কোম্পানীকথা
১. কোম্পানীৰ আমোল অতি পুৰণি কালত, মানুহৰ সভ্যতাই ভালে কেইহাজাৰমান বছৰ অতিক্ৰম কৰালৈকে মানুহ আছিল সমাজপ্ৰিয়, পৰস্পৰৰ সৈতে সম্পৰ্কিত হ’ব খোজা...
অন্যযুগৰ চলিত আৰু পূৰ্ববৰ্তী বৰ্ষসমূহৰ সমগ্ৰ প্ৰকাশিত লেখা বৰ্ষ আৰু শিতান অনুসৰি সজোৱা হৈছে।
১. কোম্পানীৰ আমোল অতি পুৰণি কালত, মানুহৰ সভ্যতাই ভালে কেইহাজাৰমান বছৰ অতিক্ৰম কৰালৈকে মানুহ আছিল সমাজপ্ৰিয়, পৰস্পৰৰ সৈতে সম্পৰ্কিত হ’ব খোজা...
ড° প্ৰাণজিৎ বৰা(৮) পাছদিনা ছাৰে শ্ৰেণীকোঠালৈ সোমাই আহিয়েই কাৰো ফালে নোচোৱাকৈ নিজৰ চকীখনত বহি পৰিল। আনদিনা ছাৰে মুখত হাঁহি এমোৰোকা লৈ...
...
ৰত্নোত্তমা দাস বিক্ৰম প্ৰথমাংশ, ত্ৰয়োদশ অধ্যায় শ্ৰেণীকোঠাৰ পৰিধি ভেদি The Very Pregnant Ratnottama Ma’am মোৰ প্ৰিয় শীতকালিটো আহি দিল্লীৰ...
ড০ পংকজ প্ৰতিম বৰদলৈ কেতিয়াবা কোনো এটা প্ৰাতিষ্ঠানিক উদ্যোগ কেৱল এটা প্ৰকল্প হৈ নাথাকে; ই হৈ পৰে এক বৃহত্তৰ সাংস্কৃতিক দৃষ্টিভংগীৰ প্ৰকাশ...
শিখা গোস্বামী মহন্ত বতাহৰ ঢৌ লাগি জান-অজান মুগ্ধতাই আঁজুৰি সজাইছে আঁৰবেৰৰ ৰূপৰেখা হাত সেমেকাই তোলা মোৰ মাটিৰ কথা কৈ থাকিব মই নেজানো কি...
লক্ষী প্ৰসাদ ৰেগন বেৰত এখন ধুনীয়া ছবি প্ৰকৃতিক গভীৰভাৱে ভাল পোৱা কোনোবা চিত্ৰকৰে অঁকা মই সদায় সোমাই যাওঁ ছবিৰ গভীৰলৈ তাত দেখোঁ যাদৱ পায়েঙৰ...
ড০ ইন্দ্ৰাণীৰেখা শইকীয়া আপোনাৰ চাৰি বছৰীয়া ছোৱালীজনীয়ে বাগিচাৰ মূৰত এখন প্লাষ্টিকৰ চামুচেৰে বোকা, পানী আৰু পাতৰ এক জোল ৰান্ধি আছে৷ তাইৰ...
অসীম কুমাৰ হাজৰিকা অগ্ৰজ কবি যতীন কোঁৱৰৰ ‘ছেফটিপিন মৰা ৰুমালবোৰ’ (২০২২) পঢ়িলে প্ৰথমেই এটা কথা মনলৈ আহে যে এইখন গ্ৰন্থ কোনো উত্তেজিত ডেকা...
কুব্জিকা কুল কুল সভ্যতাৰ আদিম প্ৰভাতৰ পৰা যুগৰ অন্তহীন পৰিক্ৰমালৈকে নাৰীসত্তাৰ জাগৰণ যেন এক অনন্ত যাত্ৰা—এগৰাকী নাৰী, যাক কেতিয়াবা গৃহৰ...
হেমচন্দ্ৰ কছাৰী বাটটো সাপ নদী মৰুৰ মাজে মাজে হাবিৰ মাজে মাজে কেতিয়াবা পানী উভৈনদী কেতিয়াবা শুকান তলি মোলাই কাঠনীবাৰী এটা বৃহৎ প্ৰসংগ জ্বলাই...
ড° সঞ্জীৱ বৰুৱা বিশ্বজুৰি জলবায়ু পৰিৱৰ্তনৰ আজিৰ এই জটিল সন্ধিক্ষণত প্ৰকৃতি-আধাৰিত সমাধান (Nature-based Solution) এটা ব্যাপকভাৱে চৰ্চিত আৰু...
ৰৌচন আলি আন্ধাৰত মুখবোৰ চিনি পোৱা হ'লেখেপিয়াই চালোহেঁতেনকমৰেডৰ মুখবোৰ..উত্তপ্ত গৰমত লোহাৰ দৰে গলে কমৰেড্ আমাৰ চকুতটুনিৰ দৰে জাকপাতি অহাএজাক...
ডঃ প্ৰিয় দেৱ গোস্বামী বৰ্তমানৰ পৃথিৱীখন গঢ় দিয়াত যিকেইটা সভ্যতাৰ অৱদান উল্লেখযোগ্য সেইকেইটাৰ ভিতৰত ভাৰতীয় সভ্যতা আছিল অন্যতম। বিশ্বৰ...
নৱ ৰাজন(তৃতীয় ভাগ) চাওঁতে চাওঁতে পূজাৰ বন্ধ শেষ হ’বৰে হ’ল। লগৰ কেইজনে মৰিগাঁৱতে থাকি পূজা চোৱাৰ কথা কৈছিল। মইহে পূজাৰ বন্ধতে কেইদিনমান থাকি...
অমৃতজ্যোতি মহন্তদুই অলপদিনৰ পাছত গৰম বন্ধ আৰম্ভ হ’ল৷ ভিনুহঁত পুৰণা ঘৰলৈ বুলি ওলাল৷ ইয়াৰ আগতে এবাৰ বিমান যাত্ৰা কৰাৰ কথা ভিনুৰ মনত আছে;...
স্পন্দন সমীৰ (তৃতীয় অধ্যায়) নীৰেন বৰুৱা ছাৰৰ ঘৰৰ পৰা বিদায় লৈ ঘূৰি আহোঁতে সিদিনা ৰাতি প্ৰায় এঘাৰমান বাজিছিল। কুঁৱলিয়ে ঢকা ডিব্ৰুগড়...
মূল (ইংৰাজী): ৱিলিয়াম বাটলাৰ য়েটছ, আয়াৰলেণ্ড অনুবাদ : ড° ৰঞ্জিত দত্ত ঘৰৰ পানীপোতাত ঘৰচিৰিকা চৰাইবোৰে পাখি মাৰি চিঁ-চিঁয়াই কৰা সেই মনোমোহা...
মূল : ৰামকুমাৰ মুখোপাধ্যায় অনুবাদ : কুমুদ ঘোষ, সত্যেন চৌধুৰী(নৱম খণ্ড)বুদ্ধিজীৱীবুদ্ধি দ্বাৰা নিজহিতাহিতজ্ঞানবান্৷ “মনুসংহিতা”৷– ‘বুদ্ধি’...
নীলাভ সৌৰভ এই শান্তি কিমান ভয়ানক কিমান কিমান ভালপোৱাৰ কথা কৈ প্ৰতিকূলতাত মৰি যোৱাৰ সমান শান্তিৰ বাবে যুদ্ধ কৰি মৰি যোৱা যুঁজাৰু আৰু জীয়াই...
উৎপল বৰকটকী ৰাতিৰ বুকুত কোনোবাই ক’লা সূতা এডালৰে চিলাই থয় ৰাজপথৰ দুয়োকাষৰ নিৰ্জনতা৷ এজনী নাৰী ঘৰলৈ ওভতে—তাইৰ ছাঁটো বাটৰ আগত, তাইৰ...
ড০ ৰক্তিম ৰঞ্জন শইকীয়া এনালীয় মতবাদৰ আঁতিগুৰি: মানুহে ইতিহাস লিখে, পুনৰ লিখে, বিশ্লেষণ কৰে, পুনৰ বিশ্লেষণ কৰে৷ ইতিহাসৰ সকলোতকৈ গ...
অংকুৰজ্যোতি বুঢ়াগোহাঁই কবিতা : জন্মদিন কবি : গংগামোহন মিলি গংগামোহন মিলিৰ ‘জন্মদিন’ কবিতাটি অসমীয়া গ্ৰাম্য জীৱনৰ সহজ-সৰল পটভূমিত ৰচিত এজন...
ৰত্না ভৰালী তালুকদাৰ (অসমীয়া কৰ্মমুখী যুৱসমাজৰ বাবে এক নীৰৱ অনুপ্ৰেৰণাৰ নাম ইন্দুকল্প ভৰালী। এই স্বপ্নদ্ৰষ্টা উদ্যোগী যুৱকজনে যোৱা ১৬...