৫ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

অনুবাদ (অনুবাদ)

অনুবাদ

মুঠ ২৫৮ টা লেখা
পৃষ্ঠা ৭ / ১১ (প্ৰদৰ্শন: ২৪ টা)
অনুবাদ আৰ্কাইভ
২৬ মে’, ২০২৩

পৰৱাজ

মূল : আভা আয়েংগাৰ (Abha Iyengar)ৰ ইংৰাজী কবিতা) Parwaaz অনুবাদ : উৎপল দত্তমোৰ দৃষ্টিয়ে বিচাৰে অন্য এক দিগন্ত, মুহূৰ্তবোৰ বাগৰি যায়...

মূল: আভা আয়েংগাৰ পঢ়ক →
অনুবাদ আৰ্কাইভ
২৮ এপ্ৰিল, ২০২৩

ৰঘুবংশ

মূল : মহাকবি কালিদাসঅনুবাদ : কৌস্তুভমণি শইকীয়া দত্ত || একাদশ অধ্যায় ||ৰজা দশৰথৰ কাষলৈ আহিল মুনি কৌশিক,বিচাৰিলে কাকপাখিৰ দৰে চুলি...

কৌস্তুভমণি শইকীয়া দত্ত পঢ়ক →
অনুবাদ আৰ্কাইভ
৩১ মাৰ্চ, ২০২৩

সপোনত মোৰ দেশ

মূল : জীৱন নামদুং অনুবাদ : দক্ষিণা দেৱী গজুৰেল যোৱা বা তাৰ আগৰ বছৰৰ কথা ডিচেম্বৰ মাহৰ কোনোবা এটা চেঁচা জাৰৰ ৰাতি নহ’লে ভাবকচোন এটি...

মূল:জীৱন নামদুং পঢ়ক →
অনুবাদ আৰ্কাইভ
২৮ মাৰ্চ, ২০২৩

ৰঘুবংশ

মূল : মহাকবি কালিদাসঅনুবাদ : কৌস্তুভমণি শইকীয়া দত্তৰঘুবংশ ৯ম অধ্যায়|| কালিদাসকৃতং ৰঘুবংশম্ সৰ্গ ৯ ||জিতেন্দ্ৰিয় আৰু ৰাজন্যৰ অগ্ৰগামী...

মূল: মহাকবি কালিদাস পঢ়ক →
অনুবাদ আৰ্কাইভ
২৪ মাৰ্চ, ২০২৩

এমা ছুঞ্ছ

মূল : হৰ্হে লুই বৰ্হেছৰ Emma Zunzইংৰাজী অনুবাদ : এণ্ড্ৰু হাৰ্লীৰ Emma Zunzঅসমীয়া অনুবাদ: নয়নজ্যোতি শৰ্মা ১৯২২ চনৰ ১৪ জানুৱাৰি তাৰিখে...

মূল: হৰ্হে লুই বৰ্হেছৰ পঢ়ক →
অনুবাদ আৰ্কাইভ
২৫ ফেব্ৰুৱাৰী, ২০২৩

ৰঘুবংশ

মূল : মহাকবি কালিদাসঅনুবাদ : কৌস্তুভমণি শইকীয়া দত্ত || ৭ম অধ্যায় ||তাৰ পাছত কাৰ্তিকৰ সহযাত্ৰী দেৱসেনাৰ দৰেযোগ্যজনক বৰণ কৰা ভগ্নীক লৈ...

মূল: মহাকবি কালিদাস পঢ়ক →
অনুবাদ আৰ্কাইভ
১৪ ফেব্ৰুৱাৰী, ২০২৩

ব্লা ব্লা ব্লা

মূল : গ্ৰেটা থুনবাৰ্গঅসমীয়া অনুবাদ : ড° কুমুদ ঘোষ(গ্ৰেটা টিনটিন ইলেওনোৰা এৰ্নমেন থুনবাৰ্গ৷ চমুকৈ আমাৰ মাজত গ্ৰেটা থুনবাৰ্গ হিচাপে...

মূল:মূল : গ্ৰেটা থুনবাৰ্গ পঢ়ক →
অনুবাদ আৰ্কাইভ
৩১ জানুৱাৰী, ২০২৩

|| কালিদাসৰ ৰঘুবংশম্ অধ্যায় ৬ ||

অনুবাদ - কৌস্তুভমণি শইকীয়া দত্ত সয়ম্বৰসভালৈ গৈ কুমাৰ অজই দেখিলে সাজিকাচি পৃথিৱীৰ ৰজাসকলে মনোজ্ঞ বেশে শৰীৰত লৈ বিমানচাৰী দেৱতাৰ...

মূল: মহাকবি কালিদাস পঢ়ক →
অনুবাদ আৰ্কাইভ
২৮ জানুৱাৰী, ২০২৩

মেডিকেল ৰিপ্ৰিজেণ্টটেটিভ (Medical Representative) চাকৰি

ড° বুলজিৎ বুঢ়াগোহাঁই বৰ্তমান যুগত মেডিকেল ৰিপ্ৰিজেণ্টটেটিভ (Medical Representative) এটা আকৰ্ষণীয় চাকৰি। এই চাকৰিত কেৰিয়াৰ বৃদ্ধিৰ...

ড° বুলজিৎ বুঢ়াগোহাঁই পঢ়ক →
অনুবাদ আৰ্কাইভ
২৮ ডিচেম্বৰ, ২০২২

প্ৰস্থান ক্ষতবোৰৰ দৰেই আত্ম-প্ৰতিকৃতি

আমেৰিকান-ভিয়েটনামী কবি ওশ্বেন ভুৱঙৰ Self-Portrait as Exit Wounds কবিতাৰ অনুবাদঅনুবাদক : ড˚ বিৰিঞ্চি কুমাৰ দাসবিকল্পে, ই হওক বৰষুণে...

অনুবাদ: বি‍ৰিঞ্চি কুমাৰ দাস পঢ়ক →
অনুবাদ আৰ্কাইভ
২৬ ডিচেম্বৰ, ২০২২

মহাকবি কালিদাসৰ ৰঘুবংশম্

অনুবাদ - কৌস্তুভমণি শইকীয়া দত্ত (পঞ্চম অধ্যায়) বিশ্বজিৎ যজ্ঞৰ দান দক্ষিণাত হ’ল শূন্য ৰাজকোষ সেই সময়তে শিক্ষা কৰিলে সমাপ্ত বৰতন্তু...

মূল: মহাকবি কালিদাস পঢ়ক →
অনুবাদ আৰ্কাইভ
২৮ নৱেম্বৰ, ২০২২

মহাকবি কালিদাসৰ ৰঘুবংশ

অনুবাদ -কৌস্তুভমণি শইকীয়া দত্তবিজয়ৰ ইচ্ছাত বলীয়ান হৈ ৰঘুৰ সৈন্যদল আগুৱালেজালুকৰ বনত বাস কৰা সেউজী পাৰ উদ্ভ্ৰান্ত হৈ উৰিলে,মলয় পৰ্বতৰ...

মূল: মহাকবি কালিদাস পঢ়ক →
অনুবাদ আৰ্কাইভ
২৬ অক্টোবৰ, ২০২২

মহাকবি কালিদাসৰ ৰঘুবংশ

ৰঘুবংশ : ৪ৰ্থ অধ্যায়মূল : মহাকবি কালিদাসঅনুবাদ : কৌস্তুভমণি শইকীয়া দত্ত সন্ধিয়া যিদৰে অগ্নি উজলি উঠে সূৰ্যৰ তেজেৰে সমৃদ্ধ...

মূল: মহাকবি কালিদাস পঢ়ক →
অনুবাদ আৰ্কাইভ
২২ অক্টোবৰ, ২০২২

পেৰামেডিকেল পাঠ্যক্ৰম (Para-Medical Courses)

ড° বুলজিৎ বুঢ়াগোহাঁই বৰ্তমান ভাৰতবৰ্ষত পেৰামেডিকেল এটা আকৰ্ষণীয় পাঠ্যক্ৰম। ভাৰতবৰ্ষৰ অন্য ৰাজ্যৰ লগতে অসমতো চৰকাৰী তথা ব্যক্তিগত খণ্ডৰ...

ড° বুলজিৎ বুঢ়াগোহাঁই পঢ়ক →
অনুবাদ আৰ্কাইভ
১ অক্টোবৰ, ২০২২

বাহিৰতে বহি চাৰিওফালে চাই আছিলোঁ

মূল: ৱাল্ট হুইট্‌মেন (১৮১৯-১৮৯২) অনুবাদ : প্ৰশান্ত মিশ্ৰ (কবি পৰিচয় : এগৰাকী প্ৰসিদ্ধ এমেৰিকান কবি, নিবন্ধকাৰ আৰু সাংবাদিক। মানৱতাবাদী...

মূল: ৱাল্ট হুইট্‌মেন পঢ়ক →
অনুবাদ আৰ্কাইভ
৩০ ছেপ্টেম্বৰ, ২০২২

মহাকবি কালিদাসৰ ৰঘুবংশ

অধ্যায় - ৩অনুবাদ- কৌস্তুভমণি শইকীয়া দত্ত নন্দিনীৰ অংগনিসৃত জলেৰে (গোমূত্ৰৰে) চকুদুটি ধুলে সজ্জনে বন্দন কৰা দিলীপনন্দনে অতীন্দ্ৰিয়...

মূল: মহাকবি কালিদাস পঢ়ক →
অনুবাদ আৰ্কাইভ
২০ ছেপ্টেম্বৰ, ২০২২

বিমান সেৱিকা (Air Hostess)

ড° বুলজিৎ বুঢ়াগোহাঁই বৰ্তমান যুগত বিমান সেৱিকা বা এয়াৰ হোষ্টেজ এটা আকৰ্ষণীয় চাকৰি৷ বিমান সেৱিকাসকলে উৰাজাহাজত যাত্ৰীসকলৰ সুবিধাৰ বাবে...

ড° বুলজিৎ বুঢ়াগোহাঁই পঢ়ক →
অনুবাদ আৰ্কাইভ
৩১ আগষ্ট, ২০২২

এটি চৰাইৰ ছবি‍ এখন আঁকিবলৈ লওঁতে

মূল (ফৰাচী): ঝাক প্ৰেভেৰ (১৯০০-১৯৭৭) ইংৰাজী অনুবাদ: ইউজীন লেভিছঅসমীয়া অনুবাদ: প্ৰশান্ত মিশ্ৰ (কবি পৰিচয়ঃ এজন প্ৰখ্যাত ফৰাচী কবি আৰু...

মূল (ফৰাচী): ঝাক প্ৰেভেৰ পঢ়ক →
অনুবাদ আৰ্কাইভ
২৯ আগষ্ট, ২০২২

মহাকবি কালিদাসৰ ৰঘুবংশ

অধ্যায় ৩ অনুবাদ- কৌস্তুভমণি শইকীয়া দত্ত ৰঘুৰ অগ্নিপৰীক্ষা কিছুদিন গ’ল- ইক্ষ্বাকুকুলৰ উত্তৰাধিকাৰে সুদক্ষিণাৰ গৰ্ভত ল’লে থিত। সখীসকলে...

মূল: মহাকবি কালিদাস পঢ়ক →
অনুবাদ আৰ্কাইভ
২৭ আগষ্ট, ২০২২

কেৰিয়াৰ হিচাপে বনাঞ্চল পৰিচালনা (Forest Management)

ড° বুলজিৎ বুঢ়াগোহাঁই বনাঞ্চল পৰিচালনা (Forest Management) এটা আকৰ্ষণীয় কেৰিয়াৰ। ‘বনাঞ্চল পৰিচালনা’ত বিভিন্ন পাঠ্যক্ৰম অধ্যয়ন কৰিব...

ড° বুলজিৎ বুঢ়াগোহাঁই পঢ়ক →
অনুবাদ আৰ্কাইভ
১ আগষ্ট, ২০২২

ৰেচমবিদ্যা (Sericulture)

ড° বুলজিৎ বুঢ়াগোহাঁই ‘ৰেচমবিদ্যা’ পঢ়ি ছাত্ৰ-ছাত্ৰীসকলে সুন্দৰ কেৰিয়াৰ গঢ়িব পাৰে৷ ইয়াৰ বাবে ছাত্ৰ-ছাত্ৰীসকলে উচ্চতৰ মাধ্যমিকৰ বিজ্ঞান...

ড° বুলজিৎ বুঢ়াগোহাঁই পঢ়ক →
অনুবাদ আৰ্কাইভ
২১ জুলাই, ২০২২

কালিদাসৰ ৰঘুবংশ

মূল- মহাকবি কালিদাসঅসমীয়া অনুবাদ - কৌস্তুভমণি শইকীয়া দত্ত || ২য় অধ্যায় ||(যোৱাসংখ্যাৰ পাছৰ পৰা)দেৱদাৰু বৃক্ষৰ বাবে এই মহান যত্নতুমি...

মূল: মহাকবি কালিদাস পঢ়ক →
অনুবাদ আৰ্কাইভ
১৮ জুলাই, ২০২২

অনুবাদতত্ত্ব

মূল : ড° তপোধীৰ ভট্টাচাৰ্য অসমীয়া অনুবাদ : কুমুদ ঘোষ (সমকালীন বাঙালি প্ৰাবন্ধিকসকলৰ ভিতৰত অন্যতম ড॰ তপোধীৰ ভট্টাচাৰ্য৷ দিল্লী...

অনুবা পঢ়ক →