৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

অন্যযুগ সাহিত্য সংগ্ৰহালয় (Literary Archive)

অন্যযুগৰ চলিত আৰু পূৰ্ববৰ্তী বৰ্ষসমূহৰ সমগ্ৰ প্ৰকাশিত লেখা বৰ্ষ আৰু শিতান অনুসৰি সজোৱা হৈছে।

ৰিছেট
মুঠ ৪০১ টা প্ৰকাশিত লেখা পোৱা গৈছে (পৃষ্ঠা ১ / ১৭)
ফিল্টাৰ পৰিষ্কাৰ কৰক
সম্পাদকীয় ১ নৱেম্বৰ, ২০২৬

কোম্পানীকথা

১. কোম্পানীৰ আমোল অতি পুৰণি কালত, মানুহৰ সভ্যতাই ভালে কেইহাজাৰমান বছৰ অতিক্ৰম কৰালৈকে মানুহ আছিল সমাজপ্ৰিয়, পৰস্পৰৰ সৈতে সম্পৰ্কিত হ’ব খোজা...

লেখকঃ অন্যযুগ সাহিত্য পৰিষদ সম্পূৰ্ণ পঢ়ক →
শিশু সাহিত্য ১ নৱেম্বৰ, ২০২৬

সেউজী সেউজী সেউজী অ'

ড° প্ৰাণজিৎ বৰা(৮) পাছদিনা ছাৰে শ্ৰেণীকোঠালৈ সোমাই আহিয়েই কাৰো ফালে নোচোৱাকৈ নিজৰ চকীখনত বহি পৰিল। আনদিনা ছাৰে মুখত হাঁ‌হি এমোৰোকা লৈ...

লেখকঃ ড॰ প্ৰাণজিৎ বৰা সম্পূৰ্ণ পঢ়ক →
কবিতা ৩১ অক্টোবৰ, ২০২৬

মাক-কথা : Unfolded Stories of a Mother

ৰত্নোত্তমা দাস বিক্ৰম প্ৰথমাংশ, ত্ৰয়োদশ অধ্যায় শ্ৰেণীকোঠাৰ পৰিধি ভেদি The Very Pregnant Ratnottama Ma’am মোৰ প্ৰিয় শীতকালিটো আহি দিল্লীৰ...

লেখকঃ ৰত্নোত্তমা দাস বিক্ৰম সম্পূৰ্ণ পঢ়ক →
সম্পাদকীয় ৩১ অক্টোবৰ, ২০২৬

গ্ৰন্থ কুটিৰ : ভাৰতৰ ধ্ৰুপদী ভাষা আৰু পাণ্ডুলিপি ঐতিহ্যৰ এক নতুন ঠিকনা

ড০ পংকজ প্ৰতিম বৰদলৈ কেতিয়াবা কোনো এটা প্ৰাতিষ্ঠানিক উদ্যোগ কেৱল এটা প্ৰকল্প হৈ নাথাকে; ই হৈ পৰে এক বৃহত্তৰ সাংস্কৃতিক দৃষ্টিভংগীৰ প্ৰকাশ...

লেখকঃ ড০ পঙ্কজ প্ৰতিম বৰদলৈ সম্পূৰ্ণ পঢ়ক →
কবিতা ৩১ অক্টোবৰ, ২০২৬

মাটিৰ গান

শিখা গোস্বামী মহন্ত বতাহৰ ঢৌ লাগি জান-অজান মুগ্ধতাই আঁজুৰি সজাইছে আঁৰবেৰৰ ৰূপৰেখা হাত সেমেকাই তোলা মোৰ মাটিৰ কথা কৈ থাকিব মই নেজানো কি...

লেখকঃ শিখা গোস্বামী মহন্ত সম্পূৰ্ণ পঢ়ক →
কবিতা ৩০ অক্টোবৰ, ২০২৬

ক’ৰবাত পুৰি মৰিছোঁ অজ্ঞাতে

লক্ষী প্ৰসাদ ৰেগন বেৰত এখন ধুনীয়া ছবি প্ৰকৃতিক গভীৰভাৱে ভাল পোৱা কোনোবা চিত্ৰকৰে অঁকা মই সদায় সোমাই যাওঁ ছবিৰ গভীৰলৈ তাত দেখোঁ যাদৱ পায়েঙৰ...

লেখকঃ লক্ষী প্ৰসাদ ৰেগন সম্পূৰ্ণ পঢ়ক →
শিশু সাহিত্য ৩০ অক্টোবৰ, ২০২৬

সিহঁতক অকণমান লেতেৰা হ’বলৈ দিয়কচোন

ড০ ইন্দ্ৰাণীৰেখা শইকীয়া আপোনাৰ চাৰি বছৰীয়া ছোৱালীজনীয়ে বাগিচাৰ মূৰত এখন প্লাষ্টিকৰ চামুচেৰে বোকা, পানী আৰু পাতৰ এক জোল ৰান্ধি আছে৷ তাইৰ...

লেখকঃ ড০ ইন্দ্ৰাণীৰেখা শইকীয়া সম্পূৰ্ণ পঢ়ক →
কবিতা ২৯ অক্টোবৰ, ২০২৬

প্ৰাতিস্বিক স্মৃতিৰ পৰা কাব্যিক অভিজ্ঞতালৈ : ‘ছেফটিপিন মৰা ৰুমালবোৰ’

অসীম কুমাৰ হাজৰিকা অগ্ৰজ কবি যতীন কোঁৱৰৰ ‘ছেফটিপিন মৰা ৰুমালবোৰ’ (২০২২) পঢ়িলে প্ৰথমেই এটা কথা মনলৈ আহে যে এইখন গ্ৰন্থ কোনো উত্তেজিত ডেকা...

লেখকঃ অসীম কুমাৰ হাজৰিকা সম্পূৰ্ণ পঢ়ক →
কবিতা ২৯ অক্টোবৰ, ২০২৬

সংগ্ৰামী নাৰী : গৃহকোণৰ পৰা ৰণক্ষেত্ৰলৈ

কুব্জিকা কুল কুল সভ্যতাৰ আদিম প্ৰভাতৰ পৰা যুগৰ অন্তহীন পৰিক্ৰমালৈকে নাৰীসত্তাৰ জাগৰণ যেন এক অনন্ত যাত্ৰা—এগৰাকী নাৰী, যাক কেতিয়াবা গৃহৰ...

লেখকঃ কুব্জিকা কুল কুল সম্পূৰ্ণ পঢ়ক →
কবিতা ২৯ অক্টোবৰ, ২০২৬

বাটটো

হেমচন্দ্ৰ কছাৰী বাটটো সাপ নদী মৰুৰ মাজে মাজে হাবিৰ মাজে মাজে কেতিয়াবা পানী উভৈনদী কেতিয়াবা শুকান তলি মোলাই কাঠনীবাৰী এটা বৃহৎ প্ৰসংগ জ্বলাই...

লেখকঃ হেমচন্দ্ৰ কছাৰী সম্পূৰ্ণ পঢ়ক →
প্ৰবন্ধ ২৯ অক্টোবৰ, ২০২৬

অসমৰ পৰিৱেশগত সমস্যাৰ সমাধানত প্ৰকৃতি-আধাৰিত নীতিৰ প্ৰাসংগিকতা

ড° সঞ্জীৱ বৰুৱা বিশ্বজুৰি জলবায়ু পৰিৱৰ্তনৰ আজিৰ এই জটিল সন্ধিক্ষণত প্ৰকৃতি-আধাৰিত সমাধান (Nature-based Solution) এটা ব্যাপকভাৱে চৰ্চিত আৰু...

লেখকঃ ড° সঞ্জীৱ বৰুৱা সম্পূৰ্ণ পঢ়ক →
কবিতা ২৮ অক্টোবৰ, ২০২৬

কমৰেড্ আছেনে সাৰে...

ৰৌচন আলি আন্ধাৰত মুখবোৰ চিনি পোৱা হ'লেখেপিয়াই চালোহেঁতেনকমৰেডৰ মুখবোৰ..উত্তপ্ত গৰমত লোহাৰ দৰে গলে কমৰেড্ আমাৰ চকুতটুনিৰ দৰে জাকপাতি অহাএজাক...

লেখকঃ ৰৌচন আলি সম্পূৰ্ণ পঢ়ক →
ইতিহাস ২৮ অক্টোবৰ, ২০২৬

ইতিহাসত কিছু ভাৰতীয় চিন্তাধাৰা

ডঃ প্ৰিয় দেৱ গোস্বামী বৰ্তমানৰ পৃথিৱীখন গঢ় দিয়াত যিকেইটা সভ্যতাৰ অৱদান উল্লেখযোগ্য সেইকেইটাৰ ভিতৰত ভাৰতীয় সভ্যতা আছিল অন্যতম। বিশ্বৰ...

লেখকঃ ড০ প্ৰিয় দেৱ গোস্বামী সম্পূৰ্ণ পঢ়ক →
উপন্যাস ২৮ অক্টোবৰ, ২০২৬

মায়াৰ মায়ং

নৱ ৰাজন(তৃতীয় ভাগ) চাওঁতে চাওঁতে পূজাৰ বন্ধ শেষ হ’বৰে হ’ল। লগৰ কেইজনে মৰিগাঁৱতে থাকি পূজা চোৱাৰ কথা কৈছিল। মইহে পূজাৰ বন্ধতে কেইদিনমান থাকি...

লেখকঃ নৱ ৰাজন সম্পূৰ্ণ পঢ়ক →
উপন্যাস ২৭ অক্টোবৰ, ২০২৬

ঈশান

অমৃতজ্যোতি মহন্তদুই অলপদিনৰ পাছত গৰম বন্ধ আৰম্ভ হ’ল৷ ভিনুহঁত পুৰণা ঘৰলৈ বুলি ওলাল৷ ইয়াৰ আগতে এবাৰ বিমান যাত্ৰা কৰাৰ কথা ভিনুৰ মনত আছে;...

লেখকঃ অমৃতজ্যোতি মহন্ত সম্পূৰ্ণ পঢ়ক →
প্ৰবন্ধ ২৬ অক্টোবৰ, ২০২৬

অস্তমিত সূৰুযৰ অন্বেষণত

স্পন্দন সমীৰ (তৃতীয় অধ্যায়) নীৰেন বৰুৱা ছাৰৰ ঘৰৰ পৰা বিদায় লৈ ঘূৰি আহোঁতে সিদিনা ৰাতি প্ৰায় এঘাৰমান বাজিছিল। কুঁৱলিয়ে ঢকা ডিব্ৰুগড়...

লেখকঃ অন্যযুগ সাহিত্য পৰিষদ সম্পূৰ্ণ পঢ়ক →
কবিতা ২৬ অক্টোবৰ, ২০২৬

প্ৰেমৰ যাতনা

মূল (ইংৰাজী): ৱিলিয়াম বাটলাৰ য়েটছ, আয়াৰলেণ্ড অনুবাদ : ড° ৰঞ্জিত দত্ত ঘৰৰ পানীপোতাত ঘৰচিৰিকা চৰাইবোৰে পাখি মাৰি চিঁ-চিঁয়াই কৰা সেই মনোমোহা...

লেখকঃ অনুবাদ :ড° ৰঞ্জিত দত্ত সম্পূৰ্ণ পঢ়ক →
উপন্যাস ২৬ অক্টোবৰ, ২০২৬

দুখে কেওড়া

মূল : ৰামকুমাৰ মুখোপাধ্যায় অনুবাদ : কুমুদ ঘোষ, সত্যেন চৌধুৰী(নৱম খণ্ড)বুদ্ধিজীৱীবুদ্ধি দ্বাৰা নিজহিতাহিতজ্ঞানবান্‌৷ “মনুসংহিতা”৷– ‘বুদ্ধি’...

লেখকঃ কুমুদ ঘোষ, সত্যেন চৌধুৰী সম্পূৰ্ণ পঢ়ক →
কবিতা ২৫ অক্টোবৰ, ২০২৬

নাটকীয়

নীলাভ সৌৰভ এই শান্তি কিমান ভয়ানক কিমান কিমান ভালপোৱাৰ কথা কৈ প্ৰতিকূলতাত মৰি যোৱাৰ সমান শান্তিৰ বাবে যুদ্ধ কৰি মৰি যোৱা যুঁজাৰু আৰু জীয়াই...

লেখকঃ নীলাভ সৌৰভ সম্পূৰ্ণ পঢ়ক →
কবিতা ২৫ অক্টোবৰ, ২০২৬

গৰ্ভগৃহৰ বাহিৰত

উৎপল বৰকটকী ৰাতিৰ বুকুত কোনোবাই ক’লা সূতা এডালৰে চিলাই থয় ৰাজপথৰ দুয়োকাষৰ নিৰ্জনতা৷ এজনী নাৰী ঘৰলৈ ওভতে—তাইৰ ছাঁটো বাটৰ আগত, তাইৰ...

লেখকঃ উৎপল বৰকটকী সম্পূৰ্ণ পঢ়ক →
ইতিহাস ২৫ অক্টোবৰ, ২০২৬

“এনালীয় ধাৰা” (Annales School) আৰু অসমৰ ইতিহাস চৰ্চাত ইয়াৰ প্ৰয়োগ

ড০ ৰক্তিম ৰঞ্জন শইকীয়া এনালীয় মতবাদৰ আঁতিগুৰি: মানুহে ইতিহাস লিখে, পুনৰ লিখে, বিশ্লেষণ কৰে, পুনৰ বিশ্লেষণ কৰে৷ ইতিহাসৰ সকলোতকৈ গ...

লেখকঃ ড০ ৰক্তিম ৰঞ্জন শইকীয়া সম্পূৰ্ণ পঢ়ক →
শিশু সাহিত্য ২৫ অক্টোবৰ, ২০২৬

জন্মদিন : জন্মৰ পৰা জীৱনবোধলৈ

অংকুৰজ্যোতি বুঢ়াগোহাঁই কবিতা : জন্মদিন কবি : গংগামোহন মিলি গংগামোহন মিলিৰ ‘জন্মদিন’ কবিতাটি অসমীয়া গ্ৰাম্য জীৱনৰ সহজ-সৰল পটভূমিত ৰচিত এজন...

লেখকঃ অংকুৰজ্যোতি বুঢ়াগোহাঁই সম্পূৰ্ণ পঢ়ক →
উপন্যাস ২৩ অক্টোবৰ, ২০২৬

মাজুলীৰ বিশিষ্ট উদ্যোগী ভীম ভিটাৰ স্ৰষ্টা ইন্দুকল্প ভৰালীৰ সোঁৱৰণত

ৰত্না ভৰালী তালুকদাৰ (অসমীয়া কৰ্মমুখী যুৱসমাজৰ বাবে এক নীৰৱ অনুপ্ৰেৰণাৰ নাম ইন্দুকল্প ভৰালী। এই স্বপ্নদ্ৰষ্টা উদ্যোগী যুৱকজনে যোৱা ১৬...

লেখকঃ ৰত্না ভৰালী তালুকদাৰ সম্পূৰ্ণ পঢ়ক →