৫ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

অনুবাদ (অনুবাদ)

অনুবাদ

মুঠ ২৫৮ টা লেখা
পৃষ্ঠা ৬ / ১১ (প্ৰদৰ্শন: ২৪ টা)
অনুবাদ আৰ্কাইভ
২১ মাৰ্চ, ২০২৪

কলা কি?

মূল : লিও টলষ্টয়ৰ ‘What is Art?’ অনুবাদ : ড০ বিৰিঞ্চিকুমাৰ দাস (৩) ৰাছিয়ান ভাষাত krasota (সৌন্দৰ্য) শব্দটোৰে আমি কেৱল সেইবোৰ বস্তুক...

মূল :লিও টলষ্টয়ৰ ‘What is Art?’ পঢ়ক →
অনুবাদ আৰ্কাইভ
২১ মাৰ্চ, ২০২৪

মহাকবি কালিদাসৰ ঋতুসংহাৰম্

অনুবাদ : কৌস্তুভমণি শইকীয়া দত্ত প্ৰথম অধ্যয়।। অথ গ্ৰীষ্মঃ ।।।। গ্ৰীষ্ম বৰ্ণনা ।।এতিয়া গ্ৰীষ্ম ।সূৰুযৰ কি প্ৰচণ্ড উত্তাপ মোহনীয় হৈ...

অনুবাদ : কৌস্তুভমণি শইকীয়া দত্ত পঢ়ক →
অনুবাদ আৰ্কাইভ
২৫ ফেব্ৰুৱাৰী, ২০২৪

পুৱাৰ জলপান

মূল (ফৰাচী) : ঝাক প্ৰেভে'ৰ (Jackoes Prevert) অনুবাদ : প্ৰশান্ত মিশ্ৰ (এলাষ্টেইৰ কেম্পবেলে কৰা ইংৰাজী অনুবাদৰপৰা)পিয়লাটোত তেওঁ অকণমান...

প্ৰশান্ত মিশ্ৰ পঢ়ক →
অনুবাদ আৰ্কাইভ
২৫ ফেব্ৰুৱাৰী, ২০২৪

কলা কি?

(ৰাছিয়ান লেখক লিও টলষ্টয়ৰ ‘What is Art?' গ্ৰন্থৰ Aylmer Maude-য়ে কৰা ইংৰাজী ভাঙনিৰপৰা) অনুবাদ : ড০ বিৰিঞ্চি কুমাৰ দাস (২) প্ৰতিখন...

বিৰিঞ্চিকুমাৰ দাস পঢ়ক →
অনুবাদ আৰ্কাইভ
৩০ জানুৱাৰী, ২০২৪

কলা কি ?

ৰাছিয়ান লেখক লিও টলষ্টয়ৰ ‘What is Art?' গ্ৰন্থৰ Aylmer Maude-য়ে কৰা ইংৰাজী ভাঙনিৰ অসমীয়া অনুবাদ অনুবাদকঃ ড˚ বিৰিঞ্চি কুমাৰ দাস (প্ৰথম...

বিৰিঞ্চিকুমাৰ দাস পঢ়ক →
অনুবাদ আৰ্কাইভ
২৮ জানুৱাৰী, ২০২৪

দুখ আৰু সুখ

মূল: য়েহুদা আমিখাই অনুবাদ: অনুভৱ তুলসী দুখ আৰু সুখ যেন পানী গোটা আৰু গেছীয় দুখ আৰু সুখ একেটি পদাৰ্থৰ ইপিঠি আৰু সিপিঠি প্ৰেম আৰু...

অনুভৱ তুলসী পঢ়ক →
অনুবাদ আৰ্কাইভ
২৮ নৱেম্বৰ, ২০২৩

এই যে দিন-ৰাতিবোৰ

মূল : হুমায়ূন আহমেদঅনুবাদ : ড° জোনালী পাটোৱাৰী বৰাথাৰ্ড পিৰিয়ডত প্ৰণৱবাবুৰ ক্লাছ নাই। তেওঁ আলোচনী এখন বিচাৰি কমনৰূমলৈ সোমাই আহিল...

মূল : হুমায়ূন আহমেদ পঢ়ক →
অনুবাদ আৰ্কাইভ
২৭ ছেপ্টেম্বৰ, ২০২৩

মই অকলশৰীয়া নহওঁ

মূল (ফৰাচী) : গেব্ৰিয়ালা মিচট্ৰেইল (Gabriela Mistral)অনুবাদ : ড° ৰঞ্জিত দত্তপৰ্বতৰ পৰা সাগৰলেনিশাটো শূন্যতাৰে ভৰা।কিন্তু ময়েই এনে...

মূল (ফৰাচী) : গেব্ৰিয়ালা মিচট্ৰেইল পঢ়ক →
অনুবাদ আৰ্কাইভ
২৭ ছেপ্টেম্বৰ, ২০২৩

নম ৰসাপ

মূল হিন্দী : ড° যমুনা বিনি অনুবাদ: জাহ্নৱী গগৈ (ড০ যমুনা বিনি অৰুণাচল প্ৰদেশত জন্মগ্ৰহণ কৰা এগৰাকী জনপ্ৰিয় লেখিকা। মুলতঃ হিন্দী ভাষা�...

মূল (হিন্দী) : ড° যমুনা বিনি পঢ়ক →
অনুবাদ আৰ্কাইভ
২৬ ছেপ্টেম্বৰ, ২০২৩

মৈমনসিংহ-গীতিকা

মৈমনসিংহ-গীতিকাৰ অনুবাদ 'মহুৱা'কাব্যানুবাদ : ড° প্ৰাণ্‌জিৎ বৰামৈমনসিংহ গীতিকাৰ শতবৰ্ষ আৰু কিছু কথা অবিভক্ত ভাৰতবৰ্ষৰ অন্যতম বৃহৎ জিলা...

মৈমনসিংহ-গীতিকা পঢ়ক →
অনুবাদ আৰ্কাইভ
২৮ আগষ্ট, ২০২৩

মলেঁয়া

দাদুল দেৱকৃষ্ণ বৰুৱা (১১) যোৱা তিনিদিন ষ্টেপানৰ গা বেয়া। জ্বৰত ভুগি আছে। ঘৰতে থকা দুই-এবিধ দৰব খাই নিজক সুস্থ কৰাৰ চেষ্টা চলাইছে...

দাদুল দেৱকৃষ্ণ বৰুৱা পঢ়ক →
অনুবাদ আৰ্কাইভ
২৭ আগষ্ট, ২০২৩

ভূটানৰ জমতচংখা চহৰত এটি দেওবৰীয়া আবেলি

অংগনা চৌধুৰী বৰ্ষণমুখৰ এটি দেওবাৰ৷ ডাৱৰবোৰ পাহাৰৰ চূড়াত আহি ওলমিছেহি৷ পুৱা আঠ বজাত আমি গাড়ীখন লৈ ঘৰৰ পৰা ওলালোঁ দিনটোৰ বাবে৷ গুৱাহাটীৰ...

অংগনা চৌধুৰী পঢ়ক →
অনুবাদ আৰ্কাইভ
২৭ আগষ্ট, ২০২৩

ৰঘুবংশ

মূল : মহাকবি কালিদাসঅনুবাদ : কৌস্তুভমণি শইকীয়া দত্ত || ঊনবিংশ অধায় ||জীৱনৰ বেলি পশ্চিম পালেহি জিতেন্দ্ৰিয় ৰাঘৱ সুদৰ্শনৰ,অগ্নিৰ দৰে...

মূল : মহাকবি কালিদাস পঢ়ক →
অনুবাদ আৰ্কাইভ
২৬ আগষ্ট, ২০২৩

সাগৰৰ গোলাপ

মূল : জোৱান ৰেমন জিমিনেজ (Juan Ramon Jimenez, স্পেইন)১৯৫৬ চনৰ সাহিত্যৰ ন'বেল বঁটা বিজয়ী স্পেনিশ্ব কবিঅনুবাদ : ড° ৰঞ্জিত দত্তবগা...

মূল : জোৱান ৰেমন জিমিনেজ পঢ়ক →
অনুবাদ আৰ্কাইভ
২৬ আগষ্ট, ২০২৩

‘অনুসন্ধান’ত ৰজত কলিতা

অমৃত গোস্বামী প্ৰখ্যাত ঔপন্যাসিক শীলভদ্ৰ (ৰেৱতীমোহন দত্ত চৌধুৰী) দেৱৰ ‘অনুসন্ধান’ নামৰ উপন্যাসখন এই অলপতে মই পঢ়ি শেষ কৰিলোঁ। উপন্যাসখন...

অমৃত গোস্বামী পঢ়ক →
অনুবাদ আৰ্কাইভ
২৫ আগষ্ট, ২০২৩

ক্ষমতা

মূল: অটল বিহাৰী বাজপেয়অনুবাদ: পৰিমালা কোঁৱৰ অবোধ শিশু, বৃদ্ধা মহিলা, ডেকা ল’ৰাৰ মৃতদেহৰ স্তূপৰ ওপৰত উঠি যি ক্ষমতাৰ সিংহাসন পাব বিচাৰে...

অনুবাদ : পৰিমালা কোঁৱৰ পঢ়ক →
অনুবাদ আৰ্কাইভ
২২ আগষ্ট, ২০২৩

আমেৰিকা আৰু নৰৱেৰ চিনেমা

নিজৰা ৰাজকুমাৰী এটা দ্বীপ, এজন তাৰকা ৰান্ধনি, তেওঁৰ ৰহস্যময় ৰেষ্টুৰেণ্ট, অতি দামী মেন্যু, এদল চহকী গ্ৰাহক আৰু সকলোৰে মৃত্যু – থূলমূলকৈ...

নিজৰা ৰাজকুমাৰী পঢ়ক →
অনুবাদ আৰ্কাইভ
২৮ জুলাই, ২০২৩

ৰঘুবংশ

মূল : মহাকবি কালিদাসঅনুবাদ : কৌস্তুভমণি শইকীয়া দত্ত|| সপ্তদশ অধ্যায় ||ৰাতিৰ শেষপ্ৰহৰৰ পৰা চেতনাই প্ৰশান্তি আহৰণ কৰাৰ দৰে,তেনেকৈয়ে...

মূল : মহাকবি কালিদাস পঢ়ক →
অনুবাদ আৰ্কাইভ
২১ জুলাই, ২০২৩

চগিৰণ

মূল : হুমায়ূন আহমেদঅনুবাদ : ড° জোনালী পাটোৱাৰী বৰাধানমণ্ডি তিনি নম্বৰ ৰোডৰ ফ্লেট এটাত চগিৰণে কাম এটা পাইছে। কেঁ‌চুৱা ৰখাৰ কাম...

মূল: হুমায়ূন আহমেদ পঢ়ক →
অনুবাদ আৰ্কাইভ
২৬ জুন, ২০২৩

ৰঘুবংশ

মূল : মহাকবি কালিদাসঅনুবাদ : কৌস্তুভমণি শইকীয়া দত্ত|| পঞ্চদশ অধ্যায় ||সীতাক পৰিত্যাগ কৰি ভোগ কৰিলে সেই পৃথিৱীপালকে ,কেৱল ৰত্নৰ আকৰ...

মূল : মহাকবি কালিদাস পঢ়ক →
অনুবাদ আৰ্কাইভ
২৫ জুন, ২০২৩

পাৰ হৈ

মূল : অক্‌টাভিঅ পেজ লোজানো (Octavio Paz Lozano-ৰ কবিতা Across) অনুবাদ : ড° ৰঞ্জিত দত্ত তোমাৰ চকুৰ চেলাউৰিয়ে কৈ যোৱা কথা খিনিকে লিখি...

মূল :Octavio Paz Lozano পঢ়ক →
অনুবাদ আৰ্কাইভ
২৮ মে’, ২০২৩

শ্ৰেষ্ঠ গ্ৰন্থৰ তালিকা আৰু অনুবাদ প্ৰসংগ

বিনয় মোহন শইকীয়া বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে সময়ে সময়ে ইংৰাজী ভাষাত প্ৰকাশিত বিশ্বৰ শ্ৰেষ্ঠ গ্ৰন্থৰ তালিকা প্ৰকাশ কৰি থাকে। তালিকাবোৰ...

বিনয়মোহন শইকীয়া পঢ়ক →
অনুবাদ আৰ্কাইভ
২৭ মে’, ২০২৩

ৰঘুবংশ

মূল : মহাকবি কালিদাসঅনুবাদ : কৌস্তুভমণি শইকীয়া দত্ত || অধ্যায় ১৩ || তাৰ পাছত গুণজ্ঞ ৰামে বিষ্ণু নামৰ গুণান্বিত আকাশেৰে যাত্ৰা কৰিলে...

মূল : মহাকবি কালিদাস পঢ়ক →
অনুবাদ আৰ্কাইভ
২৭ মে’, ২০২৩

ঐশ্বৰিক সংগীত

মূল : আমেৰিকান ইংৰাজী কবি, ২০২০ চনৰ সাহিত্যৰ ন'বেল পুৰষ্কাৰ প্ৰাপক লুইছ গ্লুক (Louise Gluck)-ৰ ইংৰাজী কবিতা Celestial Music অনুবাদ :...

মূল : লুইছ গ্লুক পঢ়ক →