা...
মূল: ৰেইনাৰ মাৰিয়া ৰিল্কেঅনুবাদ: নিকু দুৱৰা তৃতীয়খন চিঠি ভিয়াৰেজ্জ’, পিছাৰ সমীপত, ইটালী, ২৩ এপ্ৰিল, ১৯০৩ আপুনি ইষ্টাৰৰ শুভেচ্ছা জনাই...
মূল (ইংৰাজী) : জৰ্জ অৰৱেল, ইংলেণ্ডঅনুবাদ : ড° ৰঞ্জিত দত্তমনটো আমাৰ বিবাহিতকিন্তু আমি বহুত সৰুমনটো আমাৰ বিবাহিত কিন্তু আমি বহুত সৰুযুগৰ...
মূল: ৰাস্কিন বণ্ড অনুবাদ: পংকজ কুমাৰ নেওগ পৰিষ্কাৰ হিমশীতল বতৰ আছিল। হিমালয়ৰ শিখৰত জোনটো উদয় হোৱাৰ লগে লগে দেখা পালোঁ যে পাহাৰী...
কবি : এন্দ্ৰি এডি, হাঙ্গেৰীঅনুবাদ : ড° ৰঞ্জিত দত্তআমি মানুহযি সদায়েই পলমকৈ চলোঁ,আমি মানুহআমি আহিছোঁ দূৰ -সুদূৰৰ পৰা।আমাৰ খোজবোৰ সদায়েই...
মূল: ৰেইনাৰ মাৰিয়া ৰিল্কেঅনুবাদ: নিকু দুৱৰা দ্বিতীয়খন চিঠি ভিয়াৰেগ্গ’, পিছাৰ সমীপত, ইটালী ৫ এপ্ৰিল, ১৯০৩ মোক আপুনি ক্ষমা কৰিব, কিয়নো...
মূল - লেংষ্টন হিউজেচ (আমেৰিকা) অনুবাদ-ড° ৰঞ্জিত দত্ত মই ৰৈ আছোঁ বসন্তৰ সেই দিনবোৰলৈ যেতিয়া টিউলিপ ফুলবোৰ ফুলি উঠিব, সমুধুৰ বসন্তৰ...
মূল : অক্টাভিঅ’ পাজ ভাবানুবাদ : যশোৱন্ত নিপুণ পানীয়ে সুৰংগ খান্দে শিলত, বতাহে পানীবোৰ সিঁচি দিয়ে দূৰলৈ, শিলে বতাহক আগচি ধৰে ৷ পানী...
ৰত্নোত্তমা দাস বিক্ৰমপ্ৰথমাংশ, তৃতীয় অধ্যায় পূৰৈৰঙী আঁচ দুডালৰংবোৰ ভালপাওঁ৷ ৰংবোৰ লিৰিকি-বিদাৰি চাওঁ৷ সেইকাৰণেই কিজানি সেই বিশেষ আঁচ...
মূল: ৰেইনাৰ মাৰিয়া ৰিল্কে অনুবাদ: নিকু দুৱৰা ( সম্পাদকীয় টোকা : ৰেইনাৰ মাৰিয়া ৰিল্কেই জাৰ্মান ভাষাত লিখা প্ৰখ্যাত গ্ৰন্থ Briefe an...
(পাৰ্বতিপ্ৰসাদ, বিষ্ণু ৰাভাৰ পৰা জাহ্নু-মঞ্জুলৈ)নিজৰা ৰাজকুমাৰী আকৌ জুবিন গাৰ্গ৷ এইসময়ত ‘অন্যযুগ’ৰ ধাৰাবাহিক লেখাটোত যিসমূহ চিনেমাৰ...
পাৰ্থপ্ৰতিম ৰাজকোঁৱৰ অনুবাদ সাহিত্যৰ প্ৰসংগ আহিলেই মই মোৰ বিশ্ববিদ্যালয় জীৱনৰ এগৰাকী শিক্ষাগুৰুৰ নাম ল’বই লাগিব৷ ডিব্ৰুগড়...
অমৃত গোস্বামী অলপতে মোৰ দাদা এজনে বন্ধু জনদিয়েকৰ সৈতে মিলি আইজাল-মিজোৰাম ফুৰি আহিল৷ মিজোৰামৰ পৰা আহি দাদাই মোক ক’লে “মিজোৰাম বিশেষকৈ...
কবি : থমাছ বাৰ্ণহাৰ্ড (Thomas Bernhard , অষ্ট্ৰিয়া)অনুবাদ : ড° ৰঞ্জিত দত্তএখন পানীৰ কম্বলতমই সী লৈছোঁমোৰ দিনবোৰক,মোৰ ভগৱানকআৰু...
(পাৰ্বতিপ্ৰসাদ বিষ্ণু ৰাভাৰ পৰা জাহ্নু-মঞ্জুলৈ) নিজৰা ৰাজকুমাৰী এই সময় জুবিনময়৷ কাণত আৰু বুকুত বাজি আছে জুবিনৰ গীত আৰু মাত৷...