বিনিৰ্মাণবাদ
ড° তপোধীৰ ভট্টাচাৰ্যঅসমীয়া অনুবাদ : কুমুদ ঘোষ৷৷ চাৰি ৷৷ জে. হিলিছ মিলেৰ, পল দা মেন, জিওফ্ৰে হাৰ্টমেন আৰু হেৰল্ড ব্লুম : মূলতঃ এই...
অন্যযুগ সূচী
অনুবাদ
ড° তপোধীৰ ভট্টাচাৰ্যঅসমীয়া অনুবাদ : কুমুদ ঘোষ৷৷ চাৰি ৷৷ জে. হিলিছ মিলেৰ, পল দা মেন, জিওফ্ৰে হাৰ্টমেন আৰু হেৰল্ড ব্লুম : মূলতঃ এই...
ড° তপোধীৰ ভট্টাচাৰ্য অসমীয়া অনুবাদ : কুমুদ ঘোষড° তপোধীৰ ভট্টাচাৰ্য(সমকালীন বাঙালি প্ৰাবন্ধিকসকলৰ ভিতৰত অন্যতম ড॰ তপোধীৰ ভট্টাচাৰ্য৷...
ড° বুলজিৎ বুঢ়াগোহাঁই চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰম গ্ৰহণ কৰি ছাত্ৰ-ছাত্ৰীয়ে আকৰ্ষণীয় কেৰিয়াৰ গঢ়িব পাৰে। ভাৰতবৰ্ষৰ অন্য ৰাজ্যৰ লগতে অসমতো...
কৌস্তুভমণি শইকীয়া দত্ত অনুবাদৰ আনুষংগিক কিছু প্ৰসিদ্ধ চৰিত্ৰ অসাধাৰণ। যুগে যুগে মানুহৰ দ্বাৰা অৰ্চিত, পূজিত। উদাহৰণস্বৰূপে...
মাধৱ দাস স্কুলত থাকোঁতে এই ডিচেম্বৰ মাহটোৰ আমেজেই সুকীয়া আছিল। বছেৰেকীয়া পৰীক্ষা। তাতে আকৌ আগবেলা পৰীক্ষা থাকিলে ঠাণ্ডাত কিমান যে কষ্ট...
‘বাঘৰাণী খইৰী’মূল : অখিল মোহন পট্টনায়কঅনুবাদ : ড° ৰত্নোত্তমা দাস বিক্ৰমসেইদিনা ৰাতি হৰিশে মোক জগাই খইৰীয়ে তাক কামোৰাৰ কথা জনোৱা...
.pod{ width:100%; max-width:250px; margin-left: auto; margin-right: auto; } .td-left{ text-align:left } .td-right{ text-align: right;...
‘বাঘৰাণী খইৰী’মূল : অখিল মোহন পট্টনায়কঅনুবাদ : ড° ৰত্নোত্তমা দাস বিক্ৰমপ্ৰায় ১৫০ মিটাৰ দূৰৰ পৰা ‘উহুঁ-উহুঁ’ কৰি দেও দি দি আগবাঢ়ি...
মূল : সমীৰ ৰক্ষিত (বাংলা)অসমীয়া অনুবাদ : কুমুদ ঘোষ জয়া একেবাৰে একোৱেই নজনা বা নুবুজা ছোৱালী নহয় যে লাজত মৰহি যাব৷ স্থিৰ, নিশ্চল তাইৰ...
‘বাঘৰাণী খইৰী’মূল : অখিল মোহন পট্টনায়কঅনুবাদ : ড° ৰত্নোত্তমা দাস বিক্ৰমডাক্তৰখানাত মোৰ দুঘণ্টামান দেৰী হৈ গৈছিল। উভতি আহি দেখোঁ...
‘বাঘৰাণী খইৰী’মূল : অখিল মোহন পট্টনায়কঅনুবাদ : ড° ৰত্নোত্তমা দাস বিক্ৰম তাই প্ৰথমে আইনাত তাইৰ প্ৰতিবিম্ব ওচৰত মুখ লগাই এবাৰ-দুবাৰ...
ড° বিৰিঞ্চি কুমাৰ দাস অনুবাদৰ বিষয়ে কিবা লিখিবলৈ গৈ প্ৰথমেই এটা ঘটনা মোৰ মনলৈ আহিছে। বহু বছৰ আগতে এজন ছাত্ৰই গেব্ৰিয়েল গাৰ্ছিয়া...
ড০ অৰুণিমা ভট্টাচাৰ্য্য ‘মেগনলীয়া’ মামণি ৰয়ছম গোস্বামীৰ অসংকলিত গল্পৰ সংকলন। সৰ্বমুঠ ২৮ টা গল্প থকা সংকলনটোত তেওঁৰ ১৯৬০-ৰ দশকত বিভিন্ন...
ড° মৃদুল চন্দ্ৰ শৰ্মাপৰ্যটন হৈছে মনোৰঞ্জন, অৱসৰ বিনোদন, ধৰ্মীয়, পাৰিবাৰিক বা ব্যৱসায়িক উদ্দেশ্যৰ বাবে সাধাৰণতে সীমিত সময়ৰ বাবে কৰা...
লুইতজ্যোতি ১৫ আগষ্ট, ১৯৪৭ চন৷ ভাৰতৰ স্বাধীনতাৰ দিন৷ ১০০ বছৰীয়া ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী আৰু তাৰ পাছত ৯০ বছৰীয়া ব্ৰিটিছ ৰাজ শাসনৰ...
‘বাঘৰাণী খইৰী’মূল : অখিল মোহন পট্টনায়কঅনুবাদ : ড° ৰত্নোত্তমা দাস বিক্ৰম (যোৱা সংখ্যাৰ পাছৰ পৰা) দিনৰ সাজ খইৰীয়ে বেছ ভালদৰে খাইছিল...
ড° বুলজিৎ বুঢ়াগোহাঁই বেংক প্ৰবেশ্যনেৰি অফিচাৰ পদত নিযুক্তিৰ বাবে Institute of Banking Personnel Selection (https://www.ibps.in/)-য়ে...
মূল কবি : জাচিন্ত কেৰ্কেট্টা (Jasinta Kerketta), ঝাৰখণ্ডঅসমীয়া অনুবাদ : পাৰ্থপ্ৰতিম ৰাজকোঁৱৰ প্ৰতিনিশা গাওঁখন বিছনাত ঢলি পৰে কিন্তু...
মূল : মিথিলেশ ভট্টাচাৰ্য (বাংলা) অসমীয়া অনুবাদ : ড০ কুমুদ ঘোষ (মিথিলেশ ভট্টাচাৰ্যৰ জন্ম অবিভক্ত ভাৰতৰ শ্ৰীহট্ট জিলাৰ দক্ষিণ বীনোষণা...
মূল বাংলা : চাব্ৰিনা ৰুবিন (বাংলাদেশ)অনুবাদ : উৎপল দত্ত(বাংলাদেশৰ কবি ডাঃ চাব্ৰিনা ৰুবিনে ইংৰাজী আৰু বাংলা উভয় ভাষাতে কবিতা ৰচনা কৰে...
Brown Hawk Owl / Brown Boobook বা দুখী ফেঁচাৰূপজ্যোতি হাজৰিকা আমাৰ দেশত বহু প্ৰকাৰৰ ফেঁচা দেখিবলৈ পোৱা যায়৷ ফেঁচা এক প্ৰকাৰৰ নিশাচৰ...
ছাজিছ আলম “প্ৰযুক্তিবিদ্যাৰ দ্ৰুত প্ৰসাৰ আৰু সাম্প্ৰতিক সময়ৰ পৰিপ্ৰেক্ষিতত অনলাইন শিক্ষাই সমগ্ৰ দেশতে ব্যাপক জনপ্ৰিয়তা অৰ্জন কৰিছে৷ এই...